text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
বিবাহ বিচ্ছেদে সলনি কৰি দিলে মহিলাৰ ভাগ্য নিশাৰ ভিতৰতে হল ২৪০০০কোটি টকাৰ গৰাকী
|
Assamese
|
হাস্পাতলত কিটৰ অভাৱত বাধাগ্ৰস্ত কোভিড১৯টেষ্ট সংকটত বাংলাদেশ
|
Assamese
|
লাডাখৰ ভাৰতচীন সীমান্তত এতিয়াও শাম কটা নাই উত্তেজনা অব্যাহত আছে সেনাৰ বৈঠক
|
Assamese
|
৮ কিলোমিটাৰ ভাৰতৰ ভিতৰত প্ৰৱেশ কৰিছে চীনা সৈন্যই অস্বীকাৰ কৰা নাই নতুন দিল্লীয়ে
|
Assamese
|
ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰৰ শংকা গালৱানত ২ কিলোমিটাৰ পিছ হুহুকিল চীনা সৈন্য
|
Assamese
|
জনপ্ৰিয়তাৰ শীৰ্ষত চীন বৰ্জন অভিযানৰ ডিজিটেল অস্ত্ৰ কেনেকৈ কৰে কাম
|
Assamese
|
অসমীয়াৰ সৈতে লীন যোৱা এখন নগা গাঁৱৰ যুগান্তকাৰী যাত্ৰাৰ বিষয়ে
|
Assamese
|
যুদ্ধ অনিবাৰ্য পূব লাডাখত কিয় ভাৰতচীনে মজুত কৰিছে বিশাল অস্ত্রভাণ্ডাৰ
|
Assamese
|
ভাৰততে আছে মনোৰম এক বাংলাদেশ
|
Assamese
|
দেশৰ মৰ্য্যাদাত আপোচ নকৰাকৈ চীনৰ সৈতে চলিছে আলোচনা ৰাজনাথ সিং
|
Assamese
|
এসপ্তাহৰ ভিতৰত চীনা ছফ্টৱেৰ আৰু এবছৰৰ ভিতৰত হাৰ্ডৱেৰ বয়কট কৰক লাডাখৰ অভিযন্তা চনম ৱাংচুকৰ দেশবাসীলৈ আহ্বান
|
Assamese
|
চীনে দিলে যুদ্ধৰ ভাবুকি টাইৱানে নামানিলে কৰিব আক্ৰমণ
|
Assamese
|
ভাৰতচীন সীমা বিবাদ সমাধানৰ বাবে তৃতীয় পক্ষৰ প্ৰয়োজন নাই আমেৰিকাক চীনৰ উত্তৰ
|
Assamese
|
ভাৰতৰ সৈতে সীমা বিবাদক লৈ ক্ষুব্ধ চীনে বন্ধ কৰিলে গাহৰিৰ আমদানি
|
Assamese
|
লক্ষ্য চীন ভাৰতীয় বায়ুসেনাই অসমলৈ আনিছে হেলিকপ্টাৰ
|
Assamese
|
দেশৰ সেনা বাহিনীক যুদ্ধৰ বাবে সাজু হোৱাৰ নিৰ্দেশ চীনা ৰাষ্ট্ৰপতি ঝিনপিঙৰ
|
Assamese
|
প্ৰয়োজন হলে আমাৰ সেনাবাহিনীয়ে যুদ্ধ কৰিব সীমা বিবাদক লৈ ভাৰতক ভাবুকি নেপালৰ
|
Assamese
|
ৰ সৈতে কি সম্পৰ্ক চীনৰ ৰাষ্ট্ৰপতিৰ পত্নীৰ প্ৰশ্নৰ সন্মুখীন হব পাৰে বিশ্ব স্বাস্থ্য সংস্থা
|
Assamese
|
ভাৰতত সমস্যাৰ সন্মুখীন হোৱা চীনা লোকক নিজ দেশলৈ উভতাই নিব চীন চৰকাৰে
|
Assamese
|
বিপদত দেউলীয়া অনিল আম্বানি চীনৰ বেংকৰ চাৰে পাঁচ হাজাৰ কোটি আদায়ৰ নিৰ্দেশ আদালতৰ
