text
stringlengths 0
188k
|
---|
ফোনত অচিনাক্ত ব্যক্তিগৰাকীয়ে আম্বানী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলকো ভাবুকি জাৰি কৰিছিল বুলি চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষীৰ ওচৰত অভিযোগ কৰিছিল। |
ইয়াৰ পাছতে আৰক্ষীয়ে নিশাটোৰ ভিতৰতে অভিযান চলাই বিহাৰৰ পৰা এই ব্যক্তিগৰাকী গ্ৰেপ্তাৰ কৰে। |
উল্লেখ্য যে বিগত দুটা মাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে আম্বানী পৰিয়ালে এনে ভাবুকি লাভ কৰিছে। যোৱা ১৫ আগষ্টত আম্বানীৰ পৰিয়ালে এনে ভাবুকিৰ ফোন কল লাভ কৰিছিল। |
পিছত এই ফোনকলৰ অভিযুক্ত এগৰাকী ব্যক্তিক দহিচৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। |
Recent News |
চোৰৰ চুৰিকাণ্ডৰ অভিনৱ কৌশল! কোম্পানীৰ বিষয়াৰ ভাও লৈ লুটি নিলে মোবাইল টাৱাৰ |
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান |
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>নগাঁৱৰ চকলাঘাট দৰঙীয়াল গাঁৱত কোম্পানীৰ এজেন্ট হিচাপে অহা এজন লোকে আজি দিন-দুপৰতে এটা মোবাইল চুৰি কৰি ৰাইজৰ হাতত ধৰা পৰা ঘটনাই অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। |
এগৰাকী মহিলাৰ এটা চেমচাঙ মোবাইল চুৰি কৰাৰ অপৰাধত ৰাইজে ধৰা পেলালে কোম্পানীৰ এজেন্টৰ ৰূপত সামগ্ৰী বিক্ৰী কৰিবলৈ অহা চোৰটোক। প্ৰিঞ্চ মাৰকেটিং নামৰ পঞ্জীয়নহীন কোম্পানীৰ এজেন্টৰূপী ধৃত চোৰটো নগাঁৱৰ তেলীয়াগাঁৱৰ প্ৰাঞ্জল দাস ওৰফে বিকি দাস বুলি চিনাক্ত কৰা হৈছে। |
ঘটনাৰ সবিশেষ জানিব পৰা মতে, দৰঙীয়াল গাঁৱৰ উপেন ভূঞা নামৰ লোক জনৰ ঘৰত দুপৰীয়া উপস্থিত হৈছিল এই চোৰটো। প্ৰথমে নিজকে এটা কোম্পানীৰ এজেন্টৰূপে চিনাকি দি গৃহস্থক দিছিল এখন ভাগ্য পৰীক্ষাৰ টিকট। গৃহস্থই টিকটটো মচি চোৱাত তাত লিখা থকা দেখা পাইছিল এটা মিক্সাৰ গ্ৰাইন্ডাৰ। |
চোৰটোৱে গৃহস্থক ৩০০০ টকা মূল্যৰ মিক্সাৰটো মাত্ৰ ১৭০০ টকাৰ বিনিময়ত প্ৰদান কৰিব বুলি কোৱাত মিক্সাৰটো কিনিবলৈ উদ্যত হৈছিল গৃহস্থ। পিছে এনেতে উপেন ভূঞাৰ ৱোৱাৰীয়েকৰ হাতত এটা দামী স্মাৰ্টফোন দেখি চোৰটোৱে ছলেৰে মহিলাগৰাকীক পানী পিয়াহ লগা বুলি কয়। মহিলাগৰাকীয়ে মোবাইলটো বাহিৰৰ এখন টেবুলতে ৰাখি ভিতৰলৈ পানী আনিবলৈ যাওতেই চোৰটোৱে মোবাইলটো লৈ উধাও হয়। |
পিছত মহিলাগৰাকী আহি চোৰটোৰ লগতে মোবাইল ফোনটো নেদেখাত হৈ চৈ লগাই আৰু ততাতৈয়াকৈ সেই স্থানত পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজ উপস্থিত হয়। স্থানীয় লোক সমগ্ৰ ঘটনা অৱগত হোৱাত চোৰটোক বিছাৰি অভিযান আৰম্ভ কৰে আৰু গাঁৱৰ কিছু দূৰৈত চোৰটোক কৰায়ত্ত কৰাৰ লগতে উত্তম-মধ্যম শোধায় জাজৰি আৰক্ষীক গতাই দিয়ে। |
আৰক্ষীয়ে লগতে চোৰটোৰ লগত এজেন্ট ৰূপে অহা অন্য দুজন ব্যক্তিকো কৰায়ত্ত কৰি সম্প্ৰতি জেৰা চলাই আছে। এতিযা এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। |
Recent News |
খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত |
গুজৰাটৰ মৰ্বি দলং দুৰ্ঘটনা সন্দৰ্ভত ভুৱা টুইট: ৮ ডিচেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ তৃণমূল নেতা চাকেত গোখলেক |
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত |
