text
stringlengths
1
2.59k
language
stringclasses
10 values
অনুষ্টুপীয়াকৈ কন্যাক বিয়া দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দৰা প্ৰধানমন্ত্ৰী মোডীৰ ঘনিষ্ঠ
Assamese
অথলে গল ৫০ ঘণ্টীয়া সংগ্ৰাম মধ্যপ্ৰদেশৰ কুঁৱাত পৰি মৃত্যু আঢ়ৈ বছৰীয়া শিশুকন্যাৰ
Assamese
১০০০ টকাত বুক কৰক ৪জি ছিম থকা দেশৰ প্ৰথমখন এ আইসমৃদ্ধ ইলেকত্ৰিক বাইক
Assamese
অহা ২২ জুনত ঢকুৱাখনাত আয়োজন কৰা হৈছে তৃতীয় সংখ্যক থলুৱা আম মহোৎসৱ
Assamese
বজাৰত মুকলি হল মূল্য কিমান
Assamese
সম্ভ্ৰান্ত মিলান ফেশ্বন শ্বত খোজ অসমৰ কংকণ ৰাভাৰ
Assamese
নিবনুৱা হব অসমৰ কোটিপতি তেল চোৰ সিন্ধি চাই সোপা অইল ইন্দিয়াৰ
Assamese
গুৱাহাটীলৈ চপাৰ্চ ষ্টপৰ আগমনত অভিভূত বৰষাৰাণী বিষয়া
Assamese
উত্তৰপূৰ্বাঞ্চলত পৰ্যটনৰ নতুন ব্ৰেণ্ডলাহে লাহে
Assamese
আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা তাৰকা অলৰাউণ্ডাৰ ডোৱেইন ব্ৰেভোৰ
Assamese
কেৰিয়াৰৰ অন্তিমখন বিশ্বকাপ মেচ খেলি অৱসৰৰ বিষয়ে কি কলে বিস্ফোৰক বেটাৰ ক্ৰিছ গেইলে
Assamese
পুনেত অনুষ্ঠিত ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন অসমৰ ৰেজিতা দেউৰীৰ
Assamese
ৰিয়ান পৰাগৰ অধিনায়কোচিত বেটিং বিহাৰক ৩ উইকেটত হৰুৱালে অসমে
Assamese
গোৱালপাৰাত অসহায় মুগা পালক প্ৰশিক্ষণতে দায়িত্ব সামৰিছে ৰেচম বিভাগে
Assamese
ৰাষ্ট্ৰীয় কুংফুত ২৮ টা পদক লাভেৰে শ্ৰেষ্ঠ ‌দল‌ হিচাবে পৰিগণিত অসম‌‌ৰ দল
Assamese
দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান লাভ কৰিব অসম কন্যা লাভলীনাই আৰু কোন ক্ৰীড়াবিদে লাভ কৰিছে ক্ৰীড়া সন্মান
Assamese
শ্ৰীলংকাৰ দুৰ্দান্ত প্ৰদৰ্শন ছুপাৰ১২ত ৱেষ্ট ইণ্ডিজক হৰুৱালে ২০ ৰাণত
Assamese
ক্ৰমাগত চতুৰ্থ জয়েৰে ছেমিত পাকিস্তান
Assamese
মহিন্দ্ৰাৰ পৰা বিশেষ পালে অলিম্পিকত স্বৰ্ণজয়ী নীৰজ চোপ্ৰাই ই দিলে ১ কোটি টকা
Assamese
ৰাস সমাগত ৰাসত ব্যৱহৃত বিভিন্ন মুখা প্ৰস্তুতত ব্যস্ত টীয়কৰ দুই শিল্পী ভাতৃ লৱকুশ
Assamese
ৰাসৰ মূৰ্চ্ছনাত ডুব গৈছে ৰাজ্য শিৱসাগৰৰ আখৈফুটীয়াত ৰাসোৎসৱৰ পূৰ্ণ প্ৰস্তুতি
Assamese
ৰাসৰ প্ৰস্তুতিত বিঘিনি নতুন চৰকাৰী য়ে বিপাঙত পেলাইছে উদ্যোক্তাক
Assamese
শ্ৰীকৃষ্ণৰ প্ৰেমৰ শাশ্বত মধুৰ স্বৰেৰ মুখৰিত মাধতাৰি গুৰুজনাৰ সৃষ্টিৰে বিতোপন চন্দ্ৰাৱলী নিশা
Assamese
তামুলপুৰত উলহমালহেৰে পালন ষট পূজা
Assamese
ৰাসলৈ আৰু মাত্ৰ কেইদিন শৰতৰ ৰাতি বিতোপন কৰি তুলিবলৈ ব্যস্ত এতিয়া গাঁৱৰ যুৱতীবোৱাৰী
Assamese
সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীত বিভিন্ন জনগোষ্ঠীয় ভাষাত পৰিৱেশন মানুহে মানুহৰ বাবে
