text
stringlengths 0
188k
|
---|
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214) |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>খিলঞ্জীয়াৰ সুৰক্ষাৰ ক্ষেত্ৰত ১৯৫১ চনটো ভিত্তিবৰ্ষ হিচাপে ল’বৰ বাবে দীৰ্ঘদিন ধৰি মাত মাতি অহা প্ৰব্ৰজন বিৰোধী মঞ্চৰ সভাপতি উপমন্যু হাজৰিকাই এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এন আৰ চি প্ৰকাশত সুখী নোহোৱা বুলি উল্লেখ কৰে। |
উল্লেখযোগ্য যে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ‘৮০ লাখৰ ঠাইত ৪০ লাখহে ওলাইছে, গতিকে মই সুখী নহয়।’ বুলি মন্তব্য কৰে প্ৰব্ৰজন বিৰোধী মঞ্চৰ সভাপতি উপমন্যু হাজৰিকাই। লগততে কয় যে ‘কেৱল ময়েই নহয়, অসমৰ খিলঞ্জীয়াসকলো সুখী নহয়।’ |
আনহাতে চূড়ান্ত খচৰাত যদিও ৪০ লাখ লোকৰহে নাম বাদ পৰিছে, তেনেক্ষেত্ৰত অনগাত দিনত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পাছত এই সংখ্যা কিমান কমিব তাৰ ঠিক নাই বুলিও হাজৰিকাই সন্দেহ প্ৰকাশ কৰে। |
ইয়াৰোপৰি ৪০ লাখ লোকৰ নাম এন আৰ চিত বাদ পৰা কথাটো ৰহস্যজনক বুলি সদৰী কৰি ‘প্ৰকাশ জয়ছোৱালে ৪ জুলাই ২০০৪ ত কৈছিল অসমত ৫০ লাখ বিদেশী থকাৰ কথা কৈছিল। প্ৰয়াত হিতেশ্বৰ শইকীয়াই ১৯৯২ চনত অসমত ৩২ লাখ বাংলাদেশী থকাৰ কথা কৈছিল আৰু কিৰেন ৰিজিজুৱে এতিয়া ৮০ লাখ বিদেশী থকাৰ কথা কৈছিল। কিন্তু এতিয়া সংখ্যাটো কেনেকৈ কম পৰিল?’ বুলি প্ৰশ্ন উত্থাপন কৰে হাজৰিকাই। |
আৰু এই ক্ষেত্ৰত ৮০ লাখৰ পৰা সংখ্যাটো কিয় কম হ’ল তাৰ এক অনুসন্ধান কৰিব লাগে বুলিও তেওঁ চৰকাৰক দাবী উত্থাপন কৰে। |
ইফালে ‘নাম বাদ পৰাসকলে ওজৰ আপত্তি দৰ্শোৱাৰ সুবিধা পাইছে, যাৰ ফলত চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ ক্ষেত্ৰত এটা দিঘলীয়া প্ৰক্ৰিয়া হ’ব।’ এই মন্তব্য কৰে হাজৰিকাই। |
‘এন আৰ চি খনে আমাক সংখ্যালঘু হোৱাৰ পৰা কিমান পৰিমাণে ৰক্ষা কৰিব সেইটোহে ডাঙৰ বিষয়।’ বুলিও হাজৰিকাই মন্তব্য কৰে। |
পৰৱৰ্তী পৰ্য্যায়ত প্ৰব্ৰজন বিৰোধী মঞ্চৰ হৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব নেকি বুলি সোধাত তেওঁ কয় ‘আমি উচ্চতম ন্যায়ালয়ৰ কাষ নাচাপো। আমাৰ মূল এজেণ্ডা এটাই যে, আমাক ৰক্ষাকবচ প্ৰদান কৰিব লাগে। ৰক্ষাকবচৰ কাৰণে বিধানসভাত আইন প্ৰণয়ন কৰিব লাগে। অৰুণাচল, নাগালেণ্ড, মিজোৰামৰ লোকসকলৰ নিচিনা ভূমি, চৰকাৰী চাকৰি তথা বাণিজ্যিক ব্যৱস্থাৰ ওপৰত ৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ খিলঞ্জীয়াৰ বাবে সংৰক্ষণ কৰক।’ |
লগতে হাজৰিকাই ‘অসম চুক্তিৰ ৬ নং দফাত খিলঞ্জীয়া সুৰক্ষা কবচ দিয়াৰ কথা উল্লেখ আছে, যি অসম আৰু কেন্দ্ৰীয় চৰকাৰ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। যোৱা ৩৩ বছৰে কেৱল বিদেশী চিনাক্তকৰণৰ ওপৰতহে চৰকাৰে গুৰুত্ব দিলে, কিন্তু ,সুৰক্ষা কবচৰ বাবে কোনো গুৰুত্ব দিয়া নহ’ল। আজিলৈকে ৮০ লাখ বিদেশীৰ বিনিময়ত মাত্ৰ ৩ হাজাৰতকৈ কম বিতাড়িত হৈছে।’ বুলি উল্লেখ কৰে। |
