text
stringlengths
0
188k
...
...
...
...
...
LIVE TV
শাখা
অসম
খবৰ
দেশ
বিশ্ব
জীৱন শৈলী
ফটো
ভিডিঅ
লাইভ টিভি
শেহতীয়া বাতৰি
আজি অসমৰ জনপ্ৰিয় সংগীতশিল্পী মানস ৰবীনৰ জন্মদিন। আপুনিও জনাওক প্ৰিয়শিল্পীজনক শুভেচ্ছা
শ্ৰদ্ধা ৱালকাৰৰ হত্যাকাৰী আফটাব পুনাৱাল্লাই এইবোৰ কাম কৰি তিহাৰ জে'লত পাৰ কৰিছে সময়
আজমল অসমীয়াৰ শত্ৰু, বিজেপিৰ অক্সিজেন, বিজেপিৰ শ্ৰুতলিপি মতেই আজমলে এই মন্তব্য কৰিছে : লুৰিণজ্যোতি গগৈ
অহা ৬ ডিচেম্বৰত মুকলি হ'ব নলবাৰী তাৰকাগৃহ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো 3D তাৰকাগৃহ
‘বদৰুদ্দিন আজমলৰ পৰকীতি লৰিছে, মানসিক অৱস্থাৰ গণ্ডগোল হৈছে!’ – ক’লে মন্ত্ৰী পীযূষ হাজৰিকাই
আমাৰ বিষয়ে
আমাক যোগাযোগ কৰক
ব্যক্তিগত নীতি
কুকি পলিচী
চাইট মেপ
NETWORK 18 SITES
News18 India
CricketNext
News18 States
Bangla News
Gujarati News
Urdu News
Marathi News
TopperLearning
Moneycontrol
Firstpost
CompareIndia
History India
MTV India
In.com
Burrp
Clear Study Doubts
CAprep18
Education Franchisee Opportunity
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.<eot>কলিয়াবৰৰ কুঁৱৰীটোলত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসৰ এটা কাৰ্য্যসূচী।
210
VIEWS
Share on FacebookShare on Twitter
অসমৰ সমাজ-ৰাজনীতি-সংস্কৃতিৰ পুৰোধা ব্যক্তি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক তেওঁৰ মৃত্যু দিৱস ২০ জুনত সমগ্ৰ অসমবাসীয়ে সুঁৱৰি আহিছে। এইবাৰো কাইলৈ ৰাজ্যখনৰ বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱসৰ আয়োজন কৰাৰ বাতৰি আহিছে। কলিয়াবৰৰ কুঁৱৰীটোলত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কলিয়াবৰবাসীৰ সহযোগত কেন্দ্ৰীয়ভাৱে আৰু দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আজিৰ পৰাই বিষ্ণু ৰাভা দিৱস পতা হৈছে। দিৱস উদযাপন স্থলী গান্ধীপথাৰ বিভিন্ন কাৰ্য্যসূচীৰে উখল-মাখল হৈ থকাৰ লগতে কলাগুৰুৰ কালজয়ী গীতেৰে মুখৰিত হৈ আছে।
আজি পুৱা মুখ্য তোৰণ উন্মোচন, মঞ্চ, কাৰ্যালয় উদ্বোধনৰ পিছতে অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত বিষ্ণু ৰাভাৰ গীতৰ প্ৰতিযোগিতা। আয়োজকৰ তৰফৰ পৰা জনোৱা মতে, আজি নিশালৈ অনুষ্ঠিত হ’ব বিষ্ণু ৰাভাৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা।
