text
stringlengths 0
188k
|
---|
দৰ্শন |
অৱদানকাৰী |
Suggest |
স্থিতি: |
open |
ভাগ-বতৰা |
ভিন্ন ৰোগৰ বাবে প্ৰয়োজন হেল্থ পলিচি : |
সাধাৰণতে এটা হেল্থ ইঞ্চুৰেন্স কৰিলে কি কি সুবিধা পাৰি জানো আহকচোন - |
সম্প্রতি আগৰ তুলনাত সমগ্র বিশ্বতে চিকিৎসা বিজ্ঞান ক্ষিপ্ৰগতিত আগুৱাবলৈ ধৰিছে। প্রায় প্রত্যেকটি ৰোগৰ বাবে নিত্য নতুন চিকিৎসা পদ্ধতিৰ উদ্ভাৱন হ’বই ধৰিছে। আগৰ তুলনাত বর্তমান উদ্ভাৱন হোৱা ঔষধ-পাতি, অস্ত্রোপ্ৰচাৰ আদিৰ ক্ষেত্ৰত অহা পৰিৱর্তন লেখত ল’বলগীয়া। কিন্তু বিতং পৰীক্ষা-নীৰিক্ষা তথা ঔষধ-পাতিৰ নামত খৰচৰ পৰিমাণৰ হাৰ যথেষ্ট বৃদ্ধি হোৱাত সর্বসাধাৰণৰ বাবে খৰচ বহন কৰা কঠিন হৈ পৰিছে। দেশৰ চৰকাৰী হাস্পতালসমূহৰ ক্ষেত্ৰত এতিয়াও সকলো ৰাজ্যতে সমানে চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা হোৱা নাই, যাৰ বাবে মধ্যবিত্ত শ্রেণীৰ কোনো লোক জটিল ৰোগৰ বশৱর্তী হ’লে পৰিয়ালটিৰ ওপৰত আহি পৰে অত্যাধিক খৰচৰ বোজা—যি বহন কৰা কঠিন হৈ পৰে। এই বোজাৰ পৰা হাত সাৰিবলৈ আমাৰ মাথোন এটাই বিকল্প আছে সেয়া হ’ল— হেল্থ ইঞ্চুৰেন্স। হয়, হেল্থ ইঞ্চুৰেন্সৰ দ্বাৰা চিকিৎসাৰ ক্ষেত্ৰত অহা সকলো আর্থিক সমস্যা সুন্দৰভাৱে পাৰ কৰি কম টকা ব্যয়ৰ যোগেদি সু-চিকিৎসা লাভ কৰিব পাৰি। |
সাধাৰণতে এটা হেল্থ ইঞ্চুৰেন্স কৰিলে কি কি সুবিধা পাৰি জানো আহকচোন - |
যেতিয়া এজন লোকে হেল্থ ইঞ্চুৰেন্স কৰে, তাৰ ঠিক ত্ৰিশদিনৰ পিছত পলিচীৰ অন্তৰ্গত বুলি সেই মানুহজনক ধৰা হয়। অর্থাৎ ত্রিশ দিনৰ পিছত সুবিধাসমূহ পোৱা যায়। |
যিকোনো ৰোগৰ ক্ষেত্ৰত চৌবিশ ঘণ্টাৰ ভিতৰত হাস্পতালত ভর্তি হ’ব লাগিব। |
অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত পলিচী কৰাৰ পিছত কমেও দুবছৰৰ পিছত এই সুবিধা গ্রহণ কৰিব পাৰিব। |
যিকোনো এখন হেল্থ পলিচীৰ অৱধি এবছৰ। অর্থাৎ প্রতিবছৰে পুনৰ ৰিনিউ কৰিব লাগে। |
সম্প্রতি অনেক হেল্থ ইঞ্চুৰেন্স কোম্পানীয়ে জটিল ৰোগৰ (কেন্সাৰ, ডায়েবেটিছ, পাইল্চ) ক্ষেত্ৰতো গ্রাহকক সুবিধা প্রদান কৰিছে, কেৱল পলিচীখনৰ চাৰিবছৰ পূৰ্ণ হোৱাটো প্ৰয়োজন। |
একো একোখন পলিচী যিমান টকাৰে ক্ৰয় কৰা হয়, তাৰ ঠিক নব্বৈ শতাংশ কোম্পানীয়ে বহন কৰে। পলিচী হ’ল্ডাৰে কেৱল দহ শতাংশহে খৰচ বহন কৰিবলগীয়া হয়। |
