text
stringlengths
1
2.59k
language
stringclasses
10 values
নিৰ্বাচনমুখী অসমত অসাধু চিমেন্ট ছিণ্ডিকেটয়ে বঢ়ালে চিমেন্টৰ মূল্য
Assamese
১৫ মে পৰ্যন্ত থাকিব ৰ নতুন নিয়মাৱলী মানি লোৱাৰ সময় তাৰপাছত কি হব
Assamese
উচ্চতম ন্যায়ালয়ত মুখথেকেচা ৰিলায়েন্সফিউচাৰ গ্ৰুপৰ চুক্তি স্থগিতাদেশ জাৰি
Assamese
৪৮বছৰ পূৰ্বে চাকৰিৰ বাবে আবেদন কৰিছিল ষ্টিভ জবছে নীলামত উঠিল সেই আবেদন পত্ৰ
Assamese
মেঘালয়ত নতুন বিশাল সংহত চিমেন্ট প্ৰকল্পৰ প্ৰস্তাৱ চিমেন্টৰ ৫গৰাকী সঞ্চালকৰ
Assamese
জীৱনত সুখ বিচাৰেনে মানি চলক আচাৰ্য চাণক্যৰ এই তিনিটা নীতি আহিব সুখপলাব দুখ
Assamese
২০২৪ ৰ লোকসভা নিৰ্বাচনত ৪০০তকৈও অধিক আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে নোমল মমিন
Assamese
উপায়হীন ঠিকাদাৰ চৰকাৰে বিল পৰিশোধ নকৰাৰ বাবে ডিজিপি কাৰ্যালয়ত সমবেত ঠিকাদাৰৰ দল
Assamese
সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ আপত্তি দৰ্শাই দিল্লীত স্মাৰকপত্ৰ প্ৰদান আম আদমি পাৰ্টীৰ
Assamese
অগ্নিগৰ্ভৰ মণিপুৰ২৪ ঘণ্টাত দুই যুৱক এগৰাকী মহিলাক গুলীয়াই হত্যা
Assamese
অশান্ত মণিপুৰ আশ্চৰ্যকৰভাৱে অদ্ভুত মোদীৰ মৌনতাপুনৰ সৰৱ কংগ্ৰেছ
Assamese
৮ আদিবাসী সংগঠনৰ সদস্যৰ অস্ত্ৰসম্বৰণপুনৰ্বাসনৰ পেকেজ ঘোষণা চৰকাৰৰ
Assamese
শোণিতপুৰত ট্ৰাকৰ সৈতে গাড়ীৰ মুখামুখি সংঘৰ্ষত নিহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ
Assamese
কনাতংকৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা কাৰ্যালয়লৈ যাব লাগিব কেন্দ্ৰীয় মন্ত্ৰীসকল
Assamese
ভাৰতে ৰ বিৰুদ্ধে লগা যুঁজখনত পৰাস্ত হৈছে নেকি
Assamese
কনা মহামাৰীৰ সাম্প্ৰদায়িক ৰং
Assamese
বিত্তীয় সংকট প্ৰসংগত কিছু প্ৰশ্ন
Assamese
কনা ভাইৰাছঃ মীথ বনাম বৈজ্ঞানিক সত্য
Assamese
লকডাউনত চৰকাৰৰ কিছু কৰণীয়
Assamese
ৰ সময়ত মৃত্যুব্যাপক ক্ষয়ক্ষতিৰ মোকাবিলাৰ বাবে সাজুনে ভাৰত
Assamese
জনতা কাৰ্ফিউ বনাম জনতাৰ স্বাস্থ্য
Assamese
সুন্দৰৰ আঘাতজিম্বাবোৱেৰ বিৰুদ্ধে শৃংখলাৰ বাবে ভাৰতীয় দলত শ্বাহবাজ আহমেদ
Assamese
আজিৰ পৰা আৰম্ভ হব ডুৰাণ্ড কাপগুৱাহাটীত অনুষ্ঠিত হব দহখন খেল
Assamese
আৰম্ভ হল ডুৰাণ্ড কাপ ২০২২উদ্বোধনী মেচত এফ চি গোৱাৰ বিৰুদ্ধে ৩১ ব্যৱধানত জয় মহমেদান স্প্টিঙৰ
Assamese
