text
stringlengths
0
188k
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি সামৰণি পৰে। কলিয়াবৰ সমষ্টিত আজিৰ দিনটোত কংগ্ৰেছ আৰু অসম গণ পৰিষদে নিজৰ নিজৰ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়।
কলিয়াবৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে বলীউডৰ অভিনেত্ৰী নাগমা মোৰাৰজীৰ সহায়ত ৰ’ড শ্ব অনুষ্ঠিত কৰি ভোটাৰ ৰাইজৰ মাজত চমক দিয়াৰ চেষ্টা কৰাৰ বিপৰীতে অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত অগপ আৰু মিত্ৰজোঁটৰ এটা বিশাল সমৰ্থকৰ দলে বোকাখাতত ৰ’ড শ্ব অনু্ষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ চলাই দলটোৰ প্ৰাৰ্থী মনিমাধৱ মহন্তৰ বাবে।
জনপ্ৰিয় কণ্ঠশিল্পী সাজন নায়ক আৰু ভালেসংখ্যক সমৰ্থকক লগত লৈ বোকাখাত চহৰৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে পথ সভাতো অংশগ্ৰহণ কৰে অতুল বৰাই। সাজন নায়কৰ ঝুমুৰৰ তালে তালে অগপ সভাপতিগৰাকীয়ে ভোটাৰ সকলৰ লগত একেলগে এপাক নাচিবলৈ নাপাহৰে।
আনহাতে, পৰৱৰ্তী সময়ত বৰাই সদল বলে বোকাখাত দৈনিক বজাৰত প্ৰবেশ কৰি মনি মাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সকলোকে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ আহ্বান জনাই।
Tags: নিৰ্বাচন ২০১৯
Recent News
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ
যোগীৰ উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ কাণ্ড: দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>যুদ্ধৰ প্ৰভাৱ পৰিছে সমগ্ৰ বিশ্বৰ কৰ'না বিধ্বস্ত অৰ্থনীতিত।কিন্তু সকলোৱে হেৰুওৱা এই যুদ্ধত লাভৰ অংক গণিছে কোনে? https://youtu.be/_vsNKX3O7LM
ইউক্ৰেইনত নিহত ভাৰতীয় ছাত্ৰ নবীনৰ মৃতদেহ অনা হ’ল নিজ বাসগৃহলৈ
The CrossCurrent Mar 21, 2022
চলিত মাহৰ আৰম্ভণিতে অৰ্থাৎ ১ মাৰ্চত ইউক্ৰেইনৰ খাৰ্কিভ চহৰত মৃত্যু হৈছিল খাৰ্কিভ নেচনেল মেডিকেল ইউনিভাৰ্চিটিত অধ্যয়নৰত ভাৰতীয় ছাত্ৰ নবীনৰ। বজাৰ কৰিবলৈ বাহিৰলৈ ওলাই অহাৰ সময়ত হোৱা বোমা আক্ৰমণত মৃত্যু হৈছিল ছাত্ৰ গৰাকীৰ। নবীন ৰাছিয়া-ইউক্ৰেইন…
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ কেতিয়া আৰু কেনেকৈ সমাপ্ত হ’ব পাৰে?