নলবাৰীত ৰাজ্যৰ প্ৰথমটো 3D প্লেনেটেৰিয়াম উদ্বোধন: আধাৰশিলা স্থাপনৰ ১০ বছৰ পিছত হ’ল মুকলি |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ছবিত দেখা কিশোৰজন গুজৰাট বদোদৰাৰ শিৱম সোলাংকি। মানুহৰ যে কিমান অসাধাৰণ জীৱনীশক্তি থাকিব পাৰে এওঁ তাৰেই যেন জ্বলন্ত দৃষ্টান্ত। |
শিৱমে কিলাকুটিৰে লিখি এইবাৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত বহিছে। মাত্ৰ ১৩ বছৰ বয়সতে এক বৈদ্যুতিক দুৰ্ঘটনাত তেওঁ দুয়োখন হাত আৰু ভৰি এখন হেৰুৱাইছিল। |
দুৰ্ঘটনাৰ পিছত সম্পূৰ্ণৰূপে অচল হৈ পৰা ১৩ বছৰীয়া শিৱমে শিক্ষা গ্ৰহণৰ বাবে উলিয়ালে নতুন উপায়। ল’ৰাজনে কিলাকুটিৰে লিখাৰ চেষ্টা কৰিলে। |
কিলাকুটিৰে আখৰ লিখাৰ চেষ্টাই হৈ পৰিল শিৱমৰ জীৱনৰ একমাত্ৰ সাধনা। কিলাকুটিত মোজা আৰু ৰচি বান্ধি কলমটো ধৰি ৰখাৰ চেষ্টা কৰিলে। |
ঘণ্টা ঘণ্টা ধৰি তেওঁ অসম্ভৱপ্ৰায় কামটোকে কৰি থাকিল। আৰু এদিন কিলাকুটিৰে আখৰ লিখাৰ অসম্ভৱ কামটো ল’ৰাজনে সম্ভৱ কৰি তুলিলে। |
আৰু শিৱমৰ সেই চেষ্টাৰ ফল হ’ল— মেট্ৰিক পৰীক্ষাত তেওঁ ৮১ শতাংশ নম্বৰ পাই উত্তীৰ্ণ হ’ল। |
এইবাৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত মেট্ৰিকতকৈয়ো ভাল ফল দেখুৱাবলৈ সংকল্প লৈছে শিৱমে। |
“মই সাজু। আশা কৰো, এই বছৰ মই দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাতকৈ বহুত ভাল নম্বৰ পাম,” প্ৰকাশিত বাতৰিত শিৱমৰ উদ্ধৃতি। |
নিজৰ ভাল ফলাফলক লৈ আত্মবিশ্বাসী শিৱমে সহপাঠীসকলকো পৰীক্ষাৰ শুভেচ্ছা দিছে। কৈছে, পৰীক্ষাক লৈ চাপ ল’ব নালাগে। |
“ই তোমাৰ সমগ্ৰ জীৱনটো নিৰ্ধাৰণ নকৰে! কেৱল ভালকৈ প্ৰস্তুতি চলোৱা আৰু ভাল কৰা।” |
এনে এজন পুত্ৰক লৈ মাক-দেউতাকে কি ক’ব? শিৱমৰ দেউতাক মাথো অভিভূত। |
শিৱমৰ দেউতাক মুকেশ সোলাংকিয়ে পুত্ৰৰ সফলতাৰ বাবে ঈশ্বৰক ধন্যবাদ দিয়ে: ভগৱানে তাৰ কথা শুনিলে, তাক জীয়াই ৰাখিলে। |
অসাধাৰণ ছাত্ৰজনৰ প্ৰতি বিদ্যালয়ৰ শিক্ষকসকলেও বিশেষ যত্ন লয় আৰু ঘৰত আহিও পাঠ গ্ৰহণত সহায় আগবঢ়ায়। |
Recent News |
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’ |
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ |
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? |
কুখ্যাত অপৰাধী হৰপ্ৰীত সিঙক দিল্লী বিমান বন্দৰত আটক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>শনিবাৰে অসমলৈ আহি আছে সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিয়ে সম্পন্ন কৰিছে 'আশীৰ্বাদ যাত্ৰা'ৰ সকলো প্ৰস্তুতি - W7S News |
Home |
about |
contact |
404 |
Breaking News |
অসম |
গুৱাহাটী |
উত্তৰ-পূৰ্বাঞ্চল |
ব্যৱসায়-বাণিজ্য |
ৰাজনীতি |
মনোৰঞ্জন |
সাহিত্য |
Breaking |
Home Top Ad |
Responsive Ads Here |
Post Top Ad |
Responsive Ads Here |
Friday, 20 August 2021 |
Home অসম শনিবাৰে অসমলৈ আহি আছে সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিয়ে সম্পন্ন কৰিছে 'আশীৰ্বাদ যাত্ৰা'ৰ সকলো প্ৰস্তুতি |
শনিবাৰে অসমলৈ আহি আছে সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিয়ে সম্পন্ন কৰিছে 'আশীৰ্বাদ যাত্ৰা'ৰ সকলো প্ৰস্তুতি |
W7S News August 20, 2021 অসম, |
W7s News নিউজ ডেস্ক: ২১ আগষ্টৰ পুৱা ১০ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ’বহি সৰ্বানন্দ সোণোৱাল।লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত ক'ভিড প্ৰট'কলৰ মাজেৰে সোণোৱালক আদৰিব ৰাজ্যিক বিজেপিয়ে৷ |
