text
stringclasses
736 values
সুন্দৰ বৰ্ণনা পিছে প্ৰতিভু দা প্ৰথম ৰাস্তাটোৰ ঠিক কোনখিনিতে হাউ ওৱে ৰে সোমাই যাব লাগিব কওকছোন
মই লৈ যাম তোমাক
পূজাত এৰাতি কটাব পাৰিলে ভাল আছিল
আচলতে সকলোৰে সৈতে ঘটে ৷
হেঃহেঃহেঃ
পিছে নপ্তিপাৰা পালেগৈ নে আন ক'ৰবাত ওলালগৈ :)
ওলালোগৈ নোলাম নে আৰু
অনন্য ভোজন বিলাস :)বৰ্ণনা অনুপম হৈছে ।
খুব ভাল লাগিল পঢ়ি৷ বাৰ্তা এটা আছে৷
দাদাৰ ব্লগটোত আজিহে চকু ফুৰাইছো ...এৰিবই মন যোৱা নাই চোন । চাৰিওফালে টানি আছে । একষাৰে ক'ব পৰাকৈ সুন্দৰ, সুন্দৰ ।
সুন্দৰ..
তই মোক ভাল পাৱ বুলি জানো :)
আপোনাৰ লিখনী বোৰ সচাই বৰ মনোৰম হয় , সেই কাৰনে আপোনাৰ লিখনী বিলাক পঢ়ি ভাল লাগে|
নিৰর্থক প্রশ্ন। আমাৰ পঢ়ি ভাল লাগিছে। আপোনাৰ লিখি ভাল লাগিছে। মাজতে এই মানুহবোৰৰ কথা শুনিবলৈ কি দৰকাৰ। বিন্দাছ কাম কৰক, গল্প শুনাওক আৰু সময় পালেই লিখি যাওঁক। শুভকামনাবোৰ সদায় থাকিল।
মই কাহিনী কৈ যাম,শুনিবলৈ মানুহ আছে শুনিবসাহিত্য নকৰো বাৰু !
ভাষা আৰু সাহিত্য হৈছে মনৰ ভাব প্রকাশ কৰা এটা মাধ্যম । আপুনিও নিজৰ মাতৃভাষাৰ জৰিয়তে নিজৰ মনৰ ভাব প্রকাশ কৰিছে । কথা সিমানেই । আৰু মোৰ বোধেৰে আপোনাৰ লিখনী আৰু প্রকাশভংগী খুবেই ধুনীয়া । গতিকে, বেলেগে ভাল পোৱা, বেয়া পোৱাৰ কথা সিমান বেছিকৈ ভাবি নাথাকিব ।"অবিশ্রান্ত"ৰ দীর্ঘায়ু কামনা কৰিলো ।