text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
পুনৰ লোভনীয় অফাৰ ৰিচাৰ্জ কৰি বিনামূল্যে সম্পূৰ্ণ চোৱাৰ সুযোগ
|
Assamese
|
হ্ৰাস পালে পেট্ৰলডিজেলৰ দাম গ্ৰাহকলৈ সামান্য সকাহ
|
Assamese
|
আকৌ পিঁয়াজে কন্দুৱাব ৰপ্তানিত নিষেধাজ্ঞা কেন্দ্ৰীয় চৰকাৰৰ
|
Assamese
|
জ্যেষ্ঠ নাগৰিকলৈ ৰ উপহাৰ ৩১ডিচেম্বৰলৈকে সুবিধা লব পাৰিব এই আঁচনিৰ
|
Assamese
|
বিশ্বৰ সৰ্বোচ্চ মূল্যৰ হীৰা হোৱাৰ দিশে অগ্ৰসৰ ১০২ কাৰাটৰ ডিম্বাকৃতিৰ এই নিখুঁট হীৰা খণ্ড কিমান হব ইয়াৰ মূল্য
|
Assamese
|
ৰিলায়েন্স ৰ আকৰ্ষণীয় প্ৰিপেইড প্লেন গ্ৰাহকৰ বাবে ৩.৫টকাত ডাটা
|
Assamese
|
স্লিপ এপনিয়াত আক্ৰান্ত জো বাইডেন কি এই ৰোগ জানি লওক লক্ষণসমূহ
|
Assamese
|
ৰাজপথৰ আন্দোলনে বচাব পাৰিবনে অসমীয়াক বিদেশীৰ লগতে বহিৰাগতৰ আগ্ৰাসনো বিপদজনক
|
Assamese
|
পঞ্চায়ত নিৰ্বাচন বিজেপিৰ সফল মেৰুকৰণৰ প্ৰথম পৰ্ব
|
Assamese
|
বিচনাৰ ওপৰত ৫০০ টকীয়া বাণ্ডিলৰ দম পত্নীসন্তানৰ এক চেলফিত সংকটত উপপৰিদৰ্শক
|
Assamese
|
কিয় আৰক্ষীৰ লোকৰ লগতে গৃহমন্ত্ৰী আৰু ডিজিপিয়েও এই কিতাপখন পঢ়া উচিত ললিত গগৈৰ ফেচবুক পষ্ট
|
Assamese
|
অসমৰ মহাবিদ্যালয় সপ্তাহসমূহত প্ৰতিযোগীৰ নিম্নগামী সংখ্যা কিহৰ ইংগিত
|
Assamese
|
শলঠেকত মুখ্য মন্ত্ৰী সোণোৱাল হিমন্ত বিশ্বৰ জয়জয় ময়ময়
|
Assamese
|
অভিনৱ শৈলীৰ ভেলাঘৰ অসমীয়া সংস্কৃতিৰ বাহক
|
Assamese
|
সমুখত শৰাইঘাট ৰণুৱা অসমীয়াৰ দুৰ্বলতা কি
|
Assamese
|
আয়াৰলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দলৰ নেতৃত্বত পাণ্ডিয়াপ্ৰথমবাৰৰ বাবে দলত ৰাহুল ত্ৰিপাঠী
|
Assamese
|
মৰিগাঁও আন্তবিদ্যালয় ১৫ বছৰ অনুৰ্ধ দবাত পীয়ূষ প্ৰাপ্তিবৰ্ণাৰ খিতাপ
|
Assamese
|
মাজ নিশা পুনৰ উত্তপ্ত ইম্ফল প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ সেনাৰ
|
Assamese
|
অসমৰ ৰাজনীতিৰ ধূমকেতু বদৰুদ্দিন আজমলৰ কলংকমোচন সম্ভৱনে
|
Assamese
|
ৰাজপ্ৰসাদ এৰিলে ৰাজকুমাৰ হেৰী আৰু পত্নী মেঘানে খালী কৰিলে ৰাণীৰ উপহাৰ ফ্ৰগম কটেজ
|
Assamese
|
