text
stringlengths 0
188k
|
---|
News18 Assam |
Last Updated : March 05, 2022, 14:08 IST |
Share this: |
News18 Assam |
অষ্ট্ৰেলিয়ান স্পিনাৰ শ্বেন ৱাৰ্নৰ মৃত্যুৱে শোকাকুল কৰিছে বিশ্ব ক্ৰিকেট জগত। শুক্ৰবাৰে থাইলেণ্ডৰ তেওঁৰ ভিলাত শেষ নিশ্বাস ত্যাগ কৰে ৱাৰ্নে। ৫২ বছৰীয়া ৱাৰ্নৰ অকাল মৃত্যুত ক্ৰিকেট জগত হতবাক হৈ পৰিছে। |
অষ্ট্ৰেলিয়াৰ মেলবৰ্ন ক্ৰিকেট গ্ৰাউণ্ডৰ (MCG) বাহিৰত শ্বেন ৱাৰ্নৰ এটা ডাঙৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰজনৰ মৃত্যুৰ এদিন পিছত ৰাতিপুৱাৰে পৰা তেওঁৰ স্মৃতিত মানুহ প্ৰতিমূৰ্তিটোৰ ওচৰত উপস্থিত হৈছে। শ্বেন ৱাৰ্নৰ প্ৰিয় বস্তুবোৰ প্ৰতিমূৰ্তিৰ তলত ৰাখি অনুৰাগীসকলে কিংবদন্তি ক্ৰিকেটাৰজনক স্মৰণ কৰে আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। |
ইয়াৰ লগতে বিশ্বৰ প্ৰাক্তন আৰু বৰ্তমানৰ ক্ৰিকেট খেলুৱৈসকলে প্ৰসিদ্ধ লেগ-ব্ৰেক স্পিন বলাৰগৰাকীৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। |
ভাৰত আৰু শ্ৰীলংকাৰ মাজত মোহালিত অনুষ্ঠিত টেষ্টৰ দ্বিতীয় দিনা খেলুৱৈসকলে ক'লা ফিটা পৰিধান কৰি খেলপথাৰত প্ৰৱেশ কৰে। দুয়োটা দলে এক মিনিটৰ মৌনতা পালন কৰি শ্বেন ৱাৰ্নক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। |
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙে কয় যে তেওঁ ১৫ বছৰ বয়সত প্ৰথমবাৰৰ বাবে শ্বেন ৱাৰ্নক লগ পাইছিল। শ্বেন ৱাৰ্নে তেওঁক এটা উপনামো দিছিল। খেলুৱৈ গৰাকী মৃত্যুক শব্দৰে প্ৰকাশ কৰাটো টান বুলি তেওঁ উল্লেখ কৰে। |
Hard to put this into words. I first met him when I was 15 at the Academy. He gave me my nickname. |
We were teammates for more than a decade, riding all the highs and lows together. |
Through it all he was someone you could always count on, someone who loved his family... pic.twitter.com/KIvo7s9Ogp |
— Ricky Ponting AO (@RickyPonting) March 5, 2022 |
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কোহলিয়ে ৱাৰ্নৰ মৃত্যুত দুখ প্ৰকাশ কৰে। কোহলীয়ে কয় যে শ্বেন ৱাৰ্ৰন মৃত্যুত কৈছিল যে তেওঁ এইটো বিশ্বাস কৰিব নোৱাৰে। |
"Life is fickle and unpredictable. I stand here in disbelief and shock."@imVkohli pays his tributes to Shane Warne. pic.twitter.com/jwN1qYRDxj |
— BCCI (@BCCI) March 5, 2022 |
ভাৰতীয় দলৰ কেপ্টেইন ৰোহিত শৰ্মাই ৱাৰ্নক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে |
ভাৰতীয় দলটোৱে বৰ্তমান মোহালিত শ্ৰীলংকাৰ বিৰুদ্ধে দুখন খেলৰ শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ খেলি আছে। দ্বিতীয় দিনাৰ খেল আৰম্ভ হোৱাৰ আগতে ৰোহিত শৰ্মাই শ্বেন ৱাৰ্নৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। |
"Absolutely devastated to hear the news of Shane Warne passing away. It's a huge huge loss in our cricketing world. Condolences to his family. His three children and the loved ones." |
Captain @ImRo45 pays tribute to Shane Warne. pic.twitter.com/LrRR7kJeU5 |
