text
stringlengths
1
2.59k
language
stringclasses
10 values
পৈশাচিক সাধাৰণ কলড্ৰিংকছ চুৰিৰ বাবে নিৰ্মম অত্যাচাৰ চাৰি অবোধ শিশুৰ ওপৰত
Assamese
দেশৰ ন্যায়িক ব্যৱস্থাক আক্ৰমণ তথ্য চুৰিত অভিযুক্ত ট্ৰাম্পৰ সমৰ্থকক ঐক্যবদ্ধ হোৱাৰ আহ্বান
Assamese
দুৰ্দান্ত হেট্ৰিকসহ চাৰিটা বলত চাৰিটা উইকেট লৈ অভিলেখ গঢ়িলে এইগৰাকী ভাৰতীয় বলাৰে
Assamese
পুনৰ ক্ৰিকেট ফিল্ডত নামিব দাদা ঘৰুৱা ইডেন গাৰ্ডেনত ক্ৰিকেট ফিল্ডলৈ প্ৰত্যাৱৰ্তন ঘটিব সৌৰভ গাঙ্গুলীৰ
Assamese
সন্তোষ ট্ৰফীৰ অসমৰ চিনিয়ৰ দলৰ গলৰক্ষকৰ প্ৰশিক্ষক হিচাবে নিৰ্বাচিত বোকাখাতৰ লোচন শইকীয়া
Assamese
বিশ্বকাপত পৰাজয়ৰ প্ৰতিশোধ তৃতীয় টী২০তো বিজয়েৰে নিউজিলেণ্ডক হোৱাইটৱাচ টীম ইণ্ডিয়াৰ
Assamese
ৰোহিতৰাহুলৰ দমনীয় বেটিঙেৰে দ্বিতীয়খন টী২০ত ৭উইকেটত জয়ী টীম ইণ্ডিয়া
Assamese
ক্ৰিকেট কেৰিয়াৰ সামৰিলে এবি ডে ভিলিয়াৰ্চে
Assamese
যৌন কেলেংকাৰীত জড়িত হৈ এছেজৰ পূৰ্বেই অধিনায়কত্ব এৰিলে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেইনে
Assamese
নিউজিলেণ্ড দলত শচীনদ্ৰাবিড় চাই লওক এই ক্ৰিকেটাৰৰ কৃতিত্ব
Assamese
ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগত আদালতত হাজিৰ ২০১৮ চনৰ বিশ্বকাপ জয়ী ফুটবলাৰ
Assamese
চিপাহীখোলাত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা অধিৱেশনৰ মূল পতাকা উত্তোলন
Assamese
অতিথি আপ্যায়নৰ বিৰল নিদৰ্শন কামৰূপৰ বামুন্দীত অনুষ্ঠিত হল ঐতিহাসিক সভা গন্ধ সিধা দিয়া উৎসৱ
Assamese
বাৰেবৰণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে লংটং চেমা নগা গাওঁৰ ১১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস
Assamese
বিটিং ৰিট্ৰিট পৰা বাহিৰ কৰা হল এবাইড উইথ মি সুৰ অসমৰ খ্ৰীষ্টিয়ান সমাজৰো দুখ প্ৰকাশ
Assamese
এইবাৰো শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ ৰল মঘাই ওজাৰ প্ৰিয় শিষ্য টীয়কৰ বলাই হাজৰিকা ওজা
Assamese
শিল্পগ্ৰাম মহোৎসৱ ২০২২কাইলৈৰ পৰা অনুষ্ঠিত হব ৰাষ্ট্ৰীয় লোকসংগীতনৃত্যৰ ভাৰ্চুৱেল উৎসৱ
Assamese
নগাঁও উৰিয়াগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় শিল্পী দিৱস উদযাপন
