text
stringlengths
1
2.59k
language
stringclasses
10 values
হোষ্টেলৰ আবাসীৰ বাবে কঠোৰ নিয়ম জাৰি কৰিছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কতৃপক্ষই
Assamese
উৎকট গৰম উচ্ছেদ স্থলীতে ষ্ট্ৰকত আক্ৰান্ত হৈ মৃত্যু আৰক্ষী বিষয়াৰ
Assamese
লিবিয়াত ২৩ জন আই এছ উগ্ৰপন্থীক মৃত্যুদণ্ড ১৪ জনক যাৱজ্জীৱন কাৰাদণ্ড
Assamese
অৰাজক ৰাজ আমেৰিকাত স্মৃতি দিৱসৰ উদযাপন অনুষ্ঠানত গুলীচালনা নিহত কমেও ১৬ জন
Assamese
অশান্ত মণিপুৰত উপস্থিত হৈয়ে বৈঠকত বহিল অমিত শ্বাহ পৰিস্থিতি শান্ত কৰাৰ কি মন্ত্ৰ গৃহমন্ত্ৰীৰ
Assamese
তৃতীয় এদিনীয়াত জয়েৰে পৰাজয়ৰ ব্যৱধান হ্ৰাস কৰিলে ভাৰতে
Assamese
ৰাজস্থান ৰয়েলছক পৰাস্ত কৰি ৰ পইন্ট তালিকাত শীৰ্ষ স্থানত বাহাল দিল্লী কেপিটেলছ্
Assamese
টী২০ বিশ্বকাপৰ পূৰ্বেই নতুন অভিলেখ গঢ়িলে অশ্বিনে কোহলীৰ বাবে কি ইংগিত
Assamese
শ্বাসৰুদ্ধকাৰী মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৰ পৰা বিদায় দিলে পাঞ্জাৱ কিংছে
Assamese
সহজ জয়েৰে ৰ পইন্ট তালিকাৰ চতুৰ্থ স্থানলৈ কলকাতা নাইট ৰাইডাৰ্ছ
Assamese
সহজ জয়েৰে প্ৰত্যয়জনক আৰম্ভণি দিল্লী কেপিটেলছৰ
Assamese
আন্তৰ্জাতিক অনলাইন সমৰ কলা প্ৰতিযোগিতাৰ বাবে সাজু বিশ্বনাথ মহাবিদ্যালয়ৰ এদল শিক্ষাৰ্থী
Assamese
প্ৰসিদ্ধ সাংস্কৃতিক কৰ্মী নাট্যকাৰ সাহিত্যিক তথা অভিনেতা ৰত্ন ওজাৰ দেহাৱসান
Assamese
কা বিৰুদ্ধে সাংস্কৃতিক প্ৰতিবাদগণশিল্পী সূৰ্য্য দাসৰ মন্তব্যকা বাবে লাভ হল অসমীয়াৰ
Assamese
আহি আছে বড়ো চলচ্চিত্ৰ বেকাৰ ৰমিঅ
Assamese
কোকৰাঝাৰৰ ছৰাইখোলাত বৰ্ণিল সাংস্কৃতিক কাৰ্য্যসূচীৰে প্ৰথম কমতাপুৰ মিউজিক ফেষ্টিভেল সম্পন্ন
Assamese
টী২০ ক্ৰিকেট বিশ্বকাপৰ থিম ছং মুকলি কি আছে ইয়াৰ আকৰ্ষণীয় ভিডিঅত
Assamese
কলকাতাত ভূপেনদাৰ জীৱন আৰু কৃতি বিষয়ক গ্ৰন্থ উন্মোচন
Assamese
কল কলা বিক্ৰী হৈছে ৮৭ লাখ টকাকৈ
Assamese
মহাৰাষ্ট্ৰত পাণমচলাৰ বিজ্ঞাপন নিষিদ্ধ বাবেহে ফিল্ম ফেয়াৰ এৱাৰ্ড মুম্বাইৰ বাহিৰলৈ
Assamese
ফেইচবুকত এটি শিশুৰ আবৃত্তিৰ ভিডিঅ ভাইৰেল দুই লাখ ভিউৱাৰ হাজাৰ হাজাৰ শ্বেয়াৰ
Assamese