The CrossCurrent Mar 18, 2022
প্ৰায় তিনি সপ্তাহ ধৰি চলি আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ।কোনেও যুদ্ধ ক্ষেত্ৰৰ পৰা আঁতৰি অহাৰ মনোভাব এইমুহূৰ্তৰলৈকে দেখুওৱা নাই।সেয়ে বিশ্ব সম্প্ৰদায়ৰ মুখত এতিয়া এটাই প্ৰশ্ন যে যুদ্ধ কেতিয়া আৰু কেনেকৈ সমাপ্ত হ'ব? তাত্ত্বিকভাৱে, যেতিয়া এটা…
আফগানিস্তান আৰু ছিৰিয়াতকৈও ইউক্ৰেইনত অধিক ৰাছিয়ান সৈন্যৰ মৃত্যু হৈছে- ভলদিমিৰ জেলেন্সকী
The CrossCurrent Mar 17, 2022
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত শেহতীয়াকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলদিমিৰ জেলেন্সকীয়ে মন্তব্য কৰি কয় যে আফগানিস্তান আৰু চিৰিয়াতকৈও অধিক ৰাছিয়াৰ সৈনিকৰ ইতিমধ্যে মৃত্যু হৈছে এই সংঘৰ্ষত। ৰাছিয়াৰ ভাষাত সম্বোধন কৰি জেলেন্সকীয়ে ভাষণত কয় যে চিৰিয়া ,…
পূব ইউক্ৰেইনৰ খাৰ্কিভ চহৰত প্ৰচণ্ড গুলিবৰ্ষণত নিহত ভাৰতীয় ছাত্ৰ
The CrossCurrent Mar 1, 2022
ৰাছিয়া-ইউক্ৰেইনৰ সংঘৰ্ষৰ মাজত শেহতীয়াকৈ আহিছে ভাৰতবাসীৰ বাবে এক দুখজনক খবৰ। আজি পূব ইউক্ৰেইনৰ খাৰ্কিভ চহৰত হোৱা প্ৰচণ্ড গুলিবৰ্ষণত নিহত হয় এজন ভাৰতীয় ছাত্ৰ। এম ই এৰ মুখপাত্ৰ অৰিন্দম বাগছীয়ে জনিব দিয়ে এই খবৰ। ছাত্ৰজন খাৰ্কিভ চহৰৰ এক চিকিৎসা…
ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষার্থীলৈ সহাৰি নাই কিয় ভাৰত চৰকাৰৰ?
The CrossCurrent Feb 23, 2022
অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ আশংকা। ইতিমধ্যে ৰাছিয়াৰ সেনাই দখল কৰিছে ইউক্ৰেইনৰ লুহান্স আৰু দনেটস্ক নামৰ দুই অঞ্চল। সেয়েহে শংকিত হৈ পৰিছে অঞ্চলটোত আবদ্ধ স্থানীয় লোকৰ ওপৰিও বহুত ভাৰতীয় শিক্ষাৰ্থী তথা তেওঁলোকৰ পৰিয়াল। তাৰ মাজৰ…
জনপ্ৰিয়
বিনামূলীয়া স্বাস্থ্য শিবিৰ কাহিলীপাৰাত
ভংগ হ’বই বংগ ?
আজমলক গৰিহণা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
মুঠতে কেজৰিৱালৰ ‘সুদিন’ আহিবই
পুনৰ বিতৰ্কত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় !
ছাত্ৰ নেতাৰ দেহাৱসান
- Advertisement -
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>October 11, 2019 March 12, 2022 Manjori BorkotokyLeave a Comment on অনিল উপাধ্যায় নামৰ বিজেপি বিধায়ক এজনে পলিং বুথ দখল কৰিছিলে নেকি?
