text
stringlengths
0
188k
ত্ৰুটিপূৰ্ণ নতুন পৃষ্ঠাসমূহ
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
উদ্ধৃতিৰ প্ৰয়োজন থকা প্ৰবন্ধ
এই পৃষ্ঠাখন ২৯ এপ্ৰিল, ২০২২ তাৰিখে ২১:৪৩ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>চাণক্য নীতি - যদি আপোনাৰ পত্নীৰ মাজত এই 4 টা গুণ আছে তেন্তে আপুনি অত্যন্ত ভাগ্যৱান ! কিয় জানক ? 4 Qualities of a Wife
About Us
Contact us
Privacy Policy
Home
Health
Religion
Entertainment
Education
History
Tips & Tricks
Type Here to Get Search Results !
HomeLIFE STYLE TIPS চাণক্য নীতি - যদি আপোনাৰ পত্নীৰ মাজত এই 4 টা গুণ আছে তেন্তে আপুনি অত্যন্ত ভাগ্যৱান ! কিয় জানক ? 4 Qualities of a Wife
চাণক্য নীতি - যদি আপোনাৰ পত্নীৰ মাজত এই 4 টা গুণ আছে তেন্তে আপুনি অত্যন্ত ভাগ্যৱান ! কিয় জানক ? 4 Qualities of a Wife
0 Ahem November 17, 2021
মহান অৰ্থ শাস্ত্ৰবিদ আচাৰ্য চাণক্যই এক নীতি শাস্ত্ৰ ৰচনা কৰি থৈ গৈছিল য'ত তেওঁ সম্পদ, মহিলা, বন্ধুবৰ্গ, কেৰিয়াৰ আৰু আমাৰ বিবাহিত জীৱনৰ সৈতে সম্পৰ্কিত বহুতো কথা গভীৰভাৱে উল্লেখ কৰিছে আচাৰ্য চাণক্যয়ে সদায় সমাজক তেওঁৰ নীতিৰে পথ প্ৰদৰ্শন কৰি আহিছে। বিশ্বাস কৰা হয় যে আচাৰ্য চাণক্যৰ নীতি অনুসৰণ কৰা এজন ব্যক্তিয়ে তেওঁৰ জীৱনত যথেষ্ট অগ্ৰগতি লাভ কৰে।
আচাৰ্য চাণক্যই নিজৰ নীতি শাস্ত্ৰত এগৰাকী মহিলাৰ ৪ টা বিশেষ গুণৰ কথা উল্লেখ কৰিছে।আৰু এনে গুণ থকা মহিলাক বিয়া কৰা এজন ব্যক্তিক যথেষ্ট ভাগ্যৱান বুলিও বিশ্বাস কৰা হয় । গতিকে সেই গুণকেইটানো কি কি জানো আহক -
ধৈৰ্য্য Patience :
যিসকল মহিলা ধৈৰ্য্যশীল স্বভাৱৰ হয় সেইসকলে স্বামীৰ প্ৰতিটো অসুবিধাত কান্ধত কান্ধ মিলাই একেলগে আগুৱাই যায় । এনে স্বভাৱৰ পত্নীয়ে তেওঁলোকৰ পৰিয়ালৰ ওপৰত কোনো ধৰণৰ বাধা বিঘিনী আহিবলৈ নিদিয়ে। এনেধৰণৰ পত্নীয়ে স্বামীক কঠিন সময়ৰ পৰা মুকলি হোৱাত যথেষ্ট সহায় কৰে। এনে গুণ থকা এগৰাকী মহিলাই সদায় তেওঁৰ স্বামীৰ মনোবল বৃদ্ধি কৰে আৰু জীৱনত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে।সন্তোষী: আচাৰ্য চাণক্যই বিশ্বাস কৰে যে এজনে সদায় সন্তুষ্ট থাকিব লাগে। কিয়নো যিসকলৰ সন্তুষ্টি নাই তেওঁলোকৰ লোভে তেওঁলোকক ধ্বংস কৰে। সন্তুষ্ট প্ৰকৃতিৰ এগৰাকী পত্নীয়ে তেওঁৰ স্বামীৰ বাবে আটাইতকৈ ডাঙৰ শক্তি হিচাপে প্ৰমাণিত হয়, এনে গুণাগুণৰ সৈতে যে মহিলাসকলে আনকি আটাইতকৈ কঠিন সময়বোৰো সহজে অতিক্ৰম কৰে।
সন্তুষ্ট প্ৰকৃতিৰ পত্নী satisfied person:
আচাৰ্য চাণক্যই বিশ্বাস কৰে যে এজন ব্যক্তি সেইয়া লাগিলে মহিলাই হওক সদায়েই সন্তুষ্ট হৈ থাকিব লাগে। কিয়নো যিসকলৰ ব্যক্তিৰ সন্তুষ্টিৰ স্বভাৱ নাই লোভে তেওঁলোকক ধ্বংস কৰে। সন্তুষ্ট প্ৰকৃতিৰ এগৰাকী পত্নীয়ে তেওঁৰ স্বামীৰ বাবে আটাইতকৈ ডাঙৰ শক্তি হিচাপে প্ৰমাণিত হয় । এনে গুণ থকা মহিলাসকলে আটাইতকৈ কঠিন সময়বোৰো অতি সহজে অতিক্ৰম কৰে।
মিঠা কথা কোৱা sweet talk:
