text
stringlengths 0
188k
|
---|
June 15, 2012 0 |
চৰাঞ্চলৰ লোক-সংস্কৃতি – এটি চমু আভাস পাৰভিন চুলতানা |
April 20, 2019 March 10, 2021 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214) |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>বোকাখাতত সাধাৰণ মানুহক ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক প্ৰদানৰ নামত আভুৱা ভৰি ধন ঘটি অহা অমৃত নাথ নামৰ এজন হোমিঅ’পেথিক চিকিৎসকৰ চেম্বাৰত বৃহস্পতিবাৰে বোকাখাত মহকুমা প্ৰশাসনে অতৰ্কিত তালাচী চলায়। |
জানিব পৰা মতে এইগৰাকী স্বয়ম্ভূ হোমিঅ’ চিকিৎসকে নগৰখনৰ ডিফলু পথত থকা চেম্বাৰত দীৰ্ঘ দিনৰ পৰা বিভিন্ন ৰোগৰ চিকিৎসা প্ৰদান কৰি অহাৰ লগতে শেহতীয়াকৈ ক’ৰ’না ভাইৰাচৰ প্ৰতিষেধক প্ৰদান কৰিছিল। |
প্ৰশাসনৰ তালাচী কালত চিকিৎসকজনে ক’ৰ’না ভাইৰাচৰ প্ৰতিষেধক হিচাবে মানুহক আৰ্চেনিক এলবাম ৩০ প্ৰদান কৰি অহাৰ কথা স্বীকাৰ কৰে। |
উল্লেখযোগ্য যে অমৃত নাথে কলকাতাৰ ইনষ্টিটিউট অৱ অল্টাৰনেটিভ মেডিচিনৰ পৰা ইলেক্ট্ৰ’ হোমিঅ’পেথিকৰ চাৰ্টিফিকেট পাঠ্যক্ৰম সম্পন্ন কৰিছিল যদিও হোমিঅ’পেথি কেন্দ্ৰীয় কাউঞ্চিলৰ অধীনত হোমিঅ’পেথিক চিকিৎসকৰ বাবে কৰিব লগা পঞ্জীয়ন নকৰাকৈয়ে সুদীৰ্ঘ দিন মানুহক চিকিৎসা প্ৰদান কৰি আহিছিল। |
ইয়াৰ উপৰি অমৃত নাথে প্ৰেচক্ৰিপচন নিদিয়াকৈয়ে দীৰ্ঘদিন ধৰি ৰোগীক ঔষধ প্ৰদান কৰি আহিছিল। বোকাখাত মহকুমা প্ৰশাসনৰ তৰফৰ পৰা চলোৱা তদন্তৰ পাছত এই সকলো কথা পোহৰলৈ আহে, ফলত প্ৰশাসনে তেওঁক পঞ্জীয়ন নোহোৱা পৰ্যন্ত ৰোগীক চিকিৎসা প্ৰদান নকৰিবলৈ নিৰ্দেশ দিছে। |
Recent News |
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ |
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? |
কুখ্যাত অপৰাধী হৰপ্ৰীত সিঙক দিল্লী বিমান বন্দৰত আটক |
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ‘লুট গেয়ে’ খ্যাত গায়ক জুবিন; হাস্পাতালত ভৰ্তি |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ডিজিটেল ডেস্ক : ২০১৫ চনত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল ৭.৮৭ বিলিয়ন ডলাৰৰ বিপৰিতে ৩৬ খন ৰাফেল বিমান ক্ৰয় কৰাৰ কথা । বহু বিতৰ্কিত চুক্তিৰ শেষৰ খন অৰ্থাৎ ৩৬ নং ৰাফেল বিমান খন আগন্তুক ডিছেম্বৰৰ ১৫ তাৰিখে ভাৰতলৈ অনা হ'ব । |
এই সন্দৰ্ভত, ভাৰতীয় বায়ু সেনাৰ জ্যেষ্ঠ বিষয়া এগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত দিয়া ভাষ্য অনুসৰি ভাৰতীয় বায়ু সেনাক অধিক শক্তিশালী কৰি তুলিবলৈ এই চুক্তি সম্পন্ন কৰা হৈছিল দুয়ো দেশৰ মাজত । আনহাতে, ইয়াৰ পূৰ্বে অনা ৩৫ খন বিমান বৰ্তমান আম্বালা, হাৰিয়ানা আৰু হাশ্বিৰামাত অৱস্থিত বায়ু সেনা স্থলীত ব্যৱহাৰ কৰা হৈ আহিছে । |
