text
stringlengths
1
2.59k
language
stringclasses
10 values
কিংবদন্তি ফুটবল তাৰকা মাৰাডোনাৰ ঘড়ী চুৰি কৰি আনি অসমক বদনাম কৰিলে এই চোৰ যুৱকে
Assamese
দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় টেষ্ট দল ঘোষণা দলৰ নতুন সহ অধিনায়ক হিচাপে নিযুক্ত ৰোহিত শৰ্মা
Assamese
আইডব্লিউএফ ৱৰ্ল্ড ৱেইটলিফটিং চেম্পিয়নশ্বিপত স্বৰ্ণ জিনিলে মণিপুৰৰ বিন্দিয়াৰাণী দেৱীয়ে
Assamese
ক্ৰিকেট ইতিহাসৰ গৌৰৱময় ইতিহাসত নাম সন্নিৱিষ্ট আজাজ পেটেলৰ
Assamese
কোহলীৰ নেতৃত্বত বিৰাট বিজয় নিউজিলেণ্ডক বৃহৎ ব্যৱধানত বিধ্বস্ত কৰি শৃংখলা দখল ভাৰতৰ
Assamese
বাতিল নহয় নিশ্চিত হল ভাৰতীয় ক্ৰিকেট দলৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ
Assamese
কুম্বলে হৰভজনক অতিক্ৰমি অন্য এক কৃতিত্ব গঢ়িলে ৰবিচন্দ্ৰন অশ্বিনে
Assamese
অনবদ্য অপৰাজিত ১২০ত মায়ংক কিয় চৰ্চিত হৈছে গাভাস্কাৰ দ্ৰাবিড়ৰ ভূমিকা
Assamese
সুখবৰপুনৰ ফুটবলৰ জগতলৈ উভতিল ক্ৰিষ্টিয়ান এৰিকচেন
Assamese
তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অএনজিচিয়ে আয়োজন কৰিব বসন্ত উৎসৱ হুঁচৰিবৰ বিহুৱতী জেংবিহুত ৯ লাখ টকাৰ পুৰস্কাৰ ধাৰ্য
Assamese
ঐতিহ্যপৰম্পৰা ৰক্ষা কৰি শিৱসাগৰতো আজি পালন কৰা হয় গৰু বিহু
Assamese
ৰঙালীক আদৰাৰ সময়ত নীৰৱে লোকবাদ্য নিৰ্মাণত ব্যস্ত শিল্পী নন্দলাল ৰবিদাস
Assamese
পদূলি মুখত হেঁপাহৰ ৰঙালী বিহুটি ঢোলপেঁপাবাঁহীৰ শব্দই ৰজনজনাই আছে নিমাইজান
Assamese
কলাক্ষেত্ৰত স্বতন্ত্ৰতা যুঁজৰ সৈনিক হংসনাথ দেৱশৰ্মা নাট মঞ্চস্থ
Assamese
চাপৰত বসন্ত উৎসৱ পালন ৰাইজৰ মাজত আনন্দৰ লহৰ
Assamese
ৰঙে ৰঙে একাকাৰ ৰূপেৰসে অনন্য বৰপেটাৰ দৌল উৎসৱৰ চমু আভাস
Assamese
দিহানামৰ জনক লোক শিল্পী বদন মলিয়া আৰু নাই
Assamese
শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰত দৌল মহোৎসৱৰ বৰ্ণিল কার্যসূচী
Assamese
ৰ দীপাৱলীৰ বিশেষ অফাৰ মাত্ৰ ১০১ টকা দি লাভ কৰক নতুন স্মাৰ্টফোন
Assamese
আপোনাৰ টকা ভুলতে আনৰ একাউণ্টত সোমালে এনেদৰে ওভতাই পাব পাৰিব
Assamese
বৃহৎ নদী বান্ধবিৰোধী আন্দোলন কিদৰে চলিব অখিল গগৈ পলাশ চাংমাইৰ ভাষ্য
Assamese
অসমৰ ৰাইজৰ স্বাৰ্থত সিদ্ধান্ত লমসোণোৱাল নুমলীগড় শোধনাগাৰ বিক্ৰী
Assamese
শিক্ষকক অম্বুবাচী মেলাৰ দৰে অনাশৈক্ষিক কামৰ দায়িত্ব কিয় প্ৰশ্ন ডি ৱাই এফ আইৰ
Assamese
মালিগাঁৱত অঘটননিৰ্মাণাধীন উৰণীয়া সেঁতুৰ লোৰ শ্বেব পৰি দুগৰাকী আহত
Assamese
ৰাজধানী দিল্লীকে ধৰি উত্তৰ ভাৰতৰ একাধিক স্থানত ভূমিকম্পৰ জোকাৰণি
