text
stringlengths
1
2.59k
language
stringclasses
10 values
কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ
Assamese
শীতৰ আমেজ ভোগালীৰ উত্তাপত ৰীতি আৰু পৰম্পৰাৰে পালিত হৈছে অসমীয়াৰ সম্প্ৰীতিৰ বিহু ভোগালী
Assamese
তেজেৰে ছবি অঁকা শিল্পী নিজৰ দেহৰ তেজেৰে আঁকিব বিশ্বৰ আটাইতকৈ বিশাল ছবিখন
Assamese
পঞ্চভূতত বিলীন হল বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা লোকে লোকাৰণ্য বৰপেটা
Assamese
আজি মহাষষ্ঠী আৰম্ভ হল শাৰদীয় দুৰ্গোৎসৱ মহানগৰীতো প্ৰস্তুতি তুংগত
Assamese
সাংস্কৃতিক সঞ্চালকালয়ৰ সোণালী জয়ন্তী বৰ্ষলোকগীতনৃত্যৰে উখল মাখল কুমাৰ ভাস্কৰ নাট্য মন্দিৰ
Assamese
পাৰ হৈ গল দুৰ্যোগ গুজৰাটত তাণ্ডৱ চলাই এইবাৰ ৰাজস্থানত বিপৰ্যয়
Assamese
কাশ্মীৰত সেনাৰ গুলীত নিহত ৫ উগ্ৰপন্থী চলিছে ব্যাপক তালাচী
Assamese
চৰিত্ৰহনন বিতর্কিত লেখিকা শিখা শর্মাক আটক দিছপুৰ আৰক্ষীৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা
Assamese
কি কাৰণে মাৰুতিয়ে ওভতাই বিচাৰিলে ৬৩ হাজাৰতকৈয়ো অধিক কাৰ
Assamese
গুৱাহাটীকে ধৰি ৰাজ্যত ভূমিকম্পৰ জোকাৰণি ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৪.৮
Assamese
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান
Assamese
পুৱতি নিশা কলিয়াবৰত নৈশ বাছট্ৰাকৰ সংঘৰ্ষত থিতাতে নিহত এজন আহত বহুকেইজন বাছ যাত্ৰী
Assamese
বিজনী আৰু সৰভোগ ষ্টেচনৰ মাজত দ্বৈত ৰেল পথৰ কাম সম্পন্ন
Assamese
পুনৰ উত্তপ্ত মণিপুৰ ইম্ফলত কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙৰ ঘৰত অগ্নিসংযোগ
Assamese
আকৌ ধামাকাজিঅ ২০২০ হেপী নিউ ইয়েৰ প্লেন ঘোষণা
Assamese
ৰ কাৰ্ড ব্যৱহাৰ কৰে জানি লওক টকা উলিওৱাৰ নতুন নিয়ম
Assamese
কেবৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে বাতিল হব পাৰে জাপানৰ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণ
Assamese
সোণ ক্ৰয় কৰোতে সাৱধান এই চাৰিটা চিহ্ন অবিহনে নিকিনিব অলংকাৰ
Assamese
কুকি উগ্ৰপন্থীৰে সম্পৰ্কমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰ অধীনত ব্যৱস্থা গ্ৰহণৰ দাবী বিৰোধীৰ
Assamese
এইবোৰ দিশত নাৰী পুৰুষতকৈ বহু আগত আচাৰ্য চাণক্যই কি কৈছে জানি লওক
Assamese
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ সমীপত উদ্ধাৰ মহিলাৰ মুণ্ডহীন মৃতদেহ
Assamese
গল লুইতৰ বুকুত চলিব লগা জাহাজ চলিছে গংগাত
Assamese
সাজু কৰক পৰিকল্পনা ডিচেম্বৰত ৯ দিন বন্ধ থাকিব বেংক
Assamese
আকৰ্ষণীয় লুক আৰু মসৃন ফিচাৰ্ছেৰে সমৃদ্ধ ৫৩ হাজাৰ টকীয়া ইলেকট্ৰিক স্কুটী মুকলি
