text
stringlengths 0
188k
|
---|
Home |
Regional |
National |
International |
Business |
Entertainment |
Sports |
Lifestyle |
Technology |
Politics |
Health |
Live TV |
Home |
Regional |
National |
International |
Business |
Entertainment |
Sports |
Lifestyle |
Technology |
Politics |
Health |
Live TV |
Home |
News |
ৰাষ্ট্ৰীয় |
কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ বিৰুদ্ধে দেশৰ মুখ্য ন্যায়াধীশৰ গুৰুতৰ অভিযোগ |
ৰাষ্ট্ৰীয় |
Image Credit: Internet |
Aug 7, 2021 | moderator |
নতুন দিল্লী : কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চিবিআই সম্পৰ্কত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়ে আজি কয় যে, চিবিআই তথা আন তদন্তকাৰী সংস্থাসমূহে নিম্ন আদালতৰ ন্যায়াধীশে নিজলৈ অহা ভাবুকি সন্দৰ্ভত অভিযোগ দাখিল কৰিলে তাক গুৰুত্ব নিদিয়ে। ঝাৰখণ্ডৰ জিলা ন্যায়াধীশক হত্যাৰ গোচৰৰ প্ৰসংগত আজি দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই এই মন্তব্য কৰে। |
এনে সংস্থাসমূহৰ প্ৰতি ৰ্ভৎসনাসূচকভাৱে মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, যেতিয়া ন্যায়াধীশসকলে অভিযোগ কৰে তেতিয়া এই সংস্থাবোৰে তেওঁলোকক সহায় নকৰে। ‘চিবিআই-এ নিজৰ মনোবৃত্তি সলনি কৰা নাই। যেতিয়া ন্যায়াধীশসকলে ভাবুকি সন্দৰ্ভত চিবিআই, ইণ্টেলিজেন্স ব্যুৰো আদিৰ আগত অভি়যোগ কৰে তেতিয়া তেওঁলোকৰ পৰা একো সঁহাৰি পোৱা নাযায়।’ |
উল্লেখ্য যে ঝাৰখণ্ডৰ ধানবাদ জিলাৰ জিলা ন্যায়াধীশ উত্তম আনন্দৰ হত্যাৰ ঘটনাক অতি গভীৰভাৱে গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। উল্লেখ্য যে, ন্যায়াধীশ আনন্দে ধানবাদৰ বহু মাফিয়াৰ গোচৰ চোৱাচিতা কৰিছিল আৰু একাধিক গেংষ্টাৰৰ জামিন আবেদন খাৰিজ কৰিছিল। বিধায়ক সঞ্জয় সিঙৰ অতি ঘনিষ্ঠ ৰঞ্জয় সিং নামৰ এজন গেংষ্টাৰৰ বিৰুদ্ধে থকা হত্যাৰ গোচৰো সেইখন আদালততে চলি আছিল। দুৰ্ঘটনাৰ ৰূপ দিব বিচৰা ন্যায়াধীশগৰাকীৰ হত্যাকাণ্ডই ভালেমান প্ৰশ্ন চিহ্নৰ সৃষ্টি কৰিছে। |
Share : |
Sponsor Ad |
Click Here To Advertise With Us |
Instagram Feed |
Follow Us |
Sponsor Ad |
Click Here To Advertise With Us |
Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.<eot>খং আৰু মানসিক চাপ যিকোনো ব্যক্তিৰ জীৱনৰ বাবে ক্ষতিকাৰক। প্ৰায়ে এনেকুৱা হয় যে সৰু সৰু কথাৰ প্ৰতি আপোনাৰ মন বেয়া হৈ যায়। আপোনাৰ এই ধৰণৰ আচৰণে চাৰিওফালৰ পৰিৱেশতো প্ৰভাৱ পেলায়। পৰিয়াল, সংগী আৰু বন্ধু-বান্ধৱীৰ পৰা আঁতৰি আহিবলৈ আৰম্ভ কৰে। বেয়া মনৰ বহু লক্ষণো অনুভৱ কৰে। উদাহৰণস্বৰূপে, কোনো কাম কৰিবলৈ মন নাযাবও পাৰে। ঘৰ বা অফিচৰ দৰে অনুভৱ নকৰিব। এনে পৰিস্থিতিত মানুহে অকলে থকাটোহে বেছি পছন্দ কৰে। না কথা পাতিব নিবিচাৰে, কাৰো লগত সময় কটাবও নিবিচাৰে। কেতিয়াবা ব্যক্তিগতভাৱে অপ্ৰয়োজনীয়ভাৱে কান্দিবলৈও মন যায়। কিছুমান মানুহে আত্মহত্যাৰ কথা ভাবিবলৈ আৰম্ভ কৰে। চিন্তনীয় কথাটো হ’ল এই লক্ষণবোৰ দেখাৰ পিছতো মানুহে বুজি নাপায় যে ইয়াৰ সমস্যা কি। আচলতে এই সকলোবোৰ লক্ষণ হতাশাৰ। মানসিক চাপ বা হতাশাত মগজুৱে কাম কৰা বন্ধ কৰি দিয়ে। যিটো আপোনাৰ জীৱনৰ বাবে ক্ষতিকাৰক হৈ পৰে। |
মন ভাল কৰাৰ উপায় |
প্ৰথমে আপোনাৰ মন ঠিক কৰিবলৈ চেষ্টা কৰক। ইয়াৰ বাবে যদি আপুনি এনে খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে, তেন্তে ই স্বাস্থ্য আৰু মন উভয়ৰে বাবে উপকাৰী। ছালমন, আখৰোট আদি বেছিকৈ খাব। ইয়াৰ বাহিৰেও শুকান ফলমূল, মাছ আৰু শাক-পাচলি আদি সেৱন কৰিব লাগে। খাদ্যত কল আৰু মাছ অন্তৰ্ভুক্ত কৰিব পাৰি। |
বেছিভাগ মানুহেই হতাশাৰ অৱস্থাত মদ আৰু চিগাৰেট সেৱন কৰিবলৈ আৰম্ভ কৰে। কিন্তু এইবোৰে আপোনাক হতাশাৰ পৰা উলিয়াই নিদিয়ে, বৰঞ্চ এই অৱস্থাৰ ফালে অধিক ঠেলি দিয়ে। গতিকে মন বেয়া হ’লে মদ একেবাৰে সেৱন নকৰিব। এই পৰ্যায়ত মদ্যপানে নেতিবাচক প্ৰভাৱ পেলাব পাৰে। |
আপোনাৰ মন উন্নত কৰিবলৈ ধ্যান কৰক। যোগ আৰু ধ্যানে মন আৰু শৰীৰ দুয়োটাকে লঘু কৰি তোলে। আপোনাৰ মন বিচলিত কৰা বস্তুবোৰৰ পৰা মুক্তি পাবলৈ ধ্যান কৰক। |
মন নিৰ্ধাৰণ কৰিবলৈ প্ৰেৰণাদায়ক উক্তি আৰু ভাষণ শুনিব। আধ্যাত্মিকতাই আপোনাক সহায় কৰিব পাৰে। এনেবোৰ কথা আপোনাৰ জীৱনত অন্তৰ্ভুক্ত কৰি আপুনি আশাবাদী হৈ থাকিব। |
মন ভাল নহ’লে মানুহে অকলে থাকিব বিচাৰে। কিন্তু বন্ধু-বান্ধৱ বা পৰিয়ালৰ সৈতে কথা পতাৰ পৰিকল্পনা কৰিব পাৰে যাতে আপোনাৰ পৰিস্থিতি আৰু বেয়া নহয়। ভ্ৰমণলৈ যাওক যাতে ঠাইখন সলনি হ’লে মনটোও সলনি হয়। |
যদি আপুনি অধিক সমস্যা অনুভৱ কৰে তেন্তে চিকিৎসক বা মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লওক। |
GTM Desk |
See author's posts |
Like this: |
Like Loading... |
Related |
Check out our other content |
CBSE’s Far East Zone Taekwondo Tournament 2022 in Guwahati at Modern English School |
December 9, 2022 |
দৈনিক কেঁচা পিঁয়াজ খায় নেকি? যদি খায় তেন্তে শৰীৰত হ’ব পাৰে এনে পৰিঘটনা! |
December 9, 2022 |
অনাকাংক্ষিত মৃত্যুৰ যেন আন নাম সুৰাপান ! |
December 9, 2022 |