Assamese
সকলোৱে ৰক্তদান কৰিব নোৱাৰে কোনে ৰক্তদান কৰিব পাৰে আৰু কোনে নোৱাৰে জানি লওক
Assamese
২১ বছৰীয়া মিছ ইণ্ডিয়া ছিনি শ্বেট্টী এইবাৰ বিশ্ব সুন্দৰীৰ মঞ্চত জানেনে এই সুন্দৰীৰ পৰিচয়
Assamese
অসমৰ ৰুগীয়া শ্ৰমিক উৎপাদিত চাহ কিনা বৃটিশ্ব চুপাৰমাৰ্কেটক সমালোচনা অক্সফেমৰ
Assamese
কিয় কমিছে সংগ্ৰহৰ পৰিমাণ তদাৰকৰ বাবে কমিটি গঠন চৰকাৰৰ
Assamese
বন্ধ হব ছচিয়েল মিডিয়াৰ গুজৱক লৈ কি কলে কৰ্তৃপক্ষই
Assamese
কি ঘটিছে বিশ্বত ৰাছিয়া দিৱসত পুটিনক পূৰ্ণ সমৰ্থন প্ৰস্তাৱ কিম জঙৰ
Assamese
গাড়ী কিনাৰ প্ৰয়োজন নাই মাত্ৰ ১৯৭২০ টকাতে লাভ কৰক এখন মহিন্দ্ৰাৰ বাহন চাওক কেনেকৈ
Assamese
জিঅক প্ৰত্যাহ্বান ভোডাফোন এয়াৰটেলৰ অতিৰিক্ত চাৰ্জ নলগাই গ্ৰাহকক দিব সকাহ
Assamese
অঞ্জু ববী জৰ্জলৈ ৱৰ্ল্ড এথলেটিকছৰ ৱমেন অৱ ইয়েৰ এৱাৰ্ড সন্মান
Assamese
মেছিৰ পত্নীক অপমান বিৰক্ত তাৰকা ফুটবলাৰগৰাকীৰ প্ৰতিক্ৰিয়া কেনে আছিল
Assamese
ফুটবল ইতিহাসত ৮০০ গলৰ ক্লাৱত সোমোৱা প্ৰথম তাৰকাৰ অভিলেখ ৰচিলে ৰোনাল্ডোৱে
Assamese
অমিক্ৰণ আতংকপলম হব ভাৰতীয় ক্ৰিকেট দলৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ
Assamese
ৰোমাঞ্চকৰ টেষ্ট ড্ৰ ৰূপে সামৰণি পৰিল ভাৰতনিউজিলেণ্ডৰ প্ৰথম টেষ্ট
Assamese
আন এক মাইলষ্টনত উপনীত ৰবিচন্দ্ৰন অশ্বিন পিছ পেলালে হৰভজন সিঙক
Assamese
কোন দলে ৰিটেইন কৰিলে কোন তাৰকাক কোনে পালে সৰ্বাধিক দৰ
Assamese
বিশ্ব ফুটবলৰ অবিসম্বাদী সম্ৰাট সপ্তমবাৰলৈ বেলন ডি অ পুৰস্কাৰ জিনিলে ফুটবল তাৰকা মেছিয়ে
Assamese
ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত এটা সোণ দুটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদকৰে কলিয়াবৰৰ সাফল্য
Assamese
ক্ৰিকেট ইতিহাসত বিৰল কৃতিত্ব ৰচিলে ভাৰতীয় স্পীনাৰ অক্ষৰ পেটেলে
Assamese
এখন ব্যতিক্ৰমী বিয়া মহৰ গাড়ীত আহিল দৰা সকলোৱে চাবলৈ লগালে লৰাঢপৰা
Assamese
লাহদৈগড় ডাঙৰীয়া টোল মন্দিৰত ৩০০ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি ফল্গুৎসৱ আয়োজনৰ প্ৰস্তুতি
Assamese
আহাৰৰ এদিন নাট আৰু কেলিগোপাল অংকীয়া ভাওনাই জীপাল কৰিলে বিশ্ববিদ্যালয়ৰ প্ৰাঙ্গণ
Assamese
টীয়কৰ ঐতিহাসিক অচ্যুত ভৱনত আজি পৰম্পৰা ৰক্ষা কৰি দৌল উৎসৱ পালনেৰে কৰিলে মেষদাহ
Assamese
বলিউদৰ প্ৰখ্যাত গায়ক তথা সংগীতজ্ঞ বাপ্পী লাহিড়ীৰ মৃত্যু
Assamese
খহি পৰিল বংগৰ সংগীত জগতৰ সোণালী তৰাকিংবদন্তী গায়িকা সন্ধ্যা মুখাৰ্জীৰ মৃত্যু
Assamese
