text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
তেল উৎপাদনৰ লক্ষ্যত পিছ পৰি গেছ উৎপাদনত দুগুণৰ লক্ষ্য অতিক্ৰম অএনজিচিৰ
|
Assamese
|
সাজু থাকক ২১ ডিচেম্বৰৰ পৰা পাঁচ দিনৰ বাবে বন্ধ থাকিব বেংক সেৱা
|
Assamese
|
চাৰি বছৰীয়া হব স্নাতকৰ পাঠ্যক্ৰম নতুন শিক্ষানীতি উদ্বোধন কৰি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে
|
Assamese
|
উৎকট গৰম সহ্য কৰিব নোৱাৰি বিদ্যালয়ত ঢলি পৰিল শিক্ষাৰ্থী
|
Assamese
|
প্ৰতিবাদী মল্লযুঁজাৰুৰ সমৰ্থনত দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদ ৰাইজৰ দলৰ
|
Assamese
|
প্ৰকৃত সেনানী কৰমণ্ডলত মোবাইলৰ পোহৰত উদ্ধাৰ কাৰ্য আৰম্ভ কৰা সেই নায়কসকলৰ কথা জানেনে
|
Assamese
|
আকৌ দুৰ্ঘটনা মুখামুখি সংঘৰ্ষত নিহত তিনিজন বাইক আৰোহী
|
Assamese
|
বন বিভাগত বৃহৎ সালসলনি২৬ বিষয়াক বদলি বন বিভাগৰ
|
Assamese
|
গোৱালপাৰাৰ কৃষ্ণাইত ছুজুকিৰ মটৰ চাইকেলৰ শ্ব ৰুম মুকলি
|
Assamese
|
সমলৈংগিক আন্তঃধৰ্মীয় যুৱতী দম্পতীক আৰক্ষীক সুৰক্ষা প্ৰদানৰ নিৰ্দেশ ন্যায়ালয়ৰ
|
Assamese
|
অস্ত্ৰ সম্বৰণ কৰিলে আদিবাসী পিপলছ লিবাৰেশ্যন আৰ্মীৰ ৩৯ জন সক্ৰিয় কেডাৰে
|
Assamese
|
তিনি চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিলে উদঙাইছে স্বাস্থ্য ব্যৱস্থাৰ আচল স্বৰূপ ডি ৱাই এফ আই
|
Assamese
|
বিজেপি শাসিত ৰাজ্যত নাবালিকাক দলবদ্ধ ধৰ্ষণ গাড়ীৰ পৰাই দলিয়াই দিলে ধৰ্ষিতাক
|
Assamese
|
চিৰাঙৰ ৫১ গৰাকী দুগ্ধ হিতাধিকাৰীৰ মাজত গাখীৰ উৎপাদনৰ সামগ্ৰী বিতৰণ
|
Assamese
|
হাগ্ৰামা মহিলাৰীঅখিল গগৈ বাহিনীৰ ঐকতান চিৰাঙত জাৰি ১৪৪ ধাৰা
|
Assamese
|
২৮ ছেপ্টেম্বৰৰ সৰ্বভাৰতীয় ট্ৰেড বন্ধৰ আহ্বানলৈ অসমৰ ব্যৱসায়িক সংগঠনৰ সমৰ্থন
|
Assamese
|
অসম চুক্তিৰ ফচলে এবছৰতে ১৬৮.০২ কোটি টকাৰ লাভ দিছে চৰকাৰক
|
Assamese
|
চেন্নাইক পৰাস্ত কৰি প্লে অফৰ কিঞ্চিত আশা জীয়াই ৰাখিলে পঞ্জাৱ কিংছে
|
Assamese
|
আন্তৰ্জাতিক টী২০ ক্ৰিকেটত বিশ্ব অভিলেখ গঢ়িলে এইগৰাকী ভাৰতীয় তাৰকাই
|
Assamese
|
বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলত লাভলিনা বৰগোঁহাই
|
Assamese
|
অৱশেষত থমকিল হল ইটালীৰ জয়ৰ অশ্বমেধ ঘোঁৰা
|
Assamese
|
সহজ জয়েৰে প্লে অফৰ আশা সজীৱ কৰি ৰাখিলে মুম্বাই ইণ্ডিয়াঞ্চে
