text
stringlengths
1
2.59k
language
stringclasses
10 values
নতুন দিল্লীৰ গ্লবেল কাৰ্নিভেললৈ নাগা লোকসংগীত শিল্পী মাচাংৱা
Assamese
১ মাৰ্চৰ পৰা জামুগুৰিহাটত বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ আয়োজন
Assamese
মুম্বাই আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত উৎপল বৰপূজাৰীৰ যুদ্ধ বিষয়ক তথ্যচিত্ৰৰ বিশেষ প্ৰদৰ্শনী
Assamese
অপেছাদাৰী নাট্যগোষ্ঠী মুখাই গুৱাহাটীত অনুষ্ঠিত কৰিব বিষ্ণুজ্যোতি নাট সমাৰোহ
Assamese
মধ্যপ্রদেশৰ কলা মহোৎসৱত উজলি উঠিল অসমৰ ছাত্ৰছাত্ৰীৰ দল
Assamese
অৰুণাচল প্ৰদেশৰ তিনিদিনীয়া পাংছৌ পাছ আন্তৰ্জাতিক মহোৎসৱৰ শুভাৰম্ভ
Assamese
অসম সাংস্কৃতিক ন্যাসে প্ৰতিবছৰে আয়োজন কৰিব ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠান
Assamese
৩০ আৰু ৩১ জানুৱাৰিত শিৱসাগৰৰ ডিমৌত মেডামমেফি আয়োজন
Assamese
বৰপেটাত হোলী ঢোল বাদ্যৰ এমহীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ
Assamese
মণিপুৰৰ হিংসা প্ৰাক্তন ডিজিপি হৰেকৃষ্ণ ডেকাৰ নেতৃত্বত তদন্ত বিচাৰি ট্ৰাইবেল ফাম
Assamese
শৃংখল চলিহাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন অধীনত গ্ৰেপ্তাৰ কৰা কাৰ্য গৰিহণাযোগ্য ‎
Assamese
অভাৰলেপিঙৰ বিৰোধিতাৰে কলগাছিয়াত আৰু ৰ বিক্ষোভ কাৰ্যসূচী
Assamese
বিফল হল ধৰ্ষণৰ চেষ্টা আত্মৰক্ষাৰ বাবে বেজৰ যৌনাংগ কাটিলে মৰিগাঁৱৰ যুৱতীয়ে
Assamese
নামভৰ্ত্তিৰ ধন বিদ্যালয়ক ওভতাই নিদি চৰকাৰী শিক্ষানুষ্ঠান ধ্বংসৰ আখৰা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে
Assamese
আকৌ টেক্সাছ শ্বপিং মলত ৮ জনক গুলীয়াই হত্যা কৰাৰ পিছত এইবাৰ গাড়ীৰ খুন্দাত নিহত ৭ জন
Assamese
মৰমৰ জেকলিন কাৰাগাৰৰ পৰাই প্ৰেমৰ চিঠি সুন্দৰী প্ৰেয়সীলৈ কি লিখিলে ঠগ সুকেশে
Assamese
গুৱাহাটীৰ চাউথ পইণ্ট স্কুলৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ আত্মহত্যাৰ সন্দেহ
Assamese
ৰাজস্থানত ভাঙি পৰিল বায়ুসেনাৰ মিগ ২১ যুদ্ধ বিমান দুগৰাকী মহিলাসহ ৩ স্থানীয় বাসিন্দা নিহত
Assamese