এই সন্দৰ্ভত, বিষয়া গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, ৩৬ নং ৰাফেল বিমানখনৰ সকলো অংশ মেৰামতি কৰিহে ভাৰতক চমজাই দিয়া হ'ব যিহেতু ইয়াৰ পূৰ্বে বিমান কেইখন ব্যৱহাৰ কৰিছিল ফ্ৰান্সৰ চৰকাৰে । আনহাতে, ভাৰতীয় বায়ু সেনাই পূৰ্বৰ বিমান কেইখনত ইতিমধ্যেই সংযোগ কৰিছে ভাৰতীয় পৰিৱেশৰ বাবে প্ৰয়োজনীয় সকলো সৰঞ্জাম । |
উল্লেখ্য যে, ১৯৮৬ চনত নিৰ্মিত ৰাফেল বিমানে ভাৰতীয় বায়ু সেনাক দক্ষিণ-পূব এছিয়াৰ আকাশমাৰ্গত সমুখ সমৰত যথেষ্ট সহায় কৰিছে । ইয়াৰ ওপৰিও দীৰ্ঘ দূৰত্বৰ মিছাইল প্ৰক্ষেপণৰ ক্ষেত্ৰটো ৰাফেলে আগুৱাই নিছে বায়ু সেনাক । |
স্মৰ্তব্য যে, ভাৰত-চীনৰ সীমান্তৰ উত্তেজনাপূৰ্ণ সময়ছোৱাতে ফ্ৰান্সে সন্তৰ্পণে ভাৰতক দিছিল পূৰ্বৰ ৰাফেল বিমান কেইখন যাৰ ফলত সীমান্তৰ অভিযান সমূহৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হৈছিল বিমান কেইখন ।<eot>মহানগৰীৰ তাৰা হীৰা কমপ্লেক্সত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ ঘটনাই নতুন মোৰ লৈছে। আৰক্ষীয়ে ক্ষীপ্ৰ গতিত তদন্ত অব্যাহত ৰখাৰ সময়তে আৰক্ষীৰ ... |
Read more |
Recent News |
সস্তাত বিচাৰিছিল তেল; পাকিস্তানৰ অনুৰোধ কৰ্ণপাতেই নকৰিলে ৰাছিয়াই |
আজি অসম দিৱস; বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে |
আফগানিস্তানলৈ গৈছে লস্কৰ-জৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোট: দাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ |
পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক কেলিফৰ্ণিয়াত আটক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>স্তন (ইংৰাজী: breast) হৈছে এক প্ৰকাৰৰ দুগ্ধ গ্ৰন্থী। প্ৰতিটো গ্ৰন্থী মাইকী আদিমানৱৰ বক্ষৰ ওপৰৰ অংশত থাকে। এই গ্ৰন্থীয়ে উৎপাদন আৰু নিঃসৰণ কৰা গাখীৰ অপত্যই খায়।[2] মতা আৰু মাইকী উভয়ৰে একে ভ্ৰূণীয় কলাৰ পৰা ইয়াৰ বিকাশ হয়, কিন্তু যৌন সক্ষমতা লাভ কৰাৰ সময়ত, এষ্ট্ৰ'জেন আৰু অন্য বৃদ্ধিৰ লগত জড়িত হ'ৰমনৰ প্ৰভাৱত কেৱল স্ত্ৰীলিংগৰ ক্ষেত্ৰতহে ই স্তনলৈ বিকশিত হয়। পুংলিগৰ ক্ষেত্ৰত প্ৰকৃত স্তন বা স্তনৰ পূৰ্ণ বিকাশ নহয় কাৰণ পুং প্ৰাণীৰ শৰীৰত কম পৰিমানৰ এষ্ট্ৰ'জেন আৰু অধিক পৰিমানৰ টেষ্ট'ষ্টেৰণ নামৰ এণ্ডজেনৰ উৎপাদন হয়, যিয়ে স্তন কলাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা এষ্ট্ৰ'জেনৰ প্ৰভাৱক প্ৰশমিত কৰে। স্ত্ৰী স্তন পুং স্তনতকৈ আকাৰত বহু ডাঙৰ হয়। |
স্তনৰ অন্তঃভাগত উপচৰ্মীয় চৰ্বীয়ে আগুৰি থকা অসংখ্য নলীকাৰে গঠিত এখন জালিকা থাকে। এই নলীকাবোৰ স্তনৰ অগ্ৰাংশলৈ ক্ৰমে সংকুচিত হৈ আহে, আৰু এই কলাবোৰেই স্তনৰ আকাৰ আৰু আকৃতি প্ৰদান কৰে। এই নলীবোৰৰ প্ৰান্তত কিছুমান পিণ্ডিকা বা বায়ুকোষ থাকে, ইয়াতেই হ'ৰমনৰ সংকেতৰ প্ৰভাৱত গাখীৰ উৎপাদন আৰু সংৰক্ষণ হয়।[3] |
গৰ্ভাৱস্থাত, স্তনে এষ্ট্ৰ'জেন, প্ৰজেষ্টেৰণ, প্ৰ'লেক্টন আদি কিছুমান বিকাশ সম্পূৰ্ণ হোৱাত মধ্যস্থতাকাৰী হ'ৰমনৰ জটিল আন্তঃক্ৰিয়াৰ প্ৰতি সঁহাৰি দিয়ে আৰু দুগ্ধ উৎপাদন আৰু দুগ্ধপাণ কৰাবৰ বাবে প্ৰস্তুত হয়, ইয়াকে পিণ্ডীয়বায়ুকৌষ্ঠিক পূৰ্ণতা বোলে। সন্তান জন্ম হোৱালৈকে, বায়ুকোষবোৰে দুগ্ধ প্ৰস্তুত আৰু অপত্যৰ বাবে দুগ্ধ নিঃসৰণৰ বাবে উদ্দীপনা লাভ কৰি থাকে। |