|
Assamese
|
অভিলেখ বিৰাট কোহলী ক্ৰিছ গেইলক অতিক্ৰম কৰি এক নতুন মাইলষ্টনত উপনীত বাবৰ আজম
|
Assamese
|
প্ৰসিদ্ধ আলোচনীৰ বেটুপাতত অসম কন্যা অলিম্পিয়ান লাভলীনা
|
Assamese
|
দিল্লীৰ ওচৰত আত্মসমৰ্পণ চেন্নাইৰ ধোনীৰ অসহ্য মন্থৰ বেটিঙেই পৰাজয়ৰ কাৰণ
|
Assamese
|
অথলে গল গাইকোৱাডৰ শতক সহজ জয় ৰাজস্থান ৰয়েলছৰ
|
Assamese
|
কঠিন মেচত পঞ্জাৱৰ লগত হাৰি প্লেঅফৰ বাবে টনাটনি কলকাতাৰ
|
Assamese
|
ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হল মোক্ষপ্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ
|
Assamese
|
কেনি বসুমতাৰীৰ ৰোমাণ্টিক কমেডি ৱেব চিৰিজ তোমাৰ অপেক্ষাত ৰীলড্ৰামাত মুক্তি লাভ
|
Assamese
|
ৰবীন্দ্ৰভৱনত মঞ্চস্থ হল মানিক ৰয়ৰ নাটক মেজিক ষ্টিক
|
Assamese
|
হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল অসমীয়া নাট্যক্ষেত্ৰৰ অন্য এক নতুন প্ৰৱাহ
|
Assamese
|
অনন্য ৰূপত জুবিন গাৰ্গ বিশেষভাৱে সক্ষম শিশুৰ সৈতে পালন কৰিলে ভোগালী বিহু
|
Assamese
|
মাঘ বিহুক আদৰাত ব্যস্ত টীয়কৰ লাহিং লক্ষ্মীবাৰীবাসী ৰাইজ
|
Assamese
|
গুৱাহাটী গ্রন্থমেলাত বিবাহ পদ্ধতি আৰু বিয়ানাম শীৰ্ষক গ্ৰন্থ উন্মোচন
|
Assamese
|
সাম্প্ৰদায়িক বিষ বাষ্পই সমাজখন কুলষিত কৰিছেভাৰতীয় গণ নাট্য সংঘৰ অনুষ্ঠানত ডাঃ সাগৰ বৰুৱা
|
Assamese
|
অপসংস্কৃতি স্বল্পবসনা যুৱতীৰ গীতৰ সাংস্কৃতিক সন্ধিয়া মুকলি কৰিলে বিধায়ক ভাস্কৰ শৰ্মাই
|
Assamese
|
দিল্লীত ভাষা ২০২০ শৃংখলাৰ অসমীয়া ভাষা কলা সংস্কৃতিৰ বাৰেৰহনীয়া উৎসৱ উদযাপন
|
Assamese
|
হঠাতে মঞ্চত উজুটি খাই পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন তাৰপিছত চাওক ভিডিঅ
|
Assamese
|
গুৱাহাটীত প্ৰৱেশ কৰিবলগীয়া দূৰণিবটীয়া বাছসমূহক মালিগাঁৱৰে প্ৰৱেশ নকৰিবলৈ নিৰ্দেশ
|
Assamese
|
ধৰ্ষণত অভিযুক্ত বিচপ ফ্ৰাংকো মুলাক্কালৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিলে পোপ ফ্ৰান্সিছে
|
Assamese
|
ছেনেগালত কাৰাবন্দী বিৰোধী নেতা প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ গুলী নিহত ৯ জন
|
Assamese
|
প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ আন এগৰাকী অসম বিজেপিৰ নেতা
|
Assamese
|