|
Assamese
|
ক্ৰমাৎ বৃদ্ধি পাইছে ভূটানৰ পৰা বৈ অহা নৈৰ জলপৃষ্ঠ চিন্তিত নাগ্ৰীজুলি অঞ্চলৰ ৰাইজ
|
Assamese
|
নেপালৰ সৈতে সীমা সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হব বৈদেশিক মন্ত্ৰ্যালয়
|
Assamese
|
ম্যানমাৰৰ টানিনথায়ৰী প্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰীক ৩০ বছৰৰ কাৰাদণ্ড
|
Assamese
|
অভিনেত্ৰী মনীষা কৈৰালাই ভাৰতনেপালৰ মাজত টানি আনিলে চীনক প্ৰত্যুত্তৰ স্বৰাজ কৌশলৰ
|
Assamese
|
চীনৰ পৰা সামৰিলে ব্যৱসায় ভাৰতত ৮০০ কোটি টকাৰ বিনিয়োগ কৰিব ই
|
Assamese
|
কৰনা ভাইৰাছৰ চৰিত্ৰগত পৰিৱৰ্তন চীনৰ নতুন সংক্ৰমণক লৈ চিন্তিত চিকিৎসক
|
Assamese
|
তীব্ৰ গতিত অগ্ৰসৰ হৈছে ঘূৰ্ণীবতাহ আমফান যিকোনো সময়তে বিধ্বংসী ৰূপ লোৱাৰ সম্ভাৱনা
|
Assamese
|
আন্তৰ্জাতিক হেচাত সেও মানিলে চীনে কৰনাৰ উৎসক লৈ তদন্তত অনুমতি জিনপিঙৰ
|
Assamese
|
চীন আৰু ইটালীৰ তুলনাত ভাৰতীয় ভাইৰাছ অধিক মাৰাত্মক নেপালৰ প্ৰধান মন্ত্ৰী
|
Assamese
|
নেপালত বিগত ২৪ ঘণ্টাত ৫৭ গৰাকী কনা আক্ৰান্ত মুঠ সংখ্যা বৃদ্ধি ১৯১ লৈ
|
Assamese
|
উত্তৰপূব ভাৰতৰ ২২ মষ্ট ৱাণ্টেড উগ্ৰপন্থীক গতালে ম্যানমাৰে
|
Assamese
|
ম্যানমাৰে ভাৰতক গতাই দিয়া ২২জন উগ্ৰপন্থীৰ ঘটনাই অসমৰ বাবে কি বাৰ্তা আনিছে
|
Assamese
|
বাংলাদেশী চিকিৎসকে বিচাৰি পালে কৰনা ভাইৰাছৰ দৰৱ ৰোগী সুস্থ হৈ উঠাৰ দাবী
|
Assamese
|
অপ্ৰতিৰোধ্য কৰনা বাংলাদেশত ৫২৩ গৰাকী চিকিৎসক কৰনাত আক্ৰান্ত
|
Assamese
|
কনাতংকৰ পিছত আজি প্ৰথম বাৰলৈ বিদ্যালয়ত পাঠদান আৰম্ভ হৈছে কনাৰ উৎপত্তি কেন্দ্ৰ চীনৰ য়ুহানত
|
Assamese
|
ভাৰতৰ পাছত বাংলাদেশত ১৬ মেলৈ বৃদ্ধি লকডাউন
|
Assamese
|
নিজ কন্যাক চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে কিয় কনাতংকৰ আগতে আমেৰিকালৈ পঠিয়াইছিল
|
Assamese
|
কিম জঙকলৈ ৰহস্য ঘণীভূত চীনে উত্তৰ কোৰিয়ালৈ পঠালে চিকিৎসকৰ দল
|
Assamese
|
আমেৰিকা আঁতৰিল ক ৩কোটি ডলাৰৰ সাহায্য দিয়াৰ কথা ঘোষণা চীনৰ
|
Assamese
|
