text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
ভিডিঅযোগে জুবিন গাৰ্গৰ শুভকামনা আগষ্টৰ পৰা গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অনামিকা ছীজন ৪
|
Assamese
|
ৰেডিঅচিটি ফ্ৰীডম এৱৰ্ডছলৈ মনোনীত সংগীতশিল্পী আলব নাগা
|
Assamese
|
বিহু মঞ্চত জাতীয় সাজপাৰ পৰিধান কৰাৰ আহ্বান বিহু সুৰক্ষা সমিতিৰ
|
Assamese
|
হেঁপাহৰ বহাগক মনে প্ৰাণে আদৰিবলৈ সাজু পাঠশালা ৰঙালী বিহু সন্মিলনী
|
Assamese
|
ডিমৌত ১ এপ্ৰিলৰ পৰা আৰম্ভ হব বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা
|
Assamese
|
কোকৰাঝাৰত বড়োলেণ্ড আৰু ৰাজস্থানৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্যসূচী সম্পন্ন
|
Assamese
|
কৰ্ণাটকত বিজেপিৰ ফলাফল বেয়া হব বুলি জানিছিলোঁৱেই হিমন্ত বিশ্ব শৰ্মা
|
Assamese
|
বিশ্বাসঘাতক প্ৰেমিক বেংগালুৰুত নিজকে শেষ কৰি দিলে অসমৰ অন্তঃসত্ত্বা যুৱতীয়ে
|
Assamese
|
সংকট আৰু বিপদৰ সময়ত এইবোৰ কথা অৱশ্যেই মনত ৰাখিব চাণক্যই দিছে উপদেশ
|
Assamese
|
আন্তৰ্জাতিক নাৰ্চ দিৱসৰ শুভেচ্ছা শচীন টেণ্ডুলকাৰে টুইটাৰত আপলোড কৰিলে অসমৰ নাৰ্চৰ ছৱি
|
Assamese
|
দেউলীয়া অসম চৰকাৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীক দৰমহা প্ৰদানত চূড়ান্তভাৱে ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ
|
Assamese
|
হত্যাৰ গোচৰত অভিযুক্ত মল্লযুঁজাৰু সুশীল কুমাৰৰ কেৰিয়াৰ শেষ নেকি কি কলে প্ৰশিক্ষকে
|
Assamese
|
মহামাৰিৰ বাবে ১৬৬ কোটিৰো অধিক আৰ্থিক লোকচানৰ সম্মুখিন ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব্ড
|
Assamese
|
কৰ্ণাটকত মুমকিন নহল মোডী তন্ত্ৰ নতুন মন্ত্ৰেৰে বাজীমাৎ ৰাহুলৰ
|
Assamese
|
জেল নেইল এক্সটেনচন কৰিবলৈ গৈ সৰ্বনাশ মাতিলে যুৱতীয়ে হেৰুৱালে হাত লৰচৰ কৰাৰ ক্ষমতা
|
Assamese
|
অপ্ৰতিৰোধ্য বাবৰ আজম অভিলেখৰ পাছত অভিলেখ গঢ়ি গৈছে পাকিস্তানৰ তাৰকা ক্ৰিকেটাৰজনে
|
Assamese
|
কৰ্ণাটকত কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা নিৰ্বাচনত কি ইছ্যু চলিল কি নচলিল
|
Assamese
|
যুদ্ধৰ খবৰ ভয়াবহ বিস্ফোৰণত কঁপি উঠিল ৰাছিয়াৰ দখলত থকা লুহানস্ক চহৰ
|
Assamese
|
আৰিয়ান খানৰ ড্ৰাগছৰ গোচৰত শ্বাহৰুখৰ পৰা ২৫ কোটি টকা দাবী চিবিআইৰ জালত সমীৰ ৱাংখেড়ে
|
Assamese
|
