text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
অৰ শুভাৰম্ভণি কাৰ্ড নোহোৱাকৈ অৰ পৰা ধন উলিয়াব পাৰিব ৰ গ্ৰাহকে
|
Assamese
|
উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কলাত ৭০.১২ বিজ্ঞানত ৮৪.৯৬ আৰু বাণিজ্যত ৭৯.৫৭ শতাংশ উত্তীৰ্ণ
|
Assamese
|
দেশৰ প্ৰায় ২০০০ লোকক ঋণ দিয়াৰ নামত লুটা প্ৰৱঞ্চক চক্ৰ উৎখাত দিল্লী আৰক্ষীৰ ৬জনক গ্ৰেপ্তাৰ
|
Assamese
|
জাৰ্চি গৰুৰে অসমৰ ৰাজনীতিত সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ ইতিহাস লালু প্ৰসাদৰ পাছতেই ভট্টাচাৰ্য্যৰ স্থান
|
Assamese
|
আজি পুৱা ৯ বজাত ঘোষণা কৰা হব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা২০২৩ৰ ফলাফল চাওক কেনেকৈ চাব ফলাফল
|
Assamese
|
আইডিয়াৰ মহিলাৰ সুৰক্ষা সেৱা আইডিয়া সখী মুকলি
|
Assamese
|
এপ্ৰিল মাহৰ ভিতৰত মুকলি হব দেশৰ দীৰ্ঘতম গুৱাহাটীউত্তৰ গুৱাহাটী ৰপৱে
|
Assamese
|
মৎস্যপালন চৰকাৰী চাকৰিৰ বিকল্প হব পাৰে কানৈ মহাবিদ্যালয়ত সংমিশ্ৰিত মৎস্য প্ৰশিক্ষণ শিবিৰ
|
Assamese
|
বিদেশী বিনিয়োগত ব্যৰ্থ ৰাজ্য চৰকাৰৰ ৰামদেৱেই ৰাম ভৰসা
|
Assamese
|
ব্ৰেণ্ড এম্বেছাডৰ হিচাপে চুক্তিবদ্ধ প্ৰস্তুতি পৰাশৰ
|
Assamese
|
পুলৱামা কাণ্ডৰ প্ৰভাৱ পাকিস্তানবাসীয়ে নাপাব অসমৰ চাহৰ সোৱাদ
|
Assamese
|
নেডাৰলেণ্ডক পৰাস্ত কৰি টি২০ বিশ্বকাপৰ মূল পৰ্বলৈ উন্নীত হোৱাৰ আশা সজীৱ নামিবিয়াৰ
|
Assamese
|
ভাৰতপাকিস্তানৰ মহাৰণৰ পূৰ্বে পাকিস্তানী টীমৰ হোটেলত ছানিয়া
|
Assamese
|
প্ৰস্তুতি মেচত অষ্ট্ৰেলিয়াক ধৰাশায়ী কৰি প্ৰস্তুতি সম্পূৰ্ণ ভাৰতৰ
|
Assamese
|
এইবাৰ ভক্তৰ ৰোষত পৰিল বিৰাট কোহলীওকি অপৰাধ কৰিলে কোহলীয়ে
|
Assamese
|
ঈশান কিষাণৰ দুৰ্দান্ত ফৰ্ম ৱাৰ্ম আপত ইংলেণ্ডক হৰুৱাই মসৃন যাত্ৰা টীম ইণ্ডিয়াৰ
|
Assamese
|
হাচাৰঙ্গাৰ অলৰাউণ্ড প্ৰদৰ্শনেৰে চুপাৰ ১২ ত প্ৰৱেশ শ্ৰীলঙ্কাৰ
|
Assamese
|
ৰাজ্যিক দৃষ্টিহীন ক্ৰিকেট দলত স্থান লাভ টীয়কৰ অজয়ৰ উৎফুল্লিত মনোময় চাহ বাগিচা বাসী
|
Assamese
|
ৰাষ্ট্ৰীয় পৰ্যায়ত গোলাঘাটৰ কিক বক্সিং দলৰ সাফল্য দহ জন খেলুৱৈৰ সোণৰ পদক লাভ
|
Assamese
|
অঘটন ছাকিবৰ বিশ্বৰেকৰ্ডৰ দিনাই টী২০ বিশ্বকাপত স্কটলেণ্ডৰ হাতত পৰাজিত বাংলাদেশ
|