চীনৰ পৰা বিদায় লবলৈ সাজু ১০০০কোম্পানী ৩০০টা কোম্পানীৰ ভাৰতলৈ অহাৰ প্ৰস্তুতি
|
Assamese
|
কনা আক্ৰান্ত সকলৰ কাৰণে অৰ্থ সংগ্ৰহৰ বাবে নিজৰ ক্ৰিকেট বেটৰ নিলাম কৰিব বাংলাদেশী ক্ৰিকেটাৰ মুছফিকুৰ ৰহিমে
|
Assamese
|
কৰনা ভাইৰাছৰ বাবে বদনামী চীন কিন্তু চীনৰ মনোৰঞ্জনধৰ্মী টিকটকত ব্যস্ত কোটি কোটি ভাৰতীয়
|
Assamese
|
বিশ্বকাপত ৰেকৰ্ড গঢ়া বেটখন নিলাম কৰিব অলৰাউণ্ডাৰ ছাকিব আল হাছানে
|
Assamese
|
নগালেণ্ডত জুইত সেকি হাপা আৰু হৰিণাৰ মাংস ভক্ষণ
|
Assamese
|
ভাৰতত চীনৰ আগ্ৰাসন প্ৰতিৰোধৰ পদক্ষেপ কেন্দ্ৰৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ নীতিত সালসলনি
|
Assamese
|
ডোনাল্ড ট্রাম্পৰ সকীয়নিকৰনা বিয়পোৱাৰ প্ৰমাণ পালে শুদাই নেৰে চীনক
|
Assamese
|
কনা ভাইৰাছৰ সংক্ৰমণৰ শংকা ম্যানমাৰে মুকলি কৰি দিব ২৪০০০ কাৰাবন্দীক
|
Assamese
|
কনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু তবলিগী জামাতৰ অধ্যক্ষৰ
|
Assamese
|
চীনৰ দৰে আন বহু দেশেই দিয়া নাই কৰনাৰ সঠিক তথ্য কি কলে বিশ্ব স্বাস্থ্য সংস্থাই
|
Assamese
|
৫০০০০ পিপিই কিট আহিল চীনৰ পৰা নিজাকৈ আমদানি কৰা দেশৰ প্ৰথম ৰাজ্য অসম
|
Assamese
|
বংগবন্ধুৰ এজন হত্যাকাৰী আব্দুল মাজেদক ফাঁচী উৎসৱমুখৰ বাংলাদেশ
|
Assamese
|
দক্ষিণ চীন সাগৰলৈ যুদ্ধ জাহাজ পঠিয়াইছে আমেৰিকাই চীনৰ অভিযোগ
|
Assamese
|
জানুৱাৰিৰ পিছত প্ৰথমবাৰৰ বাবে কনাৰ উৎপত্তিস্থল চীনৰ বাবে এটা ভাল খবৰ
|
Assamese
|
কনা ভাইৰাছ সৃষ্টি কৰি চীনক বিক্ৰী কৰিছিল হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপকে
|
Assamese
|
কৰনাৰ সংহাৰকেনে আছে বাংলাদেশ আমেৰিকাত কনাত মৃত্যু ৭৬জন বাংলাদেশীৰ
|
Assamese
|
ঢাকাৰ মছজিদত কোৱাৰেন্টাইন কৰা হৈছে তবলিগী জামাতত অংশ লোৱা ৩২১জনক
|
Assamese
|
কৰনা মহামাৰীৰ অভিকেন্দ্ৰ চীনৰ উহান চহৰত ক্ৰমাৎ স্বাভাৱিক হৈ আহিছে জীৱন যাত্ৰা
|
Assamese
|
নিজামুদ্দিন মাৰ্কাজত অংশলোৱা ১৩ গৰাকী বাংলাদেশী দুগৰাকী অসমৰ লোকক মুম্বাইত উদ্ধাৰ
|
Assamese
|
কৰনা টেষ্টিং কিট নলয় চীনৰ পৰা ভাৰতে আমদানি কৰিব ভেন্টিলেটৰ
|
Assamese