Assamese
এতিয়া প্ৰতিটো ৰ বাবে য়ে গ্ৰাহকক দিব পইচা কেনেকৈ পাব এই অফাৰ
Assamese
যোৰহাটত লৌহ কন্যা লাভলীনা বৰগোহাঁইক ৰাজহুৱা সম্বৰ্ধনা
Assamese
দক্ষিণ আফ্ৰিকাক ১১৩ ৰানত পৰাস্ত কৰি শৃংখলাত ১০ ৰ অগ্ৰগতি ভাৰতৰ
Assamese
তাৰকা খেলুৱৈ ৰছ টেইলৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ইঙ্গিত
Assamese
ধোনীক অতিক্ৰম কৰি পণ্টৰ নতুন অভিলেখ গঢ়িলে দ্ৰুততম ভাৰতীয়ৰ ৰেক্ড
Assamese
দক্ষিণ আফ্ৰিকাক বেকফুটলৈ ঠেলি চালকৰ আসনত ভাৰত
Assamese
মৰ্মান্তিক খেল চলি থকাৰ সময়ত খেলপথাৰতে প্ৰাণ গল ফুটবলাৰৰ
Assamese
ৰাহুলৰ দুৰ্দান্ত শতক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম দিনা ভাৰতৰ ৩উইকেটত ২৭২ৰাণ
Assamese
জাগুনত কাৰাটে ডু আৰু থ্ৰ বক্সিঙৰ সৌজন্যত আয়োজন কৰা বিনামূলীয়া প্ৰশিক্ষণৰ সামৰণি
Assamese
শ্বাসৰুদ্ধকৰ মেচত ভাৰতক ২ উইকেটত পৰাস্ত কৰিলে পাকিস্তানে
Assamese
দক্ষিণ আফ্ৰিকা ভ্ৰমণত ধোনীৰ ৰেক্ড ভংগৰ সুযোগ ঋষভ পণ্টৰ
Assamese
১৮ হাজাৰ সংস্কৃত শ্লোক অসমীয়া গদ্য সাহিত্যলৈ অনুবাদ কৰা বিনন্দ শৰ্মা পুজাৰীক দামোদৰ দেৱ বঁটা প্ৰদান
Assamese
গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্সত শ্ৰীমন্ত শংকৰদেৱ বিষয়ক মনোজ্ঞ আলোচনা চক্ৰ সম্পন্ন
Assamese
নামৰ মাহ ভাদকিয় পবিত্ৰ হিচাপে গণ্য কৰা ভাদমাহক
Assamese
অসমীয়া লোকগীত আৰু লোকবাদ্যৰ প্ৰতি নতুন প্ৰজন্মক উৎসাহিত কৰাৰ প্ৰয়াস শিৱসাগৰৰ সুৰ সমলয় কলা সংস্থাৰ
Assamese
সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা২০২২ নুপুৰ জ্যোতি মেধিলৈ
Assamese
ৰক্তদান সকলোৱে কৰে নহয় জানো ৰক্তদান কিয় কৰিব লাগে জানেনে
Assamese
বিশিষ্ট লোকশিল্পী ঢোলৰ যাদুকৰ তুলসী ওজাৰ বিয়োগ মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজনৰ শোকপ্ৰকাশ
Assamese
বিষ্ণুৰাভাৰ বাসগৃহ বিভ্ৰাট ছচিয়েল মিডিয়াত বিষ্ণুৰাভাৰ বুলি প্ৰচাৰ চলোৱা বাসগৃহটো প্ৰকৃততে কাৰ
Assamese
তাঁতশালত শিল্পকর্মৰ অপূৰ্ব নিদৰ্শন তামুলপুৰৰ যুৱক বিজয়ে প্ৰশংসা বুটলিছে স্বাভিমানী অসমীয়াৰ
Assamese
শিৱসাগৰৰ কাথপাৰত সম্পন্ন ৫২ গৰাকী পুৰুষৰ সমূহীয়া শৰণ পৰ্ব গায়নবায়নেৰে মুখৰিত পৰিৱেশ
Assamese
কুকি উগ্ৰপন্থীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰকডি ৱাই এফ আই
Assamese
কেবিনেটৰ সেউজ সংকেত কৰ্ণাটক চৰকাৰে বাতিল কৰিব পূৰ্বৰ চৰকাৰৰ ধৰ্মান্তকৰণ বিৰোধী বিধেয়ক
Assamese
সংসদৰ ভিতৰতেই যৌন নিৰ্যাতন চাঞ্চল্যকৰ অভিযোগ অষ্ট্ৰেলিয়াৰ মহিলা চিনেটৰৰ
Assamese