ছচিয়েল মিডিয়াত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত এজন মানুহক অনিয়ম ভাৱে এটা পলিং বুথত সোমায় কোনে কাক ভোট দিছে লক্ষ্য কৰি থকা দেখা গৈছে । এই ভিডিঅ’টো যোৱা এপ্ৰিল মাহত হোৱা নিৰ্বাচনৰ সময়ত আবিৰ্ভাৱ হৈছিল, ব্যাপক ভাৱে প্ৰচাৰ হৈছিল আৰু এতিয়া নিৰ্বাচনৰ পাছতো দেশৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে কেইবামাহৰ পাছতো প্ৰচাৰ হৈ আছে ।
এই বিশেষ ভিডিঅ’টো অসমত “সময় সংবাদ অসম” নামৰ ২৩ এপ্ৰিল, ২০১৯, পাছবেলা ২:১৬ বজাত এটা ফেচবুক পে’জতও দেখা পোৱা গৈছে । এই পে’জটোৰ এটা ফেচবুক পোষ্টত ভিডিঅ’টোত দেখা পোৱা ব্যক্তিজন অনিল উপাধ্যায় নামৰ এজন বিজেপি বিধায়ক হয় বুলি কোৱা হৈছে ।
ফেচবুক (Facebook) পোষ্টটো পঢ়ক ইয়াত
এই বিশেষ পোষ্টটো ২৩৬ বাৰতকৈ বেছি ফেচবুকত শ্বেয়াৰ হৈছে আৰু আঠ হাজাৰতকৈ অধিক বাৰ ভিডিঅ’টো দৰ্শন কৰা হৈছে । কিন্ত এই ভিডিঅ’টোত থকা মানুহজন সঁচাকৈয়ে এজন বিজেপি বিধায়ক হয়নে? সত্যতা কি, জানো আহক। ।
প্ৰণালী
সৰ্বপ্ৰথমে অনিল উপাধ্যায় নামৰ কোনো বিজেপি বিধায়ক আছে নে নাই সেই বিষয়ে আমি গুগল চাৰ্চ কৰিলোঁ । তেনে নামৰ কোনো বিজেপি বিধায়ক আমি বিচাৰি নাপালোঁ । ইয়াৰ পাছত আমি বিশেষ ছফ্টৱেৰৰ সহায়ত ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰছ ইমেজ ছাৰ্চ কৰিলোঁ ফলত আমি ৰাষ্ট্রীয় নিউজ চেনেল ৰিপাব্লিক টিভিয়ে ১৮ এপ্ৰিল, ২০১৯ত এই বিষয়ে পৰিবেশন কৰা এটা বাতৰি দেখা পালোঁ । বাতৰিটোৰ শিৰোনামা আছিল “আশ্চৰ্য! ইছলামপুৰত টিএমচি দ্বাৰা বুথ দখল“
ইয়াৰ পৰা স্পষ্ট হৈ পৰিল যে, অনিল উপাধ্যায় নামৰ লোক জন বিজেপি বিধায়ক নহয়, বৰঞ্চ তেওঁ এজন ইছলামপুৰ, পশ্চিম বংগৰ টিএমচি নেতা হয় । আমি আৰু গম পালোঁ যে তেওঁৰ আচল নাম হ’ল হামিজোদ্দীন যেতিয়া ই টিভি ভাৰতে প্ৰকাশ কৰা এটা বাতৰিত তেওঁৰ শিকাৰুক্তি দেখা পালোঁ । ইয়াত তেওঁ স্পষ্টকৈ কৈছে যে তেওঁ বুথৰ ভিতৰত সোমোৱাটো সঁচা ।
ইয়াৰ পাছত আমি টুইটাৰতও এই বিষয়ে চাৰ্চ কৰিলোঁ আৰু এই একেজন ব্যক্তিকে কংগ্ৰেছৰ বিধায়ক বুলি অভিহিত কৰা এটা পোষ্ট দেখা পালোঁ ।
টুইটাৰত (Twitter) পোষ্টটো পঢ়ক ইয়াত
সংৰক্ষিত (Archived) পোষ্টটো পঢ়ক ইয়াত
এই বিষয়েও গুগল চাৰ্চ কৰি আমি একো নাপালোঁ । ফলত আমি গ’ম পালোঁ যে এনে নামৰ কোনো বিধায়ক কংগ্ৰেছ বা বিজেপিত নাই, এইয়া এক কাল্পনিক সৃষ্টি হে মাথোঁ ।
ফলাফল
এই ভিডিঅ’টোত থকা মানুহজন বিজেপি বিধায়ক নহয় । তেওঁ আচলতে এজন পশ্চিম বংগৰ টিএমচি নেতা হয় । উক্ত ফেচবুক পোষ্টটো ভুৱা হয় ।
Title:অনিল উপাধ্যায় নামৰ বিজেপি বিধায়ক এজনে পলিং বুথ দখল কৰিছিলে নেকি?