কৰ্ণাটকত ভোটগণনাৰ মাজতে বিজেপি কাৰ্যালয়লৈ যোৱা মুখ্যমন্ত্ৰী বোম্মাইৰ সন্মুখত সাপ
|
Assamese
|
খেলপথাৰৰ ভিতৰতে নহয় বাহিৰতো দলৰ অধিনায়ক উচ্চ প্ৰশংসিত হৈছে মহেন্দ্ৰ সিং ধোনী কিয়
|
Assamese
|
অনুবাদ সাহিত্যৰ বাবে বিশিষ্ট লেখক ডঃ সঞ্জীৱ উপাধ্যায়লৈ সাহিত্য অকাডেমী বঁটা
|
Assamese
|
চাইবাৰ অপৰাধীৰ কবলত কেইবাগৰাকী স্বনামধন্য অসমীয়া সাহিত্যিকৰ গ্ৰন্থ এজনক গ্ৰেপ্তাৰ
|
Assamese
|
অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সম্পন্ন বিত্তীয় কেলেংকাৰীকলৈ সৰৱ একাংশ সদস্য
|
Assamese
|
বিভক্ত হল পূৰ্বাঞ্চল টাই সাহিত্য সভা পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ কাম কাজত ক্ষুন্ন একাংশ প্ৰতিনিধি
|
Assamese
|
পৰী হিলৈদাৰীলৈ ২০২১ বৰ্ষৰ অনুবাদ সাহিত্যৰ অকাডেমি বঁটা
|
Assamese
|
স্বামীক হত্যাহাউ টু মাৰ্ডাৰ ইয়ৰ হাজবেণ্ড গ্ৰন্থৰ লেখিকাক যাৱজ্জীৱন কাৰাদণ্ড
|
Assamese
|
কৰনাত বিধ্বস্ত দেশ আৰ্তজনক সহায়ৰ হাত আগবঢ়াবলৈ আগুৱাই আহিল ইৰফানইউছুফ
|
Assamese
|
মাতৃৰ মৃত্যুৰ দুসপ্তাহ পাছতেই কৰনাত ভগ্নীকো হেৰুৱালে এইগৰাকী ভাৰতীয় তাৰকা ক্ৰিকেটাৰে
|
Assamese
|
হৰেকৃষ্ণ ডেকাৰ কবিতা অন্ধতা
|
Assamese
|
পুনৰ আৰম্ভ হব আইপিএল ২০২১ কোনখন দেশত অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰিছে বিচিচিআইয়ে
|
Assamese
|
ৰাস্তাত খোজকাঢ়ি থাকোতেই অপহৰণ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেট তাৰকা ষ্টুৱাৰ্ট মেকগিলক কিয়
|
Assamese
|
কভিড১৯ স্থগিত ৰখা হল চলিত বৰ্ষৰ আইপিএল বিচিচিআইৰ ঘোষণা
|
Assamese
|
শিলচৰত ৩ মাৰ্চৰ পৰা নৰেশ চন্দ্ৰ পাল সোঁৱৰণী সৰ্বভাৰতীয় একাংকিকা নাটক প্ৰতিযোগিতা
|
Assamese
|
দৌলোৎসৱৰ ফাকুৱাত জনসমুদ্ৰত পৰিণত বৰপেটা সত্ৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাগম
|
Assamese
|
ৰীমা দাসৰ চিনেমা ভিলেজ ৰকস্তাৰ্ছ শুকুৰবাৰে প্ৰদৰ্শিত হৈছে গ্লাছগ ফিল্ম ফেষ্টিভেলত
|
Assamese
|
চৰকাৰে সকলো আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ ক্ষেত্ৰক উৎসাহ দিব পৰাকৈ প্ৰস্তুত কৰিব চলচ্চিত্ৰ নীতি নৱ দলে
|
Assamese
|
জামুগুৰীহটীয়া ৰাইজৰ সামূহিক উদ্যমেৰে দুশ বছৰ পাৰ কৰি আজিও সজীৱ বাৰেচহৰীয়া ভাওনা
|
Assamese
|
মিজোৰামত পালন কৰা হৈছে পৰম্পৰাগত উৎসৱ চাপচাৰ কুট
|
Assamese
|