ৰাজা মিৰ্চ্চা জলকীয়া খোৱাত কোৰিয়ান কেপপ ষ্টাৰ দেবিতক প্ৰত্যাহ্বান আলব নাগাৰ
Assamese
বিতোপন ডিমা হাচাওত বিনোদনৰ সম্ভাৰ লৈ আৰম্ভ ফেলকন ফেষ্টিভেল
Assamese
জম্মুৰ কাটৰাত ৭৫জন তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত ১০ জন নিহত আন কেইবাজনো আহত
Assamese
ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া
Assamese
মহিলাৰ সৈতে কেতিয়াও নকৰিব এনে কাম নহলে হব সর্বনাশ কি কয় চাণক্য নীতিয়ে
Assamese
জানি লওঁক অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ সবিশেষ সময় কিমান ভাড়া কিমান
Assamese
সংকটৰ গৰাহত বড়োলেণ্ড বেদখলকাৰীৰ হাতত ৩৪৯৫০৫ বিঘা মাটি
Assamese
মিছন বসুন্ধৰা ২.০ৰ পৰা বঞ্চিত হৈ ৰল হাজাৰ হাজাৰ জনজাতীয় লোক
Assamese
জাতীয় নাৰী বাহিনীৰ নতুন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অৰুণা বৰাই
Assamese
কি কথা আৰু মাত্ৰ ২০ বছৰ পাছত নিশাৰ আকাশত দেখা নাযাব হেনো তৰা কি কয় বিজ্ঞানীয়ে
Assamese
শাকপাচলি আৰু ফলমূল উৎপাদনেৰে বিখ্যাত ত্ৰিপুৰাৰ গাওঁখন
Assamese
হঠাৎ ছন্দ পতন পঞ্জাৱ কিংছৰ ৰোমাঞ্চকৰ জয়েৰে অভিযান আৰম্ভ ৰাজস্থান ৰয়েলছৰ
Assamese
মহানগৰীত জলসন্ত্ৰাস খাৰঘূলিৰ পিছত এইবাৰ মালিগাঁওত ফুটিল পানীৰ পাইপ জলমগ্ন বিস্তৃত অঞ্চল
Assamese
কয়লা খননত সেউজ ন্যায়াধিকৰণৰ নিষেধাজ্ঞা সন্দৰ্ভত চালিজাৰি চাবলৈ গঠন কৰা হব মন্ত্ৰী দল মেঘালয়ৰ মুখ্য মন্ত্ৰী
Assamese
ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জিনিলে শিৱ থাপাই
Assamese
শুৱালকুছিৰ শিপিনীসকললৈ সুখবৰ ১০ শতাংশ ৰেহাই মূল্যত পাব পাট সূতা
Assamese
অসমত ফুড পাৰ্ক স্থাপনৰ পৰিকল্পনা কৰিছে ফিউচাৰ গ্ৰুপে
Assamese
মম ৰপ্তানিৰ বাবে বাংলাদেশৰ কোম্পানীৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিলে এন আৰ এলে
Assamese
মমতা বেনাৰ্জীয়ে বিনিয়োগকাৰীক হাইজেক কৰাৰ অভিযোগ মন্ত্ৰী পাটোৱাৰীৰ
Assamese
উত্তৰপূব ঔদ্যোগিক উন্নয়ন আঁচনিখন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসমবাসীৰ বাবে ৰঙালী বিহুৰ আগতীয়া উপহাৰ পাটোৱাৰী
Assamese
ৰাজ্য চৰকাৰৰ হস্তক্ষেপত চাহ শ্ৰমিকৰ মজুৰি সমস্যাৰ সমাধান