Assamese
|
কিয় গ্ৰেপ্তাৰ কৰি জামিনত মুকলি কৰি দিলে প্ৰাক্তন ভাৰতীয় তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙক
|
Assamese
|
মাজনিশালৈ সাংস্কৃতিক সন্ধিয়া পাতি কৰনা বিধি ভংগ বিহু কমিটিৰ নিৰ্বিকাৰ আৰক্ষী প্ৰশাসন
|
Assamese
|
তীৰ্থ ভুমিত পৰিণত কুমাৰীকাটা মিঠাৰাম দাস সমন্বয় ক্ষেত্ৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ সামৰণি
|
Assamese
|
দেউৰী বিচু বিচু উটুৱা উৎসৱ আৰু দেউৰী হুঁচৰি
|
Assamese
|
অবিশ্বাস্য হলেও সত্য আৰৱৰ স্কুলত পঢ়ুওৱা হব ৰামায়ণ মহাভাৰত
|
Assamese
|
কৰনা সংক্ৰমণৰ মাজতে আজি গৰু বিহু উদযাপন যোগীবাৰী বিলত গৰু বিহু পালন খুমটাইৰ বিধায়কৰ
|
Assamese
|
দেউৰী জনগোষ্ঠীৰ বোকা বিহু এক সংক্ষিপ্ত অৱলোকন
|
Assamese
|
টীয়কৰ চহা কৃষকে আজি উদযাপন কৰিছে নাঙল বিহু
|
Assamese
|
লাঁও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা টীয়কৰ জাঁজী নৈত সমূহীয়া গৰু বিহু উদযাপন
|
Assamese
|
মেঘালয়ৰ উত্তৰ গাৰো পাহাৰত ৰঙালীৰ উচাহমানিকগঞত দিনে নিশাই আখৰাত ব্যস্ত যুৱকযুৱতী
|
Assamese
|
আন্তৰ্জাতিক মহিলা ফুটবলাৰ ৰাজ্যিক মহিলা ফুটবলাৰেৰে গঠিত হুঁচৰি দলৰ ৰঙালীৰ প্ৰস্তুতি
|
Assamese
|
ওড়িশা ৰেল ট্ৰেজেডীজীৱিত অৱস্থাত উদ্ধাৰ ৪৮ ঘণ্টা ধৰি ধ্বংসাৱশেষৰ তলত থকা অসমৰ যুৱক
|
Assamese
|
বিশ্ব পৰিবেশ দিৱস উপলক্ষে পৰিবেশ বচাওক গুৱাহাটী বচাওক শীৰ্ষক মানৱ শৃংখল
|
Assamese
|
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ প্ৰতিবাদী মল্লযুঁজাৰুৰ দ্ৰুত অভিযোগনামা দাখিলৰ দাবী
|
Assamese
|
১২ জুনত পাটনাত আলোচনাত মিলিত নহয় বিৰোধী বৈঠক স্থগিত পুনৰ কেতিয়া বহিব
|
Assamese
|
জলবায়ু পৰিৱৰ্তনৰ উদ্বেগৰ সময়ত পৰিৱেশ ৰক্ষাৰ বাবে গ্ৰহণ কৰক এইকেইটা উপায়
|
Assamese
|
পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা
|
Assamese
|
গুফী পেন্টেলৰ পৰলোকপ্ৰাপ্তি মৃত্যুৰ সন্মুখত পৰাস্ত মহাভাৰতৰ শকুনি মামা
|
Assamese
|
বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাসে কি কয় বিশ্ব পৰিৱেশ দিৱস২০২৩ৰ বিষয়বস্তু কি
|
Assamese
|
বলীউডৰ প্ৰসিদ্ধ বৰ্ষীয়ান অভিনেত্ৰী পদ্মশ্ৰী সুলোচনা লাটকাৰৰ দেহাৱসান
|
Assamese
|
