text
stringlengths 0
188k
|
---|
উল্লেখ্য যে ইতিমধ্যে কিংবদন্তী বক্সাৰ হিচাপে প্ৰতিষ্ঠিত লাভ কৰা মেৰী কমে ষষ্ঠটো বিশ্ব খিতাপ লাভৰ বাবে প্ৰস্তুতি চলাই আছে। প্ৰস্তুতি শিবিৰত মেৰী কমে ভাৰতীয় জুনিয়ৰ বক্সাৰসকলক নিজৰ অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ লগতে কিদৰে নিজকে প্ৰস্তুত কৰিব লাগে সেই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ কৌশল শিকোৱাৰ লগতে বিভিন্ন দিশত সহায় তথা উৎসাহ যোগায় আছে বুলি এটা সাক্ষাৎকাৰত কয় লাভলিনাই। |
সাক্ষাৎকাৰটোত অসমৰ বক্সাৰগৰাকীয়ে কয় যে যদিহে আমাৰ দৰে জুনিয়ৰ বক্সাৰসকলে শিবিৰত অনুশীলন চলাই থাকোতে কিবা ভুল কৰো তেন্তে মেৰী কম আগবাঢ়ি আহি আমাৰ ভুলবোৰ শুধৰাই দিয়ে। তদুপৰি মেৰী কম সহায়ৰ বাবে সদায় প্ৰস্তুত থাকে বুলিও লাভলিনাই উল্লেখ কৰে। |
উল্লেখ্য যে, বিশ্ব চেম্পিয়নশ্বিপত ৬৯ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব অসমৰ লাভলিনাই। গ’ল্ড ক’ষ্ট কমনৱেল্থ গেইমছত সামান্য ভুলৰ বাবে পদক জয়ৰ পৰা বঞ্চিত হোৱা লাভলিনাই এইবাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত পদক জয়ৰ বাবে নিজৰ সৰ্বস্ব উজাৰি দিব বুলি ইতিমধ্যে সদৰী কৰি থৈছে। |
অহা ১৫-২৪ নৱেম্বৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া আইবা মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় ১০ জনীয়া দলটোত লাভলিনাৰ লগতে স্থান লাভ কৰিছে অসমৰ আন এগৰাকী প্ৰতিভাৱান বক্সাৰ ভাগ্যৱতী কছাৰীয়ে। |
Recent News |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>FACT CHECK: এই ভিডিঅ'টোত দিল্লীত কৃষকৰ দ্বাৰা অজয় দেৱগনক প্ৰহাৰ কৰা দেখা যোৱা নাই - Factcrescendo Assamese |
Skip to content |
Monday, November 28, 2022 |
Hindi |
Marathi |
Malayalam |
Tamil |
Gujarati |
Odia |
English |
Bangla |
Sri Lanka |
Myanmar |
Bangladesh |
Cambodia |
Afghanistan |
Factcrescendo Assamese |
The fact behind every news! |
Home |
Archives |
Submit For Fact-Check |
Our Policies |
Privacy Policy |
Terms of Use |
Code Of Principles |
Correction & Submission Policy |
Our Methodology |
Disclaimer |
About Us |
Contact Us |
Coronavirus |
Search for: |
FACT CHECK: এই ভিডিঅ’টোত দিল্লীত কৃষকৰ দ্বাৰা অজয় দেৱগনক প্ৰহাৰ কৰা দেখা যোৱা নাই |
False Social |
March 31, 2021 March 31, 2021 Manjori BorkotokyLeave a Comment on FACT CHECK: এই ভিডিঅ’টোত দিল্লীত কৃষকৰ দ্বাৰা অজয় দেৱগনক প্ৰহাৰ কৰা দেখা যোৱা নাই |
শেহতীয়াভাৱে দুটা দলৰ মাজৰ মাৰপিটৰ এটা দৃশ্যই বাতৰিৰ শীৰোনাম দখল কৰিছে। অসমৰ একাংশ ছোচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰিছে যে দিল্লীত একাংশ ক্ৰোধিত কৃষকে অভিনেতা অজয় দেৱগনক প্ৰহাৰ কৰিছে। ৫মিনিট দৈৰ্ঘ্যৰ এই ভিডিঅ’টোত দেখা পোৱা গৈছে যে লোকসকলে পৰস্পৰে পৰস্পৰক গালিগালাজ কৰিছে আৰু মাৰিছে। বাউন্সাৰসকলে পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ চেষ্টা কৰিছে কিন্তু কিছুসময়ৰ বাবে সেই পৰিবেশেই অব্যাহত থাকে।কেমেৰাত আৱদ্ধ হোৱা এই দৃশ্য ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু দাবী কৰা হয় যে ক্ৰোধিত কৃষকৰ সৈতে অজয় দেৱগনৰ কাজিয়া লাগিছিল। |