Assamese
কিয় এই উপেক্ষা চৰকাৰৰ দশম মৃত্যু বাৰ্ষিকীতো উকা হৈ ৰল সুধাকণ্ঠৰ কুঠৰীৰ বাসগৃহ
Assamese
ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ আজি দশম মৃত্যু বাৰ্ষিকীত বিশ্বই সুঁৱৰিছে যাযাবৰ শিল্পীগৰাকীক
Assamese
কাথপাৰত উদযাপন পৰম্পৰাগত গৰখীয়া সবাহ
Assamese
ৰেলৰ সুৰক্ষিত চলাচল নিশ্চিত কৰিবলৈ উত্তৰপূব সীমান্ত ৰেলৱেই গ্ৰহণ কৰিছে বিভিন্ন ব্যৱস্থা
Assamese
মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যুচিচিটিভি ফুটেজ ফাদিল কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন
Assamese
চকুৰ টিপ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় কলে স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা
Assamese
চৰকাৰেই জগৰীয়া উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰডি ৱাই এফ আই
Assamese
ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ
Assamese
বৰ্ণিহাটৰ জলপ্ৰপাতত ডুবি মৃত্যু অসমৰ যুৱকৰ
Assamese
গুৱাহাটীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যুদোষ নাই স্কুল বাছ চালকৰ দুৰ্ঘটনাৰ বাবে দোষী হব চৰকাৰ
Assamese
ওদালগুৰিত একেটা কুঁৱাতে পৰি ২৪ ঘন্টাত মৃত্যুক সাৱটি ললে দুটাকৈ হাতী পোৱালীয়ে
Assamese
ৰেগিঙৰ বিৰোধিতা কৰাৰ বাবে গুৱাহাটীৰ বিদ্যালয়ৰ জ্যেষ্ঠ ছাত্ৰৰ দলে প্ৰহাৰ কৰিলে ছাত্ৰৰ পিতৃক
Assamese
আন্তৰ্জাতিক টী২০ ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ লজ্জাজনক অভিলেখ পাৰিবনে পাহৰিব
Assamese
কাৰোবাৰ ধৰ্মক লৈ আক্ৰমণ কৰাটো লজ্জাজনক কাম সমালোচকলৈ বাক্যবাণ বিৰাট কোহলীৰ
Assamese
বল্টৰ ধুমুহাত বিৰাট বিপৰ্যয় টীম ইণ্ডিয়াৰ আশাহত ভাৰতীয় ক্ৰিকেট অনুৰাগী
Assamese
অনবদ্য স্পীনাৰ ৰছিদ খান টী২০ ক্ৰিকেটত গঢ়িলে বিৰল অভিলেখ
Assamese
পুনৰ উদয় হব বাৰ্চিলোনাৰ ভাগ্য নতুন প্ৰশিক্ষক হিচাপে চুড়ান্ত জাভিৰ নাম
Assamese
ছিনিয়ৰ একুৱেটিক চেম্পিয়নশ্বিপত তৃতীয়টো স্বৰ্ণ বুটলিলে শিৱাংগী শৰ্মাই
Assamese
ক্ৰীড়াসুলভ মহানুভৱতা ইণ্টাৰনেটত ভাৰতীয়ৰ কটু ব্যৱহাৰৰ বলি মহম্মদ ছামিৰ কাষত পাকিস্তানী ৰিজৱান
Assamese
খেলৰত্ন বঁটাৰ বাবে মনোনীত অসম গৌৰৱ লাভলিনা বৰগোঁহাই
Assamese
ভাৰতপাকিস্তানৰ ক্ৰিকেট দলৰ ক্ৰীড়াসুলভ আচৰণৰ প্ৰশংসাত পঞ্চমুখ হেডেন
Assamese
ইণ্টাৰনেটত ঘৃণাবিদ্বেষৰ বলি হোৱা মহম্মদ ছামিৰ কাষত থিয় দিলে ৰাহুল গান্ধীয়ে
Assamese
গাৰো পাহাৰৰ কল খেতিয়কসকলৰ মনত আশাৰ সঞ্চাৰ কৰিছে মোদীৰ নতুন কেবিনেটে
Assamese