সফলতাৰ শিখৰত উপনীত হব বিচাৰিলে চাণক্যৰ এই ৭টা নীতি অৱশ্যেই অনুসৰণ কৰক
|
Assamese
|
অষ্টম বাৰৰ বাবে ছাফ চেম্পিয়নশ্বিপৰ খিতাপ নিজৰ দখলত ৰাখিলে ভাৰতে
|
Assamese
|
ৰাজ্যবাসীলৈ সুখবৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৱাটাৰ পল প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশ লব অসমে
|
Assamese
|
ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হব ৰাহুল দ্ৰাবিড়
|
Assamese
|
আন এক বিশ্বযুদ্ধৰ ৰণডংকা আজিৰ পৰা আৰম্ভ হব টি২০ মহাৰণ
|
Assamese
|
নৱবৰ্ষৰ প্ৰাক্ক্ষণত এলেহুৱা অসমীয়া যুৱকক ৰাজপথ এৰি কৃষিমুখী হোৱাৰ আহ্বান জীতেন দত্তৰ
|
Assamese
|
মাত্ৰ ২৯ বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে
|
Assamese
|
স্বৰ্ণ শিল্পী উৎপল বণিয়ালৈ ২০১৯ বৰ্ষৰ ইণ্ডিয়ান এচিভাৰ্ছ এৱাৰ্ডৰ সন্মান
|
Assamese
|
কোনে মাৰিব শেষ হাঁহি আজি খিতাপ যুঁজত চেন্নাই চুপাৰ কিংছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ
|
Assamese
|
উত্তৰপূবলৈ আবণ্টিত ধন বৃদ্ধিৰ প্ৰস্তাৱ কেন্দ্ৰীয় বাজেটত
|
Assamese
|
গমৰ সৈতে অগষ্টন মবাইলে অসমত মুকলি কৰিলে আটাইতকৈ ব্যক্তিগত স্মাৰ্ট ফোন
|
Assamese
|
কলকাতাক হৰুৱাই চতুৰ্থবাৰৰ বাবে চেম্পিয়নৰ খিতাপ ধোনীৰ চেন্নাইৰ
|
Assamese
|
অসমমেগা অনলাইন এন্তাৰ্তেইনমেন্ত প্ৰতিযোগিতাৰ আয়োজন ক্ৰিএচন মচন পিক্সাৰৰ
|
Assamese
|
সুনীল ছেত্ৰীৰ চমকেৰে ছাফ্ চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰত
|
Assamese
|
মালাইকাৰ সংগে অসম আগমণ বিশালাকাৰ গ্ৰেট খালিৰ
|
Assamese
|
স্বপ্ন চূৰ্ণ দিল্লী কেপিটেলছৰ কলকাতা নাইট ৰাইডাৰ্ছ ফাইনেলত
|
Assamese
|
অনুৰাগীৰ দ্বাৰা অনুপ্ৰাণিত ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চি মুকলি
|
Assamese
|
শিলঘাট সমবায় মৰাপাট কলৰ দ্বিতীয় য়ুনিট স্থাপনক লৈ ৰাজহুৱা সভা ত্ৰিপাক্ষিক বৈঠকৰ পোষকতা
|
Assamese
|
কৃষকৰ বাবে সুখবৰ মুখ্য মন্ত্ৰী কৃষি সাসঁজুলি যোজনা অধীনত প্ৰতিজন কৃষকে পাব ৫ হাজাৰকৈ টকা
|
Assamese
|
কোটিপতি নিবনুৱাৰ বাবে সুখবৰ আই অ চিয়ে অসমত নতুনকৈ অনুমোদন কৰিব ৪৬২টা তেল ডিপোৰ
|
Assamese
|
নিৰ্বাচন গল অধিক চিৰিয়াছ হৈ পৰিল স্বাস্থ্যমন্ত্ৰী আৰু বিহু পালন কৰাত বান্ধি দিলে এইবোৰ নিয়ম
