text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
অসমৰ জাতিজনগোষ্ঠীৰ ঐক্যৰ প্ৰসংগ আৰু ৰাভাৰ দৃষ্টিভংগি
|
Assamese
|
খিতাপৰ যুঁজত হাৰ মানিল নাগালেণ্ড পুলিচ বৰদলৈ ট্ৰফীৰ নতুন চেম্পিয়ন দিল্লী ফুটবল ক্লাৱ
|
Assamese
|
আইপিএল২০২২পঞ্জাৱৰ বিৰুদ্ধে অন্তিম দুটা বলত ছয় কোবাই গুজৰাটক জয়ী কৰিলে তেওৱাটিয়াই
|
Assamese
|
ভাষাৰ বিলুপ্তি অস্তিত্বৰ সংকট কিছুমান চিন্তনীয় দিশ
|
Assamese
|
সোপাধৰা সংস্কৃতি চৰকাৰ চলোৱা মানুহবোৰেই যেতিয়া অন্ধবিশ্বাস কুসংস্কাৰৰ প্ৰচাৰক হয়
|
Assamese
|
প্রদীপ দত্তৰ আত্মজীৱনী সময় আৰু সংগ্ৰাম এক সময়ৰ দলিল
|
Assamese
|
ফিফা বিশ্বকাপ ২০২২নিৰ্দ্ধাৰণ হল কাটাৰ বিশ্বকাপৰ গ্ৰুপ বিভাজন কোন গ্ৰুপত ব্ৰাজিলআৰ্জেন্টিনা
|
Assamese
|
দুৰ্দ্দান্ত ব্ৰুনোকাটাৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জন ৰোনাল্ডোৰ পৰ্তুগালৰ
|
Assamese
|
যৌৱনৰ নৃশংস হত্যা কাৰ্বি পাহাৰৰ দাৱানলৰ উৎস কি
|
Assamese
|
চেন্নাইক ৬ উইকেটত হৰুৱাই আইপিএলত প্ৰথম জয় লক্ষ্ণৌৰ
|
Assamese
|
ডকমকা কাণ্ডৰ জোকাৰণি আহক যুক্তিবাদী আন্দোলনৰ সৈনিক হওঁ
|
Assamese
|
টি২০ ক্ৰিকেটত ঈৰ্ষণীয় মাইলষ্টন স্পৰ্শৰ দিশে শিখৰ ধাৱানগেইল ৱাৰ্ণাৰৰ সৈতে একে শাৰীত নাম অন্তৰ্ভুক্তিৰ সুযোগ
|
Assamese
|
অথলে গল ডুপ্লেচিকোহলিৰ দুৰ্দান্ত প্ৰদৰ্শন বিশাল ৰাণৰ লক্ষ্য অনুসৰণ কৰি পঞ্জাৱৰ বিৰাট জয়
|
Assamese
|
১০ জুলাইৰ পিছত উপকৃত হব ৰ হোম লোনৰ গ্ৰাহক কেনেকৈ
|
Assamese
|
১১সপ্তাহত ত ১২সংখ্যক বিনিয়োগ এইবাৰ ১৮৯৫ কোটি টকাৰ অংশীদাৰিত্ব ক্ৰয় ইন্টেলৰ
|
Assamese
|
ক্ষুদ্ৰ সঞ্চয়ৰ বাবে এই আঁচনিসমূহত চৰকাৰে জাৰি কৰিছে শিথিলকৰণৰ নিৰ্দেশনা চাওক সুবিধাসমূহ
|
Assamese
|
বিশ্বৰ ভিতৰত মাত্ৰ ৫০জন মানুহে শুদ্ধকৈ কব পাৰে তাই খাময়াং ভাষা
|
Assamese
|
আইপিএল২০২২ৰোহিতৰ মুম্বাইক ৪ উইকেটত হৰুৱাই বিজয় যাত্ৰা ঋষভৰ দিল্লীৰ
|
Assamese
|
য়ে মুকলি কৰিছে দুটা আকৰ্ষণীয় প্ৰিপেইড প্লেন ১০০টকাতকৈয়ো কমতে ডাটা
|
Assamese
|
সকাহ আয়কৰ দাখিলআধাৰৰ সৈতে পানকাৰ্ডৰ লিংকৰ সময়সীমা বৃদ্ধি কৰিছে চৰকাৰে
|
Assamese
|