|
ভাৰততকৈ ২০ গুণ কম মূল্যত কনা টেষ্টটিং কিট উপলব্ধ হব বাংলাদেশত
|
Assamese
|
সমগ্ৰ বিশ্ব কনাত আক্ৰান্ত হোৱাৰ সময়ত চীনে আৰম্ভ কৰিছে যুদ্ধ অভ্যাস শংকিত জাপান আৰু টাইৱান
|
Assamese
|
কনা ভাইৰাছৰ আতংক চৰকাৰলৈ সাহায্য বিচাৰি আবেদন যৌনকৰ্মীৰ
|
Assamese
|
সাংবাদিকৰ বহিস্কৰণ উঠাই লবলৈ চীনক মিনতি আমেৰিকাৰ ৩ বাতৰি কাকতৰ
|
Assamese
|
অসমৰ সমীপতে আৱিষ্কৃত হৈছে ঘৰচিৰিকাতকৈয়ো সৰু ডাইনচৰ
|
Assamese
|
বাংলাদেশত ভয়ংকৰ পথ দুৰ্ঘটনাত ১৫জন লোকৰ মৃত্যু
|
Assamese
|
কনা ভাইৰাছক লৈ দুটা পক্ষৰ মাজত সংৰ্ঘষ নিহত ১ জন আহত ১০ জন
|
Assamese
|
কৰনাভাইৰাছৰ পূৰ্বে বিশ্বত দেখা দিয়া ১১টা মহামাৰীৰ বিষয়ে জানো আহক
|
Assamese
|
আতংকৰ মাজতে পঢ়ক কৰনাভাইৰাছ সম্পৰ্কীয় এইকেইটা ভাল খবৰ
|
Assamese
|
ভাৰতৰ প্ৰাক্তন বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰক বিচাৰিছে বাংলাদেশ ক্ৰিকেট ব্ডে
|
Assamese
|
গুৰুতৰ অভিযোগ বিহাৰৰ আদালতত চীনা ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে এজাহাৰ দাখিল
|
Assamese
|
মুকেশ আম্বানিক চেৰ পেলাই ধনীৰ শীৰ্ষত এইজন ব্যক্তি
|
Assamese
|
কনা ভাইৰাছ বিদেশী পৰ্যটকলৈ ভিছা প্ৰদান ৰদ কৰিছে নেপাল চৰকাৰে
|
Assamese
|
কৰনাভাইৰাছৰ বিৰুদ্ধে ফেচবুকে আগবঢ়াব ২০ মিলিয়ন মাৰ্কিন ডলাৰ সাহায্য
|
Assamese
|
ত ঋণাত্মক দিশ দেখিছে অসমৰ বিজেপি বিধায়কে বাংলাদেশৰ জনজাতিৰ বাবে বিশেষ ব্যৱস্থা দাবী
|
Assamese
|
গুৱাহাটীৰ পৰা ভূটানলৈ যোৱা মাৰ্কিন পৰ্যটকৰ শৰীৰত ধৰা পৰিল কনা ভাইৰাছ
|
Assamese
|
কনা ভাইৰাছৰ পৰীক্ষা কৰিহে ভূটানত প্ৰৱেশৰ অনুমতি দেশীবিদেশী নাগৰিকক
|
Assamese
|
কুকুৰমেকুৰী নাখাব চীনত আহি আছে নতুন নিৰ্দেশ কিয় এই নিৰ্দেশ
|
Assamese
|
বংগবন্ধু মুজিবুৰ ৰহমানৰ শতবাৰ্ষিকীত বিশেষ অতিথি হিচাপে আমন্ত্ৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী
|
Assamese
|
অৱশেষত ঘোষণা কৰা হল এছিয়া বনাম বিশ্ব একাদশৰ মাজৰ খেলৰ দল দুটা
|
Assamese
|
চীনলৈ সকলো বিমান সেৱা ২০ জুন পৰ্য্যন্ত বাতিল কৰিলে এয়াৰ ইণ্ডিয়াই
