text
stringclasses 736
values |
---|
বুজিলো বুজিলো কোন আছিল সেইজন |
তাৰ পিছত দত্ত আৰু লগৰকিজনে চাহপাত চোবাই খালে যে মুখৰ গোন্ধ নাককিয়া কৰিবলৈ . . কথাত বৰ ৰস পাই তাতে বহি থকা সেই অলপ (মানে অকনমান) বয়সীয়া ধুনীয়াকৈ ডেকা ল'ৰাজনযে, চুলি খিনি অলপ দীঘল, তেওঁ হাহি হাহি টেবুলতে বাগৰি পৰিল যে . . মোক আজি কাহিনীটো তেৱেঁই ফ'নত ক'লে . . . |
প্ৰভু বোলাজন আছিল কিজানি :) |
আছিল আছিল |
আকাশবাণী বিখ্যাত দোকানটো নাই এতিয়া,চাৰিআলিটোৰ নামেই আকাশবাণী হৈ পৰিল। |
আমাকো সৰুতে কোনোবাই এইটো কথা শিকোৱা মনত পৰে |
মাৰিব খুজিছে |
স্পুনাৰিজম নে কি নেকি এইটো?? |
যত সব গন্দগোল সদাই প্ৰতিভুৰ লগত হে হব পাই :) পাৰি জাত ! |
নাজানো কেনেকৈ হয় এইবোৰ |
কৃষ্ণ!! |
সুন্দৰ বৰ্ণনা পিছে প্ৰতিভু দা প্ৰথম ৰাস্তাটোৰ ঠিক কোনখিনিতে হাউ ওৱে ৰে সোমাই যাব লাগিব কওকছোন |
মই লৈ যাম তোমাক |
পূজাত এৰাতি কটাব পাৰিলে ভাল আছিল |
আচলতে সকলোৰে সৈতে ঘটে ৷ |
হেঃহেঃহেঃ |
পিছে নপ্তিপাৰা পালেগৈ নে আন ক'ৰবাত ওলালগৈ :) |
ওলালোগৈ নোলাম নে আৰু |
Subsets and Splits
No saved queries yet
Save your SQL queries to embed, download, and access them later. Queries will appear here once saved.