text
stringlengths
0
188k
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>ৰাজ্যত হ্ৰাস কৰ’নাক্ৰান্তৰ সংখ্যাঃ নতুন এছঅ’পি প্ৰকাশ Prag News : Latest Assam News , Best Assamese News Channel, Assam News Live Today , North East Brea
Home
Regional
National
International
Business
Entertainment
Sports
Lifestyle
Technology
Politics
Health
Live TV
Home
Regional
National
International
Business
Entertainment
Sports
Lifestyle
Technology
Politics
Health
Live TV
Home
News
আঞ্চলিক
ৰাজ্যত হ্ৰাস কৰ’নাক্ৰান্তৰ সংখ্যাঃ নতুন এছঅ’পি প্ৰকাশ
আঞ্চলিক
Image Credit: Internet
Aug 17, 2021 | moderator
গুৱাহাটীঃ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নতুন এছঅ’পি সন্দৰ্ভত ‘জনতা ভৱন’ত সংবাদমেল সম্বোধন কৰে। ৰাজ্যত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা! নতুন এছঅ’পিৰ নীতি-নিয়মসমূহ বুধবাৰৰ পুৱা ৫বজাৰ পৰা কাৰ্যকৰী হ’ব। ৰাজ্যজুৰি আৰু এঘণ্টা শিথিল কৰা হৈছে নৈশ-সান্ধ্যআইন। সকলো জিলাতে সন্ধিয়া ৭ বজাৰ পৰা পাছৰদিনা পুৱা ৫ বজালৈ সান্ধ্যআইন বলবৎ হৈ থাকিব। সন্ধিয়া ৬ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়-কৰ্মক্ষেত্ৰ, হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰূম, গেলামালৰ দোকান, ফলমূলৰ বিপণী, পাচলিৰ দোকান।
আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাতো শিথিলতাৰ ব্যৱস্থা কৰা হৈছে। কামৰূপ(মহানগৰ) জিলাক বাদ দি অন্য জিলাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ ব্যক্তিগত যান-বাহনেৰে আন্তঃজিলা যাতায়াতত অনুমতি প্ৰদান কৰা হৈছে। ৰাজহুৱা পৰিবহণ/যাত্ৰী পৰিবাহী বাহনেৰে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব নিষেধাজ্ঞা। কামৰূপ(মহানগৰ)জিলাৰ পৰা অন্য জিলালৈ আৰু আন জিলাৰ পৰা কামৰূপ (মহানগৰ)লৈ আহ-যাহত নিষেধাজ্ঞা বাহাল থাকিব। দৈনিক যুগ্ম-অযুগ্ম সংখ্যাৰ বাহন চলাচলৰ নিয়ম বাতিল কৰা হৈছে। মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ২০০গৰাকী ব্যক্তিয়ে।
প্ৰেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহৰ দৰে আবদ্ধ কক্ষত আয়োজিত বিশেষ অনুষ্ঠানত মুঠ আসনৰ ৫০ শতাংশ আসন সংখ্যাৰ লোকৰ অংশগ্ৰহণতহে অনুমতি থাকিব। অৱশ্যে দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে এনে অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। বিবাহ, সকাম আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ২৫গৰাকী লোকে। অন্তিম সৎকাৰত ভাগ ল’ব পাৰিব সৰ্বাধিক ২৫গৰাকী লোকে। কামাখ্যা মন্দিৰত প্ৰতিঘণ্টাত সৰ্বাধিক ২০গৰাকী লোকৰ দৰ্শনত অনুমতি প্ৰদান কৰা হৈছে, কেৱল দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব মন্দিৰ চৌহদত প্ৰৱেশৰ সুযোগ। অন্য ধৰ্মীয় স্থানত সৰ্বাধিক ১০গৰাকী লোকৰ অংশগ্ৰহণত অনুমতি প্ৰদান কৰা হৈছে।
Share :
Sponsor Ad
Click Here To Advertise With Us
Instagram Feed
Follow Us
Sponsor Ad
Click Here To Advertise With Us
Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.<eot>যোৰাহাট জিলাৰ চিনামৰা আৰক্ষী চকীৰ অন্তৰ্গত জিলা ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত যোৱা ডিচেম্বৰৰ ১০ তাৰিখৰ নিশা এজন যুৱকক আক্ৰমণ কৰি জ্বলাই দিয়াৰ ঘটনা সংঘটিত কৰাৰ অপৰাধত যোৰহাট আৰক্ষীয়ে ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে।
চিনামৰাৰ সদৰ মাজগাঁওৰ এগৰাকী বাসিন্দা উত্তম বৰপাত্ৰ গোঁহাইৰ (৩৭) পত্নী অমৃতা কৌৰে দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত যোৰহাট সদৰ আৰক্ষী থানাত এটা হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। কৌৰে তেওঁৰ এজাহাৰত অভিযোগ কৰিছিল যে তেওঁৰ স্বামীক যোৱা ১০ ডিচেম্বৰত এটা অপৰাধীৰ দলে আক্ৰমণ কৰি জ্বলাই দিয়াৰ পিছত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল আৰু যোৱা বুধবাৰে চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।
গ্ৰেপ্তাৰ কৰা লোককেইজনক অনন্ত দত্ত, গুনকান্ত বৰা, জেহিৰুল হুছেইন, মন্টু গগৈ, কমলজিৎ সিং, কুলদীপ সিং, মুনীন্দ্ৰ দাস, মঃ ৰুকুল হুছেইন আৰু ৰমাকান্ত দাও বুলি চিনাক্ত কৰা হৈছে।
তেওঁলোকক যোৰহাটৰ মুখ্য ন্যায়িক দণ্ডাধীশ ৰীণা বড়োৰ আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আদালতে তেওঁলোকক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
Recent News
বিশ্ব ফুটবলত এছিয়াৰ মহাশক্তি! স্পেইনক হৰুৱাই জাৰ্মানীকো বিশ্বকাপৰ বাহিৰ কৰিলে জাপানে
মানুহৰ মগজুত চিপ লগাই অন্ধত্ব আৰু পক্ষাঘাত নিৰাময়! আশ্চৰ্যজনক দাবী এলন মাস্কৰ
Ragging: হোষ্টেলত ৰেগিঙত অসমৰ ছাত্ৰৰ মৃত্যু! আইআইটি খড়গপুৰৰ সঞ্চালকক তলব আদালতৰ
প্ৰতিশোধৰ নৃশংস পথ! পিতৃৰ সৈতে হোৱা কাজিয়াৰ পোতক তুলিবলৈ তেওঁৰ কন্যা সন্তানক ধৰ্ষণ কৰি হত্যা কৰিলে ১৫ বৰ্ষীয় কিশোৰে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>খবৰ উদ্য়ানশস্য় পশুপালন শিক্ষা চৰকাৰী আঁচনিসমূহ স্বাস্থ্য় আৰু জীৱন সফল কাহিনী এগ্ৰিপেডিয়া কৃষি সঁজুলি অন্যান্য Magazine Subscription
অসমীয়া
English हिंदी मराठी ਪੰਜਾਬੀ മലയാളം বাংলা ಕನ್ನಡ ଓଡିଆ தமிழ் ગુજરાતી తెలుగు
কৃষি সঁজুলি অন্যান্য #FTB Magazine Subscription
#Top on Krishi Jagran
Home
খবৰ
উদ্য়ানশস্য়
পশুপালনউদ্য়ানশস্য়
শিক্ষা
চৰকাৰী আঁচনিসমূহ
স্বাস্থ্য় আৰু জীৱন
সফল কাহিনী
এগ্ৰিপেডিয়া
কৃষি সঁজুলি
অন্যান্য
Directory
Magazines
Subscribe to our Print and Digital Magazines now
Subscribe
We're on social media. Connect with us on:
More Links
About Us
Contact
#Top on Krishi Jagran
More Topics
CLOSE
এগ্ৰিপেডিয়া
Crop Diversification: শস্য প্ৰণালীৰ বৈচিত্ৰকৰণ
RAHUL ALI 23 November, 2022 10:04 PM IST
শস্য প্ৰণালীৰ বৈচিত্ৰকৰণ ( Source-Google)