আনহাতে কাইলৈ, অৰ্থাৎ বুধবাৰে অনুষ্ঠিতব্য বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিব আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈকে ধৰি আছুৰ কেন্দ্ৰীয় নেতৃবৰ্গই।
নিশাৰ সাংস্কৃতিক অনুষ্ঠানত সুৰৰ মূৰ্চনা তুলিব নাহিদ আফ্ৰিন, নীল আকাশ, অপূৰ্ব বেজবৰুৱা আৰু জিনা ৰাজকুমাৰীয়ে।
ৰাভা দিৱসৰ কাৰ্য্যসূচীৰ মাজত কলাগুৰুৰ সাংস্কৃতিক অৱদান আৰু তেওঁৰ জীৱনৰ ওপৰত আলোকপাতৰ প্ৰয়াস কৰিছে বুলি উদ্যোগতাই জানিবলৈ দিছে।
Recent News
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত
নলবাৰীত ৰাজ্যৰ প্ৰথমটো 3D প্লেনেটেৰিয়াম উদ্বোধন: আধাৰশিলা স্থাপনৰ ১০ বছৰ পিছত হ’ল মুকলি
ধৰ্ষণৰ সংজ্ঞা সম্প্ৰসাৰণ চুইজাৰলেণ্ড নিম্ন সদনৰ
লখিমপুৰ খেৰী হত্যাকাণ্ড: আশীষ মিশ্ৰসহ ১৩ গৰাকীৰ বিৰুদ্ধে অভিযোগ গঠন আদালতৰ, আৰম্ভ হ’ব বিচাৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>এটা জাতিয়ে একেলেঠাৰিয়ে ছশ বছৰ ৰাজত্ব কৰা উদাহৰণ ভাৰতৰ নালাগে অসমৰ কোনো বুৰঞ্জীতে বিৰল দৃষ্টান্ত বা পোৱা নাযায় । সেই জাতিৰ শাসন কালত লিখিত ইতিহাসৰ মেটমৰা সম্ভাৰৰ পৰা এটা নিৰ্দিষ্ট ফৈদৰ বুৰঞ্জী উদ্ঘাটন কৰা আৰু সেই ফৈদৰ পৰিয়ালৰ শাখা প্ৰশাখাৰ পৰিচয় তেওঁলোকৰ কাৰ্য কলাপৰ বিশদ বিৱৰণ সামৰি এটা সীমিত পৰিসৰৰ ভিতৰত আলোচনা কৰা কামটো অত্যন্ত দুৰহ জনক ।সূদুৰ ম্যুংমাওৰ (চীনৰ অন্তৰ্গত )য়ুনান ৰ পৰা আহি এই ভূ- খণ্ডত (বৰ্তমান অসম )এক বিৰল পদ্ধতিৰে চাও- -লুং -ছ্যু -ফাই সাৰ্ব ভৌম স্বাধীন ৰাজ্য স্হাপন কৰিছিল,।আগোৱাই আহোতে জয় কৰি অহা ৰাজ্য বোৰ শাসন কাৰ্যৰ সুবিধাৰ বাবে একো একোজন শাসনকৰ্তা থাও-মুং নিয়োজিত কৰি আহিছিল ।চাও- ল্যুং-ছ্যু -কাফাই বিষয় ববীয়া সহিতে প্ৰায় ৯'০০০ হাজাৰ পাকৈত ৰণুৱা লৈ পাটকাই পৰ্বত পাৰ হৈ ব্ৰ হ্ম পুত্ৰ উপত্যকাত প্ৰবেশ এটি ঐতিহাসিক।ঘটনা ।৮০০ বছৰ ৰ পাছত আজি ছ্যু-কাফাৰ অনুগামী "বৰ গোহাঁই " সকলৰ বংশৰ অতীতৰ গৌৰৱ সঠিক ৰূপত ইতিহাসৰ পাতত জিলিকি আছে ।বৰ গোহাঁইৰ পদবী ৰ অৰ্থ পৰিচয় ;সমাজত তথা ৰাজ্যত এওলোকৰ স্থান আদুৰ বিষয়ে বহুল বিশ্লেষণ পোৱা যায় ।
