text
stringclasses
736 values
কি সাংঘাটিক লিখনী প্ৰটিভু দা, দুইটা খণ্ড একেলগে পঢ়িলো।
নিজৰ প্ৰেম কাহিনী এনেদৰে লিখিব পৰা মানুহ কম আছে দেই। খুব ভাল লাগিল।
ধন্যবাদ :)
ভাল লাগিল পঢ়ি
আপোনাৰ লেখনি প্ৰকাশভঙ্গীয়ে মোক এজন মানুহৰ কাষলৈ টানি লৈ গ্'ল .... "খবিৰ আহমেদ চাৰ্"
:) :) :)
বা: .. সুন্দৰ কবিতা...
চাৰ জয়ন্তই মাজে মাজে কবিতা নিলিখা নহয়
নামটো দি দিব লাগে ৷তেহে ভাল বেছি লাগে
ভাল লাগিল পঢ়ি:)
সাংঘাটিক লিখিছে দেই ভুদা, আপোনৰ লিখনী মোৰ সদায় প্ৰিয়। এনেও ভুতৰ কাহীনি পালে মই গো গ্ৰাসে গিলো তাতে যদি আকৌ খুহুতীয়া ৰস অকন থাকে তেনেহলে তো কথাই নাই। বাক্য গাঠনিৰ লগতে উপস্থাপন অতি সুন্দৰ। পাঠকক উত্‍কণ্ঠাত ৰাখিব পৰাতোৱেই লিখকৰ ডাঙৰ গুণ বুলি মোৰ ভাৱ হয় আৰু আপোনাৰ লিখনিত এয়া স্পষ্ট হৈ পৰিছে। পিছৰ খণ্ডলৈ উত্‍কণ্ঠাৰে বাট চাই ৰলো।
ভাল লিখিছে দেই । ৰাতি পঢ়িহে ভাল লাগে এনেকুরা ঘটনাবোৰ, সেয়ে এই মাত্র পঢ়ি শেষ কৰিছো, মানে ১১টাত । পৰরর্ত্তী খন্ডলৈ বাট চালো ।।
আগলৈ মানে কি? পিছৰডোখৰ লিখক সোনকালে৷