Recent News |
খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত |
গুজৰাটৰ মৰ্বি দলং দুৰ্ঘটনা সন্দৰ্ভত ভুৱা টুইট: ৮ ডিচেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ তৃণমূল নেতা চাকেত গোখলেক |
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত |
নলবাৰীত ৰাজ্যৰ প্ৰথমটো 3D প্লেনেটেৰিয়াম উদ্বোধন: আধাৰশিলা স্থাপনৰ ১০ বছৰ পিছত হ’ল মুকলি |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>বি টি চিৰ প্ৰানকেন্দ্ৰ কোকৰাঝাৰ চহৰত নৱনিৰ্মিত বি টি চিৰ চেন্ট্ৰেল চিলেক্সন বোৰ্ড চমুকৈ চি এছ বিৰ কাৰ্যালয় আজি উদ্ধোধন কৰে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। ৩ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত তিনি মহলীয়া নৱনিৰ্মিত কাৰ্যালয়টো উদ্ধোধন কৰাৰ পিচতেই বি টি চি সচিবালয় প্ৰাংগণত তথা বডোফানগৰত কৃষি বিভাগে আয়োজন কৰা আন এক অনুষ্ঠানত অংশ গ্ৰহণ কৰে। |
উক্ত অনুষ্ঠানত মহিলাাৰীয়ে মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ আঁচনিৰ অধীনত (চি এম এছ জি ইও ৱাই) কোকৰাঝাৰ জিলাৰ মুঠ ১৫ টা আত্মসহায়ক গোটক ট্ৰেক্টৰৰ চাবি অৰ্পণ কৰে। অনুষ্ঠানত ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰী, অসমৰ সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, বিধায়ক ৰবিৰাম নাৰ্জাৰী, বি টি চিৰ উপ মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰী প্ৰমুখ্যে বি টি চিৰ প্ৰায়ভাগ কাৰ্যবাহী সদস্য উপস্থিত থাকে। |
অনুষ্ঠানৰ অন্তত ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰী আৰু অসমৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই বিদেশী মুক্ত অসম গঢ়াৰ উদ্দেশ্যৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা তালিকা প্ৰকাশ পোৱাৰ পিছত পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে দিয়া বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । |
উল্লেখযোগ্য যে কৃষি বিভাগৰ দ্বাৰা আয়োজিত ট্ৰেক্টৰ বিতৰণ অনুষ্ঠানৰ পিছতেই কোকৰাঝাৰ দেৱৰগাঁওস্থিত বাথৌ কমপ্লেক্সত অনুষ্ঠিত বি পি এফৰ কাৰ্যনিৰ্বাহক সভা (ই চি) অনুষ্ঠিত হয় য’ত বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীকে ধৰি বি পি এফৰ কেন্দ্ৰীয় পৰ্যায়ৰ বহু নেতা উপস্থিত থাকি এন আৰ চি সন্দৰ্ভত আলোচনা কৰে। |
Recent News |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>গুৱাহাটী – ২০১৬ চনৰ বিধানসভা নিৰ্বাচনতকৈ এইবাৰ আসনৰ সংখ্যা হ্ৰাস নহয় অসম গণ পৰিষদৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইংগিত অসম গণ পৰিষদক ২০১৬ চনতকৈ অধিক আসন এৰি দিব বিজেপিয়ে। আসনৰ বুজাবুজিকলৈ ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মাজত অব্যাহত আছে বৈঠক। বুধবাৰে আবেলিৰ ভাগত সকলো স্পষ্ট হৈ পৰিব। |