অপত্যক খাদ্যৰ যোগান ধৰাৰ লগতে, স্ত্ৰী স্তনৰ সামাজিক তথা যৌন বৈশিষ্টও বিৰাজমান। স্তন অতীতৰ স্থাপত্য, কলা, আৰু চিত্ৰৰো এটা বিষয় আছিল। স্তনে মহিলাৰ দৈহিক সৌন্দৰ্য আৰু যৌন আকৰ্ষণ বৃদ্ধি কৰে। কিছুমান পশ্চিমীয়া সংস্কৃতিত স্তনক যৌনতাৰ লগত সম্পৰ্কীত কৰে আৰু নগ্ন স্তনক অশ্লীলতা বা অভদ্ৰতা বুলি গণ্য কৰে। স্তন আৰু বিশেষকৈ ইয়াৰ অগ্ৰাংশ স্ত্ৰীৰ কামোত্তেজক স্থান। স্তনৰ আকাৰ আৰু আকৰ্ষণীয়তাৰ মাজত সম্পৰ্ক স্থাপন কৰা কিছুমান সংস্কৃতিৰ প্ৰভাৱত বহু মহিলাই স্তনৰ আকাৰ ডাঙৰ হোৱাতো বিচাৰে বা বিভিন্ন অস্ত্ৰোপচাৰৰ জৰিয়তে স্তনৰ আকাৰ বৃদ্ধি বা হ্ৰাস কৰিব বা শিথিলতা নাইকিয়া কৰিব বিচাৰে। |
স্তনযুগল ঢাকি ৰাখিবলৈ নাৰীয়ে বক্ষবন্ধনী পৰিধান কৰে । |
চিত্ৰ[সম্পাদনা কৰক] |
স্ত্ৰী শৰীৰৰ পূৰ্ণবিকশিত স্তনযুগল |
গৰ্ভৱতী নাৰীৰ স্তন |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক] |
↑ "mammal – Definitions from Dictionary.com". Dictionary.reference.com. http://dictionary.reference.com/browse/mammal। আহৰণ কৰা হৈছে: 2011-10-31. |
↑ "Breast – Definition of breast by Merriam-Webster". merriam-webster.com. http://www.merriam-webster.com/dictionary/breast. |
↑ "SEER Training: Breast Anatomy". National Cancer Institute. http://training.seer.cancer.gov/breast/anatomy/। আহৰণ কৰা হৈছে: 9 May 2012. |
"https://as.wikipedia.org/w/index.php?title=স্তন&oldid=176667"ৰ পৰা অনা হৈছে |
শ্ৰেণী: |
প্ৰাণীৰ গঠন |
অদৃশ্য শ্ৰেণী: |
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ |
এই পৃষ্ঠাখন ০১ মাৰ্চ, ২০১৮ তাৰিখে ১৫:১০ বজাত অন্তিম সংশোধন কৰা হৈছিল। |
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>HOME/ SPORTS/ CRICKET/ INTERNATIONAL SERIES/KOHLI HAS GOT RESPECT OF ALL HIS PLAYERS THEY BACK HIM WARNE |
Koo_Logo Versions |
. |
দলৰ সকলো খেলুৱৈয়ে সন্মান কৰে বিৰাট কোহলীক : শ্বেন ৱাৰ্ণ |
Published on: Sep 8, 2021, 6:07 PM IST |
Koo_Logo Versions |
দলৰ সকলো খেলুৱৈয়ে সন্মান কৰে বিৰাট কোহলীক : শ্বেন ৱাৰ্ণ |
Published on: Sep 8, 2021, 6:07 PM IST |
ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থ টেষ্ট বিজয় সাব্যস্ত কৰাৰ পাছতে চৰ্চালৈ আহিছে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী । অধিনায়ক হিচাপে বিৰাট কোহলী সফল নে ? কি ক'লে প্ৰাক্তন ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণে ? |
Subsets and Splits
No saved queries yet
Save your SQL queries to embed, download, and access them later. Queries will appear here once saved.