text
stringlengths 0
188k
|
---|
Tweet |
Share |
Share |
Email |
Recommended for you |
এমুঠি পুঠিমাছ আৰু তিনিখন পৃথিৱী |
সন্তানহীনা মেঘালীৰ কথাৰে |
লতা – যেন ব’হাগী কুলিৰে মাত |
Click to comment |
Leave a Reply |
Cancel reply |
Your email address will not be published. Required fields are marked * |
Comment |
Name * |
Email * |
Website |
Save my name, email, and website in this browser for the next time I comment. |
Post navigation |
অসমত আত্মাৰামৰ ছবি |
১০ খন উল্লেখযোগ্য ছিৰিজ |
শেহতীয়া লেখা |
447 |
চলচ্চিত্ৰ |
এমুঠি পুঠিমাছ আৰু তিনিখন পৃথিৱী |
চিনেমাখনৰ দলটোত থকা নামবোৰ দেখিয়েই ভাবিছিলোঁ প্ৰডাকশ্যনটো ভাল হোৱাটো নিশ্চিত৷ ভাস্কৰ হাজৰিকাৰ ‘কথানদী’ আৰু... |
2.5K |
বিশেষ লেখা |
জয়মতী সম্পৰ্কে |
উমেশ চন্দ্ৰ বৰুৱাৰ ‘জয়মতী’ চিনেমা সম্পৰ্কীয় এই সমালোচনাটো প্ৰকাশ পাইছিল ১৯৩৫ বৰ্ষৰ এপ্রিল-মে’ সংখ্যাৰ... |
1.9K |
সোণালী পৃষ্ঠা |
সন্তানহীনা মেঘালীৰ কথাৰে |
পৃথিৱীৰ প্রতিটো সদ্যজাত শিশুৰেই বহু পৰিচিত এটি মাত, কান্দোন – মই আহিছোঁ। আজিৰ পৰা... |
2.1K |
সোণালী পৃষ্ঠা |
লতা – যেন ব’হাগী কুলিৰে মাত |
জীগৰ মোৰাদাবাদী নামৰ বিখ্যাত উৰ্দ্দু কবিয়ে লিখিছিল – ‘নগ্মা ৱোহি হ্যায়, নগ্মাকে যিচ্কো ৰূহ... |
2.2K |
1 |
চিনেকথা ১০ |
এচ পি বালাসুব্ৰমনিয়মৰ দহটি নষ্টালজিক গীত |
এছ পি বালাসুব্রমনিয়াম। সম্পূর্ণ নাম শ্রীপাঠী পণ্ডিতাৰাধ্যুলা বালাসুব্রমনিয়াম। ভাৰতীয় সংগীতৰ আকাশখনিৰ এটি উজ্জ্বল তৰা... |
Font Resizer |
A Decrease font size. A Reset font size. A Increase font size. |
চিনে জগতৰ ইটো সিটো বহুটো |
শেহতীয়া লেখা সমূহ |
447 |
চলচ্চিত্ৰ |
এমুঠি পুঠিমাছ আৰু তিনিখন পৃথিৱী |
চিনেমাখনৰ দলটোত থকা নামবোৰ দেখিয়েই ভাবিছিলোঁ প্ৰডাকশ্যনটো ভাল হোৱাটো নিশ্চিত৷ ভাস্কৰ হাজৰিকাৰ ‘কথানদী’ আৰু... |
2.5K |
বিশেষ লেখা |
জয়মতী সম্পৰ্কে |
উমেশ চন্দ্ৰ বৰুৱাৰ ‘জয়মতী’ চিনেমা সম্পৰ্কীয় এই সমালোচনাটো প্ৰকাশ পাইছিল ১৯৩৫ বৰ্ষৰ এপ্রিল-মে’ সংখ্যাৰ... |
1.9K |
সোণালী পৃষ্ঠা |
সন্তানহীনা মেঘালীৰ কথাৰে |
পৃথিৱীৰ প্রতিটো সদ্যজাত শিশুৰেই বহু পৰিচিত এটি মাত, কান্দোন – মই আহিছোঁ। আজিৰ পৰা... |
2.1K |
সোণালী পৃষ্ঠা |
লতা – যেন ব’হাগী কুলিৰে মাত |
জীগৰ মোৰাদাবাদী নামৰ বিখ্যাত উৰ্দ্দু কবিয়ে লিখিছিল – ‘নগ্মা ৱোহি হ্যায়, নগ্মাকে যিচ্কো ৰূহ... |
2.2K |
1 |
চিনেকথা ১০ |
এচ পি বালাসুব্ৰমনিয়মৰ দহটি নষ্টালজিক গীত |
এছ পি বালাসুব্রমনিয়াম। সম্পূর্ণ নাম শ্রীপাঠী পণ্ডিতাৰাধ্যুলা বালাসুব্রমনিয়াম। ভাৰতীয় সংগীতৰ আকাশখনিৰ এটি উজ্জ্বল তৰা... |
জনপ্ৰিয় টেগ সমূহ |
বিশেষ অসমীয়া চিনেমা পৰ্যালোচনা সোণালী পৃষ্ঠা হিন্দী চিনেমা বিশ্ব চলচ্চিত্ৰ ডঃ ভূপেন হাজৰিকা বিশেষ লেখা ভাৰতীয় চিনেমা চিনেকথা১০ শ্ৰদ্ধাঞ্জলি অসমীয়া সংগীত জ্যোতিপ্ৰসাদ আগৰৱালা ডঃ ভবেন্দ্ৰ নাথ শইকীয়া জয়মতী নেটফ্লিক্স হলিউড সাক্ষাৎকাৰ সংগীত ৱেব ছিৰিজ বাংলা চিনেমা মলয়া গোস্বামী চলচ্চিত্ৰ চিনেকথা বিষ্ণুপ্ৰসাদ ৰাভা<eot>চিলনী চোৰ সকলৰ বাবে উপযুক্ত ঠাই নহয় নগাঁও। নগাঁৱৰ ৰাইজৰ হাতৰ পৰা থপিয়াই ধন নিয়াটো সহজ নহয়। আৰক্ষীয়ে নোৱাৰিলেও নগাঁৱৰ ৰাইজৰ হাতৰ পৰা কিন্তু সাৰি যোৱাটো একেবাৰে অসম্ভৱ। |