হেল্থ ইঞ্চুৰেন্স কৰা লোকজনৰ চিকিৎসাৰ উপৰিও দুর্ঘটনাত মৃত্যুবৰণ কৰিলে পলিচীৰ বাবদ পোৱা ধনৰাশি তেওঁৰ নমিনীয়ে লাভ কৰে। |
হেল্থ ইঞ্চুৰেন্স কোম্পানীসমূহৰ দেশৰ যিকোনো ঠাইৰ হাস্পতাল ক্ষেত্ৰত প্রযোজ্য। অর্থাৎ অসমত কৰা এখন পলিচীৰ ক্ষেত্ৰত যদি পলিচী হ’ল্ডাৰজন দিল্লী বা কলকাতা বা দেশৰ যিকোনো ঠাইত বেমাৰত পৰিলে সেই ঠাইৰ হাস্পতালতো পলিচী কার্যকৰী হ’ব। |
হেল্থ পলিচী কৰিব পৰা দেশৰ আগশাৰীৰ কোম্পানীকেইটা হ’ল— অৰিয়েণ্টল, নেচনেল, নিউ ইণ্ডিয়া আৰু ইউনাইটেড ইণ্ডিয়া হেল্থ ইঞ্চুৰেন্স। ইয়াৰ বাহিৰেও অনেক ব্যক্তিগত কোম্পানীয়ে ৰাইজলৈ এনে সেৱা আগবঢ়ায়। |
মুঠতে সাম্প্রতিক সময়ছোৱাত পৰিয়ালৰ প্রতিজন লোকৰ বাবেই একোখন হেল্থ পলিচীৰ প্রয়োজনৰ কথা নুই কৰিব নোৱাৰি। |
উৎস: নন্দিনী। |
শেহতীয়া উন্নীতকৰণ: : 3/29/2020 |
0 |
0 ratings and 0 comments |
Your Rating |
Roll over stars then click to rate. |
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws. |
কৃষি |
কৃষি ইনপুট |
শস্য উৎপাদন |
শস্য চপোৱাৰ পিছত প্ৰযুক্তি |
পশুধন |
হাঁহ-কুকুৰা |
অধিক চাওক ... |
স্বাস্থ্য |
মহিলাৰ স্বাস্থ্য |
শিশুৰ স্বাস্থ্য |
এনআৰএইচএম |
আয়ুষ |
পুষ্টি |
অধিক চাওক ... |
শিক্ষা |
শিশু অধিকাৰ |
নীতি/আঁচনিসমূহ |
শিশুৰ কৰ্ণাৰ |
শিক্ষকৰ কৰ্ণাৰ |
অনলাইন মূল্যায়ন |
অধিক চাওক ... |
সমাজ কল্যাণ |
মহিলা আৰু শিশু বিকাশ |
অনুসূচীত জনজাতিৰ কল্যাণ |
অনুসূচীত জাতি কল্যাণ |
পিছপৰা শ্ৰেণীসমূহ |
অসংগঠিত খণ্ড |
অধিক চাওক ... |
শক্তি |
শক্তিৰ মৌলিক |
শক্তি সংৰক্ষণ |
শক্তি দক্ষতা |
শক্তি উৎপাদন |
সৰ্বশ্ৰেষ্ঠ অনুশীলন |
অধিক চাওক ... |
ই-প্ৰশাসন |
ভাৰতত ই-গভৰ্ণেন্স |
আৰটিআই আইন 2005 ৰ বিষয়ে |
অনলাইন ই-গভ সেৱাসমূহ |
ভিএলইৰ বাবে সম্পদ |
ভ্ৰাম্যমাণ শাসন |
অধিক চাওক ... |