Facebook |
Twitter |
Pinterest |
WhatsApp |
CBSE’s Far East Zone Taekwondo Tournament 2022 in Guwahati at Modern English School |
December 9, 2022 |
দৈনিক কেঁচা পিঁয়াজ খায় নেকি? যদি খায় তেন্তে শৰীৰত হ’ব পাৰে এনে পৰিঘটনা! |
December 9, 2022 |
অনাকাংক্ষিত মৃত্যুৰ যেন আন নাম সুৰাপান ! |
December 9, 2022 |
Shraddha Walkar Murder: Aaftab Poonawala’s Jail Custody Extended By 14 Days |
December 9, 2022 |
সম্পত্তিৰ অধিষ্টাত্ৰী মা-লক্ষ্মীৰ আশীষ লাভৰ উদ্দেশ্যৰে নাৰীৰ কৰণীয় |
December 9, 2022 |
Rani Mukerji’s ‘Mrs Chatterjee Vs Norway’ to release on this date; deets inside |
December 9, 2022 |
Check out other tags: |
'Chehre'" Says Droupadi Murmu"Johar(DRDO)#Mayalu #rahulrajkhowa #chellomeme #humithaosen #subitaba #bipashahrangkhawl #karishmakakoti #mariachanu #hasinakharbhih #zuchobenitungoe<eot>উঃ মানসিক শক্তি মানে প্রধানকৈ বুদ্ধি, বিমূর্ত চিন্তাৰ ক্ষমতা, যুক্তিশক্তি, বিভিন্ন দিশত আগ্রহ আদি শক্তিক বুজোৱা হৈছে। |
প্রঃ কিশােৰ অৱস্থাপ্রাপ্তি কোন দুটা ক্ষেত্ৰত আগতীয়া হয়? (Final-15) |
উঃ কিশােৰ অৱস্থাপ্রাপ্তিৰ ক্ষেত্ৰ দুটা হ’ল– |
(১) ল’ৰাতকৈ ছােৱালীৰ অৱস্থাপ্রাপ্তি আগতীয়া হয়। |
(২) শীতল জলবায়ুৰ দেশতকৈ গৰম জলবায়ুৰ দেশৰ শিশুৰ ক্ষেত্ৰত কিশােৰ অৱস্থাপ্রাপ্তি আগতীয়া হয়। |
প্রঃ বীৰ পূজাৰ প্ৰবৃত্তি কৈশােৰ কালৰ আন এক বৈশিষ্ট্য। কথাষাৰি পাঠৰ আধাৰত চমুকৈ লিখা। (Final-15) |
উ : বীৰপূজাৰ প্ৰবৃত্তি কৈশােৰ কালৰ আন এক বৈশিষ্ট্য। নিজৰ ভাল লগাব্যক্তিৰ জীৱনৰ আদৰ্শ গ্ৰহণৰ প্ৰবৃত্তি এইসময়ত প্রবল হৈ উঠে। সেয়েহে সেইসকল ব্যক্তিৰ ব্যক্তিত্বৰ সকলােবােৰ গুণৰ নীৰৱ অনুকৰণ কিশােৰ-কিশােৰীয়ে কৰিবলৈ লয়। কিশােৰসকলে আদর্শ ব্যক্তি হিচাপে গ্ৰহণ কৰা দেখা যায় সচৰাচৰ ছবিজগতৰ নাইবা খেলজগতৰ লগত জড়িত ব্যক্তিসকলক। চিনেমাৰ হিৰ’ বা খেলজগতৰ খেলুৱৈক তেওঁলােকে পূজা কৰিবলৈ লয়। বীৰপূজনৰ |
এই প্রবৃত্তিক সঠিক পথেৰে নিবলৈ কৈশােৰ কালৰ শিক্ষাৰ পাঠ্যক্ৰমত মহৎলােকৰ জীৱনী অন্তর্ভুক্ত কৰা হয়। |
প্র : আন্তৰাষ্ট্ৰীয় শিক্ষা আয়ােগ কোন চনত গঠিত হৈছিল। (Final-13/16) |
উ : আক্তৰাষ্ট্ৰীয় শিক্ষা আয়ােগ ১৯৯৬ চনত গঠিত হৈছিল। |
প্রঃ ভাৰত চৰকাৰে কোন চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘােষণা কৰে। (Final-14/17) |
উঃ ভাৰত চৰকাৰে ১৯৮৬ চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘােষণা কৰে। |