Assamese
মেজিৰ জুইয়ে নাশ কৰক অসূয়াঅপ্ৰীতি মাঘ বিহুৰ বুঢ়া মেজি জ্বলাই সকলোৱে ৰক্ষা কৰিলে পৰম্পৰা
Assamese
শীতৰ আমেজ ভোগালীৰ উত্তাপহেঁপাহৰ বিহুটিৰ বাবে এতিয়া উখল মাখল এইখন গাঁৱৰ পদূলি
Assamese
টীয়কৰ ঐতিহাসিক লাচিত বৰফুকন মৈদামত তিনিদিনীয়াকৈ নাট সমাৰোহ আৰম্ভ
Assamese
ৰিলায়েন্সৰ ঘোষণা৭০০ টকাত পাব লাভ কৰিব বিনামূলীয়াকৈ টিভি
Assamese
কাৰ্ড অবিহনে মেচিনৰ পৰা কেনেকৈ উলিয়াব টকা চাওক সম্পূৰ্ণ ঢাপসমূহ
Assamese
মাৰুতি গাড়ী থকাসকলৰ বাবে ভাল খৱৰপুৰণি বা নতুন গ্ৰাহকলৈ কোম্পানীৰ বিশেষ অফাৰ
Assamese
দেশৰ অৰ্থনৈতিক মন্দাৱস্হা ঢাকিবলৈ আন বিষয় লৈছে বিজেপিয়ে
Assamese
১২ আগষ্টত মুকেশ আম্বানিয়ে মুকলি কৰিব
Assamese
শিৱসাগৰত অ এন জি চিৰ সদৌ ভাৰত এচ চি এচ টি কল্যাণ সমিতিৰ প্ৰশিক্ষণৰ সমাপ্তি
Assamese
আপুনি কিনিব পৰাকৈ আহি আছে ধোঁৱাহীন অত্যাধুনিক হাইড্ৰজেন গাড়ী
Assamese
₹১০ লাখলৈকে পাওক এজোপা অগৰুত ছিংগাপৰ পৰা ক্ৰেতা আপোনাৰ ঘৰলৈকে আহিব
Assamese
চাৰি দশকৰ পিছত ৰহস্যৰ সমাধান ৪০ বছৰ পূৰ্বৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ সন্দেহজনক অপৰাধী
Assamese
ঔৰংজেবৰ প্ৰশংসা কৰি ভিডিঅ পোষ্ট মহাৰাষ্ট্ৰৰ ১৪ বছৰীয়া কিশোৰৰ বিৰুদ্ধে দাখিল এফ আই আৰ
Assamese
পশুৰো মানুহৰ দৰে আৱেগঅনুভুতি আছে মাত্ৰ দাবীৰ কথা কব নোৱাৰেবম্বে উচ্চ ন্যায়ালয়
Assamese
ৰাজ্য চৰকাৰৰ স্বচ্ছ প্ৰশাসনৰ নমুনা বিজ্ঞাপন অবিহনে বিধানসভা সচিবালয়ত ১৯জনক নিযুক্তি
Assamese
স্বামীৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে এই সকল মহিলাই কৈছে চাণক্য নীতিয়ে
Assamese
অসম চৰকাৰক বাৰিষাৰ বানৰ বাবে সাজু হবলৈ আহ্বান আম আদমি পাৰ্টীৰ
Assamese
এ কে কনষ্ট্ৰাকচন কোম্পানীৰ ঠিকাদাৰ পাৰিজাত শইকীয়াক ২ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ
Assamese
জল জীৱন আঁচনিৰ নামত মৃত্যুৰ ফান্দ পাতিছে চৰকাৰে
Assamese
শিলসাকোঁত উচ্ছেদ চলোৱাৰ পূৰ্বে অনিল নগৰত অশোক সিংঘালৰ ২০ মহলীয়া অবৈধ অট্টালিকা ভাঙি দেখুৱাওক আপ
Assamese
পৰাজয়ৰ পোতক তুলিলে টিম ইণ্ডিয়াইৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলৰ হাতত ধৰাশায়ী নিউজিলেণ্ড