নৱবৰ্ষৰ প্ৰাৰম্ভতে সাজু হল অসমীয়া জাতিৰ শ্মশানযাত্ৰা
|
Assamese
|
নিৰ্বাচনমুখী প্ৰতিশ্ৰুতিৰে আকৌ এবাৰ কেন্দ্ৰই পণবন্দী কৰিব খুজিছে নেকি অসমীয়াক
|
Assamese
|
আমেৰিকাৰ মডেলক ধৰ্ষণৰ গোচৰৰ পৰা মুক্তি দিয়া হৈছে ৰোনাল্ডোক
|
Assamese
|
সম্বৰ্দ্ধনা অভ্যৰ্থনা আদিয়ে মনোযোগ ব্যাহত কৰিছিল সাংবাদিকৰ আগত লাভলিনাৰ স্বীকাৰোক্তি
|
Assamese
|
চেম্পিয়ন ৰিটাৰ্ণছ পুনৰ স্বৰ্ণৰে উজলিল হিমা দাস অসম সন্তান অম্লান বৰগোহাঁইৰো স্বৰ্ণ জয়
|
Assamese
|
গাৰ জোৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষ লৈছে জে পি চিয়ে
|
Assamese
|
চাণক্য নীতিঅন্ধৰ দৰে বিশ্বাস নকৰিব জীৱনত মৃত্যুতকৈও বেছি কষ্ট দিয়ে এইসকলে
|
Assamese
|
ইটালীৰ কাটোলিকা দবা প্ৰতিযোগিতাত গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জনৰ দিশে অসমৰ চাহিল দে
|
Assamese
|
থানাত কিশোৰী নিৰ্যাতনকাৰী আৰক্ষী বিষয়া পলাতক সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা ডিজিপিৰ
|
Assamese
|
ভৰিত গুৰুতৰ আঘাত কমনৱেলথ গেমছৰ ট্ৰায়েলৰ পৰাই বাহিৰ হল মেৰী কম
|
Assamese
|
মিলাৰডুছেনৰ বেটিং তাণ্ডৱ বিশাল স্ক কৰিও শ্বাসৰুদ্ধকাৰী মেচত আত্মসমৰ্পণ পন্থ বাহিনীৰ
|
Assamese
|
অনুৰাগীৰ মৰমত উপচিল বিৰাটসামাজিক মাধ্যমত ২০০ মিলিয়ন অনুৰাগীৰ সীমা অতিক্ৰম
|
Assamese
|
দুৰন্ত বাবৰ কোহলীক অতিক্ৰমি নতুন অভিলেখ ৰচিলে বাবৰে
|
Assamese
|
একাউন্ট থকাসকলে শীঘ্ৰে লাভ কৰিব ডাঙৰ খৱৰ বীমাত লাভ কৰিব অধিক ধন
|
Assamese
|
ধনৰ অবৈধ লেনদেনৰ অভিযোগত ৰ প্ৰাক্তন চিইঅ চন্দা কোচাৰৰ পতিক ৰ গ্ৰেপ্তাৰ
|
Assamese
|
ক প্ৰত্যাহ্বান জনাই য়ে মুকলি কৰিলে প্লেন চাওক সৱিশেষ
|
Assamese
|
অন্ধকাৰত মুখ্যমন্ত্ৰী মন্ত্ৰীক বৰ্খাস্ত ৰাজ্যপালৰ অভূতপূৰ্ব পদক্ষেপকলৈ তোলপাৰ তামিলনাডু
|
Assamese
|
কণাকালতো অপ্ৰতিৰোধ্য ৰিলায়েন্স ছিলভাৰ লেকে ৰিলায়েন্সত বিনিয়োগ কৰিব ৭৫০০ কোটি টকা
|
Assamese
|
বছৰি ৩৩০টকা দি লাভ কৰক ২লাখ টকাৰ বীমা এই চৰকাৰী আঁচনিখনৰ বিষয়ে জানেনে
|
Assamese
|