ঘন্টাত ৯৫কোটি টকাকৈ দুমাহত ১.৩৭লাখ কোটি টকাৰ সম্পত্তি বৃদ্ধি কৰিলে মুকেশ আম্বানিয়ে
|
Assamese
|
ধন্য চখ ৬০হাজাৰ টকাৰ স্কুটীৰ বাবে ললে ১৮ লাখ টকীয়া নম্বৰ প্লেট
|
Assamese
|
গেৰান্টি অবিহনে আগবঢ়াব লক্ষাধিক টকাৰ ঋণ চৰকাৰে লৈছে প্ৰস্তুতি
|
Assamese
|
চুম্বন একেবাৰে নহব কিন্তু কাৰ বাবে তামান্নাই ভংগ কৰিলে ১৮ বছৰীয়া প্রতিজ্ঞা
|
Assamese
|
দুৰ্নীতিত শূন্য সহনশীল চৰকাৰ ব্যাপক কেলেংকাৰী জল জীৱন মিছন প্ৰকল্পত
|
Assamese
|
ভাত ঘুমটি ভাল লাগেনে দিনত অলপ টোপনি মগজুৰ বাবে বৰ উপকাৰী প্ৰকাশ পাইছে গৱেষণাত
|
Assamese
|
বিজেপিৰ উন্নয়নৰ নমুনা বিহাৰত আকৌ ভাঙি পৰিল নৱনিৰ্মিত দলং
|
Assamese
|
অশান্ত মণিপুৰ মহিলাৰ নেতত্বত ১৫০০ সশস্ত্ৰ বিক্ষোভকাৰীয়ে ঘেৰি ধৰিলে সেনাক মোকলাই নিলে ১২ জন বিদ্ৰোহীক
|
Assamese
|
লা ধেমালি নহয় পিতৃৰ অটোমেটিক পিষ্টল উলিয়াই গুলী চলাই দিলে ২ বছৰীয়া শিশুৱে গৰ্ভৱতী মাতৃৰ কৰুণ মৃত্যু
|
Assamese
|
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াৰ পৰিচয় দিয়া আৰু এজন প্ৰৱঞ্চক মায়ংক তিৱাৰীক গ্ৰেপ্তাৰ গুজৰাটত
|
Assamese
|
মুখ্যমন্ত্ৰীৰ অবামা কেন্দ্ৰিক মন্তব্যত লজ্জিত অখিল বিশ্ববাসীৰ ওচৰত হাতযোৰ অখিলৰ
|
Assamese
|
নাবালিকাক ধৰ্ষণ কৰা বিশ্বজিতক ২০ বছৰ কাৰাদণ্ডৰ নিৰ্দেশ দিলে আদালতে
|
Assamese
|
পুটিনৰ সকাহ সমাপ্ত বিদ্ৰোহ ঘাটিলৈ উভতিছে ৱেগনাৰ সেনা
|
Assamese
|
কৃতী ছাত্ৰছাত্ৰীৰ অভিনন্দন উপদেশৰ চলেৰে মোদীৰ প্ৰশস্তিত মুখৰ সোণোৱাল
|
Assamese
|
নাগৰিকত্ব বিধেয়ক ৩০ জুনলৈ অপেক্ষাৰ অন্তৰালত অভিসন্ধি কি বিজেপিৰ
|
Assamese
|
অন্ধবিশ্বাসৰ শেষ কত সমাজত আজিও তন্ত্রমন্ত্র জ্যোতিষীৰ বিধানৰ অবাধ প্রচলন
|
Assamese
|
আইপিএলৰ উদ্বোধনী মেচত চেন্নাইক অনায়াসে ৬উইকেটত হৰুৱালে কলকাতাই
|
Assamese
|
ডিমা হাচাওৰ কথা মনত পৰেনে
|
Assamese
|
দবাৰ ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ বহৰিৰ চন্দনা তালুকদাৰ
|
Assamese
|
ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ ঘোষণাঅহা বছৰৰ পৰাই হব মহিলা আইপিএল
|
Assamese
|
টেনিছ জগতক আচম্বিতে বিদায় জনালে বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ এশ্লেইগ বাৰ্টিয়ে