তথাকথিত ভদ্ৰলোকৰ কীৰ্তি ডাঃ সংগীতা আৰু ডাঃ ৱালিউলে তোলনীয়া কন্যাক চলাইছিল যৌন নিৰ্যাতন
Assamese
বিশিষ্ট প্ৰগতিশীল লেখিকা ড০ অনিমা গুহৰ দেহাৱসান
Assamese
দ্য প্ৰমিজ বাবে ডেমন গালগুটৰ শিৰত ২০২১ বৰ্ষৰ বুকাৰ বঁটা
Assamese
পল্লৱী বুঢ়াগোঁহাই আৰু বীণাপানী ডেকাৰ দুটামান সেউজীয়া সপোন কবিতা পুথি উন্মোচন
Assamese
সুৰক্ষা বিশেষজ্ঞ জয়দীপ শইকীয়াৰ তিনিখনকৈ কবিতাপুথি উন্মোচন
Assamese
মাৰ্ঘেৰিটাত শাখা সাহিত্য সভা কাৰ্যালয়ত কামেঙৰ জীয়ৰী শীৰ্ষক গ্ৰন্থ উন্মোচন
Assamese
সাহিত্যিক পেঞ্চন অবিহনে পৃথিৱীৰ মায়া ত্যাগ কৰিলে গণকবি অশোক দাসে
Assamese
শিষ্যৰ হাতত হাৰ মানিলে গুৰু ধোনী মেজিক নচলিলঋষভ উজলিল
Assamese
বিৰাট কোহলীতকৈ পাকিস্তানৰ বাবৰ আজমৰ বেটিং শৈলী বেছি ভাল কোনে কলে
Assamese
ৰাহুল দ্ৰাৱিড়ে এবাৰ অশ্ৰাব্য গালি বৰ্ষণ কৰিছিল মহেন্দ্ৰ সিং ধোনীক চেহৱাগে জনালে এই কথা
Assamese
এইবাৰৰ প্ৰথমখন মেচতেই আইপিএলৰ ইতিহাসত বিৰল অভিলেখৰ গৰাকী হল এইজন ক্ৰিকেটাৰ
Assamese
জ্যোতিবিষ্ণুভূপেনহেমাংগ দৰে শিল্পীৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ জ্যোতি চিত্ৰবনত চৰকাৰৰ শিল্পী দিৱস
Assamese
কোকৰাঝাৰত ২৩ জানুৱাৰিত বাথৌ দিৱস উদযাপনৰ ব্যাপক আয়োজন
Assamese
অসমীয়া চলচ্চিত্ৰক আচামী সজালে চিবিএফচিয়ে
Assamese
১৯ৰ পৰা ২১ জানুৱাৰীলৈ শংকৰদেৱ কলাক্ষেত্ৰত ৰঙালী উৎসৱ আয়োজন
Assamese
আজিৰে পৰা আৰম্ভ আইপিএল চলিত চিজনত কি কি অভিলেখ ভংগ কৰিব বিৰাট কোহলীয়ে
Assamese
আইপিএলৰ শিহৰণকাৰী প্ৰথমখন মেচত অন্তিমটো বলত মুম্বাইক হৰুৱাই দুৰ্দান্ত বিজয় কোহলী বাহিনীৰ
Assamese
দিল্লীত গণৰাজ্য দিৱসত প্ৰদৰ্শনৰ বাবে সাজু অসমৰ প্ৰতীকপদ মাজুলী
Assamese
আজি শিল্পী দিৱস জ্যোতি চিত্রবনত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিব সাংস্কৃতিক পৰিক্ৰমা বিভাগে
Assamese
১৭ জানুৱাৰিত জ্যোতি চিত্ৰবনে উদযাপন কৰিব সোণালী জয়ন্তী আৰু শিল্পী দিৱস
Assamese
কাইলৈৰ পৰা পাঞ্জাবাৰীত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হব শিল্পগ্ৰাম মহোৎসৱ ২০১৮
Assamese
আঠ মাহৰ গৰ্ভৱতী হৈয়ো টাইকোৱাণ্ডোত স্বৰ্ণ জয় মহিলা এথলেটৰ প্ৰশংসাৰে উপচিল ছচিয়েল মিডিয়া