ভাৰতৰ নিৰ্বাচন আয়োগে অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পিছতে নিৰ্বাচনকলৈ অধিক তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ। এফালে যদি নিৰ্বাচনকলৈ কঁকালত টঙালি বান্ধিছে শাসকীয় বিজেপিৰ মিত্ৰজোঁটৰ দল সমূহে আনফালে আকৌ বিজেপিক এইবাৰ শাসনৰ গাদীৰ পৰা আঁতৰাই ৰাখিবলৈ বিৰোধী কংগ্ৰেছৰ নেতৃত্বত গঠন হৈছে মহাজোঁট বন্ধন। |
বিজেপিৰ মিত্ৰজোঁট আৰু কংগ্ৰেছৰ মহাজোঁট নিৰ্বাচনী যুঁজৰৰ বাবে প্ৰস্তুত যদিও এতিয়াও আসনকলৈ বুজাবুজি হোৱা নাই শাসকীয় আৰু বিৰোধী শিবিৰৰ দল সমূহৰ মাজত। শাসকীয় বিজেপিয়ে ইতিমধ্যে অসম গণ পৰিষদৰ লগত আসনৰ বুজাবুজিৰ আলোচনা আৰম্ভ কৰিছে। |
ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ আসন বুজাবুজিকলৈ চলি থকা আলোচনা সন্দৰ্ভত মত প্ৰকাশ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিয়ে যে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদে যি কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল এইবাৰ অসম গণ পৰিষদৰ আসনৰ সংখ্যা তাতকৈ হ্ৰাস নাপায়। দল দুটাৰ মাজত চলি থকা আলোচনা ৯৫ শতাংশ ইতিবাচক বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে। |
বুধবাৰে আবেলিৰ ভাগত ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মাজত আসন বুজাবুজিকলৈ চলি থকা আলোচনা চূড়ান্ত হ’ব বুলিও প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে আসন বুজাবুজিকলৈ অসম গণ পৰিষদৰ লগত বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহ আলোচনাত মিলিত হ’ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে। |
Related |
সন্ধিয়াৰ ভাগত চূড়ান্ত হ’ব শাসকীয় মিত্ৰজোঁটৰ আসনৰ বুজাবুজি। |
সমূখত লোকসভা নিৰ্বাচন, বিজেপিক লাগে ২০১৯ ত পৰাজিত ১৪৪ টা সমষ্টি |
আৰু এটা ৰাজনৈতিক ‘জাতীয় দল অসম’ৰ কি প্ৰয়োজন? |
Subscribe to EastMojo Assam |
Enter your email address to receive notifications of new stories by email. |
Email Address |
Subscribe |
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}} |
Submitting… |
Join 6,570 other subscribers |
Leave a comment |
Leave a Reply Cancel reply |
Show more |
Search for: |
Search |
Sort by Relevance Newest first Oldest first |
Trending News |
কিতাপৰ পৰিৱৰ্তে হাতত কাচি লৈ পথাৰত ব্যস্ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী |
পথ নিৰ্মাণৰ বাবে লখিমপুৰত বিশাল গণ সমাবেশ |
জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান |
‘সংগীত নাটক অকাডেমী বঁটা’ৰ বাবে অসমৰ ৭ গৰাকী শিল্পী নিৰ্বাচিত |
২৫ নৱেম্বৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে তৃতীয় মাজুলী সংগীত মহোৎসৱ |
Latest News |
বলিউডৰ অভিনেতা বিক্ৰম গোখালেৰ মৃত্যু November 26, 2022 |
Subsets and Splits
No saved queries yet
Save your SQL queries to embed, download, and access them later. Queries will appear here once saved.