চিমেন্টৰ কাণ্ডজ্ঞানহীন কাৰ্য দিব্যাংগৰ বাবে সুবিধা নথকা টয়লেট নাই পানীৰ ব্যৱস্থা
Assamese
ফিফাই নিষিদ্ধ কৰিলে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক ভাৰতৰ পৰা আঁতৰিল অনুৰ্ধ১৭ৰ মহিলা বিশ্বকাপ
Assamese
গুৱাহাটীত পথ দুৰ্ঘটনাত মাহত ২১ জনকৈ লোকৰ মৃত্যু হয়
Assamese
মেডেলটো পোৱাৰ পাছত মই কষ্টখিনি পাহৰি গৈছোনয়নমণি শইকীয়া
Assamese
কেন্দ্ৰীয় মন্ত্ৰীৰ সোঁত এইবাৰ জাপানৰ ৰাষ্ট্ৰদূতৰ সৈতে অসমত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী
Assamese
স্বাধীনতা দিৱসৰ পূৰ্বে ধোনীৰ বিশেষ বাৰ্তা ত্ৰিৰংগাৰে উজলাই তুলিলে নিজৰ ইনষ্টাগ্ৰাম
Assamese
দবা অলিম্পিয়াডত সাফল্য ভাৰতৰব্ৰঞ্জ জিনিলে ভাৰতৰ বি দল আৰু মহিলা এ দলে
Assamese
ছচিয়েল মিডিয়াত ভাৰত ৰত্নৰ দাবী এনে প্ৰচাৰ বন্ধ কৰাৰ আহ্বান ভাৰতীয় হিচাপে গৰ্বিত ৰতন টাটাৰ
Assamese
সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান
Assamese
প্ৰথমবাৰৰ বাবে বিশ্ব বাণিজ্য সংস্থাৰ নেতৃত্ব দিব এগৰাকী মহিলাই
Assamese
নহয় এইবাৰ অসমৰ তিনি যুৱ প্ৰতিভাৰ অভিনৱ প্ৰয়াস
Assamese
চাৰি নম্বৰ স্থানেৰে সামৰণি ভাৰতৰ চাওক ভাৰতৰ সম্পূৰ্ণ পদক তালিকা
Assamese
প্ৰধান মন্ত্ৰী মোদীৰ আহ্বানক অসন্মান চিমেন্টৰ টয়লেটৰ সুবিধাৰ পৰা বঞ্চিত দিব্যাংগ শিক্ষাৰ্থী
Assamese
দেশৰ এটা আজৱ বেংক এটা ছাগলী ঋণ ললে দিব লাগিব চাৰিটাকৈ ভেড়া
Assamese
এমাজনৰ চিইঅ পদৰ পৰা জেফ বেজোছৰ অব্যাহতি নতুন দায়িত্বত কোন
Assamese
আগতীয়াকৈ কৰক পৰিকল্পনা ফেব্ৰুৱাৰিত কমেও ১২ দিন বন্ধ থাকিব বেংকৰ কামকাজ
Assamese
বাৰ্মিংহামত শৰৎ কমলৰ স্বৰ্ণিল যাত্ৰাচিংগলছত জয়েৰে অৰ্জন তৃতীয়টো স্বৰ্ণ
Assamese
ৰবি শৰ্মাৰ সৈতে অলপ আলাপ
Assamese
এন পি পি ৰ ৰাজ্যিক উপ সভাপতি তথা তত্বাৱধায়ক বিশ্বজিৎ বৰুৱাৰ ৰাইজৰ দলত যোগদান
Assamese
গ্ৰেপ্তাৰ হল ঘগ্ৰাপাৰ থানাৰ কলংকিত আৰক্ষী বিষয়া বিমান ৰয়
Assamese
গগৈমগৈ বুলি সাম্প্ৰদায়িক মন্তব্য কৰা মন্ত্ৰী ৰঞ্জিত দাসক বিজেপিয়ে দলৰ পৰা বৰ্খাস্ত কৰকআম আদমি পাৰ্টী
Assamese
বিশ্বনাথ চাৰিআলিত বিনামূলীয়া চাৰু আৰু কাৰু প্ৰশিক্ষণ সম্পন্ন
Assamese
প্ৰস্ৰাৱ কাণ্ডৰ পিছত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে জনজাতীয় শ্ৰমিকৰ ভৰি ধুই কৰিলে সেৱাসৎকাৰ
Assamese
পুনৰ হিংসা মণিপুৰত ইম্ফলৰ স্কুলৰ বাহিৰত মহিলাক গুলীয়াই হত্যা