Assamese
আৰম্ভ হল আইপিএল উন্মাদনা কিংম্বদন্তী দৌৰবিদ উছেইন বল্টে পিন্ধিলে আৰচিবিৰ জাৰ্চি
Assamese
ৰীমিতা বোলছবিৰ বেনাৰত নিৰ্মিত আন এখন তথ্যচিত্ৰই পালে আন্তঃৰাষ্ট্ৰীয় বঁটা
Assamese
আমেৰিকা যুক্তৰাষ্ট্ৰত বাণিজ্যিকভাৱে মুক্তিৰ বাবে সাজু প্ৰথমখন অসমীয়া চলচ্চিত্ৰ শৈশৱতে ধেমালিতে
Assamese
ডিব্ৰুগড়ত পিঞ্জৰাবদ্ধ দুটা নাহৰফুটুকী তীব্ৰবেগী বাহনৰ খুন্দাত নিহত আন এটা
Assamese
ৰ ১০৫ কোটিটকীয়া কেলেংকাৰী অভিযুক্ত বিষয়া শেৱালী দেৱী শৰ্মাক গ্ৰেপ্তাৰ
Assamese
কেৰালাত পৰ্যটকৰ নাও দুৰ্ঘটনাগ্ৰস্ত হৈ ২২ জনৰ মৃত্যু দুই লাখ টকাকৈ ক্ষতিপূৰণৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ
Assamese
চাণক্য নীতিএনে বন্ধুৰ পৰা সাৱধান হওক নহলে হব পাৰে ডাঙৰ বিপদ
Assamese
পিতৃক হত্যা কৰিলে পুত্ৰই আৰক্ষীৰ জালত ঘাতক পুত্ৰ
Assamese
ৰাজ্যত বৃদ্ধি পাইছে যৌন নিৰ্যাতনৰ ঘটনাপুনৰ ধৰ্ষণ কাণ্ড মহানগৰীত
Assamese
গোৱালপাৰাত অগ্নিদগ্ধ হৈ মৃত্যু ৭ বছৰীয়া শিশুৰ পথৰ দুৰাৱস্থাৰ বাবে সময়ত আহি নাপালে অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী
Assamese
বজ্ৰকন্ঠৰ শিশুসুলভ হৃদয়ৰ বহুমুখী প্ৰতিভাসম্পন্ন ৰবীন শৰ্মালৈ শ্ৰদ্ধাঞ্জলি লিডু শাখা সাহিত্য সভাৰ
Assamese
কেবিনেটৰ সিদ্ধান্তপ্ৰতিবছৰে প্ৰদান কৰা হব অসম ৰত্ন অসম বিভূষণ অসম ভূষণ আৰু অসমশ্ৰী বঁটা
Assamese
নক্ষত্ৰ পতন বিশিষ্ট সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ লক্ষ্মীনন্দন বৰাৰ দেহাৱসান
Assamese
অসমীয়া সাহিত্য জগতৰ মহীৰূহ ড০ লক্ষ্মীনন্দন বৰাৰ বিয়োগত ৰাজ্যৰ বিভিন্নজনৰ শোক
Assamese
উলংগ ৰজা মোদী বিজেপিৰ আক্ৰমণৰ সন্মুখীন এগৰাকী জনপ্ৰিয় গুজৰাটী কবি কিয়
Assamese
অনামিকা দুৱৰাৰ সৈতে শেষ আলাপ কৰি অকালতে মেলানি মাগিলে জনপ্ৰিয় কবি পল শেনচোৱাই
Assamese
বড়ো সাহিত্য সভাৰ ৬০ সংখ্যক অধিৱেশন উদুলি মুদুলি বাক্সাৰ তামুলপুৰ
Assamese
ৰাইজৰ খবৰ কাকতৰ বৰ্ষপূৰ্তি সাংবাদিক জিতু শৰ্মা ৰাজখোৱাৰ অভিনন্দন গ্ৰন্থ উন্মোচন
Assamese
আজিৰে পৰা তামুলপুৰত বড়ো সাহিত্য সভাৰ ৬০ সংখ্যক বাৰ্ষিক অধিৱেশন
