text
stringclasses 736
values |
---|
ব্লগটো বৰ ভাল লাগিছে, ধন্যবাদ| আগলৈ আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...-নীলান্জনা |
নীলান্জনা,তুমিয়ে প্ৰথম মন্তব্য ৰাখিলা ৷ ধন্যবাদ ৷সময় আগবঢ়াৰ লগে লগে ময়ো আশা কৰিছো তুমি কোৱা ‘আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...’খিনি পূৰ কৰিব পাৰিম ৷মৰমেৰেপ্ৰতিভু দা |
সুন্দৰ :) |
দাদা, এই ব্লগটো আগুৱাই লৈ যাবলৈ আপোনাৰ সহায়ৰ প্ৰয়োজন হব ৷:) |
ভাল লাগিল্... |
প্ৰতিভুদা, আপোনাৰ ব্লগ পঢ়ি সচাঁকৈয়ে অভিভূত হলোঁ ৷ এই যাত্ৰা অব্যাহত ৰাখক ৷ |
দৈনন্দিন,.........................বঢ়িয়া। |
গান কেইটা পাম নে |
সুন্দৰ ৰচনা |
শ্বিলং , উমৰংচু, এইবিলাক চব শুণিবলৈ একেই লাগে দেখোন। হা: হা: |
হা: হা: , মোৰ ইমান বছৰৰ উমৰংছু এক্সপেৰিয়েন্স মায়ুৰাক্ষী বৌয়ে ধুলিস্যাত কৰি পেলাইছিল দেই। পিছে সেই কেইদিন কথাটো লৈ যি মস্তি হ'ল, তাৰ সকলো ক্ৰেডিট বৌৰ নামত।- পল্লৱী |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.