|
Assamese
|
অপ্ৰতিৰোধ্যকৰনাৰ সংহাৰৰ মাজতে একেৰাহে ১৬দিনৰ দিনাও বৃদ্ধি পালে পেট্ৰলডিজেলৰ দৰ
|
Assamese
|
সুৰাপায়ীৰ বাবে সুখৱৰ এমাজন বিগবাস্কেটত অনলাইন অৰ্ডাৰ কৰি ঘৰতে পাব মদৰ ডেলিভাৰি
|
Assamese
|
৩০ জুনলৈ অপেক্ষা আৰু ইয়াৰ অন্তৰালৰ অভিসন্ধি
|
Assamese
|
ক্ৰিকেট প্ৰতিযোগিতাত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ জয়লাভ
|
Assamese
|
কাল্পনিক কিন্তু অলীক নহয় অসমত বিকল্প চৰকাৰৰ সম্ভাৱনা
|
Assamese
|
গুৱাহাটী গ্ৰেণ্ডমাষ্টাৰ দবাত ৰাছিয়াৰ পনকাৰটভ পাবেল চেম্পিয়ন
|
Assamese
|
অসম আৰু অসমৰ ক্ৰীড়া এটি অৱলোকন
|
Assamese
|
মহাপুৰুষ শংকৰদেৱৰ হাত ধৰি অসমলৈ হিন্দুত্ব আহিছিল
|
Assamese
|
গুৱাহাটী মুকলি আন্ত:ৰাষ্ট্ৰীয় দবাৰ শীৰ্ষত পাৰাগুৱেৰাছিয়া
|
Assamese
|
বিড়িৰ পেকেটত অসমীয়াৰ জাতীয় আৱেগ বিহুৰ ছবি দিয়াৰ সাহস পালে কেনেকৈ ছচিয়েল মিডিয়াত ক্ষোভ
|
Assamese
|
কাৰ্ডৰ কোনো ধৰণৰ আপডেট কৰিব লাগে এই এপ টোৰ সহায়ত কৰি লওক সকলো কাম
|
Assamese
|
সুদীৰ্ঘ তিনি বছৰৰ মূৰত এল ক্লাছিকত উৰিল বাৰ্চিলোনাৰ বিজয় ধ্বজাবিধ্বস্ত ৰিয়েল মাদ্ৰিদ
|
Assamese
|
আৰু ১৫ দিন পাছত বন্ধ হৈ নেকি যাব কাৰ্ড লগতে ১০হাজাৰ টকাৰ জৰিমনা
|
Assamese
|
গুৱাহাটী মুকলি আন্ত:ৰাষ্ট্ৰীয় গ্ৰেণ্ড মাষ্টাৰছ দবাত উজলি উঠিছে অসমৰ জুনিয়ৰ দবাৰু
|
Assamese
|
হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্বৰ সংজ্ঞা গ্ৰহণ নকৰে অসমে
|
Assamese
|
বজাৰত বিষাক্ত নকল ছেনিটাইজাৰ প্ৰথমবাৰৰ বাবে সতৰ্ক কৰি দিলে চিবিআইয়ে
|
Assamese
|
অসমৰ বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ ভিতৰত সিন্ধি দিছে কোনে
|
Assamese
|
১০ জুনৰ পৰা বলবৎ হব নতুন নিয়ম এছ বি আইৰ গ্ৰাহকে লাভ কৰিব এই সুবিধা
|
Assamese
|
অপ্ৰতিৰোধ্য অশ্বিনএইবাৰ ভংগ কৰিলে দক্ষিণ আফ্ৰিকাৰ কিংবদন্তী খেলুৱৈৰ অভিলেখ
|
Assamese
|
কোভিড১৯ৰ লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হৈ পৰা ট্ৰেভেল এজেন্সিসমূহক জীয়াই ৰাখিব পৰা যাবনে
|
Assamese
|
সংকটত ৰাছিয়া পুটিনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি দিলে বিদ্ৰোহী ৱেগনাৰ বাহিনীয়ে