— BCCI (@BCCI) March 5, 2022 |
সম্প্ৰতি চলি থকা মহিলা বিশ্বকাপৰ খেলখনতো এক মিনিটৰ বাবে মৌনতা অৱলম্বন কৰা হয়। আইচিচি মহিলা বিশ্বকাপ ২০২২ৰ খেলখনত অষ্ট্ৰেলিয়াৰ মহিলা দলে এক মিনিটৰ বাবে নীৰৱতা পালন কৰি শ্বেন ৱাৰ্নক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অষ্ট্ৰেলিয়াৰ দলটোৱে হাতত ক'লা ফিটা পিন্ধি খেলপথাৰত প্ৰৱেশ কৰে। |
ৱাৰ্নৰ মৃত্যুৰ বাতৰি শুনি কিংবদন্তি শচীন তেণ্ডুলকাৰে টুইট কৰে, "হতবাক, খেলপথাৰত বা বাহিৰত আপোনাৰ সৈতে কোনো বিৰক্তিকৰ মুহূৰ্ত নাছিল। খেলপথাৰত আমাৰ প্ৰতিদ্বন্দ্বিতা আৰু বাহিৰৰ হাঁহি-ধেমালিৰ কথা মনত ৰাখিম, ভাৰতীয়সকলৰ মনত আপোনাৰ বাবে এক বিশেষ স্থান আছিল।" |
এসময়ত বিশ্বৰ কিংবদন্তি বেটছমেনসকলক তেওঁৰ বলিং যাদুৰে আচৰিত কৰি তোলা ৱাৰ্ন 'বল অফ দ্য চেঞ্চুৰী'ক ক্ৰিকেট অনুৰাগীসকলে এতিয়াও ভালদৰে স্মৰণ কৰে। ২০০৭ চনত কেৰিয়াৰৰ অন্তিমখন টেষ্ট খেলা ৱাৰ্নে কেতিয়াও অষ্ট্ৰেলিয়াৰ অধিনায়ক হোৱাৰ সুযোগ পোৱা নাছিল। অৱশ্যে ১৯৯৯ চনত তেওঁ দলটোৰ উপ-অধিনায়ক হয়। |
Published by:Gautam Barman |
First published: March 05, 2022, 13:14 IST |
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া| |
cricket newsRohit sharmaShane Warne deadVirat Kohli |
ফটো |
... |
... |
... |
শেহতীয়া বাতৰি |
... |
... |
... |
... |
... |
LIVE TV |
শাখা |
অসম |
খবৰ |
দেশ |
বিশ্ব |
জীৱন শৈলী |
ফটো |
ভিডিঅ |
লাইভ টিভি |
শেহতীয়া বাতৰি |
বজাৰত আহিছে 'হিটাৰ জেকেট', আপুনি বুটাম টিপিলে প্ৰচণ্ড শীততো ঘাম ওলাব ... |
বিশ্বকাপ চাবলৈ কিমান জন ভাৰতীয় কাটাৰলৈ গৈছে ? আপুনি সংখ্যা জানি আচৰিত হ'ব ... |
ৰেপো ৰেট বৃদ্ধি: সূতৰ হাৰ বৃদ্ধিৰ ফলত এফালে দুখ আৰু আনফালে সুখ, কিয় জানক |
ব্রণ, ব্লেকহেড, ক'লা দাগৰ পৰা শুষ্কতা-শীতকালৰ ছালৰ সমস্যালৈকে, এই ঘৰত বনোৱা ফেচ পেকে ছালৰ সকলো সমস্যা আঁতৰ কৰে ... |
Ram Gopal Varma Viral Video : অভিনেত্ৰী আশু ৰেড্ডীৰ সৈতে ৰাম গোপাল বৰ্মাৰ বিস্ময়কৰ ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল |
আমাৰ বিষয়ে |
আমাক যোগাযোগ কৰক |
ব্যক্তিগত নীতি |
কুকি পলিচী |
চাইট মেপ |
NETWORK 18 SITES |
News18 India |
CricketNext |
News18 States |
Bangla News |
Gujarati News |
Urdu News |
Marathi News |
TopperLearning |
Moneycontrol |
Firstpost |
CompareIndia |
History India |
MTV India |
In.com |
Burrp |
Clear Study Doubts |
CAprep18 |
Education Franchisee Opportunity |
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.<eot>ডিজিটেল ডেস্ক, গুৱাহাটী : যোৱা ২৯ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা যশস্বী কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ শুকুৰবাৰে সুচাৰুৰূপে অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয় ৷ |
উল্লেখ্য যে শিল্পী গৰাকীয়ে স্নানাগাৰত পৰি আঘাতপ্ৰাপ্ত হৈ এখন ভৰি বিক্ষত হৈছিল। পোনতে অস্ত্ৰোপচাৰ নকৰাকৈ ঠিক হৈ যাব বুলি চিকিৎসকে ভৰসা দিছিল যদিও পাছত অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লয়। |
