text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
সৃষ্টিশীলতাই দূৰ কৰিব নেতিবাচক চিন্তা আৰু আৱেগ যি ছয়টা কাৰণে
|
Assamese
|
এন ফ্ৰাংকৰ ডায়েৰী অসমীয়া অনুবাদ আৰু তাৎপৰ্য
|
Assamese
|
প্ৰেৰণা পুথিভঁৰাল এটি অসমবিৰল ব্যতিক্ৰমী প্ৰেৰণাদায়ী অনুষ্ঠান
|
Assamese
|
৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ সপোন আৰু পেচাদাৰ নিৰাশাবাদীসকল
|
Assamese
|
৫ জুন বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য
|
Assamese
|
পুনৰ হিংসা মণিপুৰৰ খুজুমা টাবি গাঁৱত কুকি উগ্ৰপন্থীৰ মুকলি গুলীচালনা নিহত ৩ মেইটেই
|
Assamese
|
গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী এলেকাত ইটাভাতাৰ ভয়ংকৰ প্ৰদূষণ
|
Assamese
|
চাহ শ্ৰমিকৰ আশাবোৰ পূৰ্ণ হলনে
|
Assamese
|
অনুৰ্দ্ধ ১৭ বছৰ ৰাষ্ট্ৰীয় দবাঃ অসমৰ মায়াঙ্ক চক্ৰৱৰ্তী চেম্পিয়ন
|
Assamese
|
দলীয় প্ৰদৰ্শনৰ সুফল দ্বিতীয় টি২০ত ইংলেণ্ডক হৰুৱাই ভাৰতৰ শৃংখলা দখল
|
Assamese
|
উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিহুভিত্তিক বিষয়ৰ অৱতাৰণা কিছু প্ৰশ্ন
|
Assamese
|
ভাৰতৰ মৌলিক ধাৰণাৰ বিৰোধী বিজেপিৰ মিত্ৰদলৰেই ইউনিফৰ্ম চিভিল কোডৰ বিৰোধিতা
|
Assamese
|
নৰ্থইষ্ট ডাইলগ ফামে গ্ৰহণ কৰিলে ব্ৰহ্মপুত্ৰ ঘোষণা পত্ৰ কি আহ্বান ফামৰ
|
Assamese
|
ৰ পৰা ৫০০০টকাৰ বেছি উলিয়ালে ভৰিব লাগিব অতিৰিক্ত চাৰ্জ সলনি হল কি নিয়ম
|
Assamese
|
নোটা ভোটৰ বাবে বিজেপিয়ে হেৰুৱালে নেকি নগাঁও সমগ্ৰ ৰাজ্যত ১৭৭৯০১ টা নোটা ভোট
|
Assamese
|
বৈৰী বন্ধু অগপৰ আভ্যন্তৰীণ শীতল যুদ্ধৰ বিস্ফোৰণ সমাগত
|
Assamese
|
শ্ৰীলংকাৰ গণ বিক্ষোভ ৰাজপথলৈ ওলাই আহিল ক্ৰিকেটাৰ সনথ জয়সূৰ্য
|
Assamese
|
অসম চুক্তি ৰূপায়ণ কৰিব কোনে
|
Assamese
|
শুভ জন্মদিন কেপ্তেইন কুল
|
Assamese
|
কোৱালকমৰ হাতত ধৰি জিঅএ অতি শীঘ্রেই দেশত আৰম্ভ কৰিব পৰিসেৱা কম মূল্যতে দিব স্মাৰ্টফোন
|
Assamese
|
চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অৰ্পণ দাসৰ অগ্ৰগতি
|
Assamese
|
মালয়েছিয়াত অনুষ্ঠিত হবলগীয়া আন্তঃৰাষ্ট্ৰীয় মুৱাইথাই কিক বক্সিং প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিব টীয়ক চাহ বাগিচাৰ নীহা ৰাজোৱাৰে
|
Assamese
|
চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাশীৰ্ষ বাছনিৰ অৰ্পণ দাসৰ অগ্ৰগতি
|
Assamese
|
বুমৰাহৰ আন এক অভিলেখভংগ কৰিলে কপিল দেৱৰ নামত থকা ৪০ বছৰ পুৰণি ৰেকৰ্ড
|
Assamese