নীতিশ কুমাৰে আহ্বান কৰা বিৰোধী বৈঠকত থাকিব কংগ্ৰেছ স্পষ্ট কৰিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে
|
Assamese
|
চাণক্য নীতিকেতিয়াকতকেনেকৈ ধন উপাৰ্জন আৰু খৰচ কৰিব মেঘৰ পৰা শিকা উচিত
|
Assamese
|
ওজন ১৪০ কিলোগ্ৰাম মদ আৰু ধূমপানত ডুবি অনিদ্ৰাৰ বলি কি হৈছে কিমৰ
|
Assamese
|
বিশ্বনাথত কেঁচাপাতৰ মূল্য আন ঠাইতকৈ কেজিত ১০১২ টকা কমকৈ দিয়ে ফেক্টৰিসমূহে অভিযোগ ক্ষুদ্ৰ চাহ খেতিয়কৰ
|
Assamese
|
টিহুত স্থাপন হব বৃহৎ মৰাপাটবস্ত্ৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
|
Assamese
|
কাগজ কল পুনৰুজ্জীৱিতকৰণ ১১ ছেপ্তেম্বৰৰ পৰা ধাৰাবাহিক আন্দোলনৰ হুংকাৰ কাগজ কল য়ুনিয়নসুৰক্ষা মঞ্চৰ
|
Assamese
|
নীৰৱে কৃষি বিপ্লৱ সূচনা কৰাত ব্যস্ত মাজুলীৰ কিছু শিক্ষিত যুৱক
|
Assamese
|
নলবাৰীত সাতগৰাকী মহিলা উদ্যোগীৰ প্ৰচেষ্টাত শুভাৰম্ভ ছেভেন ছিষ্টাৰ্ছ
|
Assamese
|
২৪৪ টকা মজুৰি নিৰ্ধাৰণ ৰাজ্যৰ ক্ষুদ্ৰ চাহ বাগিচাৰ শ্ৰমিকৰ
|
Assamese
|
পুনৰুজ্জীৱিত কৰিব জাতিৰ শৈল্পিক স্বাভিমানৰ প্ৰতীক সৰ্থেবাৰীৰ কাঁহ শিল্প
|
Assamese
|
মেকলেউড ৰাছেল ইণ্ডিয়াৰ দ্বাৰা সংগোপনে বিক্ৰী ১২ খনকৈ চাহ বাগিচা ২৪জুনৰ ভিতৰত চুক্তি ৰাজহুৱা কৰাৰ দাবী আটছাৰ
|
Assamese
|
যশস্বী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা জীৱন বৰাৰ দেহাৱসান
|
Assamese
|
বজালীত দুই কিলোগ্ৰাম ওজনৰ সোণৰ নাও জব্দ এখন বাহনসহ তিনি যুৱকক আটক
|
Assamese
|
বৰপেটা সত্ৰত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ কীৰ্তন মহোৎসৱ পালন
|
Assamese
|
আজি কাতি বিহু কঙালীক বিদায় দি লখিমীক আদৰিবলৈ সাজু হব অসমীয়াই
|
Assamese
|
বিশিষ্ট নাট্যশিল্পী ঐশ্বৰ্য্য কাকতি ভৱেশ বৰুৱালৈ নটসূৰ্য্য ফণী শৰ্মা বঁটা
|
Assamese
|
সুদক্ষ অভিনেত্ৰী বীণা দাস বৰাৰ পৰলোক বৰপেটাত শোকৰ ছাঁ
|
Assamese
|
ৰূপালী জয়ন্তী সম্পন্ন কৰা শিৱসাগৰৰ শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ এতিয়া ইতিহাস হোৱাৰ পথত
|
Assamese
|
তেওঁ কয় ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ বাদে কতো নাইঅসমৰ থিয়েটাৰ উদ্যোগটো থলুৱা শিল্পী থলুৱা যুৱক যুৱতীৰে গঠিতএখন এখন থিয়েটাৰত এশৰো অধিক মানুহ জড়িত হৈ থাকে।
|
Assamese
|
