text
stringlengths 0
188k
|
---|
যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ বিএচচি ২য় ষান্মাষিকৰ ছাত্ৰী ৰাধাই মেট্ৰিকত ৮৭ শতাংশ আৰু উচ্চতৰ মাধ্যমিকত ৮২ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হৈছিল। |
ইফালে ছাত্ৰীগৰাকীৰ হত্যাত শোকাহত অসম কৃষি বিশ্ববিদ্যালয় সমাজে ঘটনাটোৰ ক্ষীপ্ৰ আৰু উচিত তদন্ত দাবী কৰিছে। |
Recent News |
মুম্বাই বিমানবন্দৰত জব্দ ৫০ কোটি টকা মূল্যৰ হেৰ’ইন: ইথিওপিয়ান নাগৰিকক গ্ৰেপ্তাৰ |
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা |
বিয়াত বহাৰ প্ৰস্তাৱ অস্বীকাৰ: কিশোৰীক টুকুৰা-টুকুৰকৈ কটাৰ ভাবুকি দিলে যুৱকে |
লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ চীন, ৰাজপথত জিনপিঙৰ বিৰুদ্ধে ধ্বনি |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>W7S, NEWS, মুম্বাই: মেখেলা চাদৰক অনন্য ৰূপ প্ৰদান কৰি প্ৰখ্যাত হোৱা ডিজাইনাৰ সংযুক্তা দত্তই এইবাৰ লেকমে ফেশ্বন উইকত তেওঁৰ নতুন সংগ্ৰহ 'শুকুলা' দেওবাৰে প্ৰদৰ্শন কৰে। ফেশ্বন তথা বলিউদ সুন্দৰী লাৰা দত্তক সংযুক্তাৰ নতুন সংগ্ৰহৰ পৰিধানেৰে ৰেম্পত অতিব মোহনীয়া আৰু আকৰ্ষনীয় দেখা কৰি তোলে। |
মুম্বাইত অনুষ্ঠিত হৈ থকা লেকমে ফেশ্বন উইকত দেশৰ বিখ্যাত ডিজাইনাৰ সংযুক্তা দত্তৰ ডিজাইন কৰা পাতৰ সাজ পৰিধান কৰি ৰেম্পত কেটৱাক কৰে। |
এই সম্পৰ্কে |
সংযুক্তা দত্তই কয়, "লেকমে ফেশ্বন উইকত মোৰ নতুন সংগ্ৰহখিনি প্ৰদৰ্শন কৰি মই অতিকৈ উৎসাহিত তথা আনন্দিত । সকলো প্ৰতিষ্ঠিত তথা প্ৰখ্যাত ডিজাইনাৰ সকলৰ বাবে তেওঁলোকৰ সৃষ্টিৰাজি প্ৰদৰ্শন কৰাৰ বাবে লেকমে ফেশ্বন উইক এক উত্তম প্লেটফৰ্ম। তেওঁলোকৰ মাজত মোৰ সংগ্ৰহখিনি প্ৰদৰ্শন কৰিব পৰাটো মোৰ বাবে যেনেদৰে গৌৰবৰ কাৰন থিক তেনেদৰে এক প্ৰত্যাহবানো।লাৰা দত্তৰ সৈতে কাম কৰাটো এক আনন্দদায়ক অভিজ্ঞতা। মোৰ নতুন সংগ্ৰহ 'শুকুলা' অৰ্থাৎ উজ্জ্বল শুধ বগা যেন শান্তি আৰু পবিত্ৰতাৰ এক বাংময় প্ৰকাশ।" |
এই কাৰ্য্যসূচীত অংশ গ্ৰহন কৰাটো সচাকৈ অতি আনন্দদায়ক আৰু সংযুক্তাৰ ৰঙৰ খেল আৰু ধাৰণা বিৰল তথা অনন্য ।" সংযুক্তাৰ সংগ্ৰহৰ বিষয়ে লাৰা দত্তই কয়, "সংযুক্তাৰ এই সংগ্ৰহ 'শুকুলা' যেন সূতাৰে বোৱা এক কবিতা যত অলেখ কাহিনী গাঁথি থোৱা আছে। সেয়া যেন পবিত্ৰ শান্ত যদিও উজ্জ্বল এক প্ৰকাশ।' |
উল্লেখ্য ইতিপূৰ্বে বিগত বৰ্ষসমূহত বিপাশা বসু, জেৰিন খান, প্ৰীতি জিন্তা, টাবুৰ দৰে বহু বিখ্যাত বলিউডৰ তাৰকাই সংযুক্তা দত্তই ডিজাইন কৰা সাজপাৰ পৰিধান কৰি দেশৰ আগশাৰীৰ ৰেম্পত কেটৱাক কৰি থৈছে। মেখেলা চাদৰক অনন্য ৰূপ প্ৰদান কৰি প্ৰখ্যাত হোৱা দিজাইনাৰ সংযুক্তা দত্তই এইবাৰ লেকমে ফেশ্বন উইকত তেখেতৰ নতুন সংগ্ৰহ 'শুকুলা' ২১ মাৰ্চ ২০২১ত প্ৰদৰ্শন কৰে। ফেশ্বন তথা বলিউদ সুন্দৰী লাৰা দত্তক সংযুক্তাৰ নতুন সংগ্ৰহৰ পৰিধানেৰে ৰেম্পত অতিব মোহনীয়া আৰু আকৰ্ষনীয় দেখা গৈছিল । |
Tags # ফেশ্যন |
Share This |
About W7S News |
ফেশ্যন |
By W7S News at March 21, 2021 |
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest |
Labels: ফেশ্যন |
No comments: |
Post a Comment |
Newer Post Older Post Home |
Subscribe to: Post Comments (Atom) |
Post Bottom Ad |
Responsive Ads Here |
Author Details |
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. |
Facebook |