লগতে ৰাজ্যৰ আন আন বিষয়া সকলৰ উপাধি আৰু এওলোকৰ স্হান আদিৰ সামাজিক পদময্যদা ৰ বিষয়ে ও বিষদ সম্ভেদ ইতিহাসে প্ৰদান কৰিছে ।বৰ গোহাঁই বংশৰ লোক সকলক জয় কৰি অহা ৰাজ্য সমুহত কেনেকৈ শাসন কৰ্তা হিচাবে স্বৰ্গদেৱে নিয়োজিত কৰিছিল ।তাৰো বিশদ বিৱৰণ ইতিহাসে দিয়ে ।অসমীয়া ভাষাত বৰগোহাঁই শব্দ ক "বৰগোহাঞি " বুজাবলৈ প্ৰয়োগ কৰাৰ আগলৈকে আহোম।ভাষাত বোলা হৈছিল"চাও ' "ল্যুং অৰ্থাৎ মন্ত্ৰী ।বৰ গোহাঁই বংশৰ কেইবাজনো লোকে স্বৰ্গ দেউ সকলৰ ৰাজসভাত মন্ত্ৰিত্ব আৰু ৰাজ মন্ত্ৰীৰ বাব পোৱাৰ কথা ইতিহাসে কয় ।
থাও ম্যুং টাও গভৰ্ণৰ মানে বাঁহ তলীয়া গোহাঁই ; থাও মং কং দিহিঙ্গীয়া গোহাঁই ;থাও খান জাং খামজঙ্গীয়া গোহাঁই ;থাওম্যুং বা নাঙ্গ শদিয়া খোৱা গোহাঁই ;থাও ম্যুং মা ৰাঙ্গ মৰঙ্গী খোৱা গোহাঁই ইত্যাদি গোহাঁইৰ বিষয় বাব থকাৰ কথা বুৰঞ্জীয়ে কয় ।বৰ গোহাঁই বংশৰ বহু পৰিয়াল ৰাজ্য বিশেষ শাসনকৰ্তা হিচাবে বহু ঠাইত সিচঁৰতি হ'ল,। আজি কেইবা শ বছৰৰ পাছত সেই সকলৰ সতি সন্ততি সকল কোন ক"ত কেনেকৈ সময়ৰ গতিত শেষ হৈ নগলেও কিছু বিলুপ্তি ঘটিছে ।তেওলোকৰ বুৰঞ্জী উদ্ধাৰ কৰাটো দুৰহ হৈ পৰিছে ।উদাহৰণ স্বৰুপে খামজাঙ্গত থকা খামজঙ্গীয়া বৰ গোহাঞি পৰিয়ালটোলৈ আঙুলিয়াব পাৰি ।আহোম ৰাজ্যত" বৰ গোহাঁই" আৰু "বুঢ়া গোহাঁই "দুজনৰ ভিতৰৰ এজনে ৰজা নোহোৱা অৱস্হাত ৰজাৰ দৰে কাৰ্যনিৰ্বাহ কৰিছিল ।আগেয়ে উল্লেখ কৰা হৈছে যে বৰগোহাঁই বংশৰ লোককহে ৰজাই জয় কৰি অহা ৰাজ্য সমুহৰ শাসন কৰ্তাৰ দায়িত্ব অৰ্পণ কৰিছিল ।গতিকে কব পাৰি যে ৰজা নোহোৱা অৱস্থাত বৰগোহা ঞি বংশৰ লোকেই ৰাজ্যত ৰজাৰ স্থান দখল।কৰিছিল ।কেৱলমাত্ৰ যে ৰজা নোহোৱা সময়ত হে ৰজাৰ দায়িত্ব ভাৰেই যে বৰ গোহাঁই বংশৰ লোকে বহন কৰিছিল এনে নহয় ।দেশৰ স্বাৰ্থত সাৰ্বভৌমত্ব অটুত ৰাখিবৰ হেতু সময় সাপেক্ষে প্ৰতিৰক্ষা বিভাগৰ নিম্ন খাপৰ পদবীও পদবীও গ্ৰহণ কৰিবলৈ কুণ্ঠা বোধ নকৰিছিল,।
বৰগোহাঞি সকলৰ স্হান প্ৰশাসনিক আৰু সামৰিক কাৰ্য্য আদি সকলো স্তৰত বিস্তৃত ভাৱে বিয়পি আছিল ।সেয়ে বৰ গোহাঁই বংশৰ লোকে পানীফুকন ;নাওবৈচা ফুকন ;সন্দিকৈ ফুকন ;বৰুৱা আনকি শইকীয়া আদি সামাজিক গাঁথনিৰ উপাধি আজিও বিদ্যমান ।বুৰঞ্জীয়ে ইয়াৰ সাক্ষ্য প্ৰমাণ কৰে ।