উত্তৰপূবক প্ৰশাসনিকভাৱে পঙ্গু কৰিছে কেন্দ্ৰই
Assamese
লণ্ডনত সন্মানিত অসমৰ ইন্টেৰিয়ৰ ডিজাইনাৰ কৰিস্মা কাকতি
Assamese
প্ৰকৃতিৰে কথা পতা মানুহজনবিশ্বৰ শ্ৰেষ্ঠ শাখাত মনোজ গগৈ বিষয়ক অসমৰ চুটি ছবি
Assamese
কলিয়াবৰৰ জখলাবন্ধাত চাওমিৰ নতুন বিপণন মুকলি
Assamese
অন্ত পৰিল দুৰ্গোৎসৱৰ বহলপুৰ চম্পাৱতী নৈত ভক্তই অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে দেৱীক
Assamese
মাধৱদেৱে নিজ হাতে ৰোৱা বট বৃক্ষৰ তলত ৫৭৩ গছি বন্তি জ্বলাই উদযাপন গুৰুজনাৰ জন্মজয়ন্তী
Assamese
আজি কাতি বিহু তুলসী তলৰ মাটিৰ চাকিয়ে কঙালীত উজলাবনে অসমীয়াৰ মনৰ নিজৰা
Assamese
পৰম্পৰা ৰক্ষা কৰি শিৱসাগৰতো পালন কৰা হৈছে অসমীয়াৰ আদৰৰ কাতি বিহু
Assamese
শিল্পীৰ জীৱন চৰকাৰী সাহায্যৰ পৰা বঞ্চিত ঢোলৰ ওজা লৱ বৰা আৰ্থিক দৈন্যতাৰ বাবেই কৰিব পৰা নাই চিকিৎসা
Assamese
আজিও বিদ্যমান গুৰুজনাৰ পদ শিলা টীয়কৰ মেলেং বালিচাপৰিত অনাদৃত শ্ৰী শ্ৰী দীঘলী সত্ৰ
Assamese
ঐতিহাসিক বাসুদেৱ থাননৰোৱা সত্ৰৰ সত্ৰাধিকাৰৰ মুখ্যমন্ত্ৰীলৈ কি বিশেষ অনুৰোধ
Assamese
শিৱসাগৰৰ কালুগাঁৱত অসমৰ প্ৰাচীন মুখা শিল্পক জীয়াই ৰখাৰ সংগ্ৰামত ব্যস্ত এদল কিশোৰ
Assamese
চৰকাৰী মিথ্যাচাৰশিল্পী পেঞ্চনৰ নামত বঞ্চনা বোকাখাতৰ দুগৰাকী প্ৰবীণ লোক শিল্পীক
Assamese
আৰক্ষীৰ জালত বাইক চোৰৰ দল ৰ নেতা সহ গ্ৰেপ্তাৰ ৮ টাকৈ চোৰ
Assamese
বকোত লাইনচ্যুত হৈ বাগৰি পৰিল এখন ৰেলৰ ১৬ টাকৈ ডবা
Assamese
মৰ্মান্তিক গণেশগুৰিত ৰয়েল গ্লবেলৰ বাছৰ খুন্দাত কৰুণ মৃত্যু একাদশ শ্ৰেণীৰ ছাত্ৰীৰ
Assamese
শোষণৰ চূড়ান্ত পৰ্যায় শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলিছে মহানগৰ পৌৰ নিগমে
Assamese
গুৱাহাটীত ৰবীনা টেণ্ডন অসমৰ চাহবাগিছাক লৈ কি কলে বলীউদৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে
Assamese
কুকুৰৰ মাংসৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই ললে গুৱাহাটী উচ্চ ন্যায়ালয়ে
Assamese
মাটিত জেট এয়েৰৱেজঅগ্ৰিম বুকিঙৰ দুৰ্দশাৰ মাজতে আত্মহত্যা কৰ্মচাৰীৰ
Assamese
নাই পানী যোগান হাতে হাতে বাল্টি লৈ আপৰ সদস্যই ঘেৰাও কৰিলে পৌৰ নিগমৰ কাৰ্যালয়
Assamese
গোলাঘাটত নাহৰফুটুকীৰ ভয়ানক আক্ৰমণত আহত চাহ বাগিছাৰ শ্ৰমিক
Assamese
দিল্লীত গৃহমন্ত্ৰী শ্বাহৰ বাসগৃহৰ বাহিৰত প্ৰতিবাদ মণিপুৰৰ জনজাতীয় লোকৰ
Assamese
সমাধিত অসমৰ কাগজকল মৃত ৫১ আত্মহত্যা দুজনৰ বিজেপি বৰ্জনৰ আহ্বান কৰ্মচাৰীৰ
Assamese
সাৱধান শিশুৰ পণ্যত কেন্সাৰকাৰী পদাৰ্থ দেশজুৰি বিক্ৰী বন্ধৰ নিৰ্দেশ
Assamese
জঘন্য মৰিয়নীত চলন্ত ৰেলৰ পৰা দলিয়াই দিয়া হল ৭ বছৰীয়া শিশুক