১০-৩০ত বিমান বন্দৰৰ পৰা সোণোৱালক লৈ আৰম্ভ হ’ব জন আশীৰ্বাদ যাত্ৰা।বিমান বন্দৰৰ পৰা পোনে পোনে আজাৰাত এখন কাৰ্যকৰ্তা সভাত অংশ ল'ব কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীগৰাকীয়ে৷১১-৪৫ ত ড০ ভূপেন হাজৰিকাৰ সমাধিস্থলত তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।দিনৰ ১২-৩০ বজাত জন আশীৰ্বাদ যাত্ৰা উপস্থিত হ’ব কামাখ্যাত।কামাখ্যা মন্দিৰ দৰ্শনৰ পাছতে মাছখোৱাত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত উপস্থিত হৈ বীৰ লাচিতলৈ জনাব শ্ৰদ্ধাঞ্জলি।ইয়াৰ পাছত ক্ৰমে ২-১৫ত গুৱাহাটী মহানগৰ জিলা কাৰ্যালয়ত সম্বৰ্ধনা।দিনৰ ৩ বজাত বজাত হেঙেৰাবাৰীৰ মুখ্য কাৰ্যালয়ত সংবাদ মেল।৪-৪৫ বজাত নেহেৰু ষ্টেডিয়ামত অসম অলিম্পিক সন্থাৰ এখন সম্বৰ্ধনা অনুষ্ঠান।ইয়াৰ পাছত যাত্ৰা ব্ৰহ্মপুত্ৰ গেষ্ট হাউচলৈ যাব আৰু তাতেই ২১ আগষ্টৰ জন আশীৰ্বাদ যাত্ৰা সমাপ্ত হ’ব।২২ আগষ্টত দিনৰ ১২ বজাত জোঙাল বলহুৰ প্ৰতিমূৰ্তিত জনাব শ্ৰদ্ধাৰ্ঘ্য ৷১২-৩০ বজাত ফুলগুৰিত কৃষকৰে বৈঠকত মিলিত হৈ পৰিদৰ্শন কৰিব ক'ভিড ভেক্সিনেচন চেণ্টাৰ৷২-৩০ বজাত বটদ্ৰৱা থান দৰ্শন কৰি স্থানীয় লোকৰ সৈতে সোণোৱাল মিলিত হ'ব বৈঠকত৷৪ বজাত নগাঁও সাংস্কৃতিক কেন্দ্ৰত সম্বৰ্ধনা গ্ৰহণ কৰি যোৰহাটত নিশা কটাব কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীগৰাকীয়ে৷ তৃতীয় দিনা পুৱা ১০ বজাত যোৰহাট জিলা পুথিভঁৰালত যোৰহাটৰ নেতৃস্থানীয় ব্যক্তিৰে মত বিনিময় কৰিব সোণোৱালে৷এই মত বিনিময়ৰ পিছতে মৰিয়নিত কাৰ্যকৰ্তাৰ সম্বৰ্ধনা গ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে৷ইয়াৰ পিছতে সোণোৱাল যাব ঢেকীয়াখোৱা নামঘৰলৈ৷ঢেকীয়াখোৱা নামঘৰতে ধাৰ্মিক ব্যক্তিৰে আলোচনাত মিলিত হ'ব মন্ত্ৰীগৰাকী৷তৃতীয় দিনাৰ অন্তিম কাৰ্যসূচী হিচাপে ডিমৌত কাৰ্যকৰ্তাৰে বৈঠকত মিলিত হোৱাৰ লগতে মত বিনিময় কৰিব বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতা, ক্ৰীড়াক্ষেত্ৰৰ ব্যক্তি, সংগঠনৰে৷ |
#sarbananda sonowal#assam |
Tags # অসম |
Share This |
About W7S News |
অসম |
By W7S News at August 20, 2021 |
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest |
Labels: অসম |
No comments: |
Post a Comment |
Newer Post Older Post Home |
Subscribe to: Post Comments (Atom) |
Post Bottom Ad |
Responsive Ads Here |
Author Details |
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. |
Facebook |
Powered by Blogger. |
Search |
শেহতীয়া |
জনপ্ৰিয় |
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ |
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে... |
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ... |
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ |
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক... |
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ |
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স... |
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#... |
মন্তব্য |
Archive |
Archive December (3) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2) |
Sponsor |
AD BANNER |
সাহিত্য |
Tags |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.