Powered by Blogger. |
Search |
শেহতীয়া |
জনপ্ৰিয় |
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ |
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে... |
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ... |
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ |
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক... |
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ |
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স... |
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#... |
মন্তব্য |
Archive |
Archive November (50) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2) |
Sponsor |
AD BANNER |
সাহিত্য |
Tags |
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>অসমত নহয় লকডাউন আৰু নৈশ সান্ধ্য আইন। সমাগত ৰঙালী বিহু সম্পর্কেও দিয়া হৈছে কিছু নীতি নিৰ্দেশনা। স্বাস্হ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা এখন সংবাদমেলযোগে সদৰী কৰে। মন্ত্ৰী শৰ্মাই লগতে কয় বিহু উদযাপনৰ বাবে প্ৰস্তুত কৰা হ'ব বিশেষ এছ অ' পি। এছ অ' পিত থাকিব বিশেষ নীতি নিৰ্দেশনা। আনহাতে দর্শন সকলেও সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। |
Tags # অসম |
Share This |
About W7S News |
অসম |
By W7S News at April 08, 2021 |
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest |
Labels: অসম |
No comments: |
Post a Comment |
Newer Post Older Post Home |
Subscribe to: Post Comments (Atom) |
Post Bottom Ad |
Responsive Ads Here |
Author Details |
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. |
Facebook |
Powered by Blogger. |
Search |
শেহতীয়া |
জনপ্ৰিয় |
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ |
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে... |
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ... |
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ |
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক... |
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ |
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স... |
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#... |
মন্তব্য |
Archive |
Archive November (50) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2) |
Sponsor |
AD BANNER |
সাহিত্য |
Tags |
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>W7s news গুৱাহাটী: ৰাজ্য চৰকাৰৰ পূৰ্বৰ গড়কাপ্তানি বিভাগৰ অৱসৰপ্ৰাপ্ত সচিব অজিত কুমাৰ চৌধুৰীৰ ৯০ বছৰ বয়সত কালি নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়৷তেওঁ মৃত্যুৰ সময়ত পত্নী, পুত্ৰ,বোৱাৰী ,কন্যা নাতিৰ লগতে অসংখ্য আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়৷চৌধুৰী গুৱাহাটীৰ চানমাৰিৰ উৰণ সে |