|
উৎসৱৰ বতৰৰ মাজতে নতুন স্প্লেণ্ডাৰ মুকলি সলনি হৈছে লুক
|
Assamese
|
প্ৰসিদ্ধ ব্ৰেণ্ড বিক্ৰী কৰিব য়ে
|
Assamese
|
এলোৰ্ডা কাপত ৰূপৰ পদক অৰ্জন অসমৰ তাৰকা বক্সাৰ যমুনা বড়োৰ
|
Assamese
|
কৰদাতালৈ সুখবৰআয়কৰ প্ৰদানৰ অন্তিম দিন ৩১ ডিচেম্বৰলৈ বৃদ্ধি
|
Assamese
|
বুমৰাহৰ আন এক অভিলেখঅতিক্ৰম কৰিলে ভুৱনেশ্বৰ কুমাৰ জাহিৰ খানক
|
Assamese
|
পূজাৰ বতৰত গ্ৰাহকৰ বাবে ৰ বৃহৎ ঘোষণা কি সেই ঘোষণা চাওঁ আহক
|
Assamese
|
ভুৱা বিতৰ্কৰ মাজতে টিভি চেনেলৰ সাপ্তাহিক ৰেটিং বন্ধ কৰিলে য়ে
|
Assamese
|
শলঠেকত এমাজনফ্লিপকাৰ্ট কি কাৰণে কেন্দ্ৰীয় চৰকাৰে জাননী পঠিয়ালে এই দুটা সংস্থাক
|
Assamese
|
লকডাউনত ধাৰাবাহিকভাৱে কিস্তি আদায় দিয়া ব্যক্তিসকলৰো সুতৰ ওপৰত সুত ৰেহাই দিয়া হব
|
Assamese
|
২৫ হাজাৰ বিহুৱাবিহুৱতীক লৈ নতুন দিল্লীত আয়োজন কৰা হব বিহু নৃত্য মুখ্যমন্ত্ৰী
|
Assamese
|
ভয়ংকৰ দুৰ্ঘটনাত বিধ্বস্ত গাড়ী ছিন্ন ভিন্ন হৈ পৰি ৰল মৃতদেহ ৫১ জনৰ মৃত্যু আহত ৩২ জন
|
Assamese
|
গুৱাহাটী লোকসভা সমষ্টি হাত পদুম নে অন্যান্য
|
Assamese
|
বিহু মঞ্চসমূহলৈ এক আহ্বান
|
Assamese
|
এই মানুহবোৰ সময়ৰ আগতেই বুঢ়া হৈ যায় চাওক আচাৰ্য চাণক্যৰ মত
|
Assamese
|
১২৫ বছৰ গৰকিলে চকচকা চৰকাৰী মজলীয়া বিদ্যালয়ে
|
Assamese
|
অসমনিৰ্বাচনী ফলাফলৰ পূৰ্বানুমান
|
Assamese
|
নিৰ্বাচন হওক আৰু হব আচল ইছ্যুতঅসমো নহয় ব্যতিক্ৰম
|
Assamese
|
এলাগী থলুৱা উদ্যোগী অসমীয়াৰ আৱেগেৰে খেলি গুজৰাটীক গতালে ঐতিহাসিক দীঘলীপুখুৰী
|
Assamese
|
লোকসভা নিৰ্বাচনমোৰ ভোট অগপবিজেপিৰ বিৰুদ্ধে
|
Assamese
|
নিধিৰাম চৰ্দাৰ নেডা বিজেপিৰ হাতৰ পৰা ওলাই যোৱাৰ পথত অষ্টলক্ষ্মী
|
Assamese
|
বিজেপিলৈ আহি প্ৰথম নিৰ্বাচনী ৰাজনীতিত মুখ থেকেচা খালে নেকি হিমন্ত বিশ্ব শৰ্মাই
|
Assamese
|
অগপৰ বিৰল বিধৰ মিত্ৰতা প্ৰথম শাৰীৰ সুবিধাবাদ
|
Assamese
|
গুৱাহাটীত আৰম্ভ হল চতুৰ্থ আয়োধানা আন্ত:ৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা
|
Assamese
|
এলোৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সিং তাৰকা যমুনা বড়োৰ
|
Assamese
|
বিজেপিক ভেটা দিবলৈ নাগৰিক সমাজৰ আহ্বান
|
Assamese
|
অগপৰ নেতৃত্বৰ পৰিৱৰ্তন নঘটিলে বিজেপিত জীণ যাব নেকি আঞ্চলিক দলটো
|
Assamese
|
দীঘলীপুখুৰীক গুজৰাটৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতোৱাৰ তীব্ৰ বিৰোধিতা ডি ৱাই এফ আইৰ
|
Assamese
|