Assamese
গুৱাহাটীৰ গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত তিনিখন বাহনত খুন্দা মাৰিলে এখন চিটি বাছে
Assamese
এই বিশ্বাসঘাতকতা মানুহে কেতিয়াও ক্ষমা নকৰে কাটাপ্পাক সোঁৱৰাই দিলে বাহুবলী অনুৰাগীয়ে
Assamese
শক্তিশালী ধাৰাবাহিক আৰু ঐক্যৱদ্ধ সংগ্রামৰ বিকল্প নাই
Assamese
কাবিৰোধী আন্দোলন আৰু আছুৰ নেতৃত্ব
Assamese
প্ৰসংগঃ ৰাজ্যসভাৰ নিৰ্বাচন
Assamese
৬ নং দফাৰ দুৰ্দশা
Assamese
হত্যাকাৰী চৰকাৰ মুর্দাবাদ
Assamese
২০২১ৰ নিৰ্বাচন আৰু অসমৰ ৰাজনীতিত বিকল্পৰ সন্ধান
Assamese
কাবিৰোধী সংগ্ৰামত আলোকবৈদ্যুতিক প্ৰভাৱ
Assamese
ধ্বংসৰ দিশে দীপৰ বিল
Assamese
অপপ্ৰচাৰৰ অপপ্ৰচাৰ
Assamese
দেশত স্থাপন হব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ অসমত কিমান কলে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে
Assamese
মঙল গ্ৰহত চহৰ নিৰ্মাণ কৰিব বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কে
Assamese
ঠিকনাৰ নথি অবিহনেই পোৱা যাব চিলিণ্ডাৰ কিন্তু কেনেকৈ
Assamese
চাপত পৰি পিছ হুহুকিলে প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ
Assamese
সাক্ষীৰ পিছত দ্বিতীয় ভাৰতীয় মহিলা হিচাপে মল্লযুঁজত স্বৰ্ণ জয় ভিনেশ ফোগাটৰ
Assamese
আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ
Assamese
কমনৱেলথে লাভ কৰিলে আটাইতকৈ বয়স্ক পদক বিজয়ী৭৫ বছৰ বয়সত স্বৰ্ণ জয়েৰে চমক জৰ্জ মিলাৰৰ
Assamese
গাখীৰ বিক্ৰী কৰি কোটিপতি এগৰাকী মহিলা মাহে ৩লাখতকৈয়ো অধিক উপাৰ্জন
Assamese
মুকেশ আম্বানিৰ বেয়া দিন ধনকুবেৰৰ তালিকাৰ আৰু তললৈ নামিল ৰিলায়েন্সৰ গৰাকী
Assamese
নিখাত জাৰিন আৰু শৰৎ কমলে বহন কৰিব কমনৱেলথৰ সামৰণি অনুষ্ঠানত ভাৰতীয় ধ্বজা
Assamese
কমনৱেলথ গেমছৰ ৪ ৪০০ মিটাৰ ৰীলেৰ দলীয় শাখাত অসমৰ হিমা দাসৰ সাফল্য
Assamese
বাৰ্মিংহামত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলেফাইনেলত প্ৰৱেশেৰে নিশ্চিত কৰিলে পদক
Assamese
নগদ ধনৰ অভাৱ হৈছে মাত্ৰ ২ মিনিটতে ২লাখ টকা পৰ্যন্ত ঋণ দিব য়ে
Assamese
স্নায়ুযুঁজত প্ৰতিপক্ষক ধৰাশায়ী কৰি মল্লযুঁজত স্বৰ্ণ জয় সাক্ষী মালিকৰ
Assamese
গোল্ড কোষ্টৰ পিছত এইবাৰ বাৰ্মিংহামতো স্বৰ্ণ জয় বজৰং পুনিয়াৰ
Assamese
আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলুৱৈ ব্ৰিটনি গ্ৰিনাৰক ৯ বছৰৰ কাৰাদণ্ড বিহিলে ৰাছিয়াৰ আদালতে
Assamese
ৰ দুৰ্দান্ত অফাৰ মাত্ৰ ৩৯৮টকাত আনলিমিটেড ডাটা ভইচ কলৰ সুবিধা
Assamese
পৰ্যটন উদ্যোগ শক্তিশালী কৰাৰ লক্ষ্য একাধিক ৰেলখণ্ডত ভিষ্টাডোম সেৱাৰ প্ৰৱৰ্তন উঃ পূঃ সীঃ ৰেলৱেৰ
Assamese
ধুমুহাৰ গতিৰে চলিছিল বাছখন পথৰ পৰা ছিটিকি গৈ পৰিল খাৱৈত ২৯ জনৰ মৃ্ত্যু আহত ১৭
Assamese
শপতনামাত স্বাক্ষৰ কৰিও শান্তি নাই হোটেলত বন্দী অজিত শিবিৰৰ বিধায়ক দিল্লীলৈ শাৰদ পাৱাৰ
Assamese
নতুন ঘৰৰ সপোন আছে গৃহ ঋণত গ্ৰাহকৰ বাবে ব্যাপক ৰেহাইৰ ঘোষণা ৰ
Assamese
পাৱাৰ প্লে শাৰদ পাৱাৰ বনাম অজিত পাৱাৰৰ শক্তি প্ৰদৰ্শনৰ যুঁজত কোন আগবাঢ়িল
Assamese
ছেমিত থমকিল ধিং এক্সপ্ৰেছ ০.০১ ছেকেণ্ডৰ বাবে ফাইনেল নাপালে হিমাই
Assamese
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে নিযুক্তি লাভ আন এগৰাকী অসম সন্তান উজ্জল ভূঞাৰ
Assamese
এইবাৰ নাথুৰামৰ হাতত গান্ধীৰ মৃত্যু হব নোৱাৰে
Assamese
ইলেকট্ৰিক পাৱাৰ খণ্ডত কেৰিয়াৰ
Assamese
অসমত ধৰ্মপ্ৰদৰ্শনৰ বামাৰলি কাৰণপূৰণ আৰু তাৎপৰ্য্য
Assamese
কা বিৰোধী আন্দোলন আমি যুঁজিম কিদৰে
Assamese
নাগা বিদ্ৰোহৰ পটভূমি আৰু ইতিহাস শান্তিআলোচনা আৰু সংশয়
Assamese
যি কৈছে আৰু কৰিছে শিলাদিত্য দেবে সেয়া জাতিৰ বাবে
Assamese
অসম আন্দোলনৰ দৰেই কুহুমীয়া সমাপ্তিৰ দিশত অৰ্ধ শতিকাজোৰা নাগা আন্দোলন
Assamese
দীপাৱলী কিছু বিক্ষিপ্ত চিন্তা
Assamese
চাহ শ্ৰমিকৰ আৰ্থিক অৱস্থা আৰু বাগিচাত যক্ষ্মাৰ বিভীষিকা
Assamese
এগৰাকী বিপ্লৱীসাম্যবাদীৰ জীৱনাৱসান
Assamese
আধাৰ কাৰ্ডৰ সহায়ত কিদৰে ১০ মিনিটতে বিনামূলীয়াকৈ লাভ কৰিব পান কাৰ্ড চাওক প্ৰক্ৰিয়া
Assamese
নৱবৰ্ষত জিঅ গ্ৰাহকলৈ সুখৱৰ যিকোনো নেটৱৰ্কলৈ পুনৰ আনলিমিটেড ফ্ৰী কলৰ সুবিধা
Assamese
অসমত হিমন্ত বিশ্ব শৰ্মাৰ মতে চলে আম আদমী পাৰ্টি
Assamese
পৰিভ্ৰমী মৌ পালনেৰে লাখ লাখ টকা উপাৰ্জন স্বাৱলম্বিতাৰ নিদৰ্শন এইগৰাকী মৌ পালক
Assamese
মেঘালয়ৰ ৩টা চিমেন্ট কোম্পানীয়ে বিজেপিৰ নিৰ্বাচনী পুঁজিলৈ দান দিছে ৪.২২কোটি টকা
Assamese
সাৱধান এই ৬টা কথালৈ মন নকৰিলে শূন্য হৈ পৰিব পাৰে আপোনাৰ বেংকৰ একাউণ্ট
Assamese
ত্ৰিপ্ৰা মথাৰ মুৰব্বী প্ৰদ্যুৎ দেৱ বাৰ্মাই ত্যাগ কৰিলে ৰাজনীতি আৰু ৰাজহুৱা জীৱন
Assamese