আচাৰ্য চাণক্যই বিশ্বাস কৰে যে যদি আপোনাৰ পত্নীয়ে মিঠাকৈ কথা কয় তেন্তে পৃথিৱীত আপোনাতকৈ আৰু অধিক ভাগ্যৱান কোনো নাই। চাণক্যৰ অনুসৰি এনে গুণ থকা মহিলাসকলক বিয়া কৰা ব্যক্তিয়ে অতি সুখী জীৱন যাপন কৰিব পাৰে। এনে মহিলাসকলৰ আত্মীয়েই হওঁক নাইবা চুবুৰীয়া হওঁক সকলোৰে সৈতে ভাল সম্পৰ্ক থাকে যাৰ ফলত ঘৰত সুখ-সমৃদ্ধি বৰ্তি থাকে ।
শান্ত প্ৰকৃতি Calm nature :
আচাৰ্য চাণক্যই বিশ্বাস কৰে যে এজন খঙাল প্ৰকৃতিৰ ব্যক্তিয়ে সকলো ধ্বংস কৰি পেলায়। আনহাতে মা লক্ষ্মীৰ অনুগ্ৰহ এনে শান্ত প্ৰকৃতিৰ লোকৰ ওপৰত সদায়ে থাকে। যিসকল পুৰুষৰ পত্নী শান্ত স্বভাৱৰ তেওঁলোকক অত্যন্ত ভাগ্যৱান বুলি গণ্য কৰা হয়। এনে পত্নীয়ে সদায় ঘৰত শান্তি আৰু সুখ বজাই ৰাখে। তেওঁলোকে প্ৰতিকূল পৰিস্থিতিতো বুদ্ধিমত্তাৰে কাম কৰে।
লগতে পঢ়ক - গৰম পানীত ভৰি ডুবাই পাওক এইকেইটা সমস্যাৰ পৰা মুক্তি
নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক
"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."
Tags
LIFE STYLE TIPS
Newer
Older
You may like these posts
Show more
Post a Comment
0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Thank You.
<!- start disable copy paste -->
Join Our Whatsapp
Popular Posts
INFORMATION
২২ তাৰিখৰ পৰা ষাঁঠ। এইকেইটা নিয়ম মানি চলাতো একান্তই প্ৰয়োজন । Traditional beliefs associated with Assamese Culture
June 20, 2022
অসমৰ ডাকঘৰত খালী হোৱা ১১৪৩ টা পদত কি কি কাম কৰিব লাগিব - জানো আহক ASSAM POSTAL JOB 2020
May 04, 2022
Old Photos of Tarun Gogoi - Ex CM of Assam | Assam Ex CM Tarun Gogoi's old Photo
November 23, 2020
Assamese fonts: Assamese fonts download for free
January 15, 2021
Things to do for financial growth যদি আপুনি আৰ্থিক সমস্যাত ভুগি আছে, আজিয়েই এইকেইটা কাম কৰক - হৈ পৰিব মালামাল ।<eot>অসম আৰক্ষীত কনিষ্টবল নিযুক্তিৰ উমৈহতীয়া লিখিত পৰীক্ষাৰ বাবে অনলাইন আবেদনৰ সময়সীমা বৃদ্ধি কৰিছে SLPRB এ। নতুন সময়সীমা অনুসৰি প্ৰাৰ্থীসকলে ৩ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজালৈকে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। পূৰ্বৰ সময়সীমা অনুসৰি ৩০ জানুৱাৰীলৈকে পঞ্জীয়নৰ সুবিধা উপলব্ধ আছিল।
উল্লেখ্য যে SLPRB এ যোৱা মাহত পিএছটি/পিইটি ফলাফল প্ৰকাশ কৰিছিল। শাৰীৰিক মানক পৰীক্ষা আৰু শাৰীৰিক দক্ষতা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থী সকলে অফিচিয়েল ৱেবচাইট slprbassam.in ত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব।
এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে নিৰস্ত্ৰ শাখাত (UB) মুঠ ২,৩৯১ টা কনিষ্টবলৰ পদ আৰু অসম আৰক্ষীৰ সশস্ত্ৰ শাখাত (AB) ৪,২৭১ টা কনিষ্টবল পদ, APRO ত কনিষ্টবলৰ ৮১৩ টা পদ আৰু F&ES ত কনিষ্টবলৰ ৭৮৮ টা পদ, DGCD আৰু CGHG অধীনত কনিষ্টবল-গাৰ্ডছমেনৰ ৭৫৪ টা পদ পূৰণ কৰা হ’ব।
Recent News
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে!