ইটালীৰ ফুটবলত প্ৰথম মহিলা ৰেফাৰী ইতিহাস গঢ়িবলৈ আগবাঢ়িছে মাৰিয়া
|
Assamese
|
দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ এজবাষ্টনত চালকৰ আসনত ভাৰত
|
Assamese
|
অদমনীয় বুমৰাহ ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড
|
Assamese
|
কপিল দেৱৰ অভিলেখ স্পৰ্শ এজবাষ্টন টেষ্টত ভাৰতৰ অধিনায়ক বুমৰাহ উপঅধিনায়ক পণ্ট
|
Assamese
|
পন্টৰ বিস্ফোৰক শতক জাদেজাৰ অপ্ৰতিৰোধ্য বেটিঙেৰে এজবাষ্টনত ইংলেণ্ডক উভতি ধৰিলে ভাৰতে
|
Assamese
|
এইবাৰ এমাজনতো কাটিব পাৰিব ৰেলৰ টিকট পাব কেশ্ববেকৰ সুবিধা
|
Assamese
|
কিশোৰৰ মৃত্যুকলৈ জ্বলিছে দেশ সংঘৰ্ষ নিয়ন্ত্ৰণৰ বাবে ফ্ৰান্সত মোতায়েন ৪৫ হাজাৰ আৰক্ষী
|
Assamese
|
নাগালেণ্ড ভাৰতৰ বাহিৰত ৰ জ্ঞানক লৈ ছচিয়েল মিডিয়াত তুমুল প্ৰতিক্ৰিয়া
|
Assamese
|
আতংক লখিমপুৰত জাপানীজ এনকেফেলাইটিছত শিশুৰ মৃত্যু ২৪ গৰাকী আক্ৰান্ত
|
Assamese
|
প্ৰায় ১৫৪ কোটি টকাত বিক্ৰী হল ১০২ কেৰেটৰ এটুকুৰা নিখুঁত হীৰা
|
Assamese
|
ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ পৰা বাহিৰ ৰোহিত শৰ্মাবুমৰাহৰ কান্ধত অধিনায়কৰ দায়িত্ব
|
Assamese
|
উত্তৰপূবত ফুটবলাৰৰ সন্ধানত আই এছ এল ফ্ৰেঞ্চাইজী হাইদৰাবাদ এফ চি
|
Assamese
|
বজাৰত জুই আলু ৫০ পিঁয়াজ ৬০ বিজেপিক আসন লাগে ১০০+
|
Assamese
|
বেংকৰ পৰা কাৰ্ড বন্ধ হোৱাৰ মেচেজ আহিছে নেকি চাওক কি কৰিব আপুনি
|
Assamese
|
ঋণ বিচৰাসকলৰ বাবে ভাল খৱৰ য়ে গ্ৰাহকক দিছে এই সুবিধা
|
Assamese
|
কেন্দ্ৰৰ কৃষি বিধেয়কৰ বিৰোধিতামন্ত্ৰীসভাৰ পাছত এইবাৰ এৰিলে শিৰোমণি আকালি দলে
|
Assamese
|
ছাউথ এছিয়ান কাৰাটে প্ৰতিযোগিতাত উজলিল শিৱসাগৰৰ অংকুৰ দাস
|
Assamese
|
মাত্ৰ ১টকা দি ঘৰলৈ লৈ যাওক এখন বাইক বা স্কুটী চাওক কেনেকৈ পাব এই সুবিধা
|
Assamese
|
পাকঘৰৰ দেৱালত তেলচিকতিৰ দাগ পানীৰে নুগুচিব গুচিব কি তিনিটা উপায়েৰে জানো আহক
|
Assamese
|
চিয়েট টায়াৰ্ছৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি বলিউডৰ জনপ্ৰিয় অভিনেতা আমীৰ খানক
|
Assamese
|
সন্ত্ৰাসবাদ আৰু ধৰ্মীয় মৌলবাদ
|
Assamese
|
অসম উচ্চ শিক্ষা সঞ্চালকালয়ৰ নতুন নিৰ্দেশ মহাবিদ্যালয়সমূহত হাহাকাৰ
|
Assamese
|
চুলাই মদত বিহ আৰু চাহশ্ৰমিকৰ জীৱনমৰণ
|
Assamese
|
বিজেপিৰ কংগ্ৰেছ শূন্য উত্তৰপূব কিমান দূৰবিধেয়ক বিৰোধী আন্দোলনত স্থিতি হেৰাল নেকি নেডাৰ
|
Assamese
|
গৰ্ভাৱস্থাত আটাইকেইটা দাঁত সৰিল এগৰাকী মহিলাৰ সকলোৰে ক্ষেত্ৰত কিন্তু হব পাৰে এনেকুৱা