প্ৰায়বোৰ আহোম বুৰঞ্জীতেই বৰগোহাঁই বংশৰ লোক কোন ৰজাৰ দিনত কিমান দিন ৰাজমন্ত্ৰী বা মন্ত্ৰী হিচাবে কাৰ্য নিৰ্বাহ কৰিছিল তাৰ হিচাব বা তথ্য একাদিক্ৰমে ।পুৰণি অসম।বুৰঞ্জীত "আহোম স্বৰ্গ দেউ সকলৰ দিনত বৰগোহাঁই সকলৰ নাম ______কানগন ১ কিংলুঙ্গ ১ মাঙ্গ ৰাই ১ কানখ্ৰ মুং১ খুনতাম১ খুনতং১ তেওখুন ১ খুন তাই১ ফ্ৰাচুং১ কিলিংখাম ১ তনখাম ১ জয়মুল ১ বেকা ১ খামচিন ১ খামপেত ১ সতু বুঢ়া ১ গুঞি মেলা ১ মাদুৰিয়ালববুঢ়া পুতেক মোলান ১ পাচত কালুগঞা ১ মিৰি সন্দিকৈ বসঙ্গ সৰুদেও ১ খামচেঙ্গ বড়গোহাঁই (পৃষ্টা ৭৫)অসম বুৰঞ্জী সাতসৰীত বৰগোহাঁই
সকলৰ ফৈদৰ নাম এইদৰে পোৱা যায়
১নং গুই মেলা ২নং পৰ্বতীয়া ৩নং পিলিঙা ৪ নং মেছাঘৰীয়া ৫ নং মাদুৰিয়াল ৬ নং কালুগয়া ৭নং দিহিঙ্গীয়া ৮নং চতাইঅলীয়া ৯নং বাৰুকিয়াল ১০ নং মিৰি সন্দিকৈ (পৃষ্টা ৯৮)( সহায় লৈ )
Tags ইতিহাস আৰু ইতিহাস সম্পৰ্কীয় কিছু কথা
Facebook
Twitter
You may like these posts
Post a Comment
Previous Post Next Post
Popular Posts
অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি?
January 07, 2021
মহৎ লোকৰ বাণী | Mohot Lukor Bani | অমৃত বাণী অসমীয়া
July 12, 2020
ফকৰা যোজনা Assamese Proverbs
July 31, 2020
সমার্থক শব্দ
May 11, 2020
বিপৰীত শব্দ
July 20, 2020
UPI ৰ বিষয়ে Unified Payments Interface
January 18, 2021
মোবাইল Dead হলে কেনেকৈ Recover কৰিব আৰু IMEI নম্বৰ পুনৰ কেনেকৈ মোবাইলত ইনষ্টল কৰিব
January 05, 2021
অসম কুইজ (চতুুৰ্থ খণ্ড)
July 17, 2020
আইদেউ সন্দিকৈ
June 27, 2020
অসম কুইজ (প্ৰথম খণ্ড)
May 16, 2020
Subscribe Us
Get new posts by email:
Subscribe
ভাতৃপ্ৰতিম ৱেবছাইট
শিকোঁ আহাঁ Let's Learn
AssamDigital.in
Copyright © 2019-2022 puhorbisarijau.in All Rights Reserved | Design by Blogspot | Distributed by Gooyaabi<eot>দেশৰ নৱতম ক্ৰীড়া চাঞ্চল্য, অসম সন্তান হিমা দাসে আজি নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰে। হিমাই আজি এই গৌৰৱেৰে অসমবাসীকো গৌৰৱিত কৰে।
উল্লেখযোগ্য যে এই বছৰতে হিমাই বিশ্ব জুনিয়’ৰ এথলেটিকছত স্বৰ্ণ পদক জয় কৰি এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এয়া আছিল প্ৰতিযোগিতাখনত ভাৰতৰ ইতিহাসত প্ৰথমটো স্বৰ্ণ পদক।