আৰম্ভ হল জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা ৰাজনাথ সিঙে কলে ২২০ বছৰীয়া এনে পৰম্পৰাগত অনুষ্ঠানত ভাগ লৈ পোৱা নাই কেতিয়াও
|
Assamese
|
বাৰেচহৰীয়া ভাওনাৰ প্ৰস্তুতি সম্পূৰ্ণ আকৰ্ষিত হৈছে দেশীবিদেশী পৰ্যটক
|
Assamese
|
কোকৰাঝাৰত ১০ৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হব ৰাষ্ট্ৰীয় জনজাতীয় গ্ৰন্থ উৎসৱ
|
Assamese
|
উৎপল বৰপূজাৰীৰ শিশুৰ ছবি ইশুৱে পালে বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেস্তিভেলত জুৰিৰ বিশেষ সন্মান
|
Assamese
|
কৰ্ণাটক বিধানসভা নির্বাচনৰ ভোটগণনা আৰম্ভ বিজেপিকংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ ইংগিত
|
Assamese
|
পুৱাই ১০০তকৈয়ো অধিক আসনত অগ্ৰগতি কংগ্ৰেছত আনন্দৰ লহৰ
|
Assamese
|
গুৱাহাটী মহানগৰীত নাহৰফুটুকীৰ আক্ৰমণত আহত দুজন
|
Assamese
|
জীৱনত যদি বাৰে বাৰে প্ৰতাৰিত হৈছে তেন্তে চাণক্যৰ এই কথাবোৰ মনত ৰাখিব
|
Assamese
|
ভাৰতীয় সেনাৰ বীৰত্ব জয় বজৰংবলী ধ্বনিৰে কঁপি উঠিল ব্ৰিটেইনৰ মাটি
|
Assamese
|
বিশ্বত প্ৰথম ব্ৰিটেইনত ৩ জন লোকৰ ডিএনএৰ পৰা জন্ম হল শিশুৰ
|
Assamese
|
৩২৪ গৰাকী কভিড চাফাই কৰ্মীক নিযুক্তিৰ প্ৰতিশ্ৰুতি দি পাহৰিলে নেকি মুখ্যমন্ত্ৰীয়ে
|
Assamese
|
২ বছৰীয়া মুখ্যমন্ত্ৰীয়ে পাহৰিলে কি কি চকীত বহাৰ আগেপাছে কোৱা বহু প্ৰতিশ্ৰুতি চুড়ান্ত বিফল
|
Assamese
|
প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান গীতাঞ্জলি শ্ৰীলৈ বুকাৰ বঁটা
|
Assamese
|
বড়ো সাহিত্য সভাৰ অধিবেশন আৰম্ভ ৰাষ্ট্ৰপতিৰ আগমণৰ বতৰাকলৈ উৎফুল্লিত তামুলপুৰবাসী
|
Assamese
|
বঙাইগাঁৱত অনুষ্ঠিত অসম বহুভাষিক কবি সন্মিলনৰ অধিৱেশন সাতখন গ্ৰন্থ উন্মোচন
|
Assamese
|
প্রতিবছৰে অসম জাতীয় পৰিষদে পালন কৰিব ভাষা গৌৰৱ দিৱস
|
Assamese
|
অসম সাহিত্য সভা বিশ্বৰ সাহিত্যানুষ্ঠানৰ বাবে আদর্শজ্ঞানপীঠ নির্বাচন সমিতিৰ অধ্যক্ষা ড° প্রতিভা দেৱী ৰয়
|
Assamese
|
হে মোৰ সপোনৰ সূৰ্যৰ মানুহজ্ঞানপীঠ বঁটা গ্ৰহণ কৰি আৰু কি কলে কবি নীলমনি ফুকনে চাওক কাব্যঋষিৰ ভাষণৰ সম্পূৰ্ণ পাঠ
|
Assamese
|
ৰবীন্দ্র ভৱনত কাব্যঋষি নীলমণি ফুকনক জ্ঞানপীঠ বঁটা প্ৰদান
|
Assamese
|
ভাৰতৰ কভিড যুদ্ধৰ বাবে ইউনিচেফলৈ ক্ৰিকেট অষ্ট্ৰেলিয়াই আগবঢ়াব ৫০০০০ মাৰ্কিন ডলাৰ
|
Assamese
|
ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ জন্ম দিৱস উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰোহন স্মৃতিচাৰণ সভা