এই পৰ্টেলৰ যোগেৰে ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয় দ্বাৰা ভাৰত বিকাশ প্ৰৱেশদ্বাৰ প্ৰকল্পৰ অধীনত সামাজিক উন্নয়নৰ বাবে এক ৰাষ্ট্ৰযোৰা প্ৰচেষ্টা চলাই থকা হৈছে। ইয়াৰ জৰিয়তে ৰাইজলৈ সুনিশ্চিত তথ্যৰ যোগান, তথ্যৰ জ্ঞান, তথ্য প্ৰযুক্তি আৰু যোগাযোগ সেৱা আৰু সামগ্ৰীৰ সুবিধাসমূহ আগবঢ়োৱাৰ চেষ্টা কৰা হৈছে। আইএনডিজি প্ৰকল্পটো ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় ৰ সহায়ত চেণ্টাৰ ফ’ৰ ডেভেলপমেণ্ট অব এডভান্স কম্পিউটিং, হায়দৰাবাদ (C-DAC) ৰ দ্বাৰা কাৰ্য্যকৰী কৰা হৈছে।<eot>ক'ভিডকালীন সময়ত ব্লু ডাৰ্টৰ সমুখত মুখ্যমন্ত্ৰীয়ে তোলা ফটো পাবলিচিটি ষ্টান্তহে আছিল নেকি? https://youtu.be/AA9Xh-GbTXk |
কোভিডৰ ভয়াৱহ সময়ত পিপিই কিটক লৈ আপোনাৰ পত্নীয়ে যি হেতালি খেলিলে তাৰ শাস্তি কি হ’ব? |
The CrossCurrent Jun 3, 2022 |
কোভিডৰ ভয়াৱহ সময়ত পিপিই কিটক লৈ আপোনাৰ পত্নীয়ে যি হেতালি খেলিলে তাৰ শাস্তি কি হ’ব? আপোনাৰ পত্নীক অধিক দৰদত পিপিই কিটৰ ঠিকা দিয়াটো কোভিডৰ নামত কেলেংকাৰি বুলি কিয় নকম? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক প্ৰশ্ন ৰাইজৰ দলৰ৷ দ্য ক্ৰছকাৰেন্ট আৰু দ্য… |
ডঃ হিমন্ত বিশ্ব শৰ্মাই কি কি ক’লে সংবাদমেলত- |
The CrossCurrent Feb 7, 2022 |
আজি জনতা ভৱনত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত বহু কেইটা গুৰুত্বপূর্ণ কথা ঘোষণা কৰে মুখ্যমন্ত্রী শৰ্মাই। মুখ্যমন্ত্রীগৰাকীৰ ঘোষণা, ১৫ ফেব্ৰুৱাৰী পৰা ৰাজ্যত নাথাকিব কোনো ধৰণৰ নৈশ কাৰ্ফিউ। কিন্তু সকলোৱে মাস্ক পিন্ধাটো… |
অ’মিক্ৰনে ভোগালী বিহু পাতিবলৈ দিবনে? |
The CrossCurrent Jan 6, 2022 |
১ জানুৱাৰীৰ পৰা ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে ক’ভিড ৰোগীৰ সংখ্যা৷ আনহাতে, অসমত ২জন লোক অ’মিক্ৰনত আক্ৰান্ত হৈছে৷ এজন ৰোহন দাস। তেওঁক শ্বিলঙত পৰীক্ষা কৰা হৈছিল আৰু আনজন চৌদি আৰবৰ পৰা অহা মহম্মদ মামুদ হুছেইন৷ তেওঁক যোৰহাটত টেষ্ট কৰা হৈছিল৷… |
নৱবৰ্ষৰ প্ৰথমটো দিনতেই মুখ্যমন্ত্ৰীৰ সংবাদমেল |
The CrossCurrent Jan 1, 2022 |
আজি ২০২২ বৰ্ষৰ প্ৰথমটো দিন। আজিৰ দিনটোতে কইনাধৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক, সম্পাদকসকলৰ সৈতে সংবাদমেল অনুষ্ঠিত কৰি মত বিনিময় কৰে। লগতে অসম চৰকাৰৰ তৰফৰ পৰা সমূহ অসমবাসীক ইংৰাজী নববর্ষৰ শুভেচ্ছা জনাই।… |
জনপ্ৰিয় |
ঝাড়ুৱে সাৰি পেলালে ‘শুকান পদুম’ক |
ৰোগতকৈ ‘ছাৰ্ভাৰ ডাউন’টোহে ৰোগীৰ সমস্যা |
