text
stringlengths 0
188k
|
---|
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214) |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>এখন বৰফেৰে নিৰ্মাণ কৰা ৰেষ্টুৰেণ্ট, যি খন ৰেষ্টুৰেণ্ট এতিয়া হৈ পৰিছে কাশ্মীৰৰ গুলমাৰ্গ ভ্ৰমণ কৰা পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু। |
স্কি ৰিজৰ্ট গুলমাৰ্গত বৰফেৰে নিৰ্মাণ কৰা ইগলুৰ ভিতৰত স্থাপিত এখন ব্যতিক্ৰমী ৰেষ্টুৰেণ্ট। |
ইগলু হৈছে বৰফেৰে নিৰ্মিত এটা ঘৰ। মূলতঃ তুষাৰপাত হোৱা অঞ্চলত তৈয়াৰ কৰা হয়। কানাডাৰ আৰ্কটিক আৰু গ্ৰীণলেণ্ড অঞ্চলত ইগলু দেখা যায়। |
গুলমাৰ্গৰ স্থানীয় হোটেল ব্যৱসায়ী চৈয়দ ৱাছিম শ্বাহে নিৰ্মাণ কৰা এই ইগলু ৰেষ্টুৰেণ্ট খনকেই বিশ্বৰ সৰ্ববৃহৎ ইগলু ৰেষ্টুৰেণ্ট বুলি দাবী কৰা হৈছে। |
ইগলু ৰেষ্টুৰেণ্ট খনৰ উচ্চতা ৩৭.৫ ফুট, আৰু ইয়াৰ ব্যাস ৪৪.৫ ফুট। |
৬৪ দিনত ১৭০০ জন লোকে দিনে-নিশাই কাম কৰি এই ইগলু ৰেষ্টুৰেণ্ট খন নিৰ্মাণ কৰি উলিয়াইছে। |
উল্লেখ্য পৃথিৱীৰ আটাইতকৈ ডাঙৰ ইগলু নিৰ্মাণ কৰা হৈছিল ২০১৬ চনত চুইজাৰলেণ্ডত। ইয়াৰ উচ্চতা আছিল ৩৩.৮ ফুট, আৰু ব্যাস আছিল ৪২.৪ ফুট। |
Recent News |
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী |
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ |
বিড়ম্বনা! ‘ভাৰত জোড়ো যাত্ৰা’ত অংশগ্ৰহণ কৰি চাকৰি হেৰুৱালে শিক্ষকে |
দুর্ভাগ্যই লগ নেৰা হৈছে বন্দে ভাৰতক! এইবাৰ পুনৰ ষাঁড় গৰুক খুন্দিয়ালে বন্দে ভাৰত এক্সপ্ৰেছে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭সংখ্যক দেৰগাওঁ অধিৱেশনখন আজিৰ পৰা দেৰগাৱঁৰ আহোম পথাৰত আৰম্ভ হৈছে। অহা ১০ ফেব্ৰুৱাৰি পৰ্য্যন্ত এই অধিৱেশন চলি থাকিব। |
লাখ লাখ অনুগামী থকা তথা মহাপুৰুষজনাৰ এক শৰণ নাম-ধৰ্মৰ আদৰ্শেৰে পৰিচালিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বাৰ্ষিক অধিৱেশনলৈ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিছে। |
বিভিন্ন প্ৰাথমিক, আঞ্চলিক আৰু জিলা শাখাবোৰৰ পৰা আহিব লগীয়া অনুগামী তথা বাপসকল আৰু আইসকলক আদৰিবলৈ তথা থকা-মেলাৰ সুবিধা দিবলৈ ইতিমধ্যে আয়োজক সমিতিয়ে সকলো ধৰণৰ ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা বুলি এটা সূত্ৰই জানিবলৈ দিছে। |
এইবাৰ অভ্যৰ্থনা সমিতিয়ে মুঠ ৬০ হাজাৰ প্ৰতিনিধিক ৰাখিব পৰাকৈ ব্যৱস্থা কৰা বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে। |
সূত্ৰটোৱে জনোৱা মতে এইবাৰৰ প্ৰতিনিধি শিবিৰবোৰ কিছু উন্নত মানৰকৈ গঢ়ি তোলা হৈছে। তাৰ লগতে নামঘৰ, মণ্ডপ, ভোজনালয় মূল তোৰণ আদিও আন কেইবাৰতকৈ যথেষ্ট উন্নত আৰু আটকধুনীয়া কৰা হৈছে। |
আজি আৰম্ভণি দিনটোত বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্য্যসূচী থকা বুলি আয়োজক সমিতিৰ সূত্ৰই আমাক জানিবলৈ দিছে। তাৰ ভিতৰত পুৱা চাফাই কাৰ্য্যসূচী, প্ৰাতঃপ্ৰসংগ, বৃক্ষৰোপণ ইতিমধ্যে হৈ গৈছে। |