|
Assamese
|
ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰিব পাৰে অসমৰ জহা চাউলে কি কলে গৱেষণাই
|
Assamese
|
বিমানত হাইজেকিং আলোচনা বিমান পৰিচাৰিকাৰ অভিযোগত গ্ৰেপ্তাৰ দিল্লী অভিমুখী যাত্ৰী
|
Assamese
|
পিতৃ বিধায়কপঢ়াৰ খৰচ উলিয়াবলৈ পেট্ৰল পাম্পত সোমাল পুত্ৰ
|
Assamese
|
দাড়ি দীঘল নকৰি বিয়া পাতক ৫৩ বছৰীয়া ৰাহুলক লালুৱে কলে এতিয়াও সময় আছে
|
Assamese
|
সীমাৰ পৰিধি ভাঙি ঘৃণাৰ বাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হুছেইন অবামা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া
|
Assamese
|
২০২৩ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে ৪ গৰাকী লেখকে
|
Assamese
|
ক্ষতিগ্ৰস্তক এটুপি পানী যোগান ধৰিবলৈও ব্যৰ্থ চৰকাৰ
|
Assamese
|
বিজেপিৰ হাইজেক নীতিত বিধ্বস্ত হব নেকি অসমীয়া জাতীয়তাবাদ
|
Assamese
|
সংখ্যালঘু এলেকাত ৰামসেনাৰ ৰাম মন্দিৰ জতুগৃহৰ আখৰা
|
Assamese
|
ভাৰতীয় পেচাৰৰ ধুমুহাত বিপৰ্যস্ত শ্ৰীলংকা দ্বিতীয় টেষ্টৰ প্ৰথম দিনাই চালকৰ আসনত ভাৰত
|
Assamese
|
জনজাতীয় ৰাজনীতিৰ গতিপ্ৰকৃতি আৰু কংগ্ৰেছ বিজেপিৰ ৰাজনৈতিক কৌশল
|
Assamese
|
দ্বিতীয়খন টেষ্টত শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল জয়েৰে ভাৰতৰ ছিৰিজ দখল অথলে গল কৰুণাৰত্নেৰ শতক
|
Assamese
|
গোলৰ সৰ্বোচ্চ অভিলেখ ৮০৭টা গোলেৰে অপ্ৰতিৰোধ্য ৰোনাল্ডো কেৰিয়াৰত কিমানটা হেট্ৰিক
|
Assamese
|
গুৱাহাটীত আন্ত:ৰাষ্ট্ৰীয় মুকলি গ্ৰেণ্ডমাষ্টাৰচ দবা প্ৰতিযোগিতা আৰম্ভ
|
Assamese
|
নাগৰিকত্ব বিধেয়ক সংসদীয় সমিতিৰ শুনানিৰ পিছৰ শংকা আৰু সম্ভাৱনা
|
Assamese
|
ৰাজ্যত পৰিবহনৰ নথিপত্ৰৰ ম্যাদ ৩১জুলাইলৈ বৃদ্ধি বিলম্বৰ বাবে লোৱা জৰিমনাও দিয়া হৈছে ৰেহাই
|
Assamese
|
ৰ সুদিন অব্যাহতৰিলায়েন্স জিঅত মুবাডালা কোম্পানীয়ে বিনিয়োগ কৰিব ৯০৯৩কোটি টকা
|
Assamese
|
গুৱাহাটীত পৰ্যটনৰ নতুন সংযোজন বহ্নিমান ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ
|
Assamese
|
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ প্ৰয়োজন বিবেকী বিচক্ষণ বিদ্বেষহীন ব্যাপক সংগ্ৰামৰ