টীয়কত আলি আই লৃগাঙৰ প্ৰস্তুতি ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয়ে উদযাপন কৰে এই উৎসৱ
Assamese
ৰাউল কৌশিক নাথ ফাউণ্ডেচনৰ উদ্যোগত মনকবিতা আয়োজনৰ প্ৰস্তুতি
Assamese
সাজু থাকক এই মাহত ১১ দিন বন্ধ থাকিব বেংক নৱেম্বৰতো বন্ধ থাকিব ৭ দিন
Assamese
মুকলি হল স্মাৰ্টফোন কিমান দামত কিনিব চাওক
Assamese
ৰ সন্মুখত ভোকাতুৰ
Assamese
এইবাৰ চাৰিটা ৰাষ্ট্ৰীয়কৃত সংস্থা ব্যক্তিগতকৰণৰ বাবে সাজু কেন্দ্ৰ
Assamese
ৰাজগড় জলবিস্ফোৰণৰাইজৰ ৰোষত মন্ত্ৰী অশোক সিংঘাল
Assamese
বৰ্ধিত বিদ্যুৎ মাচুল প্ৰিপেইড মিটাৰৰ বিৰুদ্ধে আপৰ প্ৰতিবাদলৈ সমৰ্থনৰ আহ্বান সভাপতি ডা৹ ভবেন চৌধুৰীৰ
Assamese
মৰ্মান্তিক গোলাঘাটত হাতীৰ গচকত প্ৰাণ গল আঠ বছৰীয়া শিশুৰ
Assamese
অচিনাকি ব্যক্তিৰ সৈতে কৰিছিল মদ্যপান নিচাগ্ৰস্ত অৱস্থাত নিজৰ গাড়ীৰ পৰা তেওঁকে নমাই থৈ গাড়ী লৈ গুচি গল ব্যক্তি
Assamese
অনুৰাগীৰ বাবে সুখবৰ ৩০ ছেপ্টেম্বৰত আকৰ্ষণীয় ৰূপত বজাৰলৈ ৰ
Assamese
দাম কমিল মাৰুতিৰ পূজাৰ বতৰতে ঘৰলৈ আনক আপোনাৰ পছন্দৰ মডেল
Assamese
বেংকৰ উপহাৰ বিনামূলীয়াকৈ পাব ৫০ লিটাৰ পেট্ৰলডিজেল
Assamese
আটাইতকৈ সস্তা আজি বজাৰলৈ আহিব ৩.৫ লাখ টকীয়া মাৰুতিৰ
Assamese
নৃশংস গোধা আৰু পেটুৱে মুণ্ড ছিন্ন কৰি হত্যা কৰিলে দুই যুৱকক
Assamese
অশান্ত মণিপুৰত শান্তি কেতিয়া ঘূৰিব কেন্দ্ৰই গঠন কৰা শান্তি সমিতিক লৈও উত্থাপন হৈছে প্ৰশ্ন
Assamese
২৩ বছৰীয়া পৰিশ্ৰমৰ ফল কৃষি বিজ্ঞানীৰ অভিনৱ আৱিস্কাৰ ৰঙা ভেন্দি
Assamese
বিজেপি নেত্ৰীক নৃশংসভাৱে হত্যা কৰি পেলাই থৈ গল গোৱালপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত
Assamese
বন্ধ হৈ পৰিল ১৭৮ বছৰীয়া ট্ৰেভেল কোম্পেনি সংকটত ২২ হাজাৰ লোকৰ চাকৰি
Assamese
তীব্ৰ গতিৰে আহি আছে ঘূৰ্ণীবতাহ বিপৰ্যয় মুম্বাইত ব্যাহত বিমান সেৱা
Assamese
একেদিনাই দুটাকৈ অভিলেখ ভংগ অশ্বিনৰ অতিক্ৰম কৰিলে কিংবদন্তী ৱাছিম আক্ৰামকো
Assamese
বিশ্ব টেবুল টেনিছ চেম্পিয়নশ্বিপত ডাবলছ্ মিক্সড্ ডাবলছৰ কোৱাৰ্টাৰত মণিকা বাট্ৰা
Assamese
চক দে ইণ্ডিয়া জুনিয়ৰ হকী বিশ্বকাপত কানাডাক ১৩১ গলত হৰুৱালে ভাৰতে
Assamese
ভাৰতৰ ১৬তম বেটাৰ হিচাপে অভিষেক টেষ্টত শতক শ্ৰেয়াস আয়াৰৰ
Assamese
শুকুৰবাৰে গুৱাহাটীত স্প্টষ্টাৰৰ প্ৰথম উত্তৰপূব ক্ৰীড়া সন্মিলন
Assamese
প্ৰাৰম্ভিক বিপৰ্যয় নেওচি প্ৰথম দিনা চালকৰ আসনত ভাৰত অভিষেক মেচত উজলিল আয়াৰ
Assamese
উইজডেনৰ বৰ্তমানৰ বিশ্ব টেষ্ট একাদশ ঘোষণা দলত স্থান নহল ভাৰতীয় তাৰকা কোহলীৰ
Assamese
ধৰ্মতাৰ জেটি অতিক্ৰম কৰা প্ৰথম গৰাকী অসমীয়া সাঁতোৰবিদ হিচাপে অভিলেখ ৰচিলে এলভিছ আলী হাজৰিকাই