Assamese
অমিতাভ বচ্ছনে কলে অনুষ্কা শৰ্মাৰ সতে বিৰাট খলী আছে ইনষ্টাগ্ৰামত হাস্যৰসৰ জোৱাৰ
Assamese
মুক্তিৰ বাবে সাজু বলীউদৰ লান্সবক্স ছবিৰ প্ৰযোজকৰ প্ৰথমখন অসমীয়া ছবি
Assamese
১৭ জানুৱাৰীৰ পৰা আৰম্ভ হব শিল্পগ্ৰাম মহোৎসৱ
Assamese
অণিমা বৰঠাকুৰ আৰু কুল বৰুৱালৈ ২০১৮ বৰ্ষৰ শিল্পী বঁটা
Assamese
জোৰেথাং মাঘে মেলাই ছিকিমৰ পৰিচয় ইতিহাস প্ৰতিফলিত কৰেমুখ্যমন্ত্ৰী
Assamese
গুৱাহাটীত ১১ আৰু ১২ জানুৱাৰিত ইষ্ট ইণ্ডিয়া ফেশ্বন ৱীক
Assamese
মণিপুৰত পৌমাই থাউনি উৎসৱ উদযাপন
Assamese
আমেৰিকাৰ টেক্সাছৰ শ্বপিং মলত গুলীচালনাৰ ঘটনাত ৯ জন নিহত বন্দুকধাৰীক গুলীয়াই হত্যা আৰক্ষীৰ
Assamese
গুৱাহাটী বিশ্ববিদ্যালয়ত আজিৰে পৰা প্ৰাগজ্যোতি মহোৎসৱ
Assamese
১১ আৰু ১২ জানুৱাৰিত গুৱাহাটীৰ তাজ ভিভান্তা হোটেলত পূব ভাৰত ফেশ্বন সপ্তাহ
Assamese
জানুৱাৰিতে ছিকিমত অনুষ্ঠিত হব জেথাঙ মাঘে মেলা
Assamese
যুদ্ধৰ খবৰৰাছিয়াৰ গোলাবৰ্ষণত ইউক্ৰেইনৰ ৬ বিস্ফোৰক বিশেষজ্ঞ নিহত
Assamese
বলীউদৰ মুক্তি পাবলগীয়া চলচ্চিত্ৰ পেদমেনত অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰিছে অসমৰ উৰ্মিলা মহন্তই
Assamese
চখেই কাল হল ঘোঁৰা দৌৰাবলৈ গৈয়েই মৃত্যু মাতিলে মিছ ইউনিভাৰ্ছ প্ৰতিযোগীয়ে
Assamese
খাদ্যসামগ্ৰী দৰৱ ক্ৰয়ৰ বাবে চুৰাচান্দপুৰত ৩ ঘণ্টাৰ বাবে কাৰ্ফিউ প্ৰত্যাহাৰ এতিয়াও স্তব্ধ মণিপুৰ
Assamese
তোলনীয়া কন্যাক অমানুষিক নিৰ্যাতন চলোৱা মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তক গ্ৰেপ্তাৰ
Assamese
চাণক্য নীতিপত্নীক কেতিয়াও ভুলতেও নকব এই ৪টা কথা নহলে পস্তাব লাগিব গোটেই জীৱন
Assamese
ক্ৰীড়াক্ষেত্ৰত নাৰীৰ অংশগ্ৰহণক লৈ গুৰুত্বপূৰ্ণ মন্তব্য ছানিয়া মিৰ্জাৰ চাওক ভিডিঅ
Assamese
১৯৩ ৰাণৰ বিস্ফোৰক ইনিংছ খেলি পাকিস্তানী বেটছমেন ৰাণ আউট হল তাৰপাছতে তুমুল বিতৰ্ক
Assamese
আইছিছত যোগদান কৰা উচিত ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ ময়িন আলিয়ে কোনে কলে
Assamese
বিদ্যুৎস্পৃষ্ট হৈ গুৱাহাটী তেল শোধনাগাৰত দুজন অইল কৰ্মীৰ মৃত্যু এজন আহত
Assamese
