text
stringclasses 736
values |
---|
ব্লগটো বৰ ভাল লাগিছে, ধন্যবাদ| আগলৈ আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...-নীলান্জনা
|
নীলান্জনা,তুমিয়ে প্ৰথম মন্তব্য ৰাখিলা ৷ ধন্যবাদ ৷সময় আগবঢ়াৰ লগে লগে ময়ো আশা কৰিছো তুমি কোৱা ‘আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...’খিনি পূৰ কৰিব পাৰিম ৷মৰমেৰেপ্ৰতিভু দা
|
সুন্দৰ :)
|
দাদা, এই ব্লগটো আগুৱাই লৈ যাবলৈ আপোনাৰ সহায়ৰ প্ৰয়োজন হব ৷:)
|
ভাল লাগিল্...
|
প্ৰতিভুদা, আপোনাৰ ব্লগ পঢ়ি সচাঁকৈয়ে অভিভূত হলোঁ ৷ এই যাত্ৰা অব্যাহত ৰাখক ৷
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.