text
stringlengths 0
188k
|
---|
মনোৰঞ্জন |
ব্যৱসায় |
কেৰিয়াৰ |
Explained |
ক্ৰীড়া |
ফটো |
প্ৰযুক্তি |
স্বাস্থ্য |
জীৱনশৈলী |
বিশ্ব |
ভিডিঅ’ |
LIVE TV |
ভিডিঅ’ |
LIVE TV |
#CryptoKiSamajh |
ভিডিঅ’ |
LIVE TV |
#CryptoKiSamajh |
Home » photogallery » business »Gold Price Today: ৬ মাহৰ ভিতৰত আজি সোণ আটাইতকৈ সস্তা, মূল্য প্ৰায় ৪৯ হাজাৰৰ ওচৰলৈ হ্ৰাস ! শেহতীয়া হাৰ পৰীক্ষা কৰক ... |
Gold Price Today: ৬ মাহৰ ভিতৰত আজি সোণ আটাইতকৈ সস্তা, মূল্য প্ৰায় ৪৯ হাজাৰৰ ওচৰলৈ হ্ৰাস ! শেহতীয়া হাৰ পৰীক্ষা কৰক ... |
শুকুৰবাৰে পুৱা ৯:৪৫ বজাত, এমচিএক্সত ২৪ কেৰেটৰ সোণৰ মূল্য (Gold Price Today) ৭৯ টকা হ্ৰাস হৈ প্ৰতি ১০ গ্ৰামত ৪৯,২৩৩ টকা হয়। শুক্ৰবাৰে ৰূপৰ হাৰ ৬২ টকা হ্ৰাস পায় আৰু মূল্য প্ৰতি কিলোগ্ৰামত ৫৬,৩৫৫ টকা হয়। |
News18 Assam |
| September 16, 2022, 16:33 IST |
1/ 4 |
সোণৰ মূল্য আজি এক ডাঙৰ হ্ৰাস পাইছে আৰু ইয়াৰ মূল্য ৬ মাহৰ নিম্নতম স্তৰত উপনীত হৈছে। চৰকাৰে সোণৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত এই হ্ৰাস আহিছে। ৰূপৰ মূল্যও আজি ৰাতিপুৱা হ্ৰাস পাইছে। |
2/ 4 |
মিছকল দি সোণৰ দাম বিচাৰ কৰক: আপুনি ঘৰত বহি সোণৰ দাম সহজে জানিব পাৰে। আপুনি কেৱল এই নম্বৰটোত 8955664433 এটা মিছকল দিব লাগিব আৰু আপোনাৰ ফোনত এটা বাৰ্তা ওলাব য'ত আপুনি শেহতীয়া হাৰবোৰ পৰীক্ষা কৰিব পাৰে। |
3/ 4 |
এনেদৰে আপুনি সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰে: আপুনি এতিয়া সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিবলৈ চৰকাৰে এটা এপ সৃষ্টি কৰিছে। 'বি.আই.এছ. কেয়াৰ এপ'ৰ পৰা গ্ৰাহকসকলে (Customer) সোণৰ বিশুদ্ধতা (Purity) পৰীক্ষা কৰিব পাৰে। এই এপটোৱে কেৱল সোণৰ বিশুদ্ধতা পৰীক্ষা কৰাই নহয় কিন্তু ইয়াৰ সৈতে সম্পৰ্কিত যিকোনো অভিযোগো কৰিব পাৰে। |
4/ 4 |
গ্ৰাহকসকলে লগে লগে অভিযোগ কৰিব পাৰে যদি এই এপটোত সামগ্ৰীৰ অনুজ্ঞাপত্ৰ, পঞ্জীয়ন আৰু হলমাৰ্ক নম্বৰ অশুদ্ধ বুলি পোৱা যায়। এপটোৱে গ্ৰাহকক তৎক্ষণাৎ অভিযোগ দাখিল কৰিবলৈ তথ্য প্ৰদান কৰিব। |
ফটো |
... |
... |
... |
শেহতীয়া বাতৰি |
... |
... |
... |
... |
... |
LIVE TV |
শাখা |
অসম |
খবৰ |
দেশ |
বিশ্ব |
জীৱন শৈলী |
ফটো |
ভিডিঅ |
লাইভ টিভি |
শেহতীয়া বাতৰি |
অসম পথ গৱেষণা আৰু কাৰিকৰী প্ৰতিষ্ঠানত লোক নিৰ্মাণ (পথ) বিভাগৰ বিষয়াৰ সৈতে কেইবাটাও বৃহৎ প্ৰকল্প সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন; প্ৰকল্পসমূহৰ কাম ২০২৬ চনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা |
Gujarat Assembly Elections 2022: গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ, প্ৰায় ৬০% ভোটাৰে কৰিলে ভোটদান |
কৰোনাৰ পাছত এই জম্বি ভাইৰাছে পৰৱৰ্তী মহামাৰী আনিব নেকি? ফৰাচী বিজ্ঞানীসকলৰ কৰা দাবী সম্পৰ্কে জানো আহক |
SONARI : সোণাৰিত দহ বছৰীয়া কিশোৰক নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ত ব্যৱহাৰ কৰি আটক দুই |
Optical Illusion: ক'লা-বগা সৰু বৰ্গবোৰৰ মাজত লুকাই আছে এটা শব্দ, ১০ ছেকেণ্ডত বিচাৰি উলিয়াব পাৰিবনে আপুনি? |
আমাৰ বিষয়ে |
আমাক যোগাযোগ কৰক |
ব্যক্তিগত নীতি |
কুকি পলিচী |
চাইট মেপ |
NETWORK 18 SITES |
News18 India |
CricketNext |
News18 States |
Bangla News |
Gujarati News |
Urdu News |
Marathi News |
TopperLearning |
Moneycontrol |
Firstpost |
CompareIndia |
History India |
MTV India |
In.com |
Burrp |
Clear Study Doubts |
CAprep18 |
Education Franchisee Opportunity |