জিঅ প্ৰত্যাহ্বান ভোডাফোনআইডিয়াত বিনিয়োগৰ বাবে আগবাঢ়িছে এমাজনভেৰিজন
|
Assamese
|
য়ে সলনি কৰিছে ঋণ প্ৰদানৰ নিয়ম কোন হব অধিক উপকৃত
|
Assamese
|
অভিনৱ আৱিস্কাৰ ইন্ধন নহয় বতাহতে চলিব যি গাড়ী এবাৰত ৪০০ কিলোমিটাৰ
|
Assamese
|
হিংসা থমা নাই মণিপুৰত আজি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ সম্ভাৱনা বীৰেণ সিঙৰ
|
Assamese
|
লক্ষ্য মোডী চৰকাৰক উৎখাত পুনৰ জুলাইত বেংগালুৰুত বিৰোধী দলসমূহৰ মহা বৈঠক
|
Assamese
|
এতিয়া সস্তাতে সাজিব পাৰিব ঘৰ
|
Assamese
|
অগপৰ দুৰ্গত বিজেপিৰ মোক্ষম আঘাত ক্ষমতাৰ খকত গাদী খামুচি নেতৃত্ব
|
Assamese
|
এইবাৰৰ পঞ্চায়ত নিৰ্বাচন অসমবাসীৰ বাবে আছিল একাঘ্নীস্বৰূপ
|
Assamese
|
উত্তৰ ভাৰততেই নহয় উত্তৰপূৰ্বাঞ্চলতো ২০১৯ত বিজেপিৰ ভেটি খহিব নেকি
|
Assamese
|
দলৰহৈ ৫টাৰ ৫টা গোলেই দিলে মেছিয়ে পেলেক অতিক্ৰমি হল ইতিহাসৰ দ্বিতীয় সৰ্বাধিক গোলদাতা
|
Assamese
|
এক দশকজোৰা সম্পৰ্কৰ সমাপ্তি স্পেনিছ ফুটবলাৰৰ সৈতে বিচ্ছেদ পপ তাৰকা শাকিৰাৰ
|
Assamese
|
অনুৰ্দ্ধ৭ আৰু অনুৰ্দ্ধ১১ বছৰ দবা প্ৰতিযোগিতাত ধান্যতা গোস্বামী অথৰ্ৱ মহন্ত চেম্পিয়ন
|
Assamese
|
ভূতৰ মুখত ৰাম নাম পঞ্চায়ত নিৰ্বাচন আৰু ৰাজনৈতিক দলৰ প্ৰচাৰ
|
Assamese
|
বিজেপিৰ আগ্ৰাসনৰ বিপৰীতে পঞ্চায়ত নিৰ্বাচন অগপৰ বাবে অগ্নি পৰীক্ষা
|
Assamese
|
বিতৰ্কিত বিধেয়ক হওক পঞ্চায়ত নিৰ্বাচনৰ প্ৰধান ইছ্যু কুযুক্তি খণ্ডন
|
Assamese
|
ফ্ৰান্স অপেনৰ ছেমি ফাইনেলত হঠাতে লাগিল হুৱাদুৱা কি ঘটালে যুৱতীয়ে
|
Assamese
|
গুৱাহাটী দবা একাডেমীৰ অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১১বছৰ দবা প্ৰতিযোগিতা
|
Assamese
|
কোকো গাউফক পৰাস্ত কৰি ফ্ৰেঞ্চ অপেন মহিলা চিংগলছৰ খিতাপ জয় ইগা চুয়াটেকৰ
|
Assamese
|
অসমীয়াক পানীমিঠৈ খুৱাই পাৰ কৰিব নেকি বিতৰ্কিত বিধেয়ক
|
Assamese
|
মোদী ডাৰ্ক ট্ৰায়েড ব্যক্তি পূজা আৰু বিকল্প
|
Assamese
|
সুবিধাবাদী মধ্যবিত্ত আৰু পোহমনা সংগঠনৰ বাবে দুটা নতুন শ্লগান
|
Assamese
|
ৱেম্বলীত মেছিৰ চমকইটালীক ধৰাশয়ী কৰি ফিনালিজিমাত আৰ্জেণ্টিনাৰ শ্ৰেষ্ঠত্ব