তু নিৰ্মাণৰ অন্যতম অভিযন্তা আছিল৷উল্লেখ্য, অজিত কুমাৰ চৌধুৰীৰ ১৯৩৩ চনৰ ১৭ জুনত বজালী জিলাৰ সৰুপেটাত জন্ম হৈছিল৷ সৰুপেটাৰ শৈক্ষিক আৰু বহু সামাজিক প্ৰতিষ্ঠান গঢ় দিয়া মুক্তিযোদ্ধা সোণাৰাম চৌধুৰী আৰু শুকেশীবালা চৌধুৰীৰ তৃতীয় সন্তান অজিত কুমাৰ চৌধুৰীয়ে প্ৰথমিক শিক্ষা সৰুপেটাতে আৰম্ভ কৰিছিল৷তেওঁ সেই সময়ত অসমৰ ভিতৰত একাদশ স্থান লাভ কৰি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷ চৌধুৰীয়ে কটন মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে আই এছ চি পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ ১৯৫২ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰত নামভৰ্ত্তি কৰিছিল৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ পৰা স্বৰ্ণপদক সহ উত্তীৰ্ণ হৈ চৌধুৰীয়ে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল৷মেধাবী ছাত্ৰ অজিত কুমাৰ চৌধুৰীক অসম চৰকাৰে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল ওলোৱাৰ আগতেই সহকাৰী অভিযন্তা চাকৰিৰ পদত নিযুক্তি দিছিল৷যাতে মেধাবী ছাত্ৰ চৌধুৰীক আন প্ৰদেশে নিযুক্তি দি লৈ নাযায়৷ তেওঁ উত্তৰ লখিমপুৰ, গোৱালপাৰা, শ্বিলং আদি বিভিন্ন ঠাইত দক্ষতাৰে কাম কৰিছিল৷ অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ মুখ্য অভিযন্তা পদত থকাৰ সময়ত ৰাজ্য চৰকাৰে তেওঁক সন্মানো জনাইছিল৷১৯৯৩ চনত তেওঁ গড়কাপ্তানি বিভাগৰ সচিব হিচাপে অৱসৰ গ্ৰহণ কৰে৷ মনকৰিবলগীয়া যে চানমাৰিৰ উৰণ সেঁতু নিৰ্মাণৰ অন্যতম অভিযন্তা আছিল অজিত কুমাৰ চৌধুৰী৷অসমৰ ভিতৰতেই নিৰ্মাণৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰা ১৯৮৫ চনৰ চানমাৰিৰ উৰণ সেঁতুৰ বাবে চৌধুৰীয়ে আন সহকাৰী বিষয়াৰ লগত মাটি অধিগ্ৰহণ কৰাকে ধৰি সকলো কামৰ অন্যতম ভূমিকা গ্ৰহণ কৰিছিল৷ তেওঁ গুৱাহাটীৰ নাৰেংগী উৰণ সেঁতু নিৰ্মাণ আৰু ভি আই পি ৰোডৰ বাবে মাটি অধিগ্ৰহণ আদি বিভিন্ন পথৰ অন্যতম আঁৰৰ ব্যক্তি আছিল৷চৌধুৰীয়ে আধুনিক গুৱাহাটীৰ ‘ মাষ্টাৰ প্লেন’ ৰ কামতো জড়িত আছিল৷ অসমৰ বহু ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণত কেন্দ্ৰীয় চৰকাৰক সহায় কৰিছিল৷মনকৰিবলগীয়া যে অজিত কুমাৰ চৌধুৰীৰ মূল ঘৰ সৰুপেটাত যদিও তেওঁ নিগাজীকৈ গুৱাহাটীৰ দিছপুৰৰ সৰুমটৰীয়াত বাস কৰিছিল৷তেওঁৰ পুত্ৰ ডঃ অমিত চৌধুৰী ইউ এছ টি এমৰ ডীন হিচাপে কৰ্মৰত হৈ আছে | প্ৰথমা কন্যা পাপৰি চৌধুৰী বৰ্মন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা কমাৰ্চিয়েল পাইলট আৰু কনিষ্ঠা কন্যা ডঃ দীপশিখা শুক্লা আমেৰিকাৰ ৰকফোৰ্ড বিশ্ববিদ্যালয়ৰ ডীন হিচাপি কাম কৰি আছে৷ পত্নী বিভা চৌধুৰী অসমীয়া ছবিত অভিনয় কৰা এগৰাকী সাংস্কৃতিক তথা সামাজিক কৰ্মী আৰু চৌধুৰীৰ বোৱাৰী ডঃ ডেইজী নাথ চৌধুৰী এগৰকী শিক্ষাবিদ৷ বেনাৰস বিশ্ববিদ্যলয়ত পঢ়ি থকাৰ সময়তে বিভিন্ন শিক্ষানুষ্ঠানলৈ গৈ শিক্ষাৰ্থীত পাঠদান কৰাৰ লগতে বিভিন্ন সামাজিক কামত জড়িত অজিত কুমাৰ চৌধুৰীৰ মৃত্যুৰ বাতৰি পাই আজি অসংখ্য লোকে তেওঁৰ গুৱাহাটীৰ সৰুমটৰীয়াৰ ঘৰলৈ গৈ শোক প্ৰকাশ কৰিছে৷কন্যা আমেৰিকাৰ পৰা আহি পোৱাৰ পাছত ১৮ জুলাইত তেওঁৰ পাৰ্থিৱ শৰীৰ নৱগ্ৰহ শ্মশানত সৎকাৰ কৰা হ’ব৷ |
Tags # গুৱাহাটী |
Share This |
About W7S News |
গুৱাহাটী |
By W7S News at July 16, 2022 |
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest |
Labels: গুৱাহাটী |
No comments: |
Post a Comment |
Newer Post Older Post Home |
Subsets and Splits
No saved queries yet
Save your SQL queries to embed, download, and access them later. Queries will appear here once saved.