কৰদাতাসকলৰ বাবে সকাহ ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি
Assamese
কেৰালাত সন্ধানহীন বকোৰ যুৱক বিপাঙত পৰিয়াল
Assamese
টিকটকত মাৰ্ক জুকাৰবাৰ্গৰ গোপন একাউন্ট আঁৰত লুকাই আছে কি ৰহস্য
Assamese
মণিপুৰৰ নিৰ্বাচনৰ সময়ত কুকি উগ্ৰপন্থীৰ পৰা সহায় লৈছিল হিমন্ত বিশ্ব শৰ্মা আৰু ৰাম মাধৱে
Assamese
বিজেপিত মোক্ষম আঘাত ৪০০ গাড়ীৰ কনভয় লৈ ছাইৰেন বজাই কংগ্ৰেছলৈ উভতিল বৈজনাথ
Assamese
মৰ্মান্তিক ঘৰৰ ওপৰত গছ পৰি শুই থকা অৱস্থাতে মৃত্যু ৬৫ বছৰীয়া ব্যক্তিৰ
Assamese
ৰিলায়েন্স জিঅই বৃদ্ধি কৰিব ইয়াৰ প্লেনৰ নিৰিখ
Assamese
ই মুকলি কৰিলে মানদণ্ডৰ বাইক চাওক ইয়াৰ দাম
Assamese
ভাল খবৰ পেট্ৰলৰ দাম হ্ৰাস কৰিবলৈ চৰকাৰে ললে বৃহৎ পদক্ষেপ
Assamese
মালিগাঁৱত নিৰ্মীয়মান উৰণীয়া সেঁতুত লোৰ পাত খহি পৰা ঘটনাৰ উচিত তদন্তৰ দাবী আম আদমি পাৰ্টীৰ
Assamese
মুকলি হোৱাৰ পূৰ্বেই ৰ বুকিং আৰম্ভ চাওক কিমান হব পাৰে ইয়াৰ মূল্য
Assamese
বজাৰলৈ আহি আছে ৰ নতুন কাৰ চাওক সৱিশেষ
Assamese
জিঅক প্ৰত্যাহ্বান ৰ প্ৰিপেইড গ্ৰাহকলৈ অতুলনীয় অফাৰ
Assamese
বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপফাইনেলত পৰাস্ত কিদাম্বি শ্ৰীকান্ত
Assamese
কৰণাত আক্ৰান্ত টেনিছ তাৰকা ৰাফেল নাদাল
Assamese
প্ৰথম ভাৰতীয় হিচাপে বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কিডাম্বি শ্ৰীকান্তৰ
Assamese
কেংলেংকাৰীত জড়িত অসম ক্রিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক কাৰাগাৰলৈ প্ৰেৰণ
Assamese
এছিয়ান চেম্পিয়নশ্বিপ ট্ৰফী হকীপাকিস্তানক ৩১ ব্যৱধানত পৰাস্ত কৰিলে ভাৰতে
Assamese
ক্ৰীড়ামন্ত্ৰীৰ ভাষ্যত প্ৰকাশ ভয়ংকৰ তথ্য২০১৮ চনৰ পৰা ছাইত সংঘটিত ১৭ টা যৌন নিৰ্যাতনৰ ঘটনা
Assamese
কৃতি প্ৰবীণ খেলুৱৈৰ দুৰ্দশা দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিছে এইগৰাকী এথলিটে
Assamese
দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলাৰ পৰা বাহিৰ ৰোহিত শৰ্মা দললৈ আমন্ত্ৰণ নতুন যুৱ তাৰকাক
Assamese
টি২০ ক্ৰিকেটত এক নতুন ৰেকৰ্ড স্থাপন পাকিস্তানৰ ভংগ কৰিলে নিজৰে অভিলেখ
Assamese
আজাদি কা অমৃত মহোৎসৱ সৈতে সংগতি ৰাখি মেট ৰিক্ৰিয়েচন ক্লাবৰ মাৰাথন দৌৰ প্ৰতিযোগিতা
Assamese
নগাঁও জিলাৰ চামগুৰিত সাংবাদিকৰ মুকলি বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি
Assamese
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্বত জিলিকিছে টীয়কৰ কণমানি চাহিন
Assamese
ভাল খৱৰঅসমীয়া ভাষালৈ গুগলৰ ঐতিহাসিক স্বীকৃতি
Assamese