তেনেকুৱা এটা পোষ্ট এইটো: (সতৰ্কবানী: অশালীন শব্দ আছে) |
Original Link- Facebook | Archived Link |
আমি জানিব পাৰিলো যে ভাইৰেল হোৱা দাবীটো মিছা। এয়া অজয় দেৱগনক প্ৰহাৰ কৰা ভিডিঅ’ নহয়। |
সত্যতা নিৰূপন পদ্ধতি: |
আমি এই কথা জানো যে এই মাহৰ আৰম্ভনীতে কৃষি আইনৰ বিৰোধত চলি থকা কৃষক বিদ্ৰোহ সন্দৰ্ভত অজয় দেৱগনে কৰা এটা টুইটৰ প্ৰতিবাদত মুম্বাইত তেওঁৰ গাড়ীখন এজন লোকে আৱদ্ধ কৰিছিল। Original Link- Free Press Journal |
এইটো দাবীৰ সত্যাসত্য নিৰূপনৰ বাবে আমি অজয় দেৱগনৰ ছোচিয়েল মিডিয়া একাউন্টসমুহ পৰীক্ষা কৰিলো আৰু ২০২১চনৰ ২৯মাৰ্চত কৰা এটা পোষ্ট দেখিলো য’ত লিখা আছিল যে ‘মোৰ দৰে দেখা কোনো’ লোক সমস্যাত পৰিল। মই বহুজনৰ পৰা কুশল বাৰ্তাৰ বাবে ফোনকল লাভ কৰি আছো। নিশ্চিত কৰো যে মই ক’লৈকো যোৱা নাই, সকলো বাতৰি মিছা আৰু ভিত্তিহীন। হোলীৰ শুভকামনা!” |
Some ‘doppelgänger’ of mine seems to have got into trouble. |
I’ve been getting concerned calls. Just clarifying, I’ve not traveled anywhere. All reports regarding me being in any brawl are baseless. Happy Holi |
— Ajay Devgn (@ajaydevgn) March 29, 2021 |
Archived Link |
আমি মূল ভিডিঅ’টো বিচাৰিলো। গুগলত প্ৰাসংগিক শব্দৰে কৰা ছাৰ্চে আমাক ইণ্ডিয়া টুডে’ৰ এটা বাতৰিৰ সন্ধান দিলে। |
বাতৰিটো অনুসৰি ২৭মাৰ্চত দিল্লীৰ এ’ৰোচিটীত দুটা গোটৰ মাজত সংঘাত লাগে। এখন গাড়ীয়ে আন এখন গাড়ীত খুন্দা মৰাৰ ফলত এই কাজিয়াৰ সুত্ৰপাত ঘটে। বাতৰিটোত সাংবাদিকজনে ক’তো এবাৰো অজয় দেৱগনৰ নাম উল্লেখ কৰা দেখা নগ’ল। |
এনডিটিভিৰ বাতৰি মতে সেই ঘটনাটোত গ্ৰেপ্তাৰ কৰা দুজন হৈছে জনকপুৰীৰ তৰণজিৎ সিং(৩১) আৰু ছাওলা গাঁৱৰ নভীন কুমাৰ(২৯)। |
https://www.ndtv.com/delhi-news/group-fight-erupts-near-delhi-airport-after-two-cars-scrape-each-other-2400321 |
Archived Link |
শুকুৰবাৰে নিশা সিং আৰু কুমাৰে নিশাৰ আহাে গ্ৰহন কৰি আহি থকাৰ সময়ত তেওঁলোকৰ গাড়ীখনত আন এখন গাড়ী ‘সামান্য’ স্পৰ্শ কৰাৰ পিছত ঘটনাটো ঘটিছিল। আৰক্ষীৰ মতে তেওঁলোকে কাজিয়া আৰম্ভ কৰিছিল আৰু আন বহুকেইজন লোকে তেওঁলোকৰ লগ লাগে। |
টাইমছ নাউৰ বাতৰি এটাৰ উত্তৰ দি আইজিআই বিমানবন্দৰৰ ডেপুটী কমিছনাৰ অৱ পুলিছে টুইট কৰি জানিবলৈ দিয়ে যে দিল্লীৰ এ’ৰোচিটীৰ সেই ঘটনাটো সন্দৰ্ভত আইনৰ নিৰ্দিষ্ট ধাৰাত গোচৰ ৰুজু কৰিছে আইজিআই বিমানবন্দৰ আৰক্ষীয়ে। তদন্তৰ সময়ত দুয়োপক্ষৰে দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু অধিক তদন্ত অব্যাহত আছে। |
#NewsAlert | New Delhi: Brawl breaks out between two groups after a car collision near Aerocity. |
Details by Nilashish. pic.twitter.com/M1qiRTLePm |
— TIMES NOW (@TimesNow) March 27, 2021 |
Archived Link |