অলপ পিছতে নাট ঘৰৰ আসন প্ৰতিষ্ঠাৰ কাৰ্য্যসূচী আছে। আনহাতে আদৰণি সমিতিৰ দ্বাৰ উদ্ঘাটন কৰিব প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে, জিলা কাৰ্য্যালয়ৰ দ্বাৰ উদ্ঘাটন কৰিব প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে। ১.৩০ বজাৰ পৰা মূল মণ্ডপত গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰা হৈছে। ইয়াত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়া উপস্থিত থকাৰ কথা। |
উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘ কেৱল এটা ধৰ্মীয় অনুষ্ঠানেই হৈ ৰোৱা নাই। ই শংকৰী কৃষ্টি-সংস্কৃতিৰো চৰ্চাৰ এখন মঞ্চ ৰূপে কাম কৰি আহিছে। |
Recent News |
পান্না বাঘ সংৰক্ষিত বনাঞ্চলত চাঞ্চল্য: গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বাঘৰ মৃতদেহ |
মৰহিছে পদুম! দিল্লী পৌৰ নিগম নিৰ্বাচনত আপৰ বিজয় ধ্বজা |
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ? |
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>নগাঁও জিলাৰ চামগুৰি সমষ্টি অন্তৰ্ভুক্ত আমনিস্থিত নিমন্ত্ৰণী হোটেলত আজি বিয়লি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কলিয়াবৰ শাখা সমিতিয়ে বিভিন্ন সমস্যা সমাধানৰ দাবীত এখন সংবাদমেল আয়োজন কৰে। |
উক্ত সংবাদমেলত অসম চৰকাৰৰ লগতে বিভিন্ন ৰাজনৈতিক দলক ক্ষুৰধাৰ সমালোচনা কৰি ছাত্ৰ সংগঠনটোৱে কয় যে চাহ জনগোষ্ঠী তথা কলিয়াবৰবাসী ৰাইজৰ সমস্যাক লৈ বিগত সময়ৰ কংগ্ৰেছ চৰকাৰে চাহ জনগোষ্ঠীটোক ঠক প্ৰবঞ্চনা কৰি গ’ল আৰু বৰ্তমান শাসনাধিষ্ঠিত চৰকাৰেও চাহ শ্ৰমিক তথা বাগান বস্তিৰ এলেকাৰ মানুহক বিভিন্ন সুবিধাৰ পৰা বঞ্চিত কৰি আহিছে। |
কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে কোনো দিনে চাহ শ্ৰমিকৰ সমস্যাৰ বুজ ল’বলৈ নাহিল, মাথো নিৰ্বাচন আহিলেই ভোট বিচাৰি আহে। ঠিক তেনেকৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী হৈও চিকনী চাহ বাগিছাৰ শ্ৰমিক সকলৰ কোনো সমস্যা সমাধান কৰাৰ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই বুলিও সংবাদমেলত উল্লেখ কৰে। |
আজিৰ সংবাদ মেলৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সকিয়াই দি সংগঠনটোৱে কয় যে, ‘বাগান বস্তিৰ অঞ্চলবোৰৰ ৰাইজক যাতে সমাগত লোকসভা নিৰ্ব্বাচনত টকাৰ প্ৰলোভন দি মদ খোৱাই বিভিন্ন ৰাজনৈতিক দলে প্ৰলোভিত নকৰে।’ লগতে আটছাই জনগোষ্ঠীটোৰ ৰাইজক বিবেক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়। |
আনহাতে সংবাদমেলৰ পিছতেই আমনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ সংগঠনটোৱে জনজাতিকৰণ, মাটিৰ পট্টা প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাকে ধৰি বিভিন্ন সমস্যাৰ সমাধান দাবীত সাংসদ গৌৰৱ গগৈ, সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী কেশৱ মহন্তৰ পুতুলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। |
Recent News |
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ |
নমস্কাৰ, মই ৰবিশ কুমাৰ… |
প্ৰতিবাদৰ সমুখত নতশিৰ! ‘মৰেলিটি পুলিচ’ বাহিনী ভংগ ঘোষণা ইৰান প্ৰশাসনৰ |