|
Assamese
|
মৰ্মান্তিক বাছত অগ্নিকাণ্ড মহাৰাষ্ট্ৰৰ বুলঢানাত ভয়ংকৰ দুৰ্ঘটনা ২৬ জন লোকৰ মৃত্যু
|
Assamese
|
গুৱাহাটী আৰু চেকেন্দ্ৰাবাদৰ মাজত চলিব গ্ৰীষ্মকালীন বিশেষ ৰেল
|
Assamese
|
চাণক্য নীতি অনুসৰি শত্ৰুক উচিত শিক্ষা দিয়াৰ উপায় বিশ্বাসঘাতকসকলো হৈ পৰিব অস্থিৰ
|
Assamese
|
ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত কৰনাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক
|
Assamese
|
৩৫ নট আউট৩৫ টা বসন্ত গৰকিলে ফুটবলৰ যাদুকৰে
|
Assamese
|
অসমত বিদেশী নিৰ্ধাৰণৰ সীমাবৰ্ষ সন্দৰ্ভত বিবাদ ৫১ নে ৭১
|
Assamese
|
নাগৰিকত্ব বিধেয়ক প্ৰসংগত ৰাহুল গান্ধীৰে আলোচনা ভ্ৰমাত্মক
|
Assamese
|
সদৌ অসম অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১৯বছৰ অনলাইন দবা প্ৰতিযোগিতা
|
Assamese
|
অসমৰ আৰ্বিটাৰলৈ বিশ্ব দবা মহাসংঘৰ স্বীকৃতি
|
Assamese
|
৩০ ঘন্টা পানীত উপঙি যোগ কৰি অভিলেখ গঢ়িলে অসমৰ দুই সাঁতোৰবিদে
|
Assamese
|
আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত ১৫ বছৰ সম্পূৰ্ণবিশেষ দিনত বিশেষ বাৰ্তা ৰোহিত শৰ্মাৰ
|
Assamese
|
দ্বন্দ্ব পৰিত্যাগ মণিপুৰ ভ্ৰমণ প্ৰসঙ্গত ৰাহুল গান্ধীলৈ সমৰ্থন আপৰ
|
Assamese
|
জনজাতিকৰণৰ ৰাজনীতি
|
Assamese
|
গান্ধী ৰেচিষ্ট আছিল গান্ধীক হত্যা সম্ভৱনে
|
Assamese
|
গুৱাহাটীৰ ৰজ্জুপথ মুকলিত পুনৰ বিলম্ব
|
Assamese
|
গণতান্ত্ৰিক আন্দোলনক দমনৰ চেষ্টা কিয় আছুৰ সৈতে বিজেপিৰ সংঘাতৰ পৰিণাম কি হব পাৰে
|
Assamese
|
ৰাষ্ট্ৰীয় অপেন মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত ৫০০০ মিটাৰ দৌৰত দীপামনি ডেকাৰ স্বৰ্ণ জয়
|
Assamese
|
আৱেশৰ চমক দুৰ্দান্ত কাৰ্তিক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টী২০ শৃংখলা ২২ কৰি উভতি ধৰিলে ভাৰতে
|
Assamese
|
এমষ্টেলভিনত ৰানৰ জোৱাৰক্ৰিকেট ইতিহাসত নতুন অভিলেখ স্থাপন কৰিলে ইংলেণ্ডে
|
Assamese
|
পুনৰ ৰ ধামাকা গ্ৰাহকৰ বাবে জিঅই আগবঢ়াইছে পাঁচটা লোভণীয় প্লেনৰ অফাৰ
|
Assamese
|
ৰ নতুন আঁচনি দুবছৰলৈ সকলো ধৰণৰ ঋণ আদায়ৰ ক্ষেত্ৰত দিব সকাহ
|
Assamese
|
নীতি উলংঘনৰ অভিযোগত গুগল প্লে ষ্টোৰৰ পৰা আতঁৰিল এপ
|
Assamese
|
কভিদত আক্ৰান্ত ৰবিচন্দ্ৰন অশ্বিনটেষ্ট দলৰ সৈতে ইংলেণ্ড ভ্ৰমণ নহল সম্ভৱ
|
Assamese
|
বজাৰলৈ আহিল ৰ মডেলৰ বাইক দাম আপোনাৰ সাধ্যৰ ভিতৰত হয়নে নহয় জানি লওঁক
|
Assamese
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.