আনহাতে অজয় দেৱগনে এই কথাক উৰাবাতৰি আখ্যা দি নস্যাৎ কৰিছে। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত অজয় দেৱগনৰ কাৰ্যালয়ৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে ভিডিঅ’ত দেখা মানুহজন অজয় দেৱগন নহয়। আমোদজনকভাৱে যোৱা ১৪মাহত অজয় দেৱগনে এবাৰো ৰাজধানী চহৰখনলৈ যোৱা নাই। |
“২০২০চনৰ জানুৱাৰীত টানহাজী দ্য আনচাং ৱাৰিয়ৰ নামৰ চিনেমাখনৰ প্ৰচাৰৰ বাবে দিল্লীলৈ যোৱাৰ পিছৰে পৰা তেওঁ আৰু যোৱা নাই। গতিকে দিল্লীৰ পাব এখনৰ সমুখৰ তেওঁ কাজিয়াত লিপ্ত হোৱাৰ খবৰটো সম্পূৰ্ণ ভিত্তিহীন। আমি সংবাদ মাধ্যমক অনুৰোধ কৰো এটা কথা প্ৰকাশ কৰক যে বিগত ১৪মাহত অজয় দেৱগনে এবাৰো দিল্লীলৈ যোৱা নাই আৰু মুম্বাইত মইদান, মে’ডে’ আৰু গংগুবাই কাথিৱাৰীত শ্বুটিঙত ব্যস্ত আছে। সকলো সংবাদ মাধ্যমকে যিকোনো কথা প্ৰকাশ কৰাৰ আগতে এবাৰ পুনৰীক্ষণ কৰিবলৈ আহ্বান জনালো।” ডিএনলৈ অজয় দেৱগন অফিচৰ তৰফৰ পৰা প্ৰেৰণ কৰা বিবৃতিত প্ৰকাশ। Original Link- DNA | Archived Link |
ফলাফল: |
গতিকে, এইটো নিশ্চিত যে দিল্লীৰ সেই ভিডিঅ’টোত অজয় দেৱগন নাই। আৰু তেওঁক কৃষকে প্ৰহাৰ কৰা কথাটো মিছা। |
Title:এই ভিডিঅ’টোত দিল্লীত কৃষকৰ দ্বাৰা অজয় দেৱগনক প্ৰহাৰ কৰা দেখা যোৱা নাই |
Fact Check By: Manjori Borkotoky |
Result: False |
Tagged Fact Crescendo Assameseঅজয় দেৱগনকৃষকফেক্ট ক্ৰেছেণ্ডো অসমীয়া |
Post navigation |
FACT CHECK: ভাইৰেল ভিডিঅ’ত দাবী কৰা হৈছে যে ভাৰতত ব্যৱহাৰ হোৱা ইভিএমত খেলিমেলি কৰিব পাৰি। |
FACT CHECK: অসমৰ নুমলীগড় ৰিফাইনাৰী ব্যক্তিগতকৰণ কৰা হোৱা নাই! |
Related Posts |
মোগল গাৰ্ডেনৰ নাম সলনি কৰা হব বুলি ভুৱা বাতৰি প্ৰচাৰ হৈছে! |
August 21, 2020 March 12, 2022 Manjori Borkotoky |
FACT CHECK: এটা পুৰণি ভিডিঅ’ মিছা দাবীৰ সৈতে পুনৰ প্ৰচাৰিত হৈছে যে এইটো শেহতীয়াকৈ দিল্লী-ডুবাই স্পাইচজেট বিমানত সংঘটিত এক চুৰি ঘটনাৰ হয় |
November 23, 2021 January 28, 2022 Manjori Borkotoky |
FACT CHECK: ইণ্ডোনেছিয়াৰ শেহতীয়া বিমান দুৰ্ঘটনাৰ ফটোৰ সৈতে অনুৰূপ পুৰণি ফটো ভূলকৈ প্ৰচাৰ কৰা হৈছে |
January 15, 2021 March 12, 2022 Manjori Borkotoky |
Leave a Reply Cancel reply |
Your email address will not be published. Required fields are marked * |
Comment * |
Name * |
Email * |
Website |
Save my name, email, and website in this browser for the next time I comment. |
Δ |
ClimateFactChecks.org |
Climate Change adversely impacts Water Security | Steps Towards Climate Resilient Water Management Systems |
Legalizing Cannabis in Sri Lanka? Pros, Cons & Impacts on Climate Change! |
Explained | What is Net-Zero Greenwashing and why was it highlighted by the UN Secy-Gen at COP27 |
Post misleadingly claims UN Report says CO2 deadlier than Cancer |
Hydroelectric power for Climate resilience – Overview of the Victoria Hydropower plant |
Popular Posts |
এইখন পৃথিৱীৰ ক্ষুদ্ৰতম চৰাই হামিংবাৰ্ডৰ দুষ্প্ৰাপ্য ছবি নেকি? ছচিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰ... by Manjori Borkotoky |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.