প্র : মানৱ জীৱনৰ কোনছােৱা সময়ক কৈশােৰ কাল বুলি জনা যায়? (Final-17) |
উ : মানৱ জীৱনৰ বাল্যকাল আৰু প্রাপ্তবয়স্কৰ মাজৰ ১১ বছৰ বয়সৰ পৰা ১৯ বছৰ বয়সৰ সময়ছােৱাক কৈশােৰ কাল বুলি জনা যায়। |
প্রঃ জাতীয় পাঠ্যক্রম গাঁথনি ২০০৫ (National Curricular Framework, 2005)ৰ পৰামৰ্শাৱলী সম্পর্কে লিখা। (Final-17) |
উঃ ৰাষ্ট্ৰীয় শিক্ষা, গৱেষণা আৰু প্রশিক্ষণ পৰিষদে প্রস্তুত কৰা জাতীয় পাঠ্যক্রম গাঁথনি ২০০৫ (National Curricular Framework, 2005)ৰ পৰামৰ্শাৱলী বিশেষভাৱে প্রযােজ্য। এই পাঠ্যক্রম-গার্থনিৰ উদ্দেশ্য অনুসৰি স্কুলত প্ৰদান কৰা জ্ঞানে বাহিৰৰ জগতখনৰ লগত ছাত্র-ছাত্রীৰ মনৰ সংযােগ স্থাপন কৰিব লাগে আৰু পাঠ্যক্রম কেৱল পাঠ্যপুথিতে আবদ্ধ হৈ থাকিব নালাগে। কেৱল সেয়ে নহয়, জ্ঞানৰ পৰিধি কেৱল বিশেষ বিশেষ বিষয়তে সীমাবদ্ধ নকৰি এক সুসংহত জ্ঞানৰ আভাস ছাত্ৰ-ছাত্ৰীক দিয়াৰ বাবে যত্নপৰ হব লাগে। পাঠ্যক্ৰমৰ মাজেৰে দিয়া জ্ঞানৰ সু-সংহত বিকাশৰ কাৰণে শিক্ষাৰ লগত প্রত্যক্ষ আৰু পৰােক্ষভাৱে জড়িত আটাইবােৰ ব্যক্তি যেনে- পিতৃ-মাতৃ, অভিভাৱক, শিক্ষক আৰু অন্যান্য সকলৰ দায়িত্ব আৰু কর্তব্য সমানে গুৰুত্বপূর্ণ। |
প্রঃ কৈশােৰ কালৰ বাবে কেনেধৰণৰ শিক্ষা উপযােগী? উদাহৰণসহ বর্ণনা কৰা। (Final-2017) |
নাইবা |
১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়ােগে উল্লেখ কৰা তিনিটা লক্ষ্য লিখা। |
উঃ কৈশােৰ কালক জীৱনৰ বয়ঃসন্ধিৰ কাল বুলি কোৱা হয়। এই সময়ছােৱাৰ কিশােৰ-কিশােৰীয়ে পঢ়া শিক্ষানুষ্ঠান হল মাধ্যমিক শিক্ষাৰ অনুষ্ঠান আৰু প্রচলিত শিক্ষা হ’ল মাধ্যমিক শিক্ষা। মাধ্যমিক শিক্ষাৰ জৰিয়তে এটা জাতিৰ লক্ষ্য আৰু আদর্শক উপলব্ধি কৰিব পাৰি। এই সময়ত আনুষ্ঠানিক শিক্ষাৰ লগত অনানুষ্ঠানিক শিক্ষাকে সমানে গুৰুত্ব দিয়া উচিত। এই কালছােৱাৰ শিক্ষা ব্যৱস্থাও কিছু গুরুত্বপুর্ণ। কৈশােৰ কালৰ শিক্ষাৰ বাবে মাধ্যমিক শিক্ষা উপযুক্ত বুলি ভবা হৈছে। |
উল্লেখযােগ্য যে ব্যক্তি জীৱনৰ জটিলতাপূর্ণ কৈশােৰ কালক সামৰি লােৱা মাধ্যমিক শিক্ষাই সমগ্র শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ১৯৫২-৫৩ চনত মাধ্যমিক শিক্ষা আয়ােগে মাধ্যমিক শিক্ষাৰ তিনিটা সামাজিক লক্ষ্যৰ বিষয়ে উনুকিয়াইছিল। সেইকেইটা হ’ল— |
(১) দেশৰ সমসাময়িক ৰাজনৈতিক, সামাজিক বা অর্থনৈতিক সমস্যাৰ পটভূমিত বর্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থাক গঢ় দিয়া। |
Subsets and Splits
No saved queries yet
Save your SQL queries to embed, download, and access them later. Queries will appear here once saved.