|
Assamese
|
২৪ ফেব্ৰুৱাৰিৰ পৰা গুৱাহাটী জিলা পুথিভঁৰালত জ্যোতিৰূপাৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী পূৰ্ণাংগ নাট সমাৰোহ
|
Assamese
|
নিয়কুম য়ুলউ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে
|
Assamese
|
ভাৰতৰ কভিড যুদ্ধ আইপিলৰ দৰমহাৰ এক অংশ দান কৰিব ৱেষ্ট ইণ্ডিজৰ তাৰকা নিকলাছ পুৰাণে
|
Assamese
|
অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা বৰপেটা সত্ৰত পাঁচদিনীয়াকৈ অনুষ্ঠিত হব দৌল মহোৎসৱ
|
Assamese
|
আইপিএল কাৰাবাসৰ সম্মুখিন হব নেকি মেক্সৱেল স্মিথ ৱাৰ্ণাৰকে ধৰি অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰসকল
|
Assamese
|
চুম্মা চুম্মা দিয়ানা পত্নীক খেলপথাৰতে চুমা খালে মুম্বাই ইণ্ডিয়ানছৰ এইগৰাকী তাৰকাই চাওক
|
Assamese
|
এপ্ৰিলত মুক্তি পাব পেডমেনে সুখ্যাতি লভা অসমীয়া অভিনেত্ৰী উৰ্মিলা মহন্তৰ পৰৱৰ্তী ছবি বিয়ণ্ড দ্য ক্লাউডছ
|
Assamese
|
উত্তৰপূৰ্বাঞ্চলৰ মুঠ বাৰটা ভাষা সংকটাপন্ন ভাষাৰ তালিকাত অসমৰ আছে দুটা ভাষা
|
Assamese
|
গুৱাহাটীত মঞ্চস্থ হব অৰুণ শৰ্মাৰ নাট আহাৰ
|
Assamese
|
আজিৰেপৰা ডিফুৰ তাৰালাংচত ব্যাপক উৎসাহ উদ্দীপনাৰে আৰম্ভ কাৰ্বি যুৱ মহোৎসৱ
|
Assamese
|
অহা মাৰ্চত ছিকিমত অনুষ্ঠিত হব ভাৰতৰ উৎসৱ শীৰ্ষক সাংস্কৃতিক মহোৎসৱ
|
Assamese
|
কাইলৈৰ পৰা ডিফুৰ তাৰালাংচত আৰম্ভ হব কাৰ্বি যুৱ মহোৎসৱ
|
Assamese
|
অক্সিজেন ক্ৰয়ৰ বাবে মিছন অক্সিজেনলৈ এক কোটি টকাৰ বৰঙণি আগবঢ়ালে শচীন টেণ্ডুলকাৰে
|
Assamese
|
চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কেনেকৈ চাব ফলাফল
|
Assamese
|
অসুস্থ হৈ হাস্পাতালত পাপনকি হৈছে পাপনৰ
|
Assamese
|
টুইটাৰৰ বাবে নতুন চিইঅ বিচাৰি পালে ইলন মাক্সে ৬ সপ্তাহৰ ভিতৰতে দায়িত্ব লব নতুনগৰাকীয়ে
|
Assamese
|
২৬ মে পূৰ্বে ৱেটিং লিষ্ট প্ৰকাশ কৰাৰ দাবীত নলবাৰীত আৰু ৰ প্ৰতিবাদী অৱস্থান
|
Assamese
|
ডিব্ৰুগড় আদালতে আজি ঘোষণা কৰিব চাঞ্চল্যকৰ ধৰ্ষণহত্যাৰ গোচৰৰ ৰায়দান
|
Assamese
|
মণিপুৰত উগ্ৰপন্থীয়ে হত্যা কৰিলে আৰক্ষী কমাণ্ডোক অপহৰণ তিনিজন মেইটেইক
|
Assamese
|
কেতিয়াও টকা হাতলৈ আহিলে এইবোৰ কাম নকৰিব জানি লওক চাণক্য নীতি
|
Assamese
|
অসমমেঘালয় সীমান্তত পুনৰ সংঘৰ্ষ দুজন আহত