Assamese
ভাৰতৰ বিৰুদ্ধে টি২০ শৃংখলাত নাথাকে উইলিয়ামচন দলৰ অধিনায়কৰ দায়িত্বত ছাউদী
Assamese
দহ বছৰলৈ আইচিচি টুৰ্নামেণ্টৰ সূচী প্ৰকাশ দীৰ্ঘ দিনৰ বিৰতিৰ মূৰত আন্তঃৰাষ্ট্ৰীয় টুৰ্নামেণ্ট অনুষ্ঠিত হব পাকিস্তানত
Assamese
সুখবৰভাৰতনিউজিলেণ্ডৰ মেছত অসমৰ কামাখ্যা শইকীয়াক পৰ্যবেক্ষক নিযুক্তি ৰ
Assamese
বৈৰী বন্ধু স্কুলীয়া দলৰ দুই সতীৰ্থ এইবাৰ প্ৰতিপক্ষ মুখামুখি হব ফাইনেলত
Assamese
বিমানবন্দৰত হাৰ্দিক পাণ্ডিয়াৰ ৫কোটি টকাৰ দুটা বিলাসী ঘড়ী জব্দ কৰিলে কাষ্টমছে
Assamese
অষ্ট্ৰেলিয়াৰ বিশ্বজয় ক্ৰিকেট অনুৰাগীৰ অন্তৰ জয় কৰিলে নিউজিলেণ্ডে
Assamese
মই ভাগৰা নাইবিশ্ব অভিলেখ গঢ়িলে ১০৫ বছৰীয়া দৌৰবিদ জুলিয়া হাৰিকেন হকিন্সেচাওঁক ভিডিঅ
Assamese
দেশৰ সৰ্বোচ্ছ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা গ্ৰহণ কৰিলে লাভলীনা বৰগোঁহায়ে
Assamese
নৱবৰ্ষত গ্ৰন্থ প্ৰকাশক ৰাকেশ গোস্বামীয়ে অসমবাসীলৈ উপহাৰ দিলে সৰগৰ পৰী চাওঁক সম্পূৰ্ণ ভিডিঅ
Assamese
আজি বক্সিং ডে খেলৰ সৈতে জৰিত নহয় এই দিৱস তেন্তে কিহৰ সৈতে জৰিত
Assamese
অসমৰ প্ৰথমগৰাকী কথক নৃত্যশিল্পী নৃত্য নিপুন চাৰু বৰদলৈৰ জন্ম শতবার্ষিকী উদযাপনৰ দিন ঘোষণা
Assamese
ডিছএডভাণ্টেজ আছাম
Assamese
কিদৰে পেন কাৰ্ডৰ সৈতে আধাৰ সংযোগ কৰিব ৩০ ছেপ্তেম্বৰ শেষ সীমা
Assamese
মৰিয়নিত পদ্মশ্ৰী দুলাল মানকি সম্বৰ্দ্ধিত ঝুমুৰৰ তালে তালে নৃত্য বিধায়ক ৰূপজ্যোতিৰ
Assamese
ৰবীন্দ্ৰ ভৱনত উন্মোচন হব নৃত্য নিপুন চাৰু বৰদলৈৰ আত্মজীৱনী
Assamese
লোককৃষ্টিৰ সাধক খগেন গগৈক প্ৰতিমা পাণ্ডে বৰুৱা স্মাৰক বঁটা২০২১ প্ৰদান আছুৰ
Assamese
বঙাইগাঁও জিলা শিল্পী সমাজৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন
Assamese
৩০ ছেপ্তেম্বৰত অবৈধ হোৱাৰ পৰা বচাওক আপোনাৰ পেন কাৰ্ড সবিশেষ
Assamese
১৭ তাৰিখে বজাৰত মুকলি হব আৰু কিমান দামত ক্ৰয় কৰিব পাৰিব চাওঁক
Assamese
ৰেল প্ৰকল্পৰ খৰতকীয়া ৰূপায়নত ৰেল মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে মুখ্য মন্ত্রী সোণোৱালে
Assamese
তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ বিৰুদ্ধে ৰাজ্যসভাত সৰৱ ৰিপুণ বৰা
Assamese