Assamese
ৰাছিয়াই উৰুৱাই দিলে ইউক্ৰেইনৰ বান্ধ বানে বুৰাই পেলালে কেইবাখনো গাঁও
Assamese
অৱশেষত আইপিএলৰ নতুন দুটা দলৰ ঘোষণা ৰ কাৰ হাতলৈ গল দলৰ মালিকানা
Assamese
ৰাজহুৱা পুখুৰীত অনুশীলন কৰিয়েই ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ বুটলিলে গোলাঘাটৰ সাঁতোৰবিদে
Assamese
ভাৰতৰ বিৰাট পৰাজয় শাপমুক্ত পাকিস্তান
Assamese
ছালাহ ধুমুহাত বিধ্বস্ত মানচেষ্টাৰ ইউনাইটেড অল্ড ট্ৰেফ্ডত ৰেড আৰ্মী গলৰ বন্যা
Assamese
প্ৰথম ৰাউণ্ডৰ সামৰণি চাই লওক ছুপাৰ টুৱেলভত কোনে কোন গ্ৰুপত খেলিব
Assamese
যোৱাবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজক বিধ্বস্ত কৰি টী২০ বিশ্বকাপত অভিযান আৰম্ভ কৰিলে ইংলেণ্ডে
Assamese
ভাৰতইংলেণ্ডৰ টেষ্ট শৃংখলাৰ চূড়ান্ত মেচৰ দিন ঘোষণা অহা বৰ্ষৰ জুলাইত অনুষ্ঠিত হব পঞ্চম টেষ্ট
Assamese
সুধাকন্ঠৰ কুঠৰিস্থিত বাসগৃহত শীঘ্ৰে নিৰ্মাণ হব সাংস্কৃতিক প্ৰকল্প ৭ বিঘা ভূমি হস্তান্তৰ সাংস্কৃতিক বিভাগক
Assamese
শিল্পী সমাজৰ বাবে চৰকাৰক কৰ্মমুখী আঁচনি গ্ৰহণৰ আহ্বান টীয়কৰ দিহানামৰ সম্ৰাট কমলা গগৈৰ
Assamese
ৰং তুলিকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল এগৰাকী অসম কন্যা নাম লিখিলে ইণ্ডিয়া বুকচ অৱ ৰেকৰ্ডত
Assamese
বিশিষ্ট অভিনেতা সংগীত পৰিচালক চিত্ৰকৰ তথা কবি সৰ্বানন্দ বৰবৰাৰ দেহাৱসান
Assamese
কৰনা কালত গোলাঘাটৰ সাংস্কৃতিক কৰ্মী জিতেন কাকতিক সাৰথিৰ সহায়ৰ হাত
Assamese
সত্ৰভূষণ ভকত শিৰোমণি সত্ৰাধিকাৰ হৰেকৃষ্ণ দেৱ মহন্তৰ দেহাৱসান
Assamese
অসম যুৱ পৰিষদৰ দ্বাৰা নাট্যযোদ্ধা পৱিত্ৰ ৰাভাক কলাগুৰু বঁটা প্ৰদান
Assamese
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ ৰাজ্যখনৰ বহুকেইগৰাকী নবীনপ্ৰবীণ শিল্পীৰ
Assamese
শীঘ্রেই ঐতিহাসিক শ্ৰীশ্ৰী বহৰি সত্ৰৰ ভয়াবহ খহনীয়া প্ৰতিৰোধৰ দাবী অসম সত্ৰ মহাসভাৰ
Assamese
গুৱাহাটীত অসমীয়া গহনাৰ বিনিময় মেলা
Assamese
বিহু সম্ৰাজ্ঞী মৌচুমী শইকীয়াৰ আকস্মিক মৃত্যু শোকস্তব্ধ শিল্পী সমাজ
Assamese
মৰ্মান্তিক ঘটনা বিয়াৰ পিছদিনাই হাৰ্ট এটেকত মৃত্যু পতিপত্নীৰ
Assamese
মহানগৰত ১৪ বছৰেও সম্পূৰ্ণ নহল পানী যোগান প্ৰকল্প
Assamese
ড্ৰাগছৰ ভয়ানক কবলত ভূস্বৰ্গ কাশ্মীৰ পাকিস্তানৰ পৰা আহে ড্ৰাগছ
Assamese
উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন
Assamese
উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন
Assamese
উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাণিজ্য শাখাৰ প্ৰথম দহটা স্থানত কোন কোন
Assamese