|
Assamese
|
টীয়কত হেঁপাহৰ ৰঙালীক আদৰৰ প্ৰস্তুতিত ব্যস্ত ডেকাগাভৰুৰ জাক
|
Assamese
|
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো হেঁপাহৰ ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি
|
Assamese
|
জাতীয় জীৱনৰ ৰং বোলোৱা বহাগ বিহুৰ প্ৰাক্ক্ষণত আখৰাত ব্যস্ত দোলাকাষৰীয়া গাঁৱৰ ডেকাগাভৰু
|
Assamese
|
জীৱনৰ ৰঙেৰে ৰাঙলী ৰঙালী নিমাইজানৰ দ্বিজেন গগৈৰ থলুৱা লোকবাদ্যৰ সংগ্ৰহালয়ত উখল মাখল
|
Assamese
|
টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত মহা পালনাম ও বৰ সভা আয়োজন
|
Assamese
|
আজি ৰঙে ৰঙে একাকাৰ বৰপেটাত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল মহোৎসৱ আৰম্ভ
|
Assamese
|
লকডাউনৰ ইতিবাচক ফচলটীয়কত আউনীআটীৰ সত্ৰাধিকাৰে মুকলি কৰিলে সাংস্কৃতিক কলা কেন্দ্ৰ
|
Assamese
|
মানৱ অধিকাৰ কৰ্মী সাহিত্যিক সাংবাদিককে ধৰি চাৰি গৰাকী বৰেণ্য ব্যক্তিলৈ অসম সত্ৰ মহাসভাৰ বঁটা
|
Assamese
|
হিংসাজৰ্জৰ মণিপুৰতদন্তৰ বাবে তিনিজনীয়া কমিটী গঠন কেন্দ্ৰৰ
|
Assamese
|
মোদীয়ে তেওঁৰ মেৰুদণ্ডহীন স্তাৱকসকলক মন্ত্ৰিত্ব দিয়াৰ এয়া ফল বৈষ্ণৱৰ পদত্যাগ দাবী স্বামীৰ
|
Assamese
|
এতিয়াও চিনাক্ত হোৱা নাই ১৬০টা মৃতদেহ বালেশ্বৰৰ পৰা আঁতৰাইছে চৰকাৰে কলৈ নিয়া হৈছে
|
Assamese
|
সঘনাই কাণত ইয়াৰবাড বধিৰ হৈ পৰিল যুৱক সতৰ্ক হওক নহলে পস্তাৱ লাগিব জীৱনভৰ
|
Assamese
|
শিশুৰ নিমুনীয়া হলে পিতৃ মাতৃয়ে ধৰিব পৰা লক্ষণবোৰ
|
Assamese
|
১০দিন ধৰি নাই পানী যোগান পানীত হাঁহ নচৰা অৱস্থা হৈছে মহানগৰবাসীৰ
|
Assamese
|
সাৱধান ৰোগীৰ বাবে বিপজ্জনক ১৪টা ককটেল ঔষধ নিষিদ্ধ কৰিলে কেন্দ্ৰই
|
Assamese
|
আকৌ সাংবাদিকৰ ওপৰত আক্ৰমণ দুৰ্বৃত্ত অসমত নিৰাপত্তা নাই সাংবাদিকৰ
|
Assamese
|
মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণী কৰিলে চুতীয়া ৰাণীৰ আধাৰত নিৰ্মিত ছবি বীৰংগণা সাধনী
|
Assamese
|
মহিলাগৰাকী মাংগলিক নেকি জানিব বিচাৰিছিল উচ্চ ন্যায়ালয়ে হস্তক্ষেপ উচ্চতম ন্যায়ালয়ৰ
|
Assamese
|
এক ঈৰ্ষণীয় ৰেক্ড স্থাপনৰ দিশে এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ কোন এই ক্ৰিকেটাৰ
|
Assamese
|
স্বপ্ন ভংগ স্পেইনৰ উৱেফা নেচনচ্ লীগৰ খিতাপ ফ্ৰাঞ্চৰ শিৰত
|
Assamese
|
স্বপ্ন ভংগ ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰৰ জয়ৰ আশা নিৰ্বাপিত কোহলী বাহিনীৰ
|
Assamese
|
টি২০ বিশ্বকাপৰ ভাৰতীয় দলত পৰিৱৰ্তন অক্ষৰ পেটেলৰ স্থানত ভাৰতীয় দলত শাৰ্দুল ঠাকুৰ
|
Assamese
|
:অন্তিমটো বলত প্ৰয়োজন ৫ৰাণ ছয় মাৰি কোহলিক বিৰাট জয়ৰ সোৱাদ দিলে ভাৰতীয় ভৰতে
|
Assamese
|
কাটাৰতেই অন্তিমবাৰৰ বাবে খেলিব বিশ্বকাপ নেইমাৰৰ মন্তব্যক লৈ চাঞ্চল্য
|
Assamese
|
কেপ্টেইন কুল চমক দিল্লীক হৰুৱাই ফাইনেলত চেন্নাই ছুপাৰ কিংছ
|
Assamese
|
অৰ্থৰ জোৱাৰ টি২০ বিশ্বকাপৰ পুৰষ্কাৰৰ ধনৰাশি ঘোষণা কৰিলে এ
|
Assamese
|
প্লেঅফত কোন দলে কাৰ বিৰুদ্ধে যুঁজত নামিব চাওক সূচী
|
Assamese
|
খেলৰ শেষত গেলাৰীতে বান্ধৱীক প্ৰপজ কৰিলে ক্ৰিকেটাৰ দীপক চাহাৰে ভাইৰেল ভিডিঅ
|
Assamese
|
গ্ৰেমী এৱাৰ্ড ২০২১ উজ্বলি উঠিল বৰ্ণবিদ্বেষবিৰোধী সংগীত বিয়ন্সৰ নতুন অভিলেখ
|
Assamese
|
জুঁইৰ মাজত শিহৰণকাৰী নৃত্য পশ্চিম দায়ৰঙত বায়খো উৎসৱ উদুলি মুদুলি আয়া বায়খো থান
|
Assamese
|
ৰাইজৰ দলৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ আৰু নটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কোনে কত খেলিব নিৰ্বাচন
|
Assamese
|
লাচিত বৰফুকন চলচ্চিত্ৰজাহ্ন বৰুৱাৰহে বিষয় বিবেক অবেৰয়ৰ বাবে দাঙিব নোৱাৰা শিল
|
Assamese
|
গুৱাহাটীত এলেন কেৰিয়াৰ ইনষ্টিটিউটৰ অধ্যয়ন কেন্দ্ৰ মুকলি
|
Assamese
|
বব মাৰ্লিৰ সতীৰ্থ জামাইকান ৰেগে সংগীতৰ কিংবদন্তি বুনী ৱেইলাৰৰ মৃত্যু শোকস্তব্ধ অনুৰাগী
|
Assamese
|
৭৮ সংখ্যক গল্ডেন গ্লব বঁটা ২০২১ উজলিল নমাডলেণ্ড আৰু বৰাত
|
Assamese
|
শোণিতপুৰৰ নাহৰবাৰী টি ফেক্টৰীলৈ ইণ্ডাষ্ট্ৰি লীডাৰ বঁটা
|
Assamese
|
২০২১ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা উজ্বলিল দীপিকাঅক্ষয়
|
Assamese
|
নৱ প্ৰজন্মক গুৰুজনাৰ সৃষ্টিৰাজিৰ সৈতে পৰিচয় কৰি দিয়াৰ প্ৰয়াস নগাঁৱত আৰম্ভ ভাওনা সমাৰোহ
|
Assamese
|
স্বপং য়ং মানাও পয় সফল সামৰণি শ্বাদুৰ চাৰিওফালে একেলগে নাচিলে হাজাৰ হাজাৰ লোকে
|
Assamese
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.