Fact Check By: Manjori Borkotoky
Result: False
Tagged AnilBJPBoothCongressPollingProxyTMCUpadhyayaVoting
Post navigation
৩৩ বছৰ সম্পূৰ্ণ কৰা চৰকাৰী চাকৰিয়ালৰ হব নেকি অৱসৰ?
এইটো সঁচাকৈ গুৱাহাটী মেডিকেল কলেজৰ ওচৰত ওলোৱা ভূতৰ ভিডিঅ’ নেকি?
Related Posts
এইখন আপ নেতা তাহিৰ হুছেইনৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা অবৈধ অস্ত্ৰ-শস্ত্ৰৰ ফটো নেকি?
March 9, 2020 March 12, 2022 Manjori Borkotoky
FACT CHECK: অৱসৰপ্ৰাপ্ত আৰ্মী কেপ্টেইনৰ ফটো আন্দোলনত আহত কৃষকৰ ফটো বুলি ভুলকৈ শ্বেয়াৰ কৰা হৈছে!
December 4, 2020 March 12, 2022 Manjori Borkotoky
FACT CHECK: আৰক্ষীয়ে কৰ্তব্যৰত অৱস্থাত সুৰাপান কৰি থকা ভিডিঅ’টো আদিত্যনাথ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ৰ নহয়
July 14, 2021 January 29, 2022 Manjori Borkotoky
Leave a Reply Cancel reply
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Δ
ClimateFactChecks.org
Sri Lanka on High Alert as Air Quality deteriorates with Intensifying Monsoons!
Has Climate Change affected the distribution of Peacocks in Sri Lanka? Find out the facts.
India could soon experience heat waves that are too intense for humans to survive
Zombie Virus & Impacts of Climate Change on Re-Emergence of Viruses!
Explained | The connection between Plastic & Climate Change and the Indian situation
Popular Posts
এইখন পৃথিৱীৰ ক্ষুদ্ৰতম চৰাই হামিংবাৰ্ডৰ দুষ্প্ৰাপ্য ছবি নেকি? ছচিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰ... by Manjori Borkotoky
শ্ৰীলংকাত সঁচাকৈ হনুমানৰ গদা উদ্ধাৰ হৈছে নেকি? ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ফেচবুকত ২০১৬ চনতেই ভাইৰেল... by Manjori Borkotoky
জলমগ্ন পথত আৰক্ষী সহ এখন ই-ৰিক্সা বাগৰি পৰা এই ভিডিঅ’টো গুৱাহাটীৰ নহয়! গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহ যোৱা কেইদিনমানৰ প... by Manjori Borkotoky
ফটোখনত দেখা দম্পতীহাল দাবী কৰাৰ দৰে মাক-পুতেক নহয়! ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ টুইটাৰ... by Manjori Borkotoky
এই ভিডিঅ’টোত থকা গায়িকাগৰাকী সুমন কল্যাণপুৰ নহয় এগৰাকী বৃদ্ধা মহিলাই গান গোৱাৰ ভিডিঅ’ হোৱাটছ‌এপযোগে ভাই... by Debanjana Baishya
WHO-এ সকীয়াই দিছিল নেকি যে ৮৭% ভাৰতীয়ই গাখীৰৰ অপমিশ্ৰণৰ বাবে কৰ্কট ৰোগত আক্ৰান্ত হ’ব? অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন বিশেষ স্ক্ৰীনশ্বট ফ'ৰৱ... by Debanjana Baishya
ভাইৰেল ফটোখনত থকা তৰোৱালবোৰ অসমৰ কোনো মাদ্ৰাছাৰ পৰা উদ্ধাৰ হোৱা নাই অলপতে ফেচবুকত এখন বিশেষ ফটো ভাইৰেল হোৱা দেখা গৈছে। ফটোখ... by Debanjana Baishya
Home