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে অসম চৰকাৰক সহায়ৰ হাত আগবঢ়াইছে টীয়কৰ লাহদৈগড় স্থিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে।
মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত টীয়কৰ লাহদৈগড় স্থিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে আজি সম্ভাৱ্য বিত্তীয় দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ সহায় হোৱাকৈ অসম চৰকাৰৰ ক’ৰ’না ভাইৰাচৰ সাহাৰ্য পুঁজিলৈ ১ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়।
যোৰহাট জিলাৰ উপায়ুক্তৰ যোগেদি এই অনুদান আগবঢ়োৱা হয়। আজি ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকে টীয়কৰ সংবাদ মাধ্যমক এই কথা অৱগত কৰে।
উল্লেখযোগ্য যে ভাৰতত এই পৰ্যন্ত ক’ৰ’না ভাইৰাছত ৯০০তকৈ অধিক লোক আক্ৰান্ত হোৱাৰ লগতে ২০ গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে।
Tags: COVID19
Recent News
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে!
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি যুৱ সাংবাদিক মঞ্চই আজি মহানগৰীৰ সিজুবাৰীস্থিত মাদাৰ অল্ড এজ হ’মত আয়োজন কৰে এক বিশেষ অনুষ্ঠান।
কেক কাটি পালন কৰা হয় নাৰী দিৱসৰ লগতে যুৱ সাংবাদিক মঞ্চৰ পঞ্চম সংখ্যক প্ৰতিষ্ঠা দিৱস।
এই অনুষ্ঠানত যুৱ সাংবাদিক মঞ্চৰ সভাপতি নিপা কাকতি, যুটীয়া সাধাৰণ সম্পাদক দিব্যজ্যেতি দাসৰ লগতে আন বহুতো সদস্য উপস্থিত থাকে।
সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসৰ কেক কাটি বৃদ্ধাৱাসৰ ১০৫ বছৰীয়া আইতা শুভদ্ৰা দেৱীয়ে কয়, ‘আজি ভাল লাগিছে অনুষ্ঠানসমূহ আগলৈও যেন নতুন প্ৰজন্মই এই সমূহ ভাল কাম কৰক তাৰ বাবে যুৱ সাংবাদিক সকলে নতুন প্ৰজন্মক আগ্ৰহী কৰিবলৈ চেষ্টা কৰিব ৷ নাৰী দিৱস আমিও কৰিছো এতিয়াহে বুঢ়া হ’লো’৷
আইতা গৰাকীয়ে লগতে অতি দুখেৰে কয়, ‘যি যাতনা পাব লাগে পাই আহিলো গোটেই খিনি ৷ সুখ-দুখ সকলো। নাৰী সকলক অৱহেলা নকৰিবলৈ আহ্বান আইতা গৰাকীৰ। নাৰী-পুৰুষেহে সংসাৰ। অকল পুৰুষেও সংসাৰ কৰিব নোৱাৰে নাৰীয়েও অকলে সংসাৰ কৰিব নোৱাৰে। নাৰী-পুৰুষৰ মিল লাগিব তেতিয়াহে এখন সুস্থ সমাজ সৃষ্টি হ’ব’।
ইফালে যুৱ সাংবাদিক মঞ্চৰ মহিলা সাংবাদিক সকলক বৃদ্ধাৱাস কৰ্তৃপক্ষই নাৰী দিৱস উপলক্ষে সম্বৰ্ধনা জ্ঞাপন কৰে। আইতা সকলৰ নাম প্ৰসংগৰে মুখৰিত হৈ পৰে অনুষ্ঠানৰ বাকৰি।
যুৱ সাংবাদিক মঞ্চৰ লগতে ‘Mosfica womens welfare society’ৰ উদ্যেগতো নাৰী দিৱস উদযাপন কৰা হয় ৷ সংগঠনটোৱে বৃদ্ধাশ্ৰমৰ আবাসী সকলক চাদৰ, কেক আদি বিতৰণ কৰে।
Recent News
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>পীপলছ ডেমক্ৰেটিক কাউন্সিল অব কাৰ্বি-লংৰি (PDCK)য়ে ৪৪ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ বাবে শুভেচ্ছাবাণী প্ৰেৰণ কৰিছে। সংগঠনটোৱে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিজ্ঞপ্তিত এই বাৰ্তা দিয়া হৈছে। বাৰ্তাটোত কোৱা হৈছে, ‘এইটো গৌৰৱৰ কথা যে কাৰ্বি যুৱ মহোৎসৱ কেৱল কাৰ্বিসকলৰ বাবেই নহয়, লগতে থলুৱা জনজাতি আৰু সম্প্ৰদায়বোৰৰ বাবেও ই গুৰুত্ব বহন কৰিছে।