|
Assamese
|
সন্ত্ৰাসবাদী শামিমাক দিয়া নহয় নাগৰিকত্ব স্পষ্ট কৰিলে বাংলাদেশৰ বিদেশ মন্ত্ৰীয়ে
|
Assamese
|
পৰাগ কুমাৰ দাসৰ জন্মদিনত শ্ৰদ্ধা নিবেদন আম আদমি পাৰ্টীৰ
|
Assamese
|
এছিয়া বনাম বিশ্ব একাদশ ছিৰিজৰ সূচী ঘোষণা খেলিব পাঁচ গৰাকী ভাৰতীয় ক্ৰিকেটাৰে
|
Assamese
|
কনাৰ পৰা বাচিবলৈ চীনৰ লোকে খাবলৈ লৈছে এইবিধ জন্তুৰ মাংস
|
Assamese
|
চীনত কনা ভাইৰাছত আক্ৰান্তক চিকিৎসা কৰি থকা এগৰাকী নাৰ্ছ আৰু জীয়েকৰ আৱেগিক দৃশ্য
|
Assamese
|
১৯ অনুৰ্দ্ধৰ বিশ্বকাপ ক্ৰিকেটৰ মুকুট বাংলাদেশৰ শিৰত স্তব্ধ ভাৰতৰ বিজয় ৰথ
|
Assamese
|
খেলপথাৰত অভদ্ৰ আচৰণ ভাৰতবাংলাদেশৰ পাঁচগৰাকী খেলুৱৈক আই চি চিৰ শাস্তি
|
Assamese
|
কনা ভাইৰাছ আতংক চীন ভ্ৰমণ বাতিল ভাৰতীয় মহিলা হকী দলৰ
|
Assamese
|
১৯ অনুৰ্দ্ধৰ বিশ্বকাপ ছেমিত নিউজিলেণ্ডক হৰুৱাই ফাইনেলত ভাৰতৰ বিৰুদ্ধে বাংলাদেশ
|
Assamese
|
ভাৰতৰ বজাৰলৈ আহিল স্মার্টফোন চাওক কি আছে ইয়াত
|
Assamese
|
কোনা ভাইৰাছৰ পৰা বিশ্বক প্ৰথম সতৰ্ক কৰি দিয়া চীনৰ চিকিৎসকগৰাকীৰ মৃত্যু
|
Assamese
|
নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত বাংলাদেশত মৃত্যু কুখ্যাত ৰোহিংগা দস্যুৰ
|
Assamese
|
মন গলেই ভূটানলৈ গুচি যোৱাৰ দিন উকলিল প্ৰথমবাৰৰ বাবে ভাৰতীয়ৰ ওপৰত প্ৰৱেশ কৰ
|
Assamese
|
কনা ভাইৰাছ আতংক চীনৰ সৈতে বিমান সেৱা বন্ধ কৰিলে ভাৰতে
|
Assamese
|
কনা আতংক চীনে বন্ধ কৰিলে সুন্দৰবনৰ কেঁকোৰাৰ আমদানি দৈনিক বহু কোটি টকাৰ ক্ষতি
|
Assamese
|
কনা ভাইৰাছৰ ঔষধ আৱিষ্কাৰ দাবী থাইলেণ্ডৰ চিকিৎসকৰ
|
Assamese
|
আজিৰ পৰা ভাৰতবাংলাদেশৰ মাজত নৱম সম্প্ৰীতি যুটীয়া সামৰিক অনুশীলন
|
Assamese
|
অর্নব গোস্বামীক বিজেপিৰ এগৰাকী সহযোগী আখ্যা চীনৰ সংবাদ মাধ্যমৰ
|
Assamese
|
কনা আতংক চীনত আবদ্ধ ৪২৩ গৰাকী ভাৰতীয়ক লৈ দিল্লীত উপস্থিত এয়াৰ ইণ্ডিয়াৰ বিমান
|
Assamese
|
কনা ভাইৰাছেৰে যুঁজ মাত্ৰ ৬ দিনতে চিকিৎসালয় নিৰ্মাণ কৰিবলৈ যুদ্ধকালীন গতিত কাম চীনৰ
|
Assamese
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.