শস্য প্ৰণালীকৰণ বৈচিত্ৰকৰণ হ’ল এটা অঞ্চলত প্ৰচলিত শস্যক্ৰমৰ পৰিবৰ্তন কৰা। উদাহৰণ স্বৰুপে, অসমৰ প্ৰায় ৫৬ শতাংশ ৰূপিত মাটিত অকল শালি ধান কৰা হয়। জলসিঞ্চনৰ ব্যৱস্হা থকা অঞ্চলত বছৰত দুটাকৈ ধানখেতি কৰা হয়। বৈচিত্ৰকৰণৰ জৰিয়তে এই প্ৰণালীৰ পৰিৱৰ্তে এটা খেতি কৰা অঞ্চলত একেডৰা মাটিতে ভিন ভিন ধৰণৰ একাধিক শস্যৰ খেতি কৰা। অনুৰপ ধৰণে য’ত একে শস্যৰ খেতিকেই একেডৰা মাটিতে দুবাৰকৈ খেতি কৰা হয়, তাত একে ধৰণৰ এটা শস্যৰ ঠাইত অইন এটা বেলেগ ধৰণৰ শস্যৰ খেতিলৈ পৰিবৰ্তন ঘটোৱা। ইয়াৰ মূল তাৎপৰ্য্য হ’ল সংকুচিত ৰূপিত মাটি, প্ৰাকৃতিক দুৰ্যোগ বা জলবায়ু পৰিবৰ্তন, উৎপাদিত সামগ্ৰীৰ বজাৰ আদিৰ পৰিপেক্ষিতত শস্যক্ৰমত একাধিক বিচিত্ৰ শস্যৰ খেতি কৰা।
বৈচিত্ৰকৰণৰ উপকাৰিতাঃ
ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ ইয়াৰ দ্বাৰা আয় বৃদ্ধি হয়। অসমত শতকৰা ৮৬ ভাগ কৃষকেই ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ যাৰ মাটিৰ পৰিমান ১৫ বিঘাতকৈ ক’ম। শালি খেতিৰ পিছত বজাৰত চাহিদা আৰু উচিত মূল্য পাব পৰা শস্য যেনে দাইলজাতীয়, তৈলবীজ, মাকৈ, পাচলি আদিৰ খেতি কৰিলে কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাটো সম্ভৱ।
শস্য প্ৰণালীৰ বৈচিত্ৰকৰণৰ ফলত কৃষকৰ আয় নিশ্চিত হয়। বতৰৰ বিজুতি বা বজাৰৰ দৰৰ এটা উৎপাদনত কমিলেও অইনবিধ খেতিৰ পৰা নিশ্চিত আয় লাভেৰে কৃষকৰ আয়ৰ ভাৰসাম্য কিছু পৰিমাণে ৰক্ষা হয়।
শস্য প্ৰণালীৰ বৈচিত্ৰকৰণৰ দ্বাৰা জলবায়ু পৰিবৰ্তন, বতৰৰ বিজুতি বা প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা এটা খেতিত হোৱা ক্ষতি আনটো বা আনকেইটা খেতিৰ দ্বাৰা বহু পৰিমাণে পূৰণ কৰিব পৰা যায়।
এনেধৰণৰ বৈচিত্ৰতাৰ দ্বাৰা পৰিয়ালৰ সুষম আহাৰ উপলব্ধ কৰিব পৰা যায়। শস্য প্ৰণালীত দাইলজাতীয়, তৈলবীজ, পাচলি সন্নিবিষ্ট কৰাৰ ফলত পৰিয়ালৰ পুষ্টিসাধন কৰা সম্ভৱ।
শস্য প্ৰণালীৰ বৈচিত্ৰকৰণৰ ফলত প্ৰাকৃতিক সম্পদৰ সুষম ব্যৱহাৰ আৰু লগতে সংৰক্ষণও কৰা হয়। উদাহৰণস্বৰুপে ধানৰ পিছত মাহজাতীয় শস্যৰ খেতি কৰিলে বায়ুৰ পৰা নাইট্ৰ’জেন আহৰণ কৰি শিপাত জমা কৰি, মাহজাতীয় শস্যই মাটিৰ পৰা আহৰণ কৰা সাৰ পুনৰ সংস্হাপন কৰে। বৈচিত্ৰকৰণৰ দ্বাৰা বিভিন্ন শিপাৰ গঠনৰ শয্যৰ অন্তৰ্ভূক্তিৰ বাবে মাটিৰ বিভিন্ন স্তৰৰ পৰাহে সাৰ-পানী যোগান হয়।
শস্য প্ৰণালীৰ বৈচিত্ৰকৰণৰ ফলত গোটেই বছৰ জুৰি যদি খেতি কৰা হয়, তেতিয়াহলে গোটেই বছৰজুৰিয়েই কৃষক বা পৰিয়ালৰ লোকে আত্মনিযুক্তি লাভ কৰিব পাৰে। ইয়াৰ দ্বাৰা উপান্ত কৃষকৰ দিন হাজিৰা কৰিবলৈ চহৰলৈ প্ৰব্ৰজন ৰোধ কৰাও সম্ভৱ।
একাধিক খেতিৰ ফলত কেৱল যে ফচলেই লাভ কৰিব তেনে নহয়, প্ৰত্যেক খেতিৰ পৰা খেৰ-আৱৰ্জনাও দুগুণ লাভ কৰিব পাৰিব। ধানখেৰ গৰু-মঁহৰ খাদ্যৰ বাবে ব্যৱহাৰ হোৱাৰ বিপৰীতে অইন খেতিৰ আৱৰ্জনাখিনি হাল বাই মাটিত মিহলাই পেলালে ইয়ে মাটিত জৈৱিক সাৰৰ যোগান ধৰিব। অলপ কষ্ট কৰিলে এইবোৰৰ দ্বাৰা পচন সাৰ বা কেঁচুসাৰ প্ৰস্তুত কৰি ৰাসায়নিক সাৰৰ বাবে হোৱা খৰচ ৰাহি কৰিব পাৰি।
বৈচিত্ৰকৰণৰ প্ৰত্যাহ্বান
শস্য প্ৰণালীৰ বৈচিত্ৰকৰণ অৱশ্যেই ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বাবে সহজসাধ্য বুলি একেসাৰে ক’ব নোৱাৰি। এইসকল কৃষক দুখীয়া হোৱা হেতুকে খেতিত মূলধন নিবেশ কৰাৰ শক্তি বা সামৰ্থ্য নাই। সেই কাৰণে খাদ্যৰ জোৰা মাৰিব পৰাকৈ বেছিভাগ কৃষকেই সাৰ পানী যোগান নধৰাকৈ থলুৱা জাতৰ খেতিতেই সীমাবদ্ধ থাকে।
বৈচিত্ৰকৰণৰ মূল সমস্যাসমূহ এনেধৰণৰঃ