Assamese
গুৱাহাটীলৈ প্ৰাকৃতিক গেছ পাইপলাইন সম্প্ৰসাৰিত কৰাত সেউজ সংকেত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ নিয়ন্ত্ৰক পৰিষদৰ
Assamese
অৰুণাচলী য়াকৰ উন্নত মানৰ ঊণে বঢ়াব য়াক পালকৰ উপাৰ্জন
Assamese
হেলিকপ্টাৰ যাত্ৰা সুযোগ শিক্ষাৰ্থীৰ মণিপুৰৰ শিক্ষা বিভাগৰ অভিনৱ পদক্ষেপ
Assamese
আবু ধাবিত ইংৰাজী ভাষাত প্ৰদৰ্শিত হব শংকৰদেৱৰ সৃষ্টি ভাওনা
Assamese
কলাক্ষেত্ৰত নতুন উপ সভাপতি ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ উত্তৰসূৰী হব বিধায়িকা আঙুৰলতা
Assamese
অনন্য ৰূপত শিৱসাগৰৰ উপায়ুক্ত ঐতিহাসিক খাটপাৰ সত্ৰত পৰিবেশন কৰিলে কৰ্ণাটকী সংগীত
Assamese
খোলতাল উৰুলি আৰু হৰিধ্বনিৰে জয়সাগৰ শ্ৰীকৃষ্ণ ৰাসলীলাৰ মণ্ডপৰ লাইখুটা স্থাপন
Assamese
মাজুলীত লুইতৰ পাৰত নিৰ্মাণ হব সাংস্কৃতিক বিশ্ববিদ্যালয়
Assamese
নইডাত মেখেলা চাদৰ পৰিহিতা দুৰ্গা গোঁসানীয়ে দৃষ্টি কাঢ়িছে ভক্তৰ
Assamese
পুনৰ তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰদোগান ভাৰতৰ বাবে সলনি হবনে সুৰ কি স্থিতি ভাৰতৰ
Assamese
২১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত ছয় দিনীয়া কাৰ্য্যসূচীৰে ব্ৰজনাথ শৰ্মা সোঁৱৰণী নাট সমাৰোহ
Assamese
মণিপুৰত অন্ত পৰা নাই হিংসাত্মক ঘটনাৰ নতুন হিংসাত ৫ জন লোকৰ মৃত্যু ১২ জন আহত
Assamese
পুটিনৰ সৈতে বৈঠকৰ সময়তে বিষক্ৰিয়া সংকটজনক অৱস্থাত হাস্পাতালত বেলাৰুছৰ ৰাষ্ট্ৰপতি
Assamese
আজি পুনৰ ভূমিকম্পই জোকাৰি গল গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল
Assamese
মৰ্মান্তিক জালুকবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭জন ছাত্ৰ নিহত
Assamese
সুখী দাম্পত্য জীৱনত ভাঙোন কেনেকৈ হব সুখী দম্পতী সহায় কৰিব চাণক্য নীতিয়ে
Assamese
ৰাজ্যত ৪.৭ প্ৰাবল্যৰ ভূমিকম্পৰ কঁপনি
Assamese
কলাবাৰীত অসম এক শোকগাঁথা শীৰ্ষক ভূপেন শইকীয়া সোঁৱৰণী মুকলি কুইজ সম্পন্ন
Assamese
ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ গৌৰৱ কঢ়িয়ালে নিবিড় মুহূৰ্ত বৰুৱাই
Assamese
হাত দাঙিলে কোহলিৰ য়ে ত দুৰ্দান্ত জয়েৰে অভিযান আৰম্ভ ৰ