এসময়ত শতাধিক পৰিয়ালক কৰ্ম সংস্থাপন প্ৰদান কৰা বিশ্ব শইকীয়া এতিয়া আৰ্থিক ভাৱে দূৰ্বলথিয়েটাৰটেই সমস্ত ধন খৰচ কৰা বিশ্ব শইকীয়াই এতিয়া চৰকাৰক আহ্বান জনাইছে তেওঁৰ দৰে থিয়েটাৰৰ লগত জড়িত প্ৰযোজক তথা আন আন কলা কুশলীক সহায় কৰিবলৈ।
|
Assamese
|
গোৱালপাৰাত গণ সংক্ৰমণৰ আশংকা কোৱাৰেন্টাইনত থকা লোকৰ মুক্ত বিচৰণ
|
Assamese
|
আৱাহনৰ স্ৰষ্টা ডাঃ দীননাথ শৰ্মাক স্মৰণ
|
Assamese
|
ৰাজস্থান ৰয়েলছক পৰাস্ত কৰি তৃতীয় স্থান অক্ষত ৰাখিলে ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰে
|
Assamese
|
উৱেফা চেম্পিয়নচ্ লীগৰোনাল্ডোৰ চমকেৰে জয় ইউনাইটেডৰবেয়াৰ্নৰ দুৰ্দ্দান্ত প্ৰদৰ্শন অব্যাহতপৰাস্ত বাৰ্চিলোনাচেলছি
|
Assamese
|
কোহলিক ৰান আউট কৰি বিৰাট পুৰস্কাৰ পালে ৰিয়ান পৰাগে কি সেই পুৰস্কাৰ
|
Assamese
|
অভিলেখ দিবানৈশ টেষ্টত শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা ক্ৰিকেটাৰত পৰিণত মান্ধানা
|
Assamese
|
উৱেফা চেম্পিয়নচ্ লীগআজাক্সএটলেটিকো মাদ্ৰিদদৰ্টমুণ্ডপিএছজিলিভাৰপুলৰ জয় অঘটনৰ স্বীকাৰ ৰিয়েল মাদ্ৰিদ পইণ্ট ভগালে ইণ্টাৰে
|
Assamese
|
অহৰহ কুটকূটনিৰ পৰা পৰিত্ৰাণ পাবলৈ পুৰুষৰ বেশত শাহুৱেকক হত্যা বোৱাৰীৰ
|
Assamese
|
দশম শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা বাদ পৰিল পিৰিয়ডিক টেবুলগণতন্ত্ৰৰ অধ্যায়বিতৰ্কত
|
Assamese
|
অসহনীয় চুডানত সংঘৰ্ষ চলি থকাৰ মাজতে অনাথ আশ্ৰমত আৱদ্ধ হৈ থকা ৬০ টি শিশুৰ কৰুণ মৃত্যু
|
Assamese
|
জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই আৰক্ষীৰ অপৰাধীকৰণৰ ছবিখন স্পষ্ট কৰিলেডি ৱাই এফ আই
|
Assamese
|
এফালে পৰিবহন নিগমৰ ৭০০ৰো অধিক কৰ্মচাৰীক চাফাই আনফালে তিনিচুকীয়াত জ্বলি উঠিল বাছ
|
Assamese
|
মদ খাই কুঁৱাত পৰিল মদাহী তিনিঘণ্টাৰ পিছত উদ্ধাৰ কৰিলে আৰক্ষীয়ে
|
Assamese
|
অৱশেষত জয়ৰ ট্ৰেকলৈ ঘূৰিল মুম্বাই ইণ্ডিয়াঞ্চ
|
Assamese
|
দিল্লী কেপিটেলছক পৰাস্ত কৰি প্লে অফৰ আশা সজীৱ কৰি ৰাখিলে কলকাতা নাইট ৰাইডাৰ্ছে
|
Assamese
|
টেষ্ট ক্ৰিকেটক বিদায় জনালে মঈন আলীয়ে
|
Assamese
|
:ৰোহিতৰ মুম্বাইৰ ছন্দপতন হৰ্ষলৰ হেট্ৰিক ৫৪ৰাণত কোহলিৰ বাংগালোৰৰ বিৰাট বিজয়
|
Assamese
|
চেন্নাইৰ হাতত আত্মসমৰ্পণ কলকাতাৰ স্নায়ুযুঁজত দুই উইকেটত বিজয়ী ধোনী বাহিনী
|
Assamese
|