বৰ্তমান কণ্ঠশিল্পীগৰাকীক দুদিনৰ বাবে আই চি ইউত ৰখা হ'ব। তাৰ পাছত আৰু কিছুদিন চিকিৎসালয়তে কটাব লাগিব কণ্ঠশিল্পীগৰাকীয়ে। বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিয়ে চিকিৎসকে।<eot>নূপুৰ শৰ্মাই দেশবাসীৰ ওচৰত ক্ষমা খুজিব? বিতৰ্কিত নেত্ৰী নূপুৰ শৰ্মাক ১০ টা ধমক উচ্চতম ন্যায়ালয়ৰ। একেসময়তে দিল্লী আৰক্ষীকো ভৰ্ৎসনা ন্যায়ালয়ৰ। ন্যায়ালয়ৰ প্ৰশ্ন ইমান দিনে কি কৰি আছিল দিল্লী আৰক্ষীয়ে? https://youtu.be/HAWFRusR708 |
‘দেশবাসীৰ ওচৰত ক্ষমা খোজা উচিত নুপূৰ শৰ্মাই’ উচ্চতম ন্যায়ালয় |
The CrossCurrent Jul 2, 2022 |
দেশৰ বিভিন্ন প্ৰান্তত নূপুৰ শৰ্মাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰসমূহ দিল্লীলৈ স্থানান্তৰিত কৰাৰ আৱেদন খাৰিজ কৰি উচ্চতম ন্যায়ালয়ৰ তীব্ৰ তিৰস্কাৰ বিজেপিৰ নিলম্বিত নেত্ৰী নূপুৰ শৰ্মাক। https://youtu.be/XDL5y4m2GBY |
দেশ জ্বলিছে নুপুৰ শর্মাৰ বিৰুদ্ধে ক্ষোভত |
The CrossCurrent Jun 11, 2022 |
দেশ জ্বলিছে নুপুৰ শর্মাৰ বিৰুদ্ধে ক্ষোভত৷ উত্তৰ প্ৰদেশ,দিল্লী,মহাৰাষ্ট্ৰ,কর্নাটক,ঝাৰখণ্ড,পশ্চিম বংগত ক্ষোভৰ দাবানল৷ দাউদাউকৈ জ্বলিছে বাহন,ভাঙিছে মন্ত্ৰীৰ গাড়ী৷ শুক্ৰবাৰৰ নামাজৰ পিছতেই দেশৰ প্ৰান্তে প্ৰান্তে অভাবনীয় পৰিস্থিতি৷ আনফালে নুপুৰ… |
৩৮ নেতা-নেত্ৰীৰ মুখত সোপা বিজেপিৰ |
The CrossCurrent Jun 9, 2022 |
কথাত বঁটা পায়,কথাত কটা যায়। দলৰ পৰা বহিষ্কৃত হোৱাতে সীমাবদ্ধ থকা নাই শাস্তি। সন্মুখীন হ'ব লাগিব আৰু অধিক শাস্তিৰ। https://youtu.be/hCgwuVsPXWM |
বিজেপি নেত্ৰীৰ হজৰত মহম্মদক অপমান: কোন দেশৰ কি প্ৰতিক্ৰিয়া ? |
The CrossCurrent Jun 8, 2022 |
বিজেপি নেত্ৰী নুপূৰ শৰ্মাই হজৰত মহম্মদ সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ পাছতে আন্ত:ৰাষ্ট্ৰীয় স্তৰত ভাৰত প্ৰবল চাপৰ সন্মুখীন হৈছে ৷ বিশেষকৈ আৰৱ দেশসমূহে বিজেপি নেত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছত ভাৰতক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছে ৷ বিজেপিয়ে… |
বিজেপি প্ৰবক্তাৰ লাক-বান্ধ নোহোৱা কথাই কেনেদৰে ৰাষ্ট্ৰীয় স্বাৰ্থ বিঘ্নিত কৰিছে? |
The CrossCurrent Jun 7, 2022 |
https://youtu.be/IuWSu4XeOIM বিজেপি প্ৰবক্তাৰ লাক-বান্ধ নোহোৱা কথাই কেনেদৰে ৰাষ্ট্ৰীয় স্বাৰ্থ বিঘ্নিত কৰিছে? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit:… |
৫৭ খন দেশৰ সংগঠনে ক’লে – ভাৰত ঠেক মনোবৃত্তিৰ , নাকচ কৰিলে বিদেশ মন্ত্ৰালয়ে , কিন্তু কিয় ? |
The CrossCurrent Jun 6, 2022 |
৫৭ খন দেশৰ সংগঠনে ক’লে – ভাৰত ঠেক মনোবৃত্তিৰ , নাকচ কৰিলে বিদেশ মন্ত্ৰালয়ে , কিন্তু কিয় ? ‘টাইমছ নাও’ চেনেলত বিজেপি মুখপাত্ৰ নুপূৰ শৰ্মাই পয়গম্বৰ মহম্মদ সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ পাছতেই আন্ত:ৰাষ্ট্ৰীয় স্তৰত তীব্ৰ চাপৰ সন্মুখীন হৈছে ভাৰত… |
বিজেপি নেত্ৰীৰ বাবে লজ্জানত হ’ল নেকি ভাৰত ? |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.