Assamese
ভাৰতীয় শিবিৰত মোক্ষম আঘাত আঘাতৰ বাবে টেষ্ট শৃংখলাৰ পৰা বাহিৰ তাৰকা খেলুৱৈ
Assamese
বিকলাঙ্গ সৈনিকৰ বাবে পুঁজি সংগ্ৰহৰ উদ্দেশ্যে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ দৌৰৰ লক্ষ্য ৬১ বছৰীয়া দৌৰবিদৰ
Assamese
কামৰূপৰ ঐতিহাসিক বালিসত্ৰ সভা মহোৎসৱত লক্ষাধিক ভক্তই প্ৰজ্বলন কৰিলে আৰিয়া
Assamese
বিজেপিআৰএছএছে অসমীয়া ভাষাসংস্কৃতি অসমীয়া জাতিৰ বুৰঞ্জীঐতিহ্য পাহৰাই দিব বিচাৰিছেঅখিল গগৈ
Assamese
নিজেই অন্তৰ্ভুক্ত কৰা পাঠ্যক্ৰম আঁতৰালে ৰাজ্য চৰকাৰে নিম্ন প্ৰাথমিকত অন্তৰ্ভুক্ত চাৰিটা নতুন জনজাতীয় ভাষা
Assamese
শংকিত শিক্ষাৰ্থী উচ্চতৰ মাধ্যমিকৰ ছাত্ৰছাত্ৰীৰ ভৱিষ্যতকলৈ হেতালি খেলিলে চৰকাৰে
Assamese
সুৰ সম্ৰাজ্ঞীৰ অন্তিম যাত্ৰাৰ এখন ভাইৰেল ছবিয়ে তুলি ধৰিলে ভাৰতীয়তা প্ৰতিফলন
Assamese
কলিয়াবৰত উলহ মালহৰে আহোমসকলৰ পৱিত্ৰ উৎসৱ মেডামমেফি পালন
Assamese
আজি ৰাজ্যজুৰি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ আয়োজন শিক্ষাৰ্থীসকলৰ মাজত ব্যাপক উৎসাহ
Assamese
সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰতো পালন কৰা হয় মে ডাম মে ফি
Assamese
ছিৰাজ ছবিৰ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ মৃত্যু শোকস্তব্ধ সাংস্কৃতিক মহল
Assamese
টীয়কত আঞ্চলিক ভিত্তিত অনুষ্টুপীয়াকৈ মেডামমেফি উদযাপন
Assamese
নাজিৰাৰ পৰা যোৰহাটলৈ কাৰ্য্যালয় স্থানান্তৰণঅ এন জি চিৰ বিবৃতি
Assamese
অৰ্থনৈতিক ব্যৱস্থাত চৰকাৰৰ সঞ্জীৱনী কৰ্পোৰেট কৰত ৰেহাইৰ ঘোষণা
Assamese
পুনৰ ৪৮ ঘণ্টীয়া বন্ধ বাতিলৰ আহ্বান অ এন জি চিৰ
Assamese
পিয়াঁজৰ মূল্যই চকুপানী উলিয়াবলৈ সাজু ৰান্ধনিশালত নিৰুপায় গৃহিনী
Assamese
আজি গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন
Assamese
বিজেপিক কটাক্ষ ৰিপুন বৰাৰ বিজেপিয়ে নিৰ্বাচনৰ সময়তহে চাহ শ্ৰমিকলৈ মনত পেলায়
Assamese
চাহ শ্ৰমিকক ২০ শতাংশ বানচ নিদিলে উত্তপ্ত হব পাৰে বাগিচাৰ পৰিস্থিতি আটছা
Assamese
চাণক্যৰ মতে এই ৩টা অভ্যাস ত্যাগ কৰিলেই আপোনাৰ ওপৰত বৰ্ষিব মা লক্ষ্মীৰ আশীৰ্বাদ
Assamese
অসমত জেহাদী নামনি অসমৰ পৰা ৰাষ্ট্ৰীয় তদন্ত সংস্থাই গ্ৰেপ্তাৰ কৰিলে ৪ দুধৰ্ষ জেহাদীক
Assamese
বিস্ময় বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা চাৰিটা শিশু কেনেকৈ গভীৰ জংঘলত বাচি থাকিল ৪০ দিন
Assamese
গণতন্ত্ৰ কত মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবেই থানাত ৰুজু হল গোচৰ
Assamese