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.<eot>কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বোকাখাত বিধানসভা সমষ্টিৰ গাঁও পঞ্চায়ত এলেকাত মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই আজি নিৰ্বাচনী প্ৰচাৰ চলায়। মণিমাধৱৰ লগত উপস্থিত থাকে কেবিনেট মন্ত্ৰী তথা অগপ সভাপতি অতুল বৰা, ভাৰতীয় জনতা পাৰ্টী আৰু সন্মিলিত গণ শক্তিৰ কৰ্মকৰ্তা। |
আজি পুৱা পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত কহঁৰাত প্ৰথমখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে মণিমাধৱ মহন্তই। ইয়াৰ পাছতেই বোকাখাত মহকুমাৰ ২০ গাওঁ পঞ্চায়তৰ ১৭ খন সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায় মণিমাধৱ মহন্তই। |
নিৰ্বাচনী প্ৰচাৰ সভাত মণিমাধৱ মহন্তই কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী গৌৰৱ গগৈ আৰু প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয়। গৌৰৱ গগৈক অদৃশ্য সাংসদ বুলি আখ্যা মণিমাধৱ মহন্তই কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ আৰু কাষৰীয় জনসাধাৰণৰ কল্যাণৰ প্ৰতি পিঠি দি গৌৰৱ গগৈ কেৱল দিল্লীত গান্ধী পৰিয়ালৰ সেৱাতহে ব্যস্ত। |
আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গাত ভেজাল তেজ আছে বুলি মন্তব্য কৰি এতিয়া তেওঁ ৰাজনীতি নহয় ধৰ্ম কৰাহে বয়স বুলি মহন্তই উল্লেখ কৰে। ইফালে অগপৰ সভাপতি অতুল বৰায়ো প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু কংগ্ৰেছ দলক সমালোচনা কৰে। লগতে অতুল বৰাই লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থীয়ে সকলো ঠাইতে বিপুল ভোটত জয় লাভ কৰিব বুলিও উল্লেখ কৰে। |
Tags: নিৰ্বাচন ২০১৯ |
Recent News |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ |
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ |
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>যোৱা ৯ আগষ্টৰ পৰা লখিমপুৰৰ ত্যাগক্ষেত্ৰত বেতন বঞ্চিত কৰ্মৰত শিক্ষক সন্থাই গ্ৰহণ কৰা আমৰণ অনশন কাৰ্যসূচীয়ে আজি ৯০ ঘণ্টা অতিক্ৰম কৰিলে। |
অনশন কাৰ্যসূচীৰ পঞ্চম দিনা অনশনস্থলীত ৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী অসুস্থ হৈ পৰাৰ পাছত আজি পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে অনশনস্থলীত। আজি ৭ গৰাকী প্ৰতিবাদকাৰীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তী কৰোৱা হৈছে। |
আমৰণ অনশনে ৫ দিন অতিবাহিত কৰাৰ পিছতো এতিয়ালৈ ৰাজ্য চৰকাৰ তথা লখিমপুৰ জিলা প্রশাসনৰ তৰফৰ পৰা এই ক্ষেত্রত কোনো ধৰণৰ উচিত ব্যৱস্থা গ্রহণ নকৰাত সচেতন মহলৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ |
উল্লেখযোগ্য যে ১৯৯১-২০০১ চনৰ ভিতৰত নিযুক্তিপ্রাপ্ত বেতন বঞ্চিত শিক্ষকসকলে যোৱা ২৬ জুলাইত আত্মজাহ যাবলৈ যোৱাৰ সময়ত অসমৰ মুখ্য মন্ত্রীৰ নির্দেশত জিলা প্রশাসনে শিক্ষক সন্থাক লিখিত প্রতিশ্রুতি প্রদান কৰি অসম চৰকাৰে এইসকল বেতন বঞ্চিত শিক্ষকৰ মাজত ২৪ ঘণ্টাৰ ভিতৰত এখন বৈঠক অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। |
কিন্তু চৰকাৰ তথা প্ৰশাসনৰ আশ্বাস ধোৱাচাঙত উঠা পৰিলক্ষিত হোৱাত তথা বর্তমানলৈকে আলোচনাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শিক্ষক সন্থাই যোৱা ৯ আগষ্টৰ পৰা অনির্দিষ্টকালীন অনশন কাৰ্যসূচী আৰম্ভ কৰে৷ |
সম্প্রতি গুৰুতৰ ৰূপ লোৱা এই প্রতিবাদী কার্যসূচীলৈ বিভিন্ন দল-সংগঠনে সহমর্মিতা প্রদর্শন কৰি সমর্থন জনোৱাত অনাগত সময়ত প্ৰজ্ঞাৰ পোহৰ বিলোৱা এই সকল শিক্ষকৰ সমস্যাক লৈ এক অনাকাংক্ষিত পৰিস্থিতিৰ উদ্ভৱ হ’ব বুলি আশংকা কৰা হৈছে৷ |
Recent News |
মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ; মুৰ্মুষু অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ |
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে |
Subsets and Splits
No saved queries yet
Save your SQL queries to embed, download, and access them later. Queries will appear here once saved.