শ্ৰমিকৰ অভাৱত যন্ত্ৰৰ ব্যৱহাৰ আৰম্ভ কৰিছে বৰাক উপত্যকাৰ চাহ বাগানে
|
Assamese
|
ব্যৱসায় কৃষি প্ৰযুক্তি আৰু সাংস্কৃতিক বিনিময়ৰ প্ৰতিশ্ৰুতি দিলে মেঘালয় ভ্ৰমণৰত জাপানী ৰাষ্ট্ৰদূতে
|
Assamese
|
চিৰদিনলৈ বন্ধ হল গুৱাহাটী ফাঁচি বজাৰৰ পদপথৰ কাপোৰৰ দোকান
|
Assamese
|
লকডাউনএইবাৰ ইনষ্টাগ্ৰামত উপভোগ কৰিব পাৰিব তাৰকা শিল্পীৰ ৰঙালী বিহু
|
Assamese
|
বিজেপি বিধায়ক অশোক সিংঘলে পাতিলে বিহু পূজা ছচিয়েল মিডিয়াৰ পষ্টকলৈ প্ৰতিক্ৰিয়া
|
Assamese
|
ইৰফান খানৰ অসম সংযোগ
|
Assamese
|
অবিশ্বাস্য বিবাহৰ পূৰ্বে দুই প্ৰেমাস্পদে অৰণ্যত অকলে কটাব লাগে এটা নিশা
|
Assamese
|
নিজৰ সৃষ্টিকৰ্ম লৈ একমাত্ৰ ভাৰতীয় হিচাপে চীনৰ বিখ্যাত চিল্ক ৰড আন্তঃৰাষ্ট্ৰীয় মেলালৈ অনুৰাধা কুলী
|
Assamese
|
এতিয়াৰে পৰা ব্যক্তিগত অনুজ্ঞাপত্ৰৰে চলাব পাৰিব লঘু ব্যৱসায়িক বাহন
|
Assamese
|
চাহ শ্ৰমিকৰ প্ৰাপ্য ধন অনাদায়ত দেশৰ শীৰ্ষত অসম ১৫ বছৰে চৰকাৰে দিবলে আছে ২৪৯ কোটি টকা ধন মোকলোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
|
Assamese
|
উত্তৰ গুৱাহাটী সংযোগী দলঙৰ বাবে বহিঃ পুঁজিত অনুমোদন কেন্দ্ৰীয় বিত্ত মন্ত্ৰ্যালয়ৰ
|
Assamese
|
শিৱসাগৰত বিজেপিৰ নগৰ মহিলা মণ্ডলৰ সৌজন্যত আইদেউৰ বুলনি
|
Assamese
|
মাজুলীত অসম ভাওনা সমাৰোহ১৫০০০ হাজাৰ দৰ্শকে একেলগে দৰ্শন কৰিব পাৰিব ভাওনা
|
Assamese
|
আকাশে বতাহে হোলীগীতৰ ধ্বনিবৰপেটাত মুকলি পথত হোলীগীত প্ৰতিযোগিতা
|
Assamese
|
বিশিষ্ট সংগীত শিল্পীদ্বয় গোপীকান্ত সিনহা আৰু অপূৰ্ব বেজবৰুৱালৈ ২০২০ বৰ্ষৰ শিল্পী বঁটা
|
Assamese
|
পৰম্পৰাগত খেল আৰু সাংস্কৃতিক অনুষ্ঠানেৰে ঐতিহাসিক ৰংঘৰ বাকৰিত ৰজাদিনীয়া ৰংপুৰ মেলা
|
Assamese
|
বিশ্বনাথত সামৰণি পৰিল বৰ্ণমৰ মৃণালী শৰ্মা সোঁৱৰণি আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ
|
Assamese
|
ৰাগনাচেৰাত স্থায়ী দলং নিৰ্মাণৰ দাবীৰে মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ পুৰ্বাঞ্চল এক্সিম অব কমাৰ্চৰ
|
Assamese
|
গুৱাহাটীত স্থাপিত হব এন এ বি এল লেব পৰীক্ষা কৰা হব উত্তৰপূৰ্বাঞ্চলত উৎপাদিত জৈৱিক সামগ্ৰী
|
Assamese
|
কংগ্ৰেছৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ দেহাৱসান
|
Assamese
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.