Assamese
দুৰ্দান্ত বেটিং ঋতুৰাজৰ ৰ দ্বিতীয় পৰ্বত ৰোহিত বিহীন মুম্বাইক ২০ৰাণত হৰুৱালে ধোনীৰ চেন্নাইয়ে
Assamese
নিৰাপত্তাৰ প্ৰশ্ন নিউজিলেণ্ডৰ পাছত এইবাৰ বাতিল হল ইংলেণ্ড ক্ৰিকেট দলৰ পাকিস্তান ভ্ৰমণ
Assamese
ৰাষ্ট্ৰীয় অপেন এথলেটিকছ প্ৰতিযোগিতাত সোণৰ পদক লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অম্লান বৰগোঁহাইয়ে
Assamese
ফেশ্যন উদ্যোগত মেঘালয়ৰ জৈৱিক সূতাৰ কদৰ বাণিজ্যিকভাৱে উৎপাদনৰ প্ৰয়াস
Assamese
আশী মেট্ৰিক টন মম ৰপ্তানিৰে এমেৰিকাৰ বজাৰত নুমলীগড় শোধনাগাৰ বিশ্বৰ ২৫ খন দেশে আমদানি কৰে এন আৰ এল ৱেক্স
Assamese
বৰাক উপত্যকাত কৃষি বিশ্ববিদ্যালয় আৰু পাৰ্বত্য জিলাত উদ্যান শস্য বিশ্ববিদ্যালয় স্থাপন কৰিব চৰকাৰে
Assamese
টীম ইণ্ডিয়াৰ প্ৰশিক্ষক হোৱাৰ লোভনীয় প্ৰস্তাৱ নাকচ কৰিলে জয়াবৰ্দ্ধনে জনালে ইয়াৰ কাৰণ
Assamese
অ টেঙাই অমিতাৰ খাৰ আৰু আলু পিতিকাক সহজলভ্য কৰিলে মুম্বাইত
Assamese
মোদীৰ উপহাৰৰ ইনিলামত নীৰজৰ জেভলিনক অতিক্রমি লাভলিনাৰ গ্লভছৰ দাম উঠিল ১.৯কোটি
Assamese
আজিৰে পৰা আৰম্ভ আধৰুৱা ৰ দ্বিতীয় পৰ্বৰ মহাৰণ প্ৰথম মেচত চেন্নাইৰ মুখামুখি হব মুম্বাই
Assamese
আছিয়ান দেশসমূহলৈ গুৱাহাটীৰ পৰা প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰিবলৈ এয়াৰ এছিয়াক আহ্বান মুখ্যমন্ত্ৰীৰ
Assamese
মহানগৰীৰ খানাপাৰাত কাইলৈৰ পৰা ১০দিনীয়াকৈ আদি মহোৎসৱ আদিবাসীসকলৰ জীৱনধাৰাক তুলি ধৰাৰ লক্ষ্য
Assamese
ফেডাৰেইশ্যন অব ইণ্ডিয়ান চেম্বাৰ্ছ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজৰ অমেন এচিভাৰ্ছ এৱাৰ্ড অব এক্সিলেন্স
Assamese
৬৯ সংখ্যক ক্ষীৰোদ বৰুৱা সোঁৱৰণী চিনিয়ৰ আন্তঃ জিলা ফুটবল প্ৰতিযোগিতা:খেলুৱৈ বাচনি শিবিৰৰ আয়োজন
Assamese
ভিন্টেজ চার্কোল গুৱাহাটীৰ নিজস্ব এক আকৰ্ষণীয় সফলতাৰ কাহিনী
Assamese
অশোক কাগজ কল চৌহদত স্থাপন কৰা হব সংহত অৰ্থনৈতিক মণ্ডলচন্দ্ৰমোহন পাটোৱাৰী
Assamese
ভাৰতৰ টী২০ৰ অধিনায়কত্ব এৰিব বিৰাট কোহলিয়ে কিন্তু হঠাতে কিয় ললে এই সিদ্ধান্ত
Assamese
অৰ্কেষ্ট্ৰল ৰূপলৈ গুৰু দুজনাৰ বৰগীত মেচিদনিয়াত অসমৰ অনুৰাগ শইকীয়া
Assamese