|
Assamese
|
বস্ত্ৰ নগৰী শুৱালকুছিত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা ইউছুফ পাঠান
|
Assamese
|
দিল্লীৰ প্ৰত্যাহ্বানৰ সন্মুখত জাতীয়তাবাদী শিবিৰৰ অগ্নিপৰীক্ষা
|
Assamese
|
বিশ্ব বক্সিং চেম্পিয়নশ্বিপত খেলাৰ যোগ্যতা অৰ্জন অলিম্পিক পদক বিজয়ী লাভলিনাৰ খেলিব অংকুশিতাইয়ো
|
Assamese
|
কোনোৱাই হত্যা কৰিলে নেকি ক্ৰিকেট কিংম্বদন্তি শ্বেন ৱাৰ্ণক
|
Assamese
|
বিল্বেশ্বৰ দেৱালয় অনাৰ্যপীঠৰ আৰ্যীকৰণ
|
Assamese
|
কন্যাক ভূপালৰ পৰা দিল্লীলৈ আনিবলৈ সুৰা ব্যৱসায়ীয়ে ভাড়াত ললে ১৮০ খন আসনযুক্ত বিমান
|
Assamese
|
৪.২৫ কোটি টকাত বিক্ৰী হল ৩৫বছৰ পুৰণি এযোৰ জোতা কিন্তু কিয় ইমান দাম
|
Assamese
|
বিজেপিৰ আঁচল নেৰিলে চিৰদিনলৈ অসমৰ ৰাইজৰ বিশ্বাসঘাতকূপে পৰিগণিত হব অগপ
|
Assamese
|
ভাৰতক হিন্দুৰাষ্ট্ৰ কৰি তুলিবলৈ অনা হৈছে নেকি নাগৰিকত্ব সংশোধনী বিধেয়ক
|
Assamese
|
কপিলদেবক অতিক্ৰমি মোহালিত ভাৰতৰ দ্বিতীয় সৰ্বাধিক টেষ্ট উইকেট দখলকাৰী হল অশ্বিন
|
Assamese
|
মোহালিত জাদেজা চমক কপিল দেৱৰ ৩৫ বছৰীয়া অভিলেখ ভংগ ৰবীন্দ্ৰ জাদেজাৰ
|
Assamese
|
একাউন্টৰ গৰাকীলৈ ৬লাখ টকাৰ লাইফ কভাৰেজ ভৱিষ্যনিধিৰ এই নিয়মে দিছে সুবিধা
|
Assamese
|
চীনক বিদায় জনাই ভাৰতলৈ অহাৰ মন মেলিছে ৬০০টা বিদেশী কোম্পানি
|
Assamese
|
আইচিচি মহিলা বিশ্বকাপপাকিস্তানক ১০৭ ৰাণত হৰুৱালে ভাৰতে
|
Assamese
|
সংঘৰ্ষ জৰ্জৰ মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ বাবে অসমৰ বিশিষ্ট নাগৰিকৰ গোহাৰি
|
Assamese
|
অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ পুৱাই সেনাৰ গুলীত নিহত চাৰিজন উগ্ৰপন্থী
|
Assamese
|
অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে ষ্টেচন সমূহত উত্তৰ পূব সীমান্ত ৰেলৱেৰ অভিযান সংগ্ৰহ ১০.৫৪ লাখ টকা জৰিমনা
|
Assamese
|
মুখ থেকেচা পাটনাৰ বিৰোধীৰ বৈঠকলৈ আমন্ত্ৰণ নাপালে আজমলৰ এ আই ইউ ডি এফে
|
Assamese
|
মোডীৰ আমেৰিকা ভ্ৰমণৰ সময়তে বিস্ফোৰক বাৰাক অবামা বিভাজিত হব পাৰে ভাৰত
|
Assamese
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.