আৰক্ষী উপপৰিদৰ্শক জোনমণি ৰাভাৰ নেতৃত্বত নগাঁৱত জব্দ ২.২৫ লাখ টকাৰ ভূৱা নোট
Assamese
সুখী দম্পত্তি পত্নী অনুষ্কা শৰ্মাৰ এটা বহুদিনীয়া সপোন পূৰণ কৰিলে স্বামী বিৰাট কোহলীয়ে
Assamese
গোলাঘাটৰ কমাৰবন্ধাত ভলীবল প্ৰশিক্ষণ শিৱিৰ মুকলি
Assamese
অন্ত পৰিল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ ৬ এপ্ৰিলত ভোটগ্ৰহণ
Assamese
ভৱানীপ্ৰসাদ অধিকাৰীলৈ আগবঢ়োৱা হৈছে অসম সত্ৰ মহাসভাৰ ২০২১ সাহিত্য বঁটা
Assamese
৫১ হাজাৰ নহয় ২০২৫ হাজাৰৰ ভিতৰতে সীমাবদ্ধ থাকিব খালী পদৰ নিযুক্তি
Assamese
সুখবৰ অপূৰ্ব কুমাৰ শইকীয়ালৈ সাহিত্য অকাডেমী বঁটা দ্বিজেন কুমাৰ দাসলৈ যুৱ সাহিত্য বঁটা
Assamese
২০২০ বৰ্ষৰ সাহিত্য অকাডেমি যুৱ বঁটা বিজয়ী মেঘঘোঁৰা স্ৰষ্টা যুৱ কবি দ্বিজেন কুমাৰ দাস
Assamese
তিনি তৰুণ লেখকক মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান
Assamese
বঁটা বা সন্মানে মোক অধিক সৃষ্টিশীল কৰি তোলেৰণাংগন সন্মান গ্ৰহণ কৰি হোমেন বৰগোহাঞি
Assamese
মুংকাম বস্তিত যুৱ লেখক সাংবাদিক অখিল চন্দ্ৰ বৰুৱাৰ নৱতম গ্ৰন্থ স্বপ্ন ভঙ্গৰ উচুপনি উন্মোচন
Assamese
বিশিষ্ট ভাষাবিদ শিক্ষাবিদ সাহিত্যাচাৰ্য ড০ ৰমেশ পাঠকৰ দেহাৱসান
Assamese
গোলাঘাট গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ অভূতপূৰ্ব সঁহাৰি উৎসাহিত আয়োজক সমিতি
Assamese
এক অনন্য অভিলেখ গঢ়িলে পাকিস্তানৰ অধিনায়ক বাবৰ আজমে অতিক্ৰমিলে আমলাকোহলীক
Assamese
আইপিএল ২০২১ কভিড১৯ত আক্ৰান্ত হল দিল্লী কেপিটেলছৰ তাৰকা অক্ষৰ পেটেল
Assamese
আইপিল ধৰ্মীয় বিশ্বাসৰ বাবে জাৰ্চিৰ পৰা সুৰাৰ কোম্পানীৰ লগ আঁঁতৰালে এই তাৰকা অলৰাউণ্ডাৰে
Assamese
ভাল প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে শাৰ্দুল ঠাকুৰেও আনন্দ মহিন্দ্ৰাৰ পৰা পালে উপহাৰ জনালে ধন্যবাদ
Assamese
পাঁচদিনীয়া কাৰ্যসূচীৰে মঙলদৈত আৰম্ভ হৈছে অসম নাট্য সন্মিলনৰ অধিৱেশনৰ
Assamese
ছিকিমত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে নৃত্যোৎসৱ
Assamese
কোচ সাংস্কৃতিক কেন্দ্ৰ ও যাদুঘৰ উদ্বোধন কৰিলে মেঘালয়ৰ মুখ্যমন্ত্ৰী ড০ মুকুল চাংমাই
Assamese