|
Assamese
|
আক্ৰমণ বন্ধ কৰকআগ্ৰাসী পুটিনলৈ বাৰ্তা ফুটবল সম্ৰাট পেলেৰ
|
Assamese
|
ফ্ৰেঞ্চ অপেনজকভিচক পৰাস্ত কৰি ছেমিত প্ৰৱেশ ক্লে ক্ট বাদশ্বাহ নাডালৰ
|
Assamese
|
ক্ৰয় নকৰাকৈয়ে হওক গাড়ীৰ গৰাকী মাৰুতিয়ে দিছে এই সুবিধা
|
Assamese
|
জিএছটি ঘাটি ২.৩৫লাখ কোটি টকাৰ ক্ষতিপূৰণৰ বাবে ৰাজ্যসমূহক কেন্দ্ৰৰ দুটা বিকল্পৰ প্ৰস্তাৱ
|
Assamese
|
ছুপাৰমেন পঞ্চাশ বছৰ ধৰি নাই টোপনি নিশাৰ ভাগত খেতি কৰে ভিয়েটনামৰ নিগকে
|
Assamese
|
বিজেপি শাসিত মণিপুৰত আৰক্ষীয়ে আৱদ্ধ কৰিলে ৰাহুল গান্ধীৰ কনভয় শৰণাৰ্থী শিবিৰলৈ যোৱাত বাধা
|
Assamese
|
দৰঙত ডিঙি ফাটি মৃত্যু ১৩ বছৰীয়া কিশোৰৰ নিজৰ ভাতৃয়ে হত্যা কৰাৰ সন্দেহ ৰাইজৰ
|
Assamese
|
ৰিলায়েন্সৰ হাতলৈ ফিউচাৰ গ্ৰুপৰ ৰিটেইল বিজনেছ বিগ বাজাৰ আৰু
|
Assamese
|
বেংকৰ গ্ৰাহকলৈ সুখবৰ অনলাইন বেংকিঙৰ বাবে কোনো মাচুল আদায় কৰিব নোৱাৰিব বেংকে
|
Assamese
|
আমেৰিকাৰ হেঁচা ৰ চিইঅ কেভিন মেয়ৰে চাকৰিৰ পৰা কৰিলে পদত্যাগ
|
Assamese
|
ভাৰতত মুকলি হব ৰয়েল এনফিল্ডৰ নতুন বুলেট কিমান হব দাম
|
Assamese
|
গুৰুতৰভাৱে অসুস্থ সংকটজনক অৱস্থাত আইচিইউত ভৰ্তি পপ গায়িকা মেডোনা
|
Assamese
|
জ্বলিছে মণিপুৰ নিশ্চুপ মোদীপ্ৰতিবাদ স্বৰূপে মোদীৰ অনুষ্ঠান বৰ্জন দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ
|
Assamese
|
ত্ৰিপুৰা ৰথ যাত্ৰা ট্ৰেজেডীমৃতকৰ পৰিয়াললৈ ৪ লাখ টকা ক্ষতিপূৰণ ঘোষণা ৰাজ্য চৰকাৰৰ
|
Assamese
|
নিলৰ্জ্জ আৰক্ষী বিষয়া লক আপত যৌন নিৰ্যাতন কিশোৰীক নগ্ন কৰি তুলিলে ছবি
|
Assamese
|
৩ জুলাইৰ পৰা ৮ জুলাইলৈ গুৱাহাটীত চতুৰ্থ আয়োধানা আন্তৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা
|
Assamese
|
আপোনাৰ বেংক একাউণ্টত আছে নেকি হিচাপ বিহীন ধন থাকিলে ভৰিব লাগিব ৮৩ শতাংশ আয়কৰ
|
Assamese
|
চীনৰ সম্পৰ্কিত সংস্থাৰ বাবে বন্দে ভাৰত ৰেল নিৰ্মাণৰ টেণ্ডাৰ বাতিল কৰিলে কেন্দ্ৰই
|
Assamese
|
বাতিল হব ১৮কোটি পান কাৰ্ড কিন্তু আয়কৰ বিভাগে কিয় লৈছে এই সিদ্ধান্ত