দালুৱাবাৰীত খাম চিফুঙৰ তালে তালে কঁকাল ভাঙিছে বড়ো চিখলাই লক্ষ্য বড়ো বাৰ দল
Assamese
১৫ তাৰিখে বজাৰত মুকলি হব ৰ নতুন ফোন কিমান দামত ক্ৰয় কৰিব পাৰিব চাওঁক
Assamese
ডিমৰীয়াৰ ১০খন বিদ্যালয়ক আদৰ্শৰূপে গঢ়িব ইণ্ডিগ এয়াৰলাইনছএছ আৰ এফ ফাউণ্ডেশ্যনে
Assamese
বড়ো সংস্কৃতিক অপমানৰ অভিযোগ তুলি শ্ৰীভূমি অসম বিৰুদ্ধে গোচৰ তৰিলে বড়ো সাংস্কৃতিক সন্থাই
Assamese
লোকসভাৰ মজিয়াত অসমৰ কয়লা চিণ্ডিকেট প্ৰসংগ এন এছ চি এনলৈ যায় ধনৰ ভাগ
Assamese
ভেকচিন ৰাজহুৱা খণ্ডৰ গোটসমূহ পুনৰুজ্জীৱিত কৰাৰ আবেদনৰ উত্তৰ দিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
Assamese
ৰাখে হৰি মাৰে কোনে আমাজনৰ জংঘলত বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ৪০ দিন পিছত জীৱন্তে উদ্ধাৰ ৪টা শিশু
Assamese
পাৰ্টি গেট কেলেংকাৰী সাংসদ পদৰ পৰাও পদত্যাগ কৰিলে ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে
Assamese
কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰগতিবাদী বিশিষ্ট সমাজসেৱক বিশ্বজিৎ চক্ৰৱৰ্তীৰ দেহাৱসান
Assamese
সফলতা লাভ কৰাৰ পিছতো সলনি নহল পৰ্ণষ্টাৰ অভিধা জীৱনকলৈ বিৰক্ত ছানী লিয়নি
Assamese
আমেৰিকাৰ পাৰমাণৱিক কাৰ্যসূচীৰ গোপন নথিপত্ৰ বাথৰুমতো ৰাখিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পে
Assamese
স্বামীক নকব এই ৩টা গোপন কথা জুই লাগিব সংসাৰত সতৰ্ক কৰিছে চাণক্যই
Assamese
তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ
Assamese
অশান্ত মণিপুৰসন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত তিনিগৰাকী নিহত
Assamese
পদ্মশ্ৰী সন্মান লাভৰ পিছতেই সন্মানসহ প্ৰতিবাদত বহিল এজন খেলুৱৈ কিন্তু কিয়
Assamese
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ড
Assamese
নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কেইবাজনো তাৰকাক বিশ্ৰাম
Assamese
পুনৰুজ্জীৱিত অষ্ট্ৰেলিয়া বিধ্বংসী ৱেড পাকিস্তানক পৰাস্ত কৰি ফাইনেললৈ কেংগাৰু বাহিনী
Assamese
ৰাজ্যৰ ক্ৰীড়াজগতৰ বাবে ভাল খৱৰ দুভৰিৰ যাদুৰে বিশ্বজিনাৰ সপোন একাংশ যুৱতীকিশোৰীৰ
Assamese
সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাত পাৰভঙা উছাহ কোন হল বিজয়ী
Assamese
কোহলিৰ বিৰাট ব্যৰ্থতা ৯ বছৰত প্ৰথমবাৰ ৰ কোনো টুৰ্ণামেন্টৰ ছেমিত প্ৰৱেশত ব্যৰ্থ টীম ইণ্ডিয়া
Assamese
প্ৰাক্তন মিষ্টাৰ অলিম্পিয়া শ্বন ৰোডেনৰ মৃত্যু
Assamese
ৰাহুল দ্ৰাবিড়ৰ স্থানত ভি ভি এছ লক্ষ্মণ নতুন সিদ্ধান্ত গ্ৰহণৰ দিশে বিচিচিআই
Assamese
হাঁহচৰাত তিনিদিনীয়া কাৰ্য্যসূচীৰে নাট মহোৎসৱ আৰম্ভ
Assamese
শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি চলি থকাৰ সময়তে বিয়োগ সত্ৰাধিকাৰৰ শোকস্তব্ধ সকলো গুণমুগ্ধ
Assamese
শিৱসাগৰত আহোম সভাৰ জনগোষ্ঠীয় সাজপাৰৰ প্ৰদৰ্শন তথা প্ৰতিযোগিতা অনুষ্ঠিত
Assamese
পথাৰত সমূহীয়া নখোৱা উৎসৱ হেৰাই যাব ধৰা পৰম্পৰা নতুন প্ৰজন্মক চিনাকি কৰি দিয়াৰ প্ৰয়াস
Assamese
নৈতিকতাৰ শিক্ষাই সমাজ সুন্দৰ কৰে এগৰাকী সত্ৰাধিকাৰে শিক্ষাৰ্থীৰ মাজত বিলাই ফুৰিছে আধ্যাত্মিকতাৰ শিক্ষা
Assamese
শিৱসাগৰৰ ঐতিহাসিক কাথপাৰা শ্ৰী শ্ৰী নিত্যানন্দ দেৱ থানত ন লগোৱা উৎসৱ পালন
Assamese
ন লগোৱা উৎসৱটীয়কৰ তেলীয়া গাঁৱৰ নামঘৰৰ পৰা গায়ন বায়নেৰে পৱিত্ৰ বৰভেটিলৈ যাত্ৰা ভকত বৈষ্ণৱৰ
Assamese
আজন্ম শিল্পী তথা তোৰণ সম্ৰাট সিমেন দাসৰ অকাল বিয়োগ ম্ৰিয়মান গোলাঘাটৰ শিল্পী সমাজ
Assamese
গুৰুজনাৰ সৃষ্টিৰে উজলি উঠিল হাটবৰৰ ৰাস দুই মুছলমান যুৱকে গোপী সাজি কৰিলে অভিনয়
Assamese
ৰাধাকৃষ্ণ মাজে গোপী সৱ নাচে চন্দ্ৰাৱলী নিশা ৰাসৰ আনন্দত মুখৰ ৰঙিয়াৰ তৰণী
Assamese
চিনেমা কথাশ্ৰী ৰঘুপতি
Assamese
মণিপুৰত পুনৰ কেতিয়া আৰম্ভ হব ইণ্টাৰনেট সেৱা জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ
Assamese
লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতিত অসন্তুষ্ট ভবেন সন্দিকৈ
Assamese
সুন্দৰীৰে ভৰি পৰিব দেশ তিনি দশকৰ পাছত এইবাৰ ভাৰতত অনুষ্ঠিত হব মিছ ৱৰ্ল্ড প্ৰতিযোগিতা
Assamese
পুনৰ ওড়িশা দুৰ্গপুৰী এক্সপ্ৰেছত জুই কথমপি এক ডাঙৰ দুৰ্যোগৰ পৰা ৰক্ষা পৰিল যাত্ৰাবাহী ৰেল
Assamese
লিডুৰ অবৈধ ৰেট হোল খনিত নিহত দুজন কয়লা খননকাৰী শ্ৰমিক
Assamese
দেশৰ ১২৫ তম শীৰ্ষ স্থানত জি চি ইউৰ অধীনস্থ গিৰিজানন্দ চৌধুৰী ইনষ্টটিউট অৱ ফাৰ্মাচিউটিকেল চাইঞ্চ
Assamese