“মামা,আমাক খেলিবলৈ দিয়ক !” |
অভিযন্তাক অপদস্থক কৰাৰ বাবেই বিদ্যুৎ কৰ্তন |
খহনীয়াই খহাইছে ‘সপোন’ |
স্মাৰ্ট আৰক্ষীৰ ‘গা এৰা’ দিয়া কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ |
- Advertisement - |
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>ক্ৰমশ: অধিক বিপদৰ মাজত সোমাই পৰিছে ইউক্ৰেইনত থকা ভাৰতীয় ছাত্ৰ ছাত্ৰীসকল ৷ দেশখনৰ চেকপোষ্টত ভাৰতীয় ছাত্ৰক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপণ হৈছে ৷ ভাৰতে ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ বিৰুদ্ধে ভোটদান নকৰাৰ বাবেই এই প্ৰতিশোধ লোৱা বুলি ছাত্ৰ –ছাত্ৰীসকলে… |
জনপ্ৰিয় |
হোজাইৰ ‘হাম’ৰ বিৰুদ্ধে অভিযোগ |
চীনৰ সৃষ্টি আছিল কৰ’না |
শিৱাজীক অপমান সিন্দে চৰকাৰৰ ! |
বঙহৰ যুঁজ ,নিহত ১ জন |
আপ বিজেপিৰ বি টীম ! |
টুইট কৰি গ্ৰেপ্তাৰ নেতা |
- Advertisement - |
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>দেশত নিৰ্বাচনৰ বতৰ। গেৰুৱা বাহিনীৰ হিন্দু-মুছলিম ৰাজনীতি। এফালে হিজাবৰ নামত দেশ বিভক্ত! গণতন্ত্ৰত প্ৰায় কথা কব নোৱাৰা পৰিস্থিতি। দেশৰ সংবাদ মাধ্যমবোৰৰ চকুত গেৰুৱা প্ৰেম। অৰ্থনীতি তললৈ নামি নামি পাতাল চুবলৈ বাকী। নিবনুৱা সমস্যাত প্ৰায় বিধ্বস্ত দেশ। ভুল কাৰ? নেহেৰুৰ। পেগাছাছ বিতৰ্ক! হিজাব বিতৰ্ক! গো-মাতা! কেলেংকাৰী! ভুল কাৰ? নেহেৰুৰ! সাংবিধানিক সংকট আৰু গণতন্ত্ৰ খহি পৰাৰ ক্ষণত আমাৰ ভাৰতবৰিষ। ভুল নেহেৰুৰ! দেশত এতিয়া এটাৰ পিছত এটা ডাঙৰ কেলেংকাৰী, দুৰ্নীতি, প্ৰবঞ্চনাৰ তথ্য পোহৰলৈ আহিছে। এবিজি ছিপয়াৰ্ড, লুই বাৰ্জাৰ, একাধিক বেংক ফ্ৰড ইত্যাদি ইত্যাদি! ভুল হয়তো নেহেৰুৰে! এতিয়া আকৌ নতুন এটা কেলেংকাৰীৰ বজাৰত প্ৰৱেশ ঘটিছে। এই কেলেংকাৰীত আছে প্ৰেম, বিশ্বাস, অন্ধবিশ্বাস, ভক্তি, অন্ধভক্তি আৰু হিমালয়ত ধ্যানমগ্ন গুৰুজী। কেলেংকাৰীটো এখন চুপাৰহীট হিন্দী চিনেমাৰ প্লটৰ দৰে! কাহিনীটো দেশৰ অৰ্থনীতিৰে জড়িত! এই কেলেংকাৰীত জড়িত আছে দেশৰ জনগনৰ সাঁচি থোৱা ধন। কেইবা হাজাৰ কোটি টকীয়া এই কেলেংকাৰী ঘটিছে দেশৰ অৰ্থনীতি চোৱা চিতা কৰা NSE অৰ্থাৎ নেছনেল ষ্টক এক্সেঞ্জত। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.