|
Assamese
|
যৌতুকজনিত কাৰণত ৰহস্যজনকভাবে মৃত্যু অসমৰ মহিলাৰ
|
Assamese
|
মাত্ৰ ৫টকাতে লাভ কৰক সোণ এমাজন পেই মুকলি কৰিছে ডিজিটেল গল্ড ক্ৰয়ৰ সোণালী সুযোগ
|
Assamese
|
ভাৰতীয় সেনাৰ পৰৱৰ্তী সেনাধ্যক্ষ হোৱাৰ দিশত লেজেনেৰেল মনোজ মুকুণ্ড নাৰাভানে
|
Assamese
|
অগপই মাটি কৰিলে নেকি উত্থানৰ অন্তিম সুযোগ
|
Assamese
|
পতঞ্জলিৰ যোগনিৰীক্ষকৰ দ্বাৰা শংকৰদেৱৰ অপমান
|
Assamese
|
আজি ভাৰতৰ ন্যায়পালিকাৰ সৰ্বোচ্চ পদত অসমসন্তানৰ অভিষেক
|
Assamese
|
নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু অগপবিজেপিৰ স্থিতি
|
Assamese
|
শিল্পী সৈনিক ব্ৰজনাথ শৰ্মাক সুঁৱৰিঅসমীয়াই পাহৰিব নোৱৰা শিল্প যোদ্ধাজন
|
Assamese
|
এন আৰ চিৰ পিছত কি ব্যৱস্থা কৰা হব বিদেশী
|
Assamese
|
ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক প্ৰৱেশ কৰিলে ছুপাৰ৪ত
|
Assamese
|
আন্তঃৰাষ্ট্ৰীয় বক্সিং এছচিয়েচন এথলীট কমিটিৰ অধ্যক্ষ হিচাপে মনোনীত লাভলীনা সদস্য পদত শিৱ থাপা
|
Assamese
|
ৰাজস্থানক ৭ উইকেটত পৰাস্ত কৰি আৱিৰ্ভাৱতেই আইপিএলৰ চেম্পিয়ন হাৰ্দিকৰ গুজৰাট টাইটানছ
|
Assamese
|
আমি কিমান অসমীয়া কেনেকুৱা অসমীয়া হৈ আছোঁ
|
Assamese
|
কংগ্ৰেছত যোগদান অৰুণাচল প্ৰদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী কুমাৰ ৱাইৰ
|
Assamese
|
১২ ঘণ্টীয়া লাহোৱাল বন্ধক সমৰ্থন স্থানীয় ৰাইজ আৰু দল সংগঠনৰ
|
Assamese
|
অসমীয়া জাতিভাষা মিঞা মুছলমান ধাৰধুৰৰ প্ৰসংগ ইত্যাদি
|
Assamese
|
যোৰহাটৰ প্ৰথমখন ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানৰ গৌৰৱক অক্ষু্ন্ন ৰখাৰ প্ৰয়াস প্ৰাক্তন শিক্ষাৰ্থী সন্থাৰ
|
Assamese
|
ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ
|
Assamese
|
ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী২০ দলত উমৰানঅৰ্শদ্বীপ উভতিল কাৰ্তিকো আৰু কোন কোন
|
Assamese
|
যশপ্ৰীত বুমৰাহে আইপিএলত গঢ়িলে এক অনন্য অভিলেখ
|
Assamese
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.