text
stringlengths 0
188k
|
---|
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214) |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>ঘৰ পাবলৈ মাত্ৰ কেই কিলোমিটাৰ মান থকাৰ সময়তে এম্বুলেঞ্চত অহা কৰ্মীসকলে নাহৰকটীয়া ডেইলী বজাৰত উপস্থিত থকা লোকসকলক মহিলাগৰাকী ক'ভিড পজিটিভ বুলি কৈ এম্বুলেঞ্চৰ পৰা নমাই থৈ যায়। |
ঘৰ পাবলৈ মাত্ৰ কেই কিলোমিটাৰ মান থকাৰ সময়তে এম্বুলেঞ্চত অহা কৰ্মীসকলে নাহৰকটীয়া ডেইলী বজাৰত উপস্থিত থকা লোকসকলক মহিলাগৰাকী ক'ভিড পজিটিভ বুলি কৈ এম্বুলেঞ্চৰ পৰা নমাই থৈ যায়। |
News18 Assam |
Last Updated : April 22, 2021, 20:34 IST |
Share this: |
UTPAL CHALIHA |
অইল ইণ্ডিয়া লিমিটেডৰ হাস্পতালৰ এম্বুলেঞ্চৰ কৰ্মীৰ দায়সৰা কাৰ্যই এতিয়া বিপদ মাতি আনিছে নাহৰকটীয়া বাসীৰ বাবে । উল্লেখযোগ্য যে নাহৰকটীয়া পুৰণি গাঁৱৰ এগৰাকী গৰ্ভৱতী মহিলাই আজি দৈনিক পৰীক্ষাৰ বাবে উপস্থিত হয় দুলীয়াজানৰ অইলৰ হাস্পতালত ।সেই সময়তে স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি মহিলা গৰাকীক প্ৰথমে ৰেপিড এণ্টিজেন টেষ্ট কৰোৱাত ধৰা পৰে মহিলা গৰাকীৰ দেহত ক'ভিড ১৯ৰ অৱস্থিতি। |
ইফালে গৰ্ভৱতী মহিলাগৰাকী ক'ভিড পজিটিভ হোৱাত অইলৰ এম্বুলেঞ্চৰ জৰিয়তে মহিলা গৰাকীক হোম কোৱাৰেণ্টাইনৰ বাবে নিজা ঘৰলৈ পঠিয়াই যদিও ঘৰ পাবলৈ মাত্ৰ কেই কিলোমিটাৰ মান থকাৰ সময়তে এম্বুলেঞ্চত অহা কৰ্মীসকলে তাত উপস্থিত থকা লোকসকলক মহিলা গৰাকী ক'ভিড পজিটিভ বুলি কৈ নাহৰকটীয়া ডেইলী বজাৰত এম্বুলেঞ্চৰ পৰা নমাই থৈ যায়। যাৰ ফলত গৰ্ভৱতী মহিলা গৰাকী সহ পৰিয়ালটো বিপাঙত পৰাৰ লগতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় প্ৰায়ে জনসমাগম থকা নাহৰকটীয়া ডেইলী বজাৰ অঞ্চলত। |
ইফালে মহিলা গৰাকীক আধাবাটতে এৰি যোৱাত নাহৰকটীয়া স্বাস্থ্য বিভাগে এম্বুলেঞ্চৰ জৰিয়তে মহিলা গৰাকীক ঘৰত থোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে।এতিয়া প্ৰশ্ন হয় যি সময়ত অইল ইণ্ডিয়া লিমিটেড ক'ভিড সংক্ৰমণ ৰোধ কৰাৰ বাবে সজাগতা সৃষ্টি কৰাৰ লগতে নাহৰকটীয়া আৰু দুলীয়াজানৰ ৩৫ গৰাকী ক'ভিড ৰোগীক বিনামূলীয়া চিকিৎসাৰ বাবে ওলাই আহিছে সেই সময়তে অইল হস্পিতালৰ এম্বুলেন্স কৰ্মীয়ে কৰা এনে কৰ্মকাণ্ডই সকলোকে স্তম্ভিত কৰি তুলিছে। |
Published by:Kokil Sarma |
First published: April 22, 2021, 20:31 IST |
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া| |
Ambulance ServiceCovid 19Naharkatia |
ফটো |
... |
... |
... |
শেহতীয়া বাতৰি |
... |
... |
... |
... |
... |
LIVE TV |
শাখা |
অসম |
খবৰ |
দেশ |
বিশ্ব |
জীৱন শৈলী |
ফটো |
ভিডিঅ |
লাইভ টিভি |
শেহতীয়া বাতৰি |
হ্ৰাস পাইছে টকাৰ মূল্য; বিপৰীতে দেশৰ শীৰ্ষ ১০০ জন ধনী ব্যক্তিৰ সম্পত্তি ২৫ বিলিয়ন বৃদ্ধি হৈ স্পৰ্শ কৰিলেগৈ ৮০০ বিলিয়ন ডলাৰ |
Char Chapori Award : সোণতলীত চৰ-চাপৰি যুৱ ঐক্য মঞ্চৰ প্ৰথম বাৰ্ষিক অধিৱেশৰ সমাপ্তি, দুগৰাকী সাংবাদিকলৈ সন্মান |
Germany: জাৰ্মানীয়ে পৰৱৰ্তী ৰাউণ্ডত উপনীত হোৱাৰ সম্ভাৱনা কিমান ? জানক ইয়াৰ অংক ... |
কমলাৰ বাকলিৰ ফেচপেক ! এই ফলৰ বাকলিয়ে ছালৰ যত্নৰ ক্ষেত্ৰত বিখ্যাত ব্ৰেণ্ডবোৰকো পৰাজিত কৰিব ... |
Silchar Cabinet Meeting : শিলচৰৰ কেবিনেট বৈঠকৰ আগদিনা হাইলাকান্দি ভ্ৰমণত ৫ মন্ত্ৰী |
আমাৰ বিষয়ে |
আমাক যোগাযোগ কৰক |
ব্যক্তিগত নীতি |
কুকি পলিচী |
চাইট মেপ |
NETWORK 18 SITES |
News18 India |
CricketNext |
News18 States |
Bangla News |
Gujarati News |
Urdu News |
Marathi News |
TopperLearning |
Moneycontrol |
Firstpost |
CompareIndia |
History India |
MTV India |
In.com |
Burrp |
Clear Study Doubts |
CAprep18 |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.