মাওবাদীৰ বিৰুদ্ধে এনকাউণ্টাৰস্থলীত উদ্ধাৰ আমেৰিকাত নিৰ্মিত যুদ্ধাস্ত্ৰ: দাবী আৰক্ষীৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>সোণতকৈ ব্ৰঞ্জৰ দাম বেছি; মোদীৰ নিলামত লাভলীনাৰ গ্লোভছ নীৰজৰ জেভলিনতকৈ ওপৰত Prag News : Latest Assam News , Best Assamese News Channel, Assam News Live Today , North East Brea |
Home |
Regional |
National |
International |
Business |
Entertainment |
Sports |
Lifestyle |
Technology |
Politics |
Health |
Live TV |
Home |
Regional |
National |
International |
Business |
Entertainment |
Sports |
Lifestyle |
Technology |
Politics |
Health |
Live TV |
Home |
News |
ৰাষ্ট্ৰীয় |
সোণতকৈ ব্ৰঞ্জৰ দাম বেছি; মোদীৰ নিলামত লাভলীনাৰ গ্লোভছ নীৰজৰ জেভলিনতকৈ ওপৰত |
ৰাষ্ট্ৰীয় |
Image Credit: Internet |
Sep 18, 2021 | moderator |
ডিজিটেল ডেস্ক: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিলামৰ প্ৰতি বিশেষ আগ্ৰহ আছে বুলি বিভিন্নজনে কয়।সম্ভৱত: সময়ে সময়ে বিভিন্ন ৰাজহুৱা খণ্ডৰ প্ৰতিস্থান আৰু সম্পদক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ বাবেই তেওঁক কিছু লোকে এইভাৱে কয়। কিন্তু এনে সমালোচনাক কাহানিও তেওঁ গুৰুত্ব দিয়া নাই। এইবাৰো তেওঁ নিলাম কৰিছে। অৱশ্যে ৰাজহুৱা প্ৰতিষ্ঠান নহয়। নিলাম কৰিছে লাভলীনা বৰগোহাঁই, নীৰজ চোপ্ৰাকে ধৰি অলিম্পিকৰ পদক বিজয়ীসকলে তেওঁক দিয়া উপহাৰসমূহহে। |
এই নিলাম কাৰ্যৰ বাবে তেওঁ আয়োজন কৰে ই- অকশ্যনৰ। আৰু এইবাৰো অতিকে সফল হয় এই বিশেষ আয়োজন। প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে আয়োজিত এই ই-অকশ্যনৰ প্ৰথম দিনটোতেই ১০ কোটি টকাৰ নিলাম ধন সংগ্ৰহ হয়। সৰ্বাধিক মূল্যত নিলাম হয় অসম কন্যা লাভলীনাই টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ বিজয়ী খেলখনত পিন্ধা গ্লোভছজোৰ। এই গ্লোভছজোৰ নিলাম হয় ১.৯২ কোটি টকাত। দ্বিতীয় সৰ্বাধিক মূল্যত নিলাম হয় নীৰজ চোপ্ৰাৰ পদক বিজয়ী জেভলিনডাল।সংগ্ৰহ কৰা হয় ১.৫৫ কোটি টকা।দেখা গ’ল, স্বৰ্ণজয়ী নীৰজৰ জেভলিনতকৈ ক্ৰেতাই অধিক মূল্য পৰিশোধ কৰে ব্ৰঞ্জবিজয়ী লাভলীনাৰ গ্লোভছজোৰৰ বাবে! |
আনহাতে পেৰা অলিম্পিকৰ পদক বিজয়ীসকলে প্ৰধানমন্ত্ৰীক উপহাৰ স্বৰূপে দিয়া সামগ্ৰীসমূহৰ নিলাম কৰিও ভালেখিনি ধন সংগ্ৰহ কৰা হয়। |
ইফালে এই নিলাম অনুষ্ঠানৰ সফলতাই স্বাভাৱিকতেই উল্লসিত কৰি তুলিছে আয়োজকসকলক। প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি অনাগত ১৯ টা দিনলৈ চলিবলগীয়া এই নিলাম কাৰ্যসূচীয়ে সাফল্যৰ ধাৰা অব্যাহত ৰাখিব বুলি তেওঁলোক আশাবাদী। অৱশ্যে অনাগত ১৯ দিনত আৰু কি কি সামগ্ৰীৰ নিলাম হয় সেয়াহে লক্ষ্যণীয় হ’ব! |
Share : |
Sponsor Ad |
Click Here To Advertise With Us |
Instagram Feed |
Follow Us |
Sponsor Ad |
Click Here To Advertise With Us |
Subsets and Splits
No saved queries yet
Save your SQL queries to embed, download, and access them later. Queries will appear here once saved.