text
stringclasses 736
values |
---|
ফুৰ্তি প্ৰদৰ্শনৰ নমুনা আৰু আনৰ বিপদ ! |
বাপৰে কি সাংঘাটিক বেপাৰ ! সেইদিনা জ্বলা কুকুৰাৰ মাংস খালে তেনেহলে ! |
ধেত তেৰি....হাঃ হাঃ হাঃ... |
আমি আকৌ যাম তাৰ মানে ? হে হৰি, মোৰ লৰাৰ ৰিজাল্ত উলাবৰ কথা এইকেইদিনত -পাহৰিছিলোৱেই ! |
কি সাংঘাটিক লিখনী প্ৰটিভু দা, দুইটা খণ্ড একেলগে পঢ়িলো। |
নিজৰ প্ৰেম কাহিনী এনেদৰে লিখিব পৰা মানুহ কম আছে দেই। খুব ভাল লাগিল। |
ধন্যবাদ :) |
ভাল লাগিল পঢ়ি |
আপোনাৰ লেখনি প্ৰকাশভঙ্গীয়ে মোক এজন মানুহৰ কাষলৈ টানি লৈ গ্'ল .... "খবিৰ আহমেদ চাৰ্" |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.