text
stringclasses 736
values |
---|
অতি সুন্দৰ ... :-)
|
বঢ়িয়া দেই ।
|
ডেইজী,তই আকৌ ক’ৰ পৰা আহি ওলালি ?
|
চুপাৰ্ব দাদা!
|
ভাল লাগিল।
|
মজা ।
|
হা হা হা-----কি জমনি!!!!মানুহ পাগল হৈ যাবদেই
|
:))))))))))))))
|
ভাল পালো পঢ়ি..... সুন্দৰ বৰ্ণনা....... লিখি থাকা.....
|
দাদা এইটো লিধি এতিয়া উত্তৰ দি দি হায়ৰাম হৈ গৈছো‘জোনাক সঁচাকৈয়ে আহে নেকি?’
|
ধন্যবাদ তিয়েন
|
সাংঘাটিক দেই। আকৌ এবাৰ ভুতৰ অন্বেষণ কৰো দিয়ক। মই বহুবাৰ চে্ষ্টা কৰি ফেইলাৰ। পিছে বৰ ভাল লাগিল পঢ়ি। সৰল, সুষম বৰ্ণনা, লগতে গতিময়তা। বৰ ভাল লাগিল পঢ়ি।
|
জোনাক আকৌ কেতিয়া আহিব ককাই ?
|
ধন্যবাদ তিয়েন ৷পঢ়ি থাকিবা, উৎসাহিত হওঁ ৷
|
দেহি ঐ !!!
|
বহু বছৰ আগতে শুনা এটা কৌতুকৰ আধাৰত লিখিছিলো
|
:)
|
আপোনাৰ অনুভৱ আৰু সমালোচনা (?) পঢ়ি ভাবিছো চিনেমাখন সোনকালেই চাব লাগিব।
|
আশাকৰিছো সোনকালেই চাবলৈ পাব ৷ধন্যবাদ
|
~
|
আগলৈ থৈ দিয়াখিনি সোনকালে লিখক। এঢলীয়া বিচনাত কেনেকৈ শুলে, তিখৰ ৰুমমেট আৰু ভয়ানক ৱালমেটে পানীপথৰ যুদ্ধত আত্মসমৰ্পন, জয় নে পৰাজয় বৰণ কৰিলে জানিবলৈ আগ্রহেৰে ৰৈ আছো :)
|
আজি দিবলৈ যত্ন কৰিম
|
পানী আম্দোলন খণ্ডটি সোনকালে লিখক আকৌ ।
|
পাছৰখিনি !!!!!!!!!!!!
|
ব্লগটো বৰ ভাল লাগিছে, ধন্যবাদ| আগলৈ আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...-নীলান্জনা
|
নীলান্জনা,তুমিয়ে প্ৰথম মন্তব্য ৰাখিলা ৷ ধন্যবাদ ৷সময় আগবঢ়াৰ লগে লগে ময়ো আশা কৰিছো তুমি কোৱা ‘আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...’খিনি পূৰ কৰিব পাৰিম ৷মৰমেৰেপ্ৰতিভু দা
|
সুন্দৰ :)
|
দাদা, এই ব্লগটো আগুৱাই লৈ যাবলৈ আপোনাৰ সহায়ৰ প্ৰয়োজন হব ৷:)
|
ভাল লাগিল্...
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.