তামুলপুৰৰ কচুবাৰীস্থিত মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ গোঁসাই বাঁহ খহোৱা উৎসৱৰ সফল সামৰণি
Assamese
অসমীয়া সাত বিহুৰ জেং বিহুৰ পৰম্পৰা ৰক্ষা কৰি টীয়কৰ পথাৰত এদল মহিলাৰ জেং বিহু
Assamese
কুটুম বিহুৰ পৰম্পৰা ৰক্ষা কৰি টীয়কত জনপ্ৰিয় অভিনেতা কেকেমোহন বিহু গাই সকলোকে জনালে নৱবৰ্ষৰ ওলগ
Assamese
অসমীয়াৰ জাতীয় উৎসৱ বিহুক ধৰ্মীয়কৰণ নকৰিবলৈ সকীয়নি আলফা স্বাধীনৰ
Assamese
আজি পহিলা বহাগৰ দিনা পুৱাৰ পৰাই টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ
Assamese
তামুলপুৰৰ কুম্ভীৰঝাৰত ৬২ সংখ্যক চড়ক পূজা উদযাপনপ্ৰতিকূল বতৰ নেওচি সমবেত সহস্ৰাধিক লোক
Assamese
জজ খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ মুকলি বিহু ১৪ গৰাকী বিশিষ্ট ব্যক্তিক আছুৰ সম্বৰ্ধনা
Assamese
৩৮ কোটি ছিম কাৰ্দ বন্ধ হব যিকোনো সময়তে ভাৰত এৰিব পাৰে ভডাফনে
Assamese
৪ হাজাৰতকৈয়ো সস্তাত বজাৰলৈ আহিছে এইটো স্মাৰ্টফোন চাওক ফিচাৰ্ছ
Assamese
মাছৰ বজাৰত প্ৰতি কেজিত ১০০০০টকাকৈ বিক্ৰী হোৱা এইটোনো কি মাছ
Assamese
লৈ চেলেঞ্জগ্ৰাহককহে দিব ৬পইচামিনিটকৈ
Assamese
৩১ জুলাইৰ ভিতৰত মালিগাঁৱৰ আৰু ৩১ আগষ্টৰ ভিতৰত জু ৰোডৰ উৰণ সেঁতু সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
Assamese
ত ব্যৱহাৰ কৰে নেকি আপুনি সাৱধান নিমিষতে খালী হব পাৰে একাউন্ট
Assamese
বন্ধ নহয় শক্তিশালীহে কৰাৰ ব্যৱস্থা কেন্দ্ৰৰ আহিব সেৱা
Assamese
ৰ তিনিটা নতুন প্লেন মুকলি অন্য নেটৱৰ্কলৈ কল কৰিবলৈ লগাওক এইবাৰ
Assamese
জোনমণি ৰাভাৰ মৃত্যৰ তদন্ত কৰিবলৈ দিল্লীৰ পৰা গুৱাহাটী পালেহি চিবিআইৰ দল
Assamese
বিজেপিত যোগদান কৰিলে কা বিৰোধী আন্দোলনৰ আছু নেতা অমৃত দত্তৰ লগত আন কেইবাজনো জাতিয়তাবাদী নেতাই
Assamese
বিপ্লৱী চে জন্মদিন আৰু বিশ্ব ৰক্তদাতা দিৱস পালন ডি ৱাই এফ আইএছ এফ আইৰ
Assamese
গুৱাহাটী ৰেল ষ্টেচনত নিৰ্মাণ কৰা হব আন এটা প্ৰৱেশ পথ
Assamese
কেৰীবেগৰ বাবে গ্ৰাহকৰ পৰা ১৮ টকা লৈ বিগ বাজাৰে ভৰিলে ১১০০০ টকাৰ জৰিমনা
Assamese
পৰম্পৰা দীপাৱলীৰ বাবে মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত বজালীৰ এখন গাঁও
Assamese
আকৌ হাত দাঙিলে দুজনে উৎকোচৰ অপৰাধত গ্ৰেপ্তাৰ দুই লাট মণ্ডল
Assamese
বেংক একত্রীকৰণৰ প্রতিবাদত মঙলবাৰে দেশজোৰা ধৰ্মঘট সমস্যাৰ সন্মুখীন হব পাৰে গ্ৰাহক
Assamese
ছিহ কি চলে নুনমাটিৰ লাকী হেয়াৰ বিউটি স্পা চেলুনত
Assamese
অৱসান হল হোৱাইট বল ক্ৰিকেট ত কোহলীৰ অধিনায়কত্ব এৰা এদিনীয়াত নতুন অধিনায়কৰ দায়িত্বত ৰোহিত শৰ্মা
Assamese