|
Assamese
|
সকাহ ইমৰাণ খানৰ গ্ৰেপ্তাৰক অবৈধ ঘোষণা উচ্চতম ন্যায়ালয়ৰ শীঘ্ৰে মুকলি কৰি দিয়াৰ নিৰ্দেশ
|
Assamese
|
টকাই ৰজা কৰোণাৰ সময়তো আইপিএল খেলাক লৈ তীব্ৰ কটাক্ষ এইজন প্ৰাক্তন তাৰকাৰ
|
Assamese
|
কভিড যুদ্ধ কামিনছৰ পাছতে ভাৰতলৈ অনুদান আগবঢ়ালে প্ৰাক্তন তাৰকা ব্ৰেট লীয়ে
|
Assamese
|
যথেষ্ট নাছিল ৰাছেলৰ বিস্ফোৰণ পৃথ্বীৰ ধুমুহাত দিল্লীৰ হাতত বিধ্বস্ত কলকাতা
|
Assamese
|
অক্সিজেন ক্ৰয়ৰ বাবে পিএম কেয়াৰছ ফাণ্ডলৈ ৫০০০০ ডলাৰ আগবঢ়ালে এইজন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে
|
Assamese
|
তামুলপুৰত ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ লাইখুটা স্থাপন ২৯ এপ্ৰিলত আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ
|
Assamese
|
অৰূপা পটংগীয়া কলিতাৰ নৱতম উপন্যাস জছনাৰ ঝিটাছ উন্মোচন
|
Assamese
|
গুৱাহাটীত অসম সাহিত্য সভাৰ উদোগত কেন্দ্ৰীয় সাহিত্য দিৱস উদযাপন
|
Assamese
|
ব্যতিক্ৰম বৃক্ষৰ তলত ছাত্ৰছাত্ৰীপাঠকৰ বাবে বিশ্বনাথ মহাবিদ্যালয়ৰ মুকলি পুথিভঁৰাল
|
Assamese
|
গুৱাহাটী প্ৰেছ ক্লাবত বন্দিতা গোস্বামী শইকীয়াৰ শিশুসাহিত্য সমগ্ৰ উন্মোচন
|
Assamese
|
বিশিষ্ট লেখিকা অনিতা বৰুৱাৰ পৰলোকপ্ৰাপ্তি
|
Assamese
|
মহামাৰিৰ সময়তো আইপিএলত কিয় ইমান টকা খৰচ কৰা হৈছে আশ্চৰ্য প্ৰকাশ অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰৰ
|
Assamese
|
গুণমুগ্ধৰ অন্তিম শ্ৰদ্ধাঞ্জলিনৱগ্ৰহত পঞ্চভূতত বিলীন হল জনপ্ৰিয় সংগীত শিল্পী অপূৰ্ব বেজবৰুৱাৰ নশ্বৰ দেহ
|
Assamese
|
উমানন্দত স্থাপন যাত্ৰী জিৰণি চাৰ আধাৰশিলা শিৱৰাত্ৰি উপলক্ষে ব্যাপক ভিৰ গুৱাহাটীৰ শিৱ মন্দিৰসমূহত
|
Assamese
|
কোকৰাঝাৰ জিলা সাংস্কৃতিক সন্থাৰ অধিবেশনপৰম্পৰাগত বাদ্যবাজনা আৰু নৃত্যৰ প্ৰদৰ্শন
|
Assamese
|
কাইলৈৰ পৰা গুৱাহাটীৰ টাটা ইনষ্টিটিউট অৱ চশ্বেল চাইন্সেজৰ বাৰ্ষিক সাহিত্যসাংস্কৃতিক উৎসৱ ভাওমালান
|
Assamese
|
শিৱৰাত্ৰি উপলক্ষে ভক্তই পূজা আগবঢ়ালে গুৱাহাটীৰ বশিষ্ঠাশ্ৰমৰ শিৱ মন্দিৰত আয়োজকৰ মতে পূৰ্বতকৈ কমিছে ভিৰ
|
Assamese
|
নাট্যকাৰ পৰিচালক সপোনজ্যোতি ঠাকুৰলৈ আছুৰ স্বভাৱ শিল্পী অমূল্য কাকতী বঁটা
|
Assamese
|
১৫১৯ ফেব্ৰুৱাৰিলৈ তৰালাংচত অনুষ্ঠিত হব কাৰ্বি যুৱ মহোৎসৱ
|
Assamese
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.