নগাঁও চহৰত দিনক দিনে বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস। আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ চিলনী চোৰে চহৰখনত চলাই গৈছে সন্ত্ৰাস। আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ দুই এটা চিলনী চোৰে মাজে সময়ে সফলতা লাভ কৰিবলৈ সক্ষম হয় যদিও নগাঁৱৰ ৰাইজৰ হাতৰ পৰা ধন লুটি নিয়া ইমান সহজ নহয়। শনিবাৰে নগাঁও চহৰত দিনদুপৰতে চাদ্দাম হুছেইন নামৰ এটা চিলনী চোৰে এগৰাকী যুৱতীৰ পৰা মোবাইল ফোন থাপ মাৰি লৈ পলাবলৈ চেষ্টা কৰোতেই ৰাইজে চিলনী চোৰটোক কৰায়ত্ত কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰাইজে কৰায়ত্ত কৰা চিলনী চোৰ চাদ্দাম হুছেইনক আটক কৰে। চাদ্দাম হুছেইনে নগাঁৱত চিলনী চোৰ হ’বলৈ আহি ৰাইজৰ লপাথপা খাই ৰঙাঘৰৰ আলহী হ’ব লগীয়া হ’ল। উল্লেখ্য যে যোৱা ২৮ ছেপ্টেম্বৰ তাৰিখেও এগৰাকী ১৫ বছৰীয়া যুৱতীয়ে এটা চিলনী চোৰক খেদি খেদি আটক কৰি আৰক্ষী গতাই দিছিল। চহৰৰ ধিং গেটত এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই নিয়া চিলনী চোৰটোক খেদি খেদি আটক কৰিছিল মহিলা গৰাকীৰ ১৫ বছৰীয়া যুৱতী দীক্ষিতা হাজৰিকাই। |
যুৱতীৰ মোবাইল ফোন থিপয়াই পলায়ন কৰিবলৈ চেষ্টা চলাই ৰাইজৰ লপাথপা খাই চিলনী চোৰ চাদ্দাম হুছেইন এতিয়া ৰঙা ঘৰৰ আলহী। ভুক্তিভূগি যুৱতী গৰাকীয়ে নগাঁও সদৰ থানাত চিলনী চোৰ চাদ্দাম হুছেইনেৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা |
December 1, 2022 4 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত |
Read More... |
Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি |
December 1, 2022 18 0 CommentsBy: Sangbad 365 |
নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও |
Read More... |
Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা |
November 30, 2022 9 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান<eot>বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩ নং বাশবাৰীত বোমাতাংক। বোমাৰ শব্দত আতংকিত ৰাইজ। বিস্ফোৰণস্থলীত বাৰুদ, তাঁৰ আদি উদ্ধাৰ। |
বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩ নং বাশবাৰী শনিবাৰে পুৱতি নিশা খগেন চন্দ্ৰ মণ্ডল নামৰ এজন ব্যক্তিৰ ঘৰৰ পুখুৰীৰৰ পাৰত ৰাইজে বোমাৰ বৃহৎ শব্দ অনুভৱ কৰে। পুৱাৰ ভাগত ৰাইজ বিস্ফোৰণস্থলীত উপস্থিত হৈ বোমা বিস্ফোৰণৰ বাৰুদ, তাঁৰ আদি প্ৰত্যক্ষ কৰি ৰাইজ আতংকিত হৈ পৰে। ৰাইজে ঘটনা সংক্ৰান্তত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। |
বিস্ফোৰণ হোৱা সমগ্রীখিনি প্ৰকৃততে বোমা নে ফটকা সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিওঁ স্থানীয় ৰাইজে হাতে বনোৱা বোমা বুলি উল্লেখ কৰাৰ পৰিবৰ্তে আৰক্ষীয়ে ফটকা বুলি সন্দেহ প্ৰকাশ কৰিছে। |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা |
December 1, 2022 4 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত |
Read More... |
Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি |
December 1, 2022 17 0 CommentsBy: Sangbad 365 |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.