প্ৰসংগ পুষ্কৰম বিজেপি চৰকাৰে মহাবাহুৰ জাতীয় পৰিচয়ত আঘাত কৰাৰ অভিযোগ
Assamese
বিহুক বিকৃত ৰূপত উপস্থাপন কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে এজাহাৰ দাখিল বীৰ লাচিত সেনাৰ
Assamese
ছিংগাপুৰৰ চলচ্চিত্ৰ নিৰ্মাতা এৰিক খুক বিশ্বৰত্ন ভূপেন হাজৰিকা বঁটা প্ৰদান
Assamese
বিশিষ্ট লোকশিল্পী লোকনাথ গোস্বামীক মঘাই ওজা বঁটা প্ৰদান
Assamese
শেহতীয়া সাক্ষাৎকাৰত ৰাণু মণ্ডল জন্ম মোৰ ভাল ঘৰতে হৈছিল
Assamese
ভাইৰেল মুখ্য মন্ত্ৰী সোণোৱালৰ কথনভংগিৰ ভেৰাকুটি অসমৰ শ্যাম ৰংগীলা হবগৈ নেকি কৃষ্ণ বি থাপা
Assamese
মাজুলীৰ ঐতিহাসিক বংশীগোপাল নাট্য মন্দিৰৰ শতবর্ষ উদযাপন
Assamese
ইউক্ৰেইনৰ প্ৰত্যাঘাত ৰাছিয়াৰ দুটা অঞ্চলত ড্ৰন আক্ৰমণ ভয়ংকৰ বিস্ফোৰণ
Assamese
গুজৰাট মডেল মাধ্যমিক বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত ১৫৭খন বিদ্যালয়ৰ সকলো শিক্ষাৰ্থীয়ে ফেইল
Assamese
ৰাজ্যৰ সুপ্ত প্ৰতিভা উলিয়াই অনাৰ উদ্দেশ্যে ক্ৰিয়েশ্যন মোশ্যন পিক্সাৰ বিশেষ পদক্ষেপ
Assamese
উত্তৰপূর্বাঞ্চলৰ সৈতে প্ৰভু শ্ৰীকৃষ্ণৰ সম্পৰ্কৰ ৫টা চমৎকাৰী কিংবদন্তি তথা পৌৰাণিক গাথা
Assamese
১০০ বছৰৰ পাছত পুথিভঁৰাললৈ ঘূৰি আহিল গ্ৰন্থ লেট ফাইন ১ লাখ ১৭ হাজাৰ টকা কিন্তু
Assamese
চাণক্য নীতিএই চাৰিটা দোষ আপোনাৰ নাথাকিলে আপুনি সৌভাগ্যবান থাকিলে মাতি আনিব ধ্বংস
Assamese
মোগল যুগৰ পিছত এইবাৰ পাঠ্যক্ৰমৰ পৰা বাদ পৰিব চাৰে জাহা ছে আচ্ছা খ্যাত ইকবাল
Assamese
নিৰ্বাচিত সংবাদ মাধ্যমৰ দ্বাৰা পক্ষপাতমূলক প্ৰতিবেদনক লৈ ক্ষুব্ধ মণিপুৰৰ ছাত্ৰ সংগঠন
Assamese
নতুন সংসদ ভৱন উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিষ্ঠা হল ছেংগল
Assamese
নীতি আয়োগৰ বৈঠকত অনুপস্থিত ১১ বিৰোধী মুখ্যমন্ত্ৰী কেন্দ্ৰই কলেনাহিলে আপোনালোকৰে ক্ষতি
Assamese
জৰ্মানীৰ কনচুল জেনেৰেলৰ সৈতে অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ বৈঠক
Assamese
অসমৰ চাহ বাগিচা এৰাৰ বাবে তৎপৰ কিয় টাটা গ্লবেল বিৱাৰিজ লিমিটেড
Assamese
টাটা গ্লবেল বিৱাৰিজ লিমিটেডে অসমৰ চাহ বাগান এৰিবলৈ তৎপৰ হৈ উঠাৰ সম্ভাব্য দহটা কাৰণ
Assamese