বাৰ্তাটোত সংগঠনটোৱে এই বুলিও কয় যে কাৰ্বি যুৱ মহোৎসৱ পশ্চিম দক্ষিণ পূব এছিয়া (WESEA)ত বৃহত্তম জনগোষ্ঠীয় উৎসৱ। ই অধিক বিস্তৃত হোৱা উচিত। সংগঠনটোৱে কাৰ্বি যুৱ মহোৎসৱটো সফল হোৱাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা বুলিও কয়।
উল্লেখযোগ্য যে অহা ১৫ ফেব্ৰুৱাৰিৰ পৰা ডিফুৰ তৰালাংচত ১৫ৰ পৰা ১৯ ফেব্ৰুৱাৰিলৈ অনুষ্ঠিত হ’ব কাৰ্বি যুৱ মহোৎসৱ। কাৰ্বি কালচাৰেল ছ’চাইটিৰ উদ্যোগত এই মহোৎসৱ অনুষ্ঠিত কৰা হৈছে। আয়োজকে এইবাৰৰ মহোৎসৱত প্ৰায় ১ নিযুত লোকে অংশগ্রহণ কৰিব বুলি আশা কৰি আছে। কাৰ্বি লোকসংস্কৃতিৰ আদান-প্ৰদানৰ অন্যতম মঞ্চ হিচাপে পৰিচিত মহোৎসৱত ৰাজ্যখনৰ আন বহু জনগোষ্ঠীয়েও অংশ্ৰগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
এইখিনিতে উল্লেখ কৰিব পাৰি যে ১৯৭৪ চনত কেইজনমান উদ্যমী কাৰ্বি যুৱকৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হৈছিল। তাৰ পাছত ১৯৭৭ চনৰ ৩০ জানুৱাৰীত কাৰ্বি কালচাৰেল ছ’চাইটীৰ গঠৰ জৰিয়তে মহোৎসৱখনে এক অনন্য মাত্ৰা লাভ কৰিবলৈ সক্ষম হয়।
Recent News
নাবালিকাক ধৰ্ষণ কৰি হত্যা; অপৰাধৰ ৫৭ দিনৰ ভিতৰতে দোষীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ
গুজৰাট বিধানসভাৰ ১৮২খন আসনত মুছলমান বিধায়ক এজন; কংগ্ৰেছৰ টিকটত জয়ী ইমৰান
ৰকেট আক্ৰমণৰ সন্দেহ! পঞ্জাৱৰ তৰণ তাৰণ আৰক্ষী থানাত বিস্ফোৰণ; আৰম্ভ তালাচী অভিযান
চাঞ্চল্যকৰ প্ৰতিবেদন! ছয় লাখ ভাৰতীয়ৰ ব্যক্তিগত তথ্য ‘চুৰি’; বৃহৎ মূল্যৰ বিনিময়ত বিক্ৰী
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চাপানলা আৰু বাঘবৰালিৰ পৰা চামগুৰি আৰক্ষীয়ে অভিযান চলাই যোৱা ২৪ ঘণ্টাত তিনিজন গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে কালি নিশা এক গোপন সূত্ৰৰ ভিত্তিত চামগুৰি আৰক্ষীয়ে প্ৰথমে চামগুৰি বাঘবৰালিত অভিযান চলাই মহেন্দ্ৰ ৰাভা (১৮) আৰু খবিত বসুমতাৰী (১৯) নামৰ চোৰ দুজনক ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হয়।
আনহাতে, চোৰ দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আজি পুৱা বিভিন্ন ঠাইত অভিযান চলাই দীৰ্ঘদিন ধৰি চামগুৰি অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা চুৰি হোৱা ৬ টা পানী সিঁচা মটৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে বিষ্ণু বসুমতাৰী (১৯) নামৰ আন এজন গভাইত চোৰক চাপানলাৰ পৰা কৰায়ত্ব কৰে বুলি আৰক্ষীৰ সুত্ৰে প্ৰকাশ কৰিছে।
বৰ্তমান আৰক্ষীয়ে চোৰকেইটাক নিজৰ জিম্মাত ৰাখি জেৰা চলাই আছে